কি কৰিলোঁ ইমান টকা - Distributing flood reliefs

แชร์
ฝัง
  • เผยแพร่เมื่อ 8 ก.ย. 2024
  • new hopes foundation fb page
    / new-hopes-foundation-2...
    new hopes foundation fund rise
    milaap.org/fun...
    #assamflood #dimpubaruah

ความคิดเห็น • 9K

  • @hiroknath6033
    @hiroknath6033 4 ปีที่แล้ว +231

    মানুহে মানুহৰ বাবে💟
    দিম্পু আৰু আগুৱাই যোৱা, তোমাৰ নিচিনা মানুহৰ খুব প্ৰয়োজন অসম খনক✨
    #loveFromDergaon

  • @shamsulalom4946
    @shamsulalom4946 4 ปีที่แล้ว +103

    দিম্পু দা আপুনি দুখিয়া মানুহক সাহায্য কৰি বহুত ভাল কাম কৰিছে।।। ধন্যবাদ দিম্পু দা👍👍👍।।।।
    Dompu daar karone Like Comment korok.......

  • @kakatisvlogs6857
    @kakatisvlogs6857 4 ปีที่แล้ว +207

    দিম্পু দা তুমি সচাকৈয়ে বহুত বহুত ভাল কাম কৰিলা।। এই সময়ত সহায় কৰাতো অতি মহান কাম।।
    দিম্পু দাৰ বাবে এটা লাইক দিব

  • @bhaskaarjyotikalita1543
    @bhaskaarjyotikalita1543 4 ปีที่แล้ว +6

    ডিম্পুৰ বৰ প্ৰশংসনীয় আৰু আদৰণীয় কৰ্ম আৰু পদক্ষেপ ।। ভাল লাগিল এনেকুৱা মহান চিন্তাৰ যুৱকে সদায় জীৱনত সু পৰিকল্পত আৰু সু নিয়োজিত ভাবে কম সময়ৰ ভিতৰত সকলো সফলতা লাভ কৰে ।। এটি উচ্চ চিন্তাৰ উচ্চ মানসিকতাৰ উচ্চ শিক্ষিতৰ, উচ্চ সন্মানীৰ, উচ্চ জ্ঞানীৰ, উচ্চ আধুনিকতাৰ, উচ্চ পৰিয়ালৰ লৰাৰ বা যুবকৰ কাম এনেকুৱা হয় আৰু এনেকৈ কৰে 💚💚❤♥️

  • @padumkalita626
    @padumkalita626 4 ปีที่แล้ว +75

    বৰ পুণ্য কাম কৰিলা ভাইটি 👍👍🌷🌷
    তোমাৰ মংগল হ‌ওক 🌷🌷🌷🌷💓

  • @kurra2947
    @kurra2947 4 ปีที่แล้ว +104

    অসমৰ প্ৰত্যেক জন মানুহৰ বাবে Dimpu Baruah এক আদৰ্শ...

    • @Nomita1362
      @Nomita1362 4 ปีที่แล้ว +1

      Bixexkoi sarkare aadarxa lobo lage.

  • @puspalatakalita9854
    @puspalatakalita9854 4 ปีที่แล้ว +733

    This video really motivates us to do such things.......
    (Edit:Never got this much likes.....thank you axom baxi)

    • @puspalatakalita9854
      @puspalatakalita9854 4 ปีที่แล้ว +16

      Thanks dimpu da

    • @nitulnath5489
      @nitulnath5489 4 ปีที่แล้ว +11

      ধন্যবাদ আপোনালৈ মোৰ ফালৰ পৰাও 🙏🙏🙏❤❤❤

    • @assamr.n1824
      @assamr.n1824 4 ปีที่แล้ว +9

      Very G0od brother

    • @ratulali6234
      @ratulali6234 4 ปีที่แล้ว +10

      Congratulations

    • @rabi9545
      @rabi9545 4 ปีที่แล้ว +7

      Good job really

  • @user-zd1zv2mc5c
    @user-zd1zv2mc5c 4 ปีที่แล้ว +14

    দিম্পু দা , তুমি অসমীয়া সমাজৰ এজন আদৰ্শ ব্যক্তি । বহুত ভাল কাম কৰিছা তুমি এইটো ।আগুৱাই যোৱা । জুবিন দাৰ দৰে । God Blss u...

  • @arpidas4028
    @arpidas4028 4 ปีที่แล้ว +33

    দিম্পু দা, তোমাক কি দি ধন্যবাদ দিম। তোমাৰ ভিডিঅ'টো চাই আবেগিক হৈ পৰিলোঁ । সকলো মানুহ যদি তোমাৰ দৰে ইমান সৎ চিন্তাৰ অধিকাৰি হ'ল হয়..তুমি যেতিয়া "ঘৰৰ অৱস্থা চাওঁক না.."বুলি কৈ দিলে, মোৰ চকুপানী ওলাই গ'ল। ইমানখিনি কষ্ট কৰিলা-বোকাত সোমালা,বৰষুণত তিতি নোখোৱা-নোবোৱাকৈ এটা দিন অচিনাকি মানুহৰ বাবে, আচৰিত..তোমাৰ মহানতা,মানৱতা আৰু মানৱ সেৱাত প্ৰতি মন দেখি আপ্লুত হৈ পৰিলোঁ । ৰাইজৰ পৰা পোৱা টকা ৰাইজক নিজ হাতেৰে বিলাই দিলা,সৎ পইচাৰ সৎ ব্যৱহাৰ । তোমাৰ আদৰ্শ সকলোৱে লওঁক। পইচাখিনিৰ নিজেই দি বহুত ভাল কৰিছা । তোমাৰ লগতে,তোমাৰ সতীৰ্থ আৰু NGO সকলোলৈ বহু বহু অভিনন্দন । আগুৱাই যোৱা, ভগৱানে তোমাক আৰু দিয়ক। তোমালৈ বহু মৰম,শ্ৰদ্ধা,সন্মান, শুভকামনা । সুস্থ থাকা দাদা । তুমি সকলোৰে আদৰ্শ হৈ ৰোৱা, আনলাইক কৰাবোৰ মানুহ হ'ব নোৱাৰে।আমি সদায় তোমাৰ লগত আছোঁ,আগুৱাই যোৱা।

    • @b.bchetri4355
      @b.bchetri4355 4 ปีที่แล้ว +1

      Really go ahead Dimpu da love you

  • @Creation-nt5gy
    @Creation-nt5gy 4 ปีที่แล้ว +65

    Dimpu Da পইচা দিয়া সকলক ধন্যবাদ দিছো আৰু আপুনি ও ইমান পইচা দিয়াৰ উপৰিও বৰষুণত তিতি সাহায্য দিবলৈ গৈছে । ধন্যবাদ ।

  • @mirazjulfikkarrehman1599
    @mirazjulfikkarrehman1599 4 ปีที่แล้ว +56

    সঁচাকৈয়ে আজি এজন নলবেইৰা হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ...দিম্পু দা। এনেকৈয়ে সদায় আগুৱাই যোৱা আমি সদায় সহযোগ কৰিম

    • @alakeshsvlog
      @alakeshsvlog 4 ปีที่แล้ว

      Wow dimpok dislike Kora kaitak maniso kin2

  • @rontudadhara6234
    @rontudadhara6234 3 ปีที่แล้ว +1

    দিমপুৰ দা আপুনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ

  • @gunjandeka2054
    @gunjandeka2054 4 ปีที่แล้ว +126

    Proud of you Dimpu da
    আপোনাৰ চেনেলত 1 মিলিয়ন চ্চাক্ৰাইবাৰ হোৱালৈ অধিৰ আগ্ৰহেৰে বাত চাই ৰলো ❤❤❤

  • @mrabhi8177
    @mrabhi8177 4 ปีที่แล้ว +21

    দিম্পু দা কি বুলি ধন্যবাদ জনাম ভাবি পোৱা নাই।সমগ্র অসমবাসীৰ তোমাৰ লগত আশীৰ্বাদ আছে।
    💖💖💖💖💖

  • @dosmantachutia4402
    @dosmantachutia4402 4 ปีที่แล้ว +726

    শিল্পী আমাক জুবিন দাৰ দৰে লাগে
    TH-camr আমাক দিম্পু দাৰ দৰে লাগে

  • @yoboychannel169
    @yoboychannel169 4 ปีที่แล้ว +201

    June june Dimpu dak bhal pai like korok👇👇

  • @priyanujhazarikaofficial
    @priyanujhazarikaofficial 4 ปีที่แล้ว +135

    বহুত ভাল কৰিছা dimpu দা
    Dimpu দাক ভালপোৱা সকলোৱে
    Like কৰা
    👇👇👇👇

  • @hirakjyotibaruah7036
    @hirakjyotibaruah7036 4 ปีที่แล้ว +29

    আপোনাৰ মহানুভবতাক সচাকৈ কি বুলি ধন্যবাদ দিম।আগলৈও এনেকুৱা কাম লব বুলি আশা থাকিল।আপোনাৰ সুস্বাস্থ্য কামনা কৰিলো।

  • @m.screation5925
    @m.screation5925 4 ปีที่แล้ว +37

    দিম্পু দাৰ লগতে যি সকল ৰাইজে সহায়ৰ বাবে আগবাঢ়ি আহিছে, সেই সকলক কি বুলি ধন্যবাদ দিম ভাষা বিচাৰি পোৱা নাই। হেমকোষ অভিধানতো ছাগে তেনে কোনো ভাষা নাই।
    Anyway, salute Dimpu da.

  • @RGB_shorts_08
    @RGB_shorts_08 2 ปีที่แล้ว +1

    🙏মানুহে মানুহৰ বাবে🙏
    দিস্পু দা তুমি আৰু আগুৱাই যুৱা

  • @bipinbipin6223
    @bipinbipin6223 4 ปีที่แล้ว +31

    তোমালোকলৈ বহুত ধন্যবাদ জনাইছো । ঈশ্বৰে তোমালোকক মঙ্গল কৰক।বিপদৰ সময়ত সহায় কৰতো এক মহান কাম।এয়াই সুখ।

    • @kumkumkakatipatar5510
      @kumkumkakatipatar5510 4 ปีที่แล้ว +1

      Dimpu tumi bohut val kam korisa tumi bohut aguwai juwa

    • @bipinbipin6223
      @bipinbipin6223 4 ปีที่แล้ว

      মানুহে মানুহৰ বাবে কাম কৰিব লাগিব। ডঃ ভূপেন হাজৰিকা দেৱৰ কালজয়ি গীতত কৈছে মানুহে মানুহৰ বাবে•••••••••গীতটি।

  • @dhanjitbarman861
    @dhanjitbarman861 4 ปีที่แล้ว +42

    খুব ভাল লাগিল দিম্পু দা তোমাৰ কাৰ্যকলাপ দেখি। এনেকুৱা ইউটিউবাৰ আমাক প্ৰয়োজন।।

  • @SaulGoodman2934
    @SaulGoodman2934 4 ปีที่แล้ว +51

    দিম্পো দা আপুনি বিহুত মহান কাম কৰি আছে এনেকৈ আগুৱাই যাওক আৰু আশা কৰোঁ যে ভগৱান e সকলোৰে মংগল কৰে।।।

    • @aami6500
      @aami6500 4 ปีที่แล้ว +2

      বিহুত নহয় বহত হে

  • @Asomiyabuaripopi
    @Asomiyabuaripopi 3 ปีที่แล้ว +4

    তোমালোকক ধন্যবাদ দিবলৈ ভষা নাই তোমালোকৰ নিচিনা মানুহক ভগবানে আৰু আগুৱাই নিয়ক তাৰে কামনা কৰিলোঁ🙏🙏

  • @bhupengogoi4095
    @bhupengogoi4095 4 ปีที่แล้ว +48

    তুমি সন্মান যোগ্য দিম্পো ভাই।।।। ভাল কাম , ভাল লাগিল দেখি । আৰু আগ বাঢ়ি যোৱা তুমি , কামনা কৰিলো।

  • @sand2259
    @sand2259 4 ปีที่แล้ว +113

    Dimpu daa r lgt joa kaitr babe eta like...

  • @bidyutkhatowal5955
    @bidyutkhatowal5955 4 ปีที่แล้ว +44

    আপোনাৰ নিচিনা ব্যক্তি সমাজত এজন হলেই যথেষ্ট।

  • @nayanjyotinath2786
    @nayanjyotinath2786 4 ปีที่แล้ว +6

    ক'বলৈ ভাষা নাই আৰু । সুব ভাল কাম কৰিছে দিম্পু । তোমাৰ লগতে তোমাৰ লগত যিবোৰে সহায়ৰ হাত আগবঢ়ালে সকলোৰে উজ্জল ভৱিষ্যত কামনা কৰিলোঁ । লগতে বানক্ৰান্ত লোক সকলে অতি সোনকালে যেন এই দুৰ্যোগৰ পৰা পৰিত্ৰাণ পায় তাকেই কামনা কৰিলোঁ । 🙏🙏

  • @dikshitabaruah9049
    @dikshitabaruah9049 4 ปีที่แล้ว +45

    ❤️❤️আগুৱাই যোৱা ডিম্পুদাদা❤️❤️ভগৱানে তোমাৰ ভাল কৰিব❤️

  • @nirupjyotidasdhunu.4105
    @nirupjyotidasdhunu.4105 4 ปีที่แล้ว +65

    সচাঁকই কোনখিনি মানুহক টকাৰ দৰকাৰ - চৰকাৰী টকা বহুতে নাপাই আপুনি এইতু ভাল কাম আৰু কথা চিন্তা কৰিছে ।

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 4 ปีที่แล้ว +119

    মানুহে মানুহৰ বাবে সেই কথাষাৰ দিম্পু দাই কৰি দেখালে আৰু কৰি গৈছে তাৰ বাবে ধন্যবাদ দিম্পু দালৈ 🙏🙏

  • @myvlog9464
    @myvlog9464 2 ปีที่แล้ว

    আপোনাৰ মনটো বহুত ভাল Dimpu da আপোনাক আল্লা ভগবানে আৰু আগুৱাই লৈ যায় যেন। Thank you.

  • @rupomray8162
    @rupomray8162 4 ปีที่แล้ว +46

    দিম্পু তোমালৈ আৰু লগৰ কেইজনলৈ আৰ্শীবাদ থাকিল আগলৈ যেন আৰু ভাল কাম কৰিব পাৰা |

    • @gopalale3459
      @gopalale3459 4 ปีที่แล้ว +1

      Dimpu Great Job 🙏🙏🙏🙏🙏💯

  • @miturajsaikia306
    @miturajsaikia306 4 ปีที่แล้ว +31

    প্ৰশংসনীয় কাম কৰিলা দিম্পু,তুমি মহান।

  • @gyanjitkalita1204
    @gyanjitkalita1204 4 ปีที่แล้ว +188

    গায়ক লাগে জুবিন দাৰ দৰে ❤️আৰু youtuber লাগে Dimpu দা,, CarryMinati ৰ দৰে ❤️ ❤️ ❤️ ❤️
    Love you dada from Chhaygaon 😊 😊 এইবোৰ কাৰণতেই ভাললাগে দাদা আপোনাক........ কি বুলি ধন্যবাদ দিম আপোনাক... সঁচাই দাদা বহুত উপকাৰ কৰিলে আপুনি ❤️❤️❤️

    • @btturoy5655
      @btturoy5655 4 ปีที่แล้ว +1

      অই

    • @mridulkalita6700
      @mridulkalita6700 4 ปีที่แล้ว

      Lv frm chhaygaon

    • @tarangadas8789
      @tarangadas8789 4 ปีที่แล้ว

      Ummmmmm

    • @gyanroy5745
      @gyanroy5745 4 ปีที่แล้ว

      Right🙏🙏🙏❤️

    • @kishorpatar2530
      @kishorpatar2530 4 ปีที่แล้ว

      Dear Gyanjit.. Aru bhut ase jie live streaming kori pua toka agbohaise ( thug)

  • @user-fd8tq5hu8v
    @user-fd8tq5hu8v 4 ปีที่แล้ว +126

    কিছু কষ্ট কৰিছা দেই।মানি গৈছো।সকলোকে মোৰ ফালৰ পৰা চেলিউট…ক'বলৈ ভাষা নাই।

  • @alimuliassam6405
    @alimuliassam6405 4 ปีที่แล้ว +54

    দিম্পু দা আপুনি সঁচাকৈ বেলেগতকৈ সম্পূৰ্ণ বেলেগ.....আপোনাৰ মানসিকতা সম্পূৰ্ণ ব্যতিক্ৰমী...... এই সংকটৰ সময়ত আমাৰ মাজত আহি বানপীড়িত ৰাইজক সহায় কৰি মহানুৱতাৰ পৰিচয় দিলে.....বহুত বহুত ধন্যবাদ..... আগলৈ আপুনি আকৌ এনেদৰে সহায় কৰিব পৰা শক্তি লাভ কৰক...তাকেই ঈশ্বৰৰ ওচৰত কামনা কৰিলোঁ।।।।
    #Alimuliassam

  • @m.rvashuvlogs9682
    @m.rvashuvlogs9682 4 ปีที่แล้ว +43

    দিম্পু দা সদাই যাতে এনেকৈ বিপদৰ বন্ধু হৈ থাকিব পাৰে। দিম্পু দাৰ এই সহায় সেইখিনি মানুহৰ বাবে বহুত বেছি।। দিম্পু দা মহান🥰🥰🥰🥰

  • @mitalisworld6125
    @mitalisworld6125 4 ปีที่แล้ว +21

    কি বুলি ধন্যবাদ দিম ,,তোমাৰ নিচিনা মানুহৰ আমাৰ অসম খনত খুব বেছি প্ৰয়োজন আছে ,,,,,,দিম্পু দা তুমি আৰু বেছি আগুৱাই যোৱা ,,,,,আমি তোমাৰ লগত আছোঁ 😊

  • @sbofficial5689
    @sbofficial5689 2 ปีที่แล้ว +2

    দিম্পু বৰুৱা আৰু বিকাশ চেৰ্টি এনেকুৱা মানুহৰ আমাৰ প্ৰয়োজন ।। এওঁলোকে যেনেদৰে বান সাহায্য দিছে চেলুত জনাব লাগে ।। এওঁলোকে বহুত মানুহৰ বিপদৰ বন্ধু ।

  • @monmoromii__
    @monmoromii__ 4 ปีที่แล้ว +97

    টকা দিয়া সকললৈ ধন্যবাদ দিয়াৰ উপৰিও দিম্পু ইমান কষ্টৰ মাজেৰে আগবাঢ়ি যোৱাৰ বাবে তোমাৰ লগত সহযোগ কৰা কেইজনলৈও বহুত বহুত ধন্যবাদ থাকিল 👍👍👍👍👌👌👌👌।

  • @m0hanmohan519
    @m0hanmohan519 4 ปีที่แล้ว +22

    দিম্পু ভাই । তোমাৰ এই মহান কৰ্মৰাজি সকলোৰে মাজত আদৰ্শ হৈ ৰওক ।🙏

  • @nurishmitanupur8446
    @nurishmitanupur8446 4 ปีที่แล้ว +18

    নিজৰ ঘৰখন হেৰুৱালে , থাকিবলৈ ঠাই নাইকিয়া হৈ গৈছে খাবলৈ এমুঠি আহাৰ নাই.. কি দুখ লগা সময় .. সেই সময়ত অলপ কৈ কিবা এটা দিলেও তেওঁলোকে বহুত সকাহ পাই ,,,ডিম্পু দাদা আৰু তেওঁৰ সহযোগীসকলক বহুত বহুত ধন্যবাদ দিছোঁ। তেওঁলোকৰ আদৰ্শ লৈ আমি আগবাঢ়ি যাব লাগে তেতিয়া হে আমাৰ মাতৃভূমি খনৰ সমস্যা সমাধান হ'ব।
    ডিম্পু দা 🙏

    • @faruk858
      @faruk858 4 ปีที่แล้ว +1

      th-cam.com/video/kN9sZfuWsQs/w-d-xo.html

  • @hiteshgogoiindia8632
    @hiteshgogoiindia8632 4 ปีที่แล้ว +16

    দিম্পু দাৰ বিদেও ভালপায় like 👍🏻 কৰক

  • @gkrishna6491
    @gkrishna6491 4 ปีที่แล้ว +23

    বহুত বহুত ধন্যবাদ। এয়াহে সচাঁ মানবীয়তাৰ নিদৰ্শন🙏🙏🙏🙏

  • @manojbarman8509
    @manojbarman8509 4 ปีที่แล้ว +28

    বহূত ধন্যবাদ ডিম্পুদা 🙏🙏🙏 . অাপুনি নলবাৰী ৰ গৌৰৱ

  • @eliyasansari8610
    @eliyasansari8610 4 ปีที่แล้ว +47

    এয়াহে প্ৰকৃত অসমীয়া গিৰি💪💪

  • @ilove.myassam.dipu.p7570
    @ilove.myassam.dipu.p7570 2 ปีที่แล้ว +1

    সঁচাকৈ দিম্পু দা কি কম বহুত বহুত ধন্যবাদ তুমি ৫০০ বছৰ জিআই থকা আশীৰ্বাদ কৰিছোঁ জাই আই অসম

  • @user-sn2yc8co2w
    @user-sn2yc8co2w 4 ปีที่แล้ว +23

    ডিম্পু সঁ‌চাকৈ তোমি ভাল ল'ৰা। কাৰণ যিতো সময়ত একাংশ ল'ৰাই মদ-জোৱা-পাৱজী-ফেচবুক ইত্যাদি বোৰত সময় কতাইছে, কিন্তজ সেই সময়তে তোমি এইবোৰ পদক্ষেপ লৈছা, সেয়ে তোমাক আন্তৰিক ধন্যৱাদ। ময়ো যি পাৰো দিছো, যিহেতু ময়ো পঢ়ি আছো। তথাপিতো ময়ো মোৰ সামৰ্থ অনুযায়ি কম পৰিমানে হলেও দিছো।

    • @jyotishmansarma4664
      @jyotishmansarma4664 4 ปีที่แล้ว +2

      Moi o pubg khelo pubg khela sb lora bea nhoi moi o dimpu da k km porimane hole o 2000 toka ata diso alp manixikota bor change koribo.

  • @nipennipudeka3365
    @nipennipudeka3365 4 ปีที่แล้ว +31

    #❤️ বহুত বহুত ভাল লাগিল দিম্পু দা ...❤️সুন্দৰ পদক্ষেপ আৰু আগুৱাই যোৱা... জয় dimpu da....❤️❤️

  • @srimantahazarika7373
    @srimantahazarika7373 4 ปีที่แล้ว +34

    Dislike কৰা কেইটা কম জহৰা নে। ইমান ভাল কাম এটা support কৰা নাই। Dislike কৰা কেইটাই মানৱতা কি চিনি পাৱনে?
    ডিম্পু, ৰাইজৰ বহুত আশীৰ্বাদ পাইছা।
    God bless u. - from Bokakhat

    • @shohaikariy7862
      @shohaikariy7862 4 ปีที่แล้ว +1

      Yes

    • @UTMelodies
      @UTMelodies 4 ปีที่แล้ว +1

      হয় দে, পঁচি মৰিব চাল্লা ৷

    • @abinash_._
      @abinash_._ 4 ปีที่แล้ว +1

      Hosake dei

    • @jagatdeka3055
      @jagatdeka3055 4 ปีที่แล้ว +1

      হয়

  • @seeyouagain5307
    @seeyouagain5307 4 ปีที่แล้ว +73

    ইউ টিউবৰ সৎ ব্যৱহাৰ

  • @dipankardas5618
    @dipankardas5618 4 ปีที่แล้ว +48

    বহুত ভাল কাম কৰিছে দাদা ।
    ❤️❤️❤️❤️❤️😍

  • @saidulrahman9909
    @saidulrahman9909 4 ปีที่แล้ว +210

    ৰাইজে নখ জঁকৰালে নৈ বয়।প্ৰমাণ কৰিলে দিম্পু দা।অশেষ ধন্যবাদ🙏🏽

  • @pragyaprashasti3788
    @pragyaprashasti3788 4 ปีที่แล้ว +37

    মানুহৰ বাবে মানুহ..!😍♥️👍
    মহান কাম ডিম্পু.... আগুৱাই যোৱা ♥️👍

  • @alakeshbaishya6514
    @alakeshbaishya6514 3 ปีที่แล้ว +4

    God bless u

  • @ruhitkurmi6612
    @ruhitkurmi6612 4 ปีที่แล้ว +6

    ধন্যবাদ দিবলৈ ভাষা নাই ,বহুত ভাল লাগিল দিম্পু দা, তুমি আৰু আগুৱাই যোৱা ,নেদেখা জনে তোমাক আশীৰ্বাদ কৰক।

  • @mysteriousgaming276
    @mysteriousgaming276 4 ปีที่แล้ว +149

    Assam's best TH-camr ♥️

  • @asinbordoloi1146
    @asinbordoloi1146 4 ปีที่แล้ว +100

    When the women says: "Jikhini manuh ai poisa xini dise moi dhonyobad jonaisu" at that time literally my eyes are filled with tears🥺🥺. Good initiative Dimpu Da💖

  • @dipshikhadas7398
    @dipshikhadas7398 4 ปีที่แล้ว +25

    Best of all ❤️
    So proud of you !

  • @jiyauddinahmed1029
    @jiyauddinahmed1029 4 ปีที่แล้ว +24

    Salute Dimpu Da❤❤❤❤ এনে মহান পদক্ষেপ লোৱাৰ বাবে ।

  • @abinashbhakat1745
    @abinashbhakat1745 4 ปีที่แล้ว +32

    আপোনাৰ কামটো সচাই প্ৰশংসনীয়, ডিম্ফু দাদা

  • @baddreams1954
    @baddreams1954 4 ปีที่แล้ว +16

    অসম চৰকাৰে লাজ পাব লাগে dimpu always best

  • @riyabb3025
    @riyabb3025 4 ปีที่แล้ว +2

    Dimpu da-my fav u tuber.aro kr kr like plzzzz.km khinit kosti hoise kin2 ki dhunia enjoyment re korise.salute to all helper.......

  • @moonkonch982
    @moonkonch982 4 ปีที่แล้ว +144

    এই video2 dislike কৰা কেইটা মানুহ নহয়ে । সেই কেইটা আমাৰ সমাজৰ বাবে অপকাৰী।
    🙏 Please like korok 👍👍👍👍👍

  • @rijudeka3379
    @rijudeka3379 4 ปีที่แล้ว +7

    দিম্পু তোমাৰ মহানতাক সদায় চেলুত জনাই জাম তুমি সদায় ভাল ভাল কামেৰে আগবাঢ়ি যোৱা

  • @ankurnath8872
    @ankurnath8872 4 ปีที่แล้ว +32

    দাদা আগুৱাই যোৱা তুমি, তোমাৰ দৰে মানুহ আজিৰ দিনত প্ৰায় কমেই।

  • @surasmitachutia9158
    @surasmitachutia9158 4 ปีที่แล้ว +1

    Apunr kormo dekhi hsai bhut anondito hlu dimpu da..Tumi aguai jua ...❤️❤️❤️

  • @MayaBgohain79
    @MayaBgohain79 4 ปีที่แล้ว +45

    প্ৰশংসনীয় পদক্ষেপ দাদা 💚💛💛

  • @Jin_tu.
    @Jin_tu. 4 ปีที่แล้ว +13

    আপোনাক কি বুলি ধন্যবাদ দিম ভাষা নাই......
    সচাই সলাগ লব লগিয়া......
    দিম্পু দাৰ দৰে সমাজত এজনেই যথেষ্ট.....
    ❤❤❤❤❤❤❤❤❤❤❤❤❤ আৰু ভিদিঅ টো চাই থাকোতে চকুপানী ওলাই গ'ল.... কিমান কষ্টত মানুহে জীবন কটাবলগীয়া হৈছে.....

  • @adityabora6013
    @adityabora6013 4 ปีที่แล้ว +19

    বিপদৰ বন্ধুহে আচল বন্ধু । salute Dimpu

  • @dipjyotigogoi8629
    @dipjyotigogoi8629 4 ปีที่แล้ว

    Dimpu da apunk vgbn a aihokol manuhor babe upohar hisape pathiaise, God's gift🙏

  • @natiknatik5483
    @natiknatik5483 4 ปีที่แล้ว +123

    সকলো ভাল লাগিল ভাই।।কিন্তু ইয়াত unlike কৰা কেইটা কেনে এটা mind হব পাৰে।।লাগি থকা ভাই মই আছো।।

    • @animallover.191
      @animallover.191 4 ปีที่แล้ว +5

      kiba buji pab lagib no hihte😂😂 love u dimpu vai

    • @sanjeebmili8553
      @sanjeebmili8553 4 ปีที่แล้ว +6

      Like aru unlike ki bujibo lgibo2

    • @manoj_Daa
      @manoj_Daa 4 ปีที่แล้ว +5

      Hi

    • @manoj_Daa
      @manoj_Daa 4 ปีที่แล้ว +5

      Hello

    • @manoj_Daa
      @manoj_Daa 4 ปีที่แล้ว +4

      Hello

  • @jitusvlogs7238
    @jitusvlogs7238 4 ปีที่แล้ว +29

    এই ভিডিঅ টো যি সকলে 'ডিচ লাইক,মাৰিছে সেই সকলক কৰোনা পাই মৰি যোৱাই ভাল,,,,,,salute Dimpu da👌👌👌👌👍👍👍👍🙏🙏🙏🙏 you are great👍👍👍

  • @pathogenesis_mb
    @pathogenesis_mb 4 ปีที่แล้ว +12

    Words are not enough to express my feelings. Thanking all the people who have contributed towards this event. The persons from the NGO have also worked very hard to successfully complete the event. Thank you Dimpu. You are one step ahed. 🙏🙏🙏

  • @dhanchandranath1313
    @dhanchandranath1313 3 ปีที่แล้ว

    Hosakoi aapuni banpair namot utha poisa bur bohut bohut val kam kori dekhaise. Aapunar teem took dhanyabad.

  • @travelingwithmysoul3689
    @travelingwithmysoul3689 4 ปีที่แล้ว +131

    Dimpu dar karone ata like 👍

    • @kuldipgoutamsharma780
      @kuldipgoutamsharma780 4 ปีที่แล้ว

      th-cam.com/video/6zHxk43_uZY/w-d-xo.html
      A poem for assam flood.
      Please watch this.

    • @hirakaxomiyavlogs1935
      @hirakaxomiyavlogs1935 4 ปีที่แล้ว

      *ইতিহাস সাক্ষী আছে... পৃথিৱীৰ আটাইতকৈ বেছি চুমা অকল হেডফোন কেইডালে হে পাইছে* *আমাৰ ভিডিঅ'বোৰ চাওক আৰু গণ্ডগোল নকৰাকৈ ঘৰত থাকি পৰিয়ালৰ সৈতে হাঁহি থাকক* 👇👇👇👇👇
      th-cam.com/video/se4fdLvOx_c/w-d-xo.html

  • @drbonitaborah6752
    @drbonitaborah6752 4 ปีที่แล้ว +46

    U won our heart dimpu💕💕 GOD bless .keep going ..

  • @papudeka6299
    @papudeka6299 4 ปีที่แล้ว +29

    This man with golden heart ❤️

  • @paragraj8970
    @paragraj8970 4 ปีที่แล้ว +3

    খুব সুন্দৰ প্ৰয়াস আপোনাৰ ,আপোনাৰ ভৱিষ্যত মংগল কামনা কৰিলোঁ ধন্যবাদ (শুভৰাত্রী দিম্পু দা)

  • @josh-vk3wr
    @josh-vk3wr 4 ปีที่แล้ว +11

    Apunar nisina manhu j nalbarit ase.. Bohut gourob koru... Love you dear Dimpu da ❤️❤️

    • @denimvisual
      @denimvisual 4 ปีที่แล้ว +2

      Love you ❤️ Dimpu da... 🙏🙏

    • @Rockstar-cz1kp
      @Rockstar-cz1kp 4 ปีที่แล้ว +1

      💕💕💕💕💕

  • @jakariasikdar7788
    @jakariasikdar7788 4 ปีที่แล้ว +19

    Huge respect to u sir. ❤️❤️Allah apnur life tuk hukhot borai deya ..😘😘

  • @ratulroy1272
    @ratulroy1272 4 ปีที่แล้ว +36

    ভূপেনদাই গাই যোৱা মানুহে মানুহৰ বাবে গানটো ডিম্পুদাই যেন সাৰ্থক কৰিলে

  • @tilakdas2175
    @tilakdas2175 2 ปีที่แล้ว

    ইমান দিনে তোমাৰ ভিডিঅ বোৰ চাই বহুত আনন্দ পাইছিলো.. কিন্তু এইটো ভিডিঅই তোমাৰ মহানোভৱতাৰ পৰিচয় দিলে... তুমি আগবাঢ়ি যোৱা আৰু সাফল্যৰ শিখৰত আৰোহন কৰা... তাকেই কামনা কৰিলো...

  • @nagenbezbaruah4837
    @nagenbezbaruah4837 4 ปีที่แล้ว +6

    ভাইটী, সুন্দৰ পদক্ষেপ। তোমালোকক দেখি আৰু কোনোবা আগুৱাই আহিব বুলি আশা কৰিলোঁ...। আটাইৰে উজ্বল ভৱিষ্যৎ কামনা কৰিলোঁ, ধন্যবাদ.....

  • @deepjonakslife5905
    @deepjonakslife5905 4 ปีที่แล้ว +41

    অলপো skip নকৰাকৈ ভিডিঅ'টো চালো । কি কম ভাষা নাই দিম্পু দা অসমৰ গৌৰৱ😊

  • @ParthasTutorialfun
    @ParthasTutorialfun 4 ปีที่แล้ว +13

    বহুত ভাল পদক্ষেপ ডিম্পু………… দেখি বহুত বেয়া লাগিছে মানুহবোৰৰ অৱস্থা

  • @mrmintumajuliyan2151
    @mrmintumajuliyan2151 2 ปีที่แล้ว

    দিম্পো দা আশা কৰো আপোনাক ভগৱানে আৰু আগ বহাই লৈ যায়......

  • @anwarhl3777
    @anwarhl3777 4 ปีที่แล้ว +11

    I'm really appreciated to see such wonderful works done by Dimpu and his colleagues. My deepest gratitude to you all 💐.

  • @haiborsinformation4562
    @haiborsinformation4562 4 ปีที่แล้ว +18

    Dimphu da সচাঁকৈয়ে আপুনি মহান আপোনাক কি বুলি ধন্যবাদ দিম ভাষাই বিছাৰি পোৱা নাই love you bro

  • @PritomTube
    @PritomTube 4 ปีที่แล้ว +44

    বহুত ভাল কাম কৰিছে দাদা ❤️❤️
    এইটো ভিডিঅ'টোত Dislike মৰা কেইটা মানুহ হয়নে নহয় মোৰ সন্দেহ হৈছে ।

    • @pbcfunnyvideo733
      @pbcfunnyvideo733 4 ปีที่แล้ว +3

      জানোৱাৰ হ'ব চাগে Dislike মৰা কেইটা

  • @sabiqulislam6357
    @sabiqulislam6357 4 ปีที่แล้ว +9

    Love from North East 💙😍 awsm Allah always bless you bro

  • @utpaldutta532
    @utpaldutta532 4 ปีที่แล้ว +21

    ❤️❤️ আপোনাক ধন্যবাদ দিবলৈ ভাষা নাই ডিম্পু দা।

  • @kamalbarman7431
    @kamalbarman7431 4 ปีที่แล้ว +32

    বৰ্তমান সময়ত তোমাৰ দৰে মানুহৰ বহুত প্ৰয়োজন❤ ইচ্ছা আছে বহুত দুখীয়া মানুহক সহায় কৰাৰ | কিন্তু কি হব মই ও এজন দুখীয়া ঘৰৰ এ সন্তান | যদি জীৱনত স্বাৱলম্বী হব পাৰো তেনেহলে মইও সহায় কৰিম |❤❤

    • @Uddipta7
      @Uddipta7 4 ปีที่แล้ว +1

      Same to you bro
      I m bikash ♥️♥️♥️

    • @karabiR
      @karabiR 4 ปีที่แล้ว +1

      Moro khup etsa kinto ki korim lock down amk he lage. Mon dagr kinto ki hobj nije dhukhiya

    • @RafiqulIslam-np6uz
      @RafiqulIslam-np6uz 4 ปีที่แล้ว

      Korim buli vabisa nuwarileo. Aikhini e hol manobota.

    • @AmirHussain-ki7rk
      @AmirHussain-ki7rk 4 ปีที่แล้ว

      May Allah bless you bro ❤️✌️

    • @kamalbarman7431
      @kamalbarman7431 4 ปีที่แล้ว

      @@karabiR মানুহে মানুহক সহায় কৰিব লাগিব৷ নহলে কোনে কৰিব | একমতৰ বাবে ভাল লাগিল😊

  • @luckybhaikvlogs924
    @luckybhaikvlogs924 4 ปีที่แล้ว +15

    Thank you so much dimpu da Allah tumak 100 bosor bosai rakhok ❤️❤️❤️❤️🤲🙏

  • @pushpitachetia19
    @pushpitachetia19 4 ปีที่แล้ว +3

    Proud of you Dimpu da ✊ . .
    Moi karimganj adarkuna gaon pora tmr big fan hoi dada ☺️ . Mur 3years or bhaiti tu a tmr video sai BHT vl Pai 🤗 .

  • @Ashrafulislam2690
    @Ashrafulislam2690 4 ปีที่แล้ว +25

    They have done their best. And appreciation for the whole team.
    Just I don't understand, who are they who disliked the video??
    Did they contribute to anything to the society 🤔

  • @farhadricky5884
    @farhadricky5884 4 ปีที่แล้ว +50

    Real legend of India----Carryminati❤
    Real legend of Assam----Dimpu da💕

  • @pobitrapatgiri8495
    @pobitrapatgiri8495 4 ปีที่แล้ว +28

    এইজনেই আমাৰ ৰিয়েল হিৰ'🙏🤘🤘🤘

  • @bitupandutta3420
    @bitupandutta3420 4 ปีที่แล้ว

    অতি সুন্দৰ আৰু আদৰণীয় পদক্ষেপ ।