Xile Jane Jodi (Letter 3) Project Postbox
ฝัง
- เผยแพร่เมื่อ 5 ก.พ. 2025
- কিমান সাঁকোত উঠি সময় পাৰ হৈ যায় যুগৰ পৰা যুগলৈ, ঋতুৰ পৰা ঋতুলৈ । সময়ৰ প্ৰতিটো পাৰ হৈ যোৱা হিচাপৰ কিন্তু দাগ কাটে শিলবোৰে, যি হয়তো সভ্যতাৰ আটাইতকৈ প্ৰাচীন আৰু সচাঁ প্ৰহৰী । সময়ৰ আচোঁৰত কত শিল হয় শিলালিপি, কত বুকু হয় শিল । এই শিলৰো বুকু গলাব পৰা, সময়ৰ আবেষ্টনীয়ে বান্ধি ৰাখিব নোৱাৰা, শিলকো মূৰ্তি সজাব পৰা তেন্তে আছে কি ? আছে, তাৰ বাবেইতো ভালপোৱা আছে । যুগৰ পৰা যুগলে বৈ যোৱা, শিলালিপিৰো আত্মাত থকা যি সঁচা সঁচা কথা, মৃদু, শ্বাশ্বত, অবিনশ্বৰ এইখন সমাপিকা পৃথিৱীৰ অনিৰ্বাণ অসমাপিকা ----ভালপোৱা । এই ভালপোৱাতেই ডুবি থকা পোষ্ট বক্সৰ নতুন চিঠি "শিলে জানে যদি" !!
খুলিলেই ভাহিঁ আহিব এই অবিনশ্বৰ ভালপোৱা
শিলে জানে যদি সময়ৰ আকাৰ
দুচকুত ভাঁহে যদি অনুৰাগী পোহাৰ
কৈ দিয়া তেনে শিলক তুমি কাৰ তুমি কাৰ
জিলিকক দুচকুত ভালপোৱা নিৰাকাৰ।
নিৰাকাৰ.....নিৰাকাৰ।
মোৰ পৰা মোক নিলা
বুকুতে কি গান দিলা
মই এতিয়া তোমাৰেই সমাহাৰ..
পাৰ ভাঙি প্ৰাণটাকি
সীমনা মোহনা ভেদি
তুমি নীড়.. মই জোৱাৰ।
তুমি নীড়.. মই জোৱাৰ।
মোৰ নাম হ'লেই উল্লেখ
সনা থাকে তাত তোমাৰেই আৱেশ
তৃষা চাই পৰো মই জুৰ
তৃষা চাই পৰো মই জুৰ
গালত আঁকিলে হেঙুলীয়া তুমি লেখ।
বুকু যেন ভৰ বাৰিষা
কওঁ কওঁ লাগে বহু কথা..
তুমি মদাৰ মই ফাগুন...
শিলে জানে যদি....
Audio credits,
Vocals : Rupam Bhuyan
Lyrics: Abhilash Das
Composition: Ridip Lahkar
Music Arrangement: Anupam Konwar
Mix & Master : Pinku Das
Video Credits,
Directed by Priyanka Sohoria
DOP, Editor, Colourist - Maaruf Bin Rafique
Assistant Director: Samar Jyoti Sarkar
Featuring:
Kula Kuldip Tiyasha Biswas
Dancers:
Niharika Borgohain Abhishek Singha
Concept & Screenplay: Priyanka Sohoria
Special Thanks
Partha Pratim Sonowal
Pragyan Bezbaruah and family
Manbha Rio La Homestay, Sohra
Uday . S. Borhohain
Madhumita. B. Borgohain
www.rupambhuyan...
www.facebook.c...
www.instagram....
Letter 2
• TOR SAHAR (Letter 2) P...
শিলকো গলাব পাৰে ৰূপম ভূঞাৰ কণ্ঠই... কি ভালপোৱা!
আকুল গানৰ কথা ❤
Why Rupom Bhuyan is so underrated!! He is a gem
Abhilash Das, a talented lyricist, Ridip Lahkar, a gifted composer, and the well-known Rupam Bhuyan collaborated, resulting in something truly magical.Its too good
Just like a pure air in the polluted music industry ❤
Ridip and whole team of craflet and post box what a creation , composition ,lyrics & direction ...Rupam da rokhi asilu ai xur tur karonae ..Vhal houk ..God bless to the whole team ..❤❤❤❤❤❤ we want this kind of music more brothers
Xundor videography/music composition.rupom r konthot khub bhal lagil ❤️
Beautiful song Rupam Da. And great work by Team Ekoda for the video.
Another dimension… ki dhuniya… overall a masterpiece…. Audio, video, concept, color, acting, execution…. Superb… ❤
How calmly the whole thing is expressed is appreciable.
ভালপোৱা বোৰ জীয়াই থাকক, গীতত, সুৰত; মনত!❤️
Bhal lagil....xsake xiharankari kotha ru xur
Big shout out to Priyanka / Maaruf / Kula and ofcourse Rupam Da.... খুব ধুনীয়া ❤
Eman dhuniya geet . Kotha,xur, xongeet aru rupam dar kontho uff xokolu khini ki je dhuniya. ❤
Bor xundor..... bhal lagile gaanor feel'tu.
listeners hisap e proud feel koru, karon bakibure najane nuhune❤
বহুত ভাল লাগিল ❤️🥰
Wahhhh🎉🎉
What a piece of art. No words. Just Hats off.💛
It's purely a bliss... Divine ❤❤❤
Appreciable 💓
Khub bhal lagil sasake git ti❤️
One of my favourite singer Rupam da❤
Mix master dhuniya hoise🔥
Dhuniya ovinoy mama,rupam da always favourite ❤
Rupam দাৰ গীতবোৰত নজক বিচাৰি পাওঁ। কি যে এই সুকীয়া মাদকতা। ধন্যবাদ ৰূপম দা এটি সুন্দৰ গীত উপহাৰ দিয়া বাবে।
Love this one❤
বহুত বহুত বহুত ধুনীয়া ❤❤❤
ভাল লাগিল দাদা ৷ ❤❤❤
ৰূপম দাৰ কণ্ঠ প্ৰিয়। এই গীতটোৱে মুগ্ধ-বিমুগ্ধ কৰি তুলিছে। বৰ ভাল পালোঁ ৰূপম দা ❤
Mur priyo manuh jon ❤❤❤❤❤ dark room headphones and rain that's all
অনাবিল সুখৰ অনুভূতি, মধুৰতাৰে ভৰা
বহুত ভাল লাগিল 👌
সুন্দৰ শব্দক সুগন্ধিত সুৰৰ বাটলৈ লৈ যায় আপুনি দাদা 💚 কিছু ব্যতিক্ৰম উপস্থাপন 🍃
Rupom dada❤🥀😇 bhut bhut vl lagil😍🤞
Ufff....... কি ভালপোৱা❤❤❤
ৱাহ৷শব্দ কণ্ঠ৷
সঁচাকৈ বহুত ভাল লাগিল ❤dada.
I love this video. I wish you all the best in your acting career ❤❤🎉🎉
Khub xundor 🌹🌹🌹👍👍👍
So good tune .... beautiful people ❤
ইমান সুন্দৰ❤
ৰূপম দাদা ❤
Outstanding ❤
খুব সুন্দৰ অভিনয়,গীত আটাইবোৰেই সুন্দৰ হৈছে
Bohut dhunia Rupam da ❤️
ভাল লাগিল অভি
Kulo da dhunia lgse... Rupam dar gaan 🔥
Khub khub shundor! The video, the song, the aesthetics. So soothing to watch and listen to. ❤ Wonderful work team! 🌻✨
👌Superb Awesome😍Dear Tiyasha👍
ধুনীয়া লাগিল ❤
As always.... beauty
Rupam daa always best❤❤❤
❤❤❤ ব্যতিক্ৰম
Sir dhuniya ..❤
বৰ ধুনীয়া❤
Wao wonderful ❤😢
ভাল লগা গীতিকাৰ ভাল লগা অভিনেতা ভাল লগা গীত আৰু কি লাগে
বহুত ভাল লাগিল ।
Rupam da, আপোনাৰ গীতৰ কথাবোৰে চুই যায় প্ৰতি মুহূৰ্ততে
বহুত ধুনীয়া লাগিল ।
Biraat dhuniya lagil
Bohut vl lge apunar gan bur abar log korar bohut hepah ase kor hoi nu apuni dada
বৰ ধুনীয়া গীত।
বৰ ভাল লাগিল সকলোবোৰ
সচাকৈ বহুত ভাল লাগিল
❤❤❤ Sir
Let this remain underrated…… ❤❤ let this remain hidden ❤
Val lgil❤
এটি মায়াসনা গীত ❤আৰু এক অনামি অনুভৱ😢
Bor val lagil gaan tu
Nice 👍
❤️❤️❤️✨
Dhunia
ধুনীয়া লাগিছে
Be the love you never received 💚
মনৰ অনুভূতিৰ সাকাৰ ৰূপ আপোনাৰ গানবোৰ।
Borhiya
Loved it to the core ❤
Bor bhal lagil
A sweet short story
this songs should reach so high😮💨😌
always fvrt❤
বৰ ভাল লাগিল
Nice song... #Kuldip da# ❤❤❤
Ki mitha kontho ki kom aru video tu koboi nelage sale mon jur pori jai❤❤❤❤
ভাল লাগিলে❤❤👌🙏🙏
Vl lgile ❤
❤❤❤❤❤😊
সুন্দৰকৈ সজাইছে
বৰ সুন্দৰ।
সদায় প্ৰিয়❤
Loved it ❤
Very Nice ❤
It's a classic ❤
Vl lagil sir❤
সুন্দৰ দাদা
সুন্দৰ
মিঠা ❤
Beautiful ❤
Peace is here
Wow😌💝