নন্দালয়|বিশেষ চৰিত্ৰত মণি আৰু মুকুতা|শ্ৰীশ্ৰী কৃষ্ণ ৰাসলীলা২০২৩ বৰ্ষ|Moni Mukuta Rakh|Kakajan Jorhat
ฝัง
- เผยแพร่เมื่อ 25 พ.ย. 2023
- শ্ৰীশ্ৰী কৃষ্ণ ৰাসলীলা-২০২৩ বৰ্ষ
"নন্দালয়"🙏💖🙏
স্থান-বাম কুকুৰাচোৱা, কাকজান, যোৰহাট।
বিশেষ চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় শিল্পী বেহাৰবাৰী আউটপোষ্টৰ মণি আৰু মুকুতাই💥💥🥰
#AssameseRakh2023#SumitSaikia_Official
#MoniMukuta_Rakh
#Rakh2023
#Rakh_Kakajan - เพลง
ৰাস ভাগক ফটোৱা বুলি কোৱা নাই, কিন্তু ৰাস ভাগত অভিনয় কৰা মানুহবোৰ মহা ফটোৱা।।
Bohut val hoisa ❤❤❤
মুকুতা দা❤
গৰুৰ দৃশ্যটো ভাল লাগিল ❤
Ki xundor ovinoi korese dee Sai val lagile
Vl lgil sai
Mukuta hundor ❤❤ avinoi
সুন্দৰ
Mukuta da sundor ovinoy apunar
Mojaaa❤❤❤❤
ধন্যবাদ
❤❤❤❤❤
❤❤❤❤
🙏🌹⭐💐🌻♥️ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 ৰাম কৃষ্ণ 🙏 ৰাধে কৃষ্ণ 🙏 ৰাধে কৃষ্ণ 🙏 ৰাধে ৰাধে 🙏 সকলোৱে অভিনয় ভাল হৈছে 🙏🌹♥️
ধন্যবাদ
@@sumitsaikiaofficial2991hggggggguhhhiuuuuiihiooiiuyy
Val lagil sai
Nice ❤❤
Mojjjja ❤❤❤❤🎉🎉🎉🎉😅😅😊😅
Mojja ❤❤❤❤🎉🎉🎉🎉😅😅😅😅
🙏🙏🙏🙏🙏🙏
❤❤❤সুন্দৰ।
Bor val lagsa sai
ধন্যবাদ
❤❤
mojjah
Bor hundor drisya dei.. Guwali par
😊😊
সুন্দৰ অভিনয় 👌🙏
Krishna Kumar khub bhal lagil 🙏❤️🙏❤️🙏❤️🙏
Mojjjjjaaaaa
Moja
Eman Val lagil ❤❤❤❤❤
Nandalay sundor hoise.
এইবোৰ বছন নাত ভাগত আছেনে সময়ৰ লগত সলনি হৈছে কিন্তু সময়ৰ লগত সকলো সলনি নকৰিব অতিজৰ পৰমপাৰাৰ মতে ছলাওক বেছি নকৰিব
হয় হয় ৰাস কম নাটক যেন হে লাগিল
নাটক যেন হে লাগিল❤😢
বহুৱালী কৰিছে ৰাসৰ নামত
Dadar aibure heh krib Jen lagise o
Right👍
Mojaaa
সুন্দৰ অভিনয়
ধন্যবাদ
Xokolure bohut bhal hoise
Super! 😍
Mojja❤❤❤❤❤❤❤
ধন্যবাদ
❤❤❤
dhuniya ♥️ sabo ahisili moiu
ভাল লাগিছে দেই মুকুতা লগত থকা জনীক অভিনয় আৰু ভাল লাগিছে
Nice❤❤❤❤❤❤
Ayu❤❤❤❤❤❤❤❤❤
Mojjaa
ধন্যবাদ
Mojja ❤❤❤
ৰাস ভাগ সুন্দৰ ভাগে সমিতি সকলে কষ্ট কৰি কৰিছে।।অভিনয় কৰা সকলে ফটোৱা কৰিলে।।
Val lagice
ধন্যবাদ
Jai shree krishna 🙏🙏🙏
সুন্দৰ অভিনয়।
ধন্যবাদ
Bhut val lagile sai Krishna 🙏
পুতনাৰ সংলাপ আৰু অভিনয়ে দৃশ্যটো একেবাৰেই লঘু কৰি পেলালে | মঞ্চ অভিনয়ৰ কিছুমান নিয়ম থাকে, সেইবোৰ জানি বুজি লোৱা উচিত | বিশেষকৈ ধ্ৰুপদী নাট্যৰ ক্ষেত্রত | অৱশ্যে মোহিনীৰ অভিনয় কিছু গ্ৰহণযোগ্য হৈছে
Qafff❤❤❤❤❤❤❤
❤️❤️🙏🙏
Nice .👌🏻❤️💯
Bohut sondor, Namashker 🙏,kinto Nondaloi gihor Proda khn Val nalagil ,, korber tuouler pora uliyai loguwa Jen lagise ,
Nice Sumit da❤❤❤❤
ৰাস কম নাটক যেন হে পালো।
Hundar kokai
ধন্যবাদ
সুন্দৰ অভিনয়৷❤❤😂
Ji bur bosto reyali dekha jai haibur dekhuwai goise kintu moza lagel sai
Maja😊
Jai shree krishna🙏🏽🙏🏽🙏🏽
সুন্দৰ ❤❤❤
Maja jomane
কৃষ্ণ
Sumit dear ❤❤
চেচ আৰু চেচ কৰিলে ৰাস ভাওনাৰ নামত কিহৰ অসভ্যালি এইবোৰ
Moja oti. Hundo
Val lagil... সুন্দৰ উপস্থাপন ❤️
বৰ সুন্দৰ লাগিছে দেই মুকুতা দা ৰ অভিনয় বহিয়া কৰিছে ❤
Bahut val lagil sai.
ধন্যবাদ
Nice
ৰাসত এনেকুৱা দৃশ্য আগতে দেখা নাই।
Mojja Sumit Da 🎉🎉❤❤😊
বেচি কৰিছে। ভাল লগা নাই।তাতকৈ স্থানীয় শিল্পীক দিলেহে বেছি ভাল হয়।
😮🎉❤😊🎉😢😮
নন্দৰ ভাওৱত প্ৰদ্যুৎ দাৰ অভিনয় ভালে হৈছে ❤️
nice
অলপো ৰাস যেন লগা নাই। থিয়েটাৰৰ নাটক চোৱাৰ দৰে লাগিছে। মুকুতাৰ দৃশ্যখিনিত জমনি বেছি কৰিছে। পুতনাই মোহিনীৰ ৰূপ লৈ গাখীৰ খোৱাই। ইয়াত মোহিনীৰ ৰূপ সলনি কৰি পুতনাৰ ৰূপ লোৱাৰ পিছত হে গাখীৰ খোৱাইছে। নন্দই যশোদাক যশোদা বুলিয়ে মাতিব। নন্দৰাণী বুলি নামাতে। নন্দৰাণী বুলি গোৱাল-গোৱালী সকলেহে মাতিব।
Agreed
Amazing ❤❤ next level
❤❤❤❤😂😅
Hi
বুঢ়া পুটনাৰ অসভ্যালি বেছি হল ভাল নালগিল
Aibur aru rakh hoi thoka nai kiba theater nisina lagise ....
I'm
চিৰিয়েল নে ৰাস ধৰিবই নোৱাৰি।
সীমা চেৰুৱা বহুৱালি আৰু ফটোৱামি 😢
Val napalu sai
যোৱবাৰ ৰাসত মোহন আৰু কেকে দাই ( মতা মাইকী )কৰা ডাইলগ কিছুমান copy কৰিছে
এইটো location Jorhat চেঙালাতি হয়নে?নজনাৰ কাৰনে সুদিলো। Reply please🤔
Bamkukurachura. Near Kakojan
@@Roktimronjon1 thank you
Bhago Bane esharar kipar bhagaban ishar Kun nu....?
এই মুকুতা জহৰাতো ।
মুকুতা দা অলপ বেছি হৈছে দেই ফটোৱা লাগিছে অভিনয় 🤨🤨 এনেকৈ হলে এসময়ত গৈ প্ৰকৃত ৰাসৰ দৃশ্য সমূহ শেষ হৈ যাৱ
😅
ডমৰা গৰু গাখীৰ উলাই নে যদি ডমৰা গৰু গাখীৰ উলাই মাইকী গৰু পোহা কোনো কাম নাই এনেকুৱা ভূল কিয় কৰে ভাল নালাগে আগলৈ ভুল নকৰিব ভাল কৰিবলৈ যাওতে বেয়া লাগিছে
নাটৰ বাহিৰ হৈছে সম্পূৰ্ণ কথা বোৰ
বাকি সকলো ঠিকেই আছিল। কিন্তুু পুতনা একেবাৰে ভাল লগা নাই👎
ৰাস ৰ নামত কিছুমান সহিব নোৱাৰিলো ,একো ইমান ভাল হোৱা নাই
ঠিক কৈছা
Mojja❤❤ Sumit da apunak wp photo kekhon man hujisilu dib sun ombar deh tyag
ok
Nice
@@MadhabkalitaMadhabkalita-gf9sip
@@MadhabkalitaMadhabkalita-gf9si000
@@sumitsaikiaofficial2991❤❤❤❤❤😂😂😂❤qqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqltlltlllll😂😂😂😂❤🎉❤😊😊😂😂 se se se in se❤❤😂❤❤❤❤❤❤❤❤❤😂😂😂😂 se😊😊😊😊😊❤❤❤😂😂🎉❤😢😮😮😢😮 ni বো you for all of us
Rash ne natok...ru ei putona2k kune choice krse baru eman fal2 lagise ru axoitvali krse boson bur ki fal2 koise eibur putona boson nki ru tar maiki huar khub itsha asil jen lagise..manuh2 dekhie kiba khong uthise
🤣
Bristi barhoi apunr acting Sai vl lge kabol doibyoki lolehe...baki comedy acting bhut beya kore apuni😅
মুকুতাৰ ঘৈণীয়েকে হোৱা গৰাকী নেকি ?
মতা গৰুটোকে খিৰালেনেকী 😂😂😂
বচ্চন বিলাক ভাল হোৱা নাই।