অসম সাহিত্য সভাৰ স্থলীত অভ্যাগতসকলৰ আপ্যায়ন কৰা হৈছে নানান বিধ খাদ্যসম্ভাৰেৰে
ฝัง
- เผยแพร่เมื่อ 8 ก.พ. 2025
- ⭕অসম সাহিত্য সভাৰ স্থলীত অভ্যাগতসকলৰ আপ্যায়নৰ বাবে দিনে-নিশাই ৰন্ধাত ব্যস্ত শ শ কাৰিকৰ। এবাৰতে ২ হাজাৰ লোকে খাদ্য গ্ৰহণ কৰে অস্থায়ী ভোজনালয়ত। পুৱাৰ আহাৰত পৰম্পৰা খাদ্য সম্ভাৰৰ লগতে দুপৰীয়া আৰু নিশাৰ আহাৰত ভাত, দাইল, তৰকাৰী, মাছ, মুৰ্গীৰ মাংস, পঠাৰ মাংস, কণী- আলুৰ ডমৰ সুস্বাদু ব্যঞ্জনৰে আপ্যায়ন কৰা হৈছে সকলোকে।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/