সঁচাকৈ এই পৃথিৱীৰ সমস্তখিনি যোগাত্মকতা গুৰুমা ৰ গাতেই যেন জীৱন্ত ৰূপত বৰ্তি আছে এনে লাগিছে। এনে ব্যতিক্ৰমী অনুষ্ঠান মই পূৰ্বে কেতিয়াও চোৱা নাছিলোঁ। Thank you Pallabi Hazorika baa for providing this fruitful video to us.🙏
Moi reiki astrology r proti horu r porai bohut interested hoi aru hikiboloi bohut mon Jai aru jtia logor ajonir pora apunar bikhoye hunilu hikiboloi bohut mon hoise সুবিধা পালে nissoi jam
Subscribe Our Clips Channel :- youtube.com/@KothaStudioClips?si=XG3cLlmI8Rf4ReT4
⁶ gf of
বহুদিনৰ পাছত গুৰুমাক কাষতে পোৱা যেন লাগিল । কথা আৰু হাঁহি বোৰতে লোকাই আছে আমাৰ গুৰুমা গৰাকী । সদায়ে পাই যাওক আৰু বিলাই যাওক । আজীৱন সুখী হওক আমিও সুখী হম 🙏🙏❤❤
আমাৰ গুৰুমা সদায় বিশেষ, আপোনাৰ সান্নিধ্যই জীৱনটো ভৰাই তুলিলে সঁচাকৈ ❤❤❤🙏
গুৰুমাক দেখিলেই দুখবোৰ দূৰলৈ যায় । বহুত ভাল লাগে ।দুয়োলৈ মৰম দিলোঁ ❤️❤️❤️
সঁচাকৈ এই পৃথিৱীৰ সমস্তখিনি যোগাত্মকতা গুৰুমা ৰ গাতেই যেন জীৱন্ত ৰূপত বৰ্তি আছে এনে লাগিছে। এনে ব্যতিক্ৰমী অনুষ্ঠান মই পূৰ্বে কেতিয়াও চোৱা নাছিলোঁ।
Thank you Pallabi Hazorika baa for providing this fruitful video to us.🙏
বৰ হেঁপাহ আছিল আপোনাক লগ পোৱাৰ। সেয়া পালো... আপুনি সাৱটি ধৰি পিঠিত হাত থোৱাৰ সময়ত মোৰ বুকুত যি অনুভৱ হৈছিল সেয়া ভাষাৰে বুজাব নোৱাৰিম।
গুৰু মা আপোনাৰ সান্নিধ্য পাই সদায় সুখী ৷আপোনাৰ প্ৰতিটো কথাই পজিটিভ ৷
গুৰু মা বুলিয়েই কৈছো আপোনাৰ কথাবোৰে অন্তৰ খন চুই যাই ।
Reiki xikibo juwa r ekmatro main reason e asil Guruma❤️❤️🙏🏼🙇🏻♀️
গুৰুমা❤️❤️❤️
হেপাঁহেই নপলায় আপোনাৰ মাত শুনি, আপোনালৈ চাই......
মোৰ সাহস, অনুপ্ৰেৰণা গুৰুমা ❤❤❤
Guru maa pronam
প্ৰণাম গুৰুমা 🙏🙏 দেখা পায় বহুত ভাল লাগিল ❤️❤️
যেতিয়া গম পাইছিলোঁ গুৰুমা ইয়াত আহিছিল।তেতিয়াৰ পৰা অধিৰ আগ্ৰহেৰে ৰৈ আছিলোঁ গুৰুমাৰ কথা শুনিব😍🙏
গুৰুমাক ওচৰত পোৱা যেন লাগিল,,,ইমান যে মন গৈছে লগ পাব❤️❤️❤️
Guru maa pranam.
প্ৰণাম গুৰুমা 🙏🏻 আপোনাক বহুত বহুত মৰম আৰু শ্ৰদ্ধা জনালোঁ ।
গুৰু মা' প্ৰণাম🙏বহুত উপকৃত হৈছো আপোনাৰ ওচৰত ৰেইকি বিদ্যা লৈ😍❤️
❤❤ বহুতো ভালপোৱা থাকিল ❤❤দুয়ো গৰাকী লৈ❤❤কুশলে মঙ্গলে থাকক।
ভিডিঅ টো চাই ভাল লাগিল ধন্যবাদ জনাইছো তোমাক 🙏🙏🙏🙏🙏🙏🙏🙏🙏
বহুত ভাল লাগিল...গুৰুমালৈ বহুত আশীববাদ থাকিল...🙏🙏🙏
গুৰুমা😍😍😍।অৱশেষত অপেক্ষাৰ অন্ত পৰিল
❤❤❤❤❤ অতি সুন্দৰ আলোচনা। সাক্ষাৎকাৰ টো চাই বহুত ভাল লাগিল। বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো কৰিলো। মনৰ হেঁপাহেৰে সুখী হৈ থাকক আজীৱন। ভগৱান কুশল কৰক।❤❤❤
আজি বহু দিনৰ মূৰত বহুত হাহিলো। বহুত বহুত ভাল লাগিল
গুৰু মা আপোনাৰ মা তো শুনি বৰ ভাল লাগে
গুৰুমা আপোনাৰ প্ৰতিটো কথাই অন্তৰ চুই যায়,বাট চাই আছিলো।আপোনাৰ ওচৰত ৰেইকি শিকিবলৈ পোৱাটোৱেই আমাৰ সৌভাগ্য। ❤❤❤❤❤❤❤
🙏 মা আপোনাৰ কথা বোৰ শুনিয়েই মনটো ভাল লাগি গৈছে। এনে লাগিছে যেন শুনিয়েই থাকিম। আপোনাক লগ পোৱাৰ আশা থাকিল মা।
গুৰুমা প্ৰণাম
অ গুৰুমা, আপোনাৰ কথা শুনিলে শুনি থাকিব মন যায়❤❤❤
আশীৰ্বাদ কৰি থাকিব🙏🙏
Ma hoi amar,ki paisu ki dise setu matra guru mar ei sontan bure he jane🥰 we love you Maa..Apuni vale thakok
Teu kor hoi .kenekoi teu pora hikibo parim
গুৰুমা আমাৰ সকলো❤ সাহস, বহুত শ্ৰদ্ধা আপোনালৈ
xodaai khusori asilu gurumar interview tu...aji pai golu...ufffff Guruma...ki kom apuni mur angel hoi....bhale thakok xodai....❤❤
আমাৰ শ্ৰদ্ধাৰ আৰু মৰমৰ গুৰুমা 🥰🥰🥰Love you Guruma🎉
মা আপোনাৰ কথা বোৰ শুনি বৰ ভাল লাগে লগ পোৱা ইচ্ছ ❤❤❤
সাহসৰ অন্য এক নাম "গুৰুমা"❤️
পল্লবি লৈও বহুত ধন্যবাদ
প্ৰণাম গুৰুমা, আপোনালৈ বহুত মৰম আৰু শ্ৰদ্ধা জনালোঁ ❤
Guru sir aru guruma mor jibonor vardan. Najanu kiman ki val kam korisilu je teulokok palu eitu jonomot aru ei reiki urjar xoite sinaki holo ❤
গুৰুমাৰ সান্নিধ্য পোৱা জনে বুজিব❤❤❤প্ৰণাম গুৰুমা।
🙏❤🙏
গুৰুমা বুলি মইও গেৰুৱা বসন আৰু মালা পিন্ধা নাৰী এগৰাকিকে কল্পনা কৰিচিলো 😍
আমাৰ সকলোৰে মৰমৰ গুৰুমা 🙏🙏🙏❤
বহুত বহুত ভাল লাগিল গউৰউমআ,🙏
Saboloi roi asilu Guru Maa ❤ Guru maa beleg eta santi , bujabo nuarim .🙏🙏
Gurumaa❤bohut bhal lagil...aapunar khula hanhitu ❤hodai bhale thakok..
Amar Sradha aru morómia Guru Maar Jiwanr kotha n Reiki mullybun kótha suni mak kasote dekha Jen lagil ❤❤❤🙏🙏🙏
Mur guruma,bohut bohut val loga maa.mur houvagyo eigoraki gurumar pora dikhya lobo palu.
Finally অপেক্ষাৰ অন্ত পৰিল। আমাৰ গুৰুমা ❤
নাজানো গুৰুমাৰ ওচৰত কি যাদু আছে, তেওঁক একেথৰে মন্ত্ৰমুগ্ধ হৈ চাই থাকিলেও হেঁপাহ নপলায়।❤❤
Nijok nirugi kori aji nijor logote anok hustho kori tula hoktikon hohokon apuni. ❤ u Gurumaa.
সুন্দৰ অনুষ্ঠান ❤
গুৰুমা❤❤❤আগ্ৰহেৰেৰৈ আছিলো এই Episode টোৰ বাবে😍
Gurumaa apunar kotha bur huni bohut Shanti feel koru
আমাৰ গুৰুমা 🙏🥰🥰🥰❤❤❤
ইমান ধুনীয়া লাগিল কথাখিনি ❤️ only positivity & love...
বহুত ভাল লাগিল গুৰুমা, আপোনাৰ কথাবোৰে বহুত প্ৰেৰণা দিয়ে❤🙏🙏🙏
আমাৰ গুৰুমা 💖 প্ৰণাম গুৰুমা🙏❤
বহুত, বহুত ভাল লাগিল। মনটো পবিত্র, পবিত্র লাগিল💕🙏💕
গুৰু মা আপোনাৰ পৰা জীৱনত বহু পাইছো। ৰেইকীয়ে মোৰ জীৱনত বহুত দিছে। আপোনাৰ ওচৰত চিৰকৃতজ্ঞ 🙏🙏🙏🙏
Gurumaak kot log pam plz jonabo nki
Gurumaa pranam..🙏🙏🙏 apunar pora Reiki hiki ji dhorone upokrito hoisu tar babe apunaloi akhek Dhanyabaad jonaisu. 🙏🙏🙏🙏
কথা বিলাক বহুত ভাল লগা ❤।।।
অনি:শেষ ভালপোৱা গুৰুমা❤
Eitu episode sabole roi asilu .tekhetok aku usoror pora poa jen lagil. duyugorakile morom aru shardha thakile ❤
কিমান যে ভাল পাওঁ আপোনাক গুৰুমা❤❤❤🙏
KOTHABUR BOHUT VAL LAGISE MAMOR
❤❤❤gurumaaa ❤apunar kotha bilak huni thakile hosakoi huni thkibo mon jai..
মোৰ জীৱনৰ এগৰাকী বিশেষ ব্যক্তি গুৰুমা❤
Phone number ase neki.plz dibo sun ase jodi
Dhanyabad 2ugarake baideuloi❤❤
বৰ ভাল অনুভৱ হয় ।❤
Moi reiki hunisilu but aaji aapunalukor kotha huni imanei val lagil bujabo nuwaru ❤❤❤
GurumarkothaburBohut dhunia koi koisa ❤🙏🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🙏🙏🙏🙏🙏🙏🙏🏻🙏🏻🙏🙏🏻🙏🙏🏻🙏🙏🏻🙏
Vall Lagile Apunalukr Anusthan Tu Sai Dhanyavaad Eman Dhuniakoi Bujai Diyar Babe❤❤🙏❤❤
Apunalukar kathabur huni khub val lagil
মা আপুনি সদায় বিশেষ ❤🙏
Guru ma pronam 🙏🏻
ইমান পজিটিভ কথা ❤
Yes..Heal our mind❤
Moi reiki astrology r proti horu r porai bohut interested hoi aru hikiboloi bohut mon Jai aru jtia logor ajonir pora apunar bikhoye hunilu hikiboloi bohut mon hoise সুবিধা পালে nissoi jam
Eman besi val lagil bujabo nuwaru... Eman positivity... Montu bohut val lagi gol..❤
Pallubi mar Katha studiot gurumak Lak paey bahut val lagil ❤❤❤
আপুনি আমাৰ বহুত মৰমৰ গুৰুমা 🙏❤️
প্ৰণাম গুৰুমা🙏বহুত বহুত মৰম আৰু শ্ৰদ্ধা আপোনালৈ🙏
Pahori jua kotha bur punor monot pelai dile, Thank you Gurumaa
গুৰুমা ❤️❤️❤️ আপুনি আমাৰ সাহস🙏🙏🙏
গুৰুমা ❤️🙏🏻
Guruma mat tu hunila huni thakibo mon jai bohut vl lagil video tu sai❤❤❤❤❤❤❤
Guruma apunar xoru kalor katha bor jani val lagil❤
Guru maa ❤ xodia happy thaka... miss you.. Guru maa.❤
আমাৰ সাহস গুৰু মা ❤
আমাৰ গুৰুমা 🙏🙏🙏
So much love guruma ♥️😘🧿
Guruma bohut val lage,💓💓💓💓💓💓
সদায় কুশলে থাকক।।।।
সাহসৰ অন্য নাম গুৰুমা😘❤
Bhut hundraà akuobishaytu dibr babe anurudh krilu🙏🙏
Pranam gurumaa... Amr sakolore gurumaa❤❤❤❤🙏🙏🙏🙏
বহুত ভাল লাগিল গুৰুমা🙏
Aapuni ekdam nutral,.. externally and internally 🙂..,,.... DIVINE FULL Personelity
আপুনি সদায় বিশেষ মা❤ ভগৱানে ভালে ৰাখক আপোনাক মা❤
Our Angel.... Really she is
প্ৰণাম গুৰুমা 🙏
Kathabur bahut val lagi❤se
প্ৰণাম গুৰুমা 🙏 আপুনি কোৱাৰ দিনাৰ পৰাই ৰৈ আছিলোঁ এই খণ্ড টোৰ। সাহসৰ অন্য এক নাম আপুনি