হেঁপাহৰ তিতাবৰ | Hepahor Titabor | A Documentary song on Titabor by Lakshi Sarmah

แชร์
ฝัง
  • เผยแพร่เมื่อ 11 ม.ค. 2025

ความคิดเห็น •

  • @rubultamuli9545
    @rubultamuli9545 6 หลายเดือนก่อน +28

    সুন্দৰ হৈছে , আপোনাৰ সৃষ্টিৰ বাবে এজন তিতাবৰীয়া হিচাপে গৌৰৱাম্বিত 🙏🙏 আগুৱাই যাওক 🙏🙏

  • @NayanBharali-py8my
    @NayanBharali-py8my 6 หลายเดือนก่อน +5

    ইতিহাস সমৃদ্ধ তথ্যৰে ভৰপূৰ সংগীতটি অতি সুন্দৰ ....চাৰ....এনে এটি গীত উপহাৰ দিয়াৰ বাবে বহুত ধন্যবাদ চাৰ ..

  • @MINAKSHIKachari-t1l
    @MINAKSHIKachari-t1l 14 วันที่ผ่านมา +2

    💓💗

  • @dhrubajyotiborgohain2843
    @dhrubajyotiborgohain2843 6 หลายเดือนก่อน +10

    সুন্দৰ শব্দ, কণ্ঠ, উপস্থাপন, শুভেচ্ছা জনালোঁ। তিতাবৰ খনক ইমান সুন্দৰকৈ উপস্থাপন কৰিছে।

  • @ankurjyotiborah1235
    @ankurjyotiborah1235 หลายเดือนก่อน +1

    Bohut duniya hoise sir ❤❤❤❤❤❤❤❤❤

  • @gitanjolidas8702
    @gitanjolidas8702 6 หลายเดือนก่อน +3

    ইমান সুন্দৰকৈ উপস্থাপন কৰিছে তিতাৱৰখন, সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছো। আপোনাক বহুত বহুত শুভেচ্ছা জনালো।

  • @promodgoswami2100
    @promodgoswami2100 6 หลายเดือนก่อน +3

    অতি সুন্দৰ। লক্ষী শৰ্মা বহুত বহুত ধন্যবাদ

  • @anantakarateofficial9126
    @anantakarateofficial9126 6 หลายเดือนก่อน +4

    বহুত সুন্দৰ, খুব ভাল লাগিল।
    তিতাবৰীয়া হিচাপে গৌৰৱান্বিত।

  • @raagmanojmusical9119
    @raagmanojmusical9119 3 หลายเดือนก่อน

    অতি সুন্দৰ হৈছে ককাইদেউ ।❤️❤️❤️

  • @official2605
    @official2605 6 หลายเดือนก่อน +3

    তিতাবৰৰ যুৱক হিচাপে গৌৰৱবোধ কৰিছো।আপোনাৰ কথা, সুৰ আৰু উপস্থাপন অতি সুন্দৰ।।।

  • @SurjyaPhukan-ub1ky
    @SurjyaPhukan-ub1ky 3 หลายเดือนก่อน +1

    ভাল হৈছে। বহু ত ভাল হৈছে, আপুনি আগবাঢ়ি যাওক। ধন্যবাদ।

  • @kaberigogoi1332
    @kaberigogoi1332 6 หลายเดือนก่อน +3

    বৰ সুন্দৰ হৈছে চাৰ ।আপোনাৰ কণ্ঠ আৰু গীতটি শুনি মহেন্দ্ৰ হাজৰিকা দেবলৈ মনত পৰি গল ।আমি গৌৰাম্বিত

  • @KrishnaBorchetia
    @KrishnaBorchetia 6 หลายเดือนก่อน +3

    আপোনাৰ কণ্ঠ আৰু গীতৰ কথাই মন ভৰাই তুলিলে ❤ সদায় আমাৰ আদৰ্শ হৈ থাকিব💐

  • @aabritabordoloi3855
    @aabritabordoloi3855 3 หลายเดือนก่อน

    আপোন তিতাবৰকলৈ গোৱা এইতো সম্ভৱ প্ৰথডা°টি গীত ৷ সুন্দৰ ! তিতাবৰৰ জীয়ৰী হিচাপে গৌৰাৱাম্বিত ! 🙏

  • @BidyutKachari-cv5zd
    @BidyutKachari-cv5zd 4 หลายเดือนก่อน +2

    Moja sir❤❤

  • @poransaikia5299
    @poransaikia5299 6 หลายเดือนก่อน +4

    বৰ ভাল লাগিল ছাৰ......... ভগৱানে আপোনাৰ এই সুৰীয়া যাত্ৰাত সদায় সহায়ক হওঁক....... আপোনাৰ সান্নিধ্যত আমিও গৌৰৱান্বিত..

  • @nitulgogoi8229
    @nitulgogoi8229 5 วันที่ผ่านมา +1

    Apunar hur val . Aguwai jawk

  • @sumitraborgohain4863
    @sumitraborgohain4863 6 หลายเดือนก่อน +2

    বহুত ধুনীয়া হৈছে লক্ষী দা, আৰু আগুৱাই যাওঁক তাৰে কামনা কৰিলো 🙏🙏

  • @lxgogoi3341
    @lxgogoi3341 6 หลายเดือนก่อน +2

    বৰহোলা গজলা সত্ৰৰ পৰা মৰম যাচিলো❤

  • @kiran__moyee__
    @kiran__moyee__ 6 หลายเดือนก่อน +6

    Khub dhuniya hoise sir♥️🙏..keep going on🎉

  • @Achyutaarya
    @Achyutaarya 6 หลายเดือนก่อน +4

    ছাৰ🙏সুন্দৰ ৷ আপোনি আৰু আপোনাৰ কণ্ঠ চীৰ সুন্দৰ ৷ আপোনাৰ পৰাই মই সংগীতৰ পৃথিৱীত প্ৰথম খোজ আগবঢ়াইছিলো ৷🙏🙏🙏

  • @JyotimayeeKachari
    @JyotimayeeKachari 6 หลายเดือนก่อน +1

    অসম বাসি ৰাইজৰ বাবে এটি গৌৰৱৰ কথা❤️

  • @MarryBuragohain-ds1zp
    @MarryBuragohain-ds1zp 6 หลายเดือนก่อน +2

    Vl lagil huni. titabor apun amar hokolure ..huvecha thakil ru aguai jaouk apuni..

  • @latumoniyoutubechannel8332
    @latumoniyoutubechannel8332 6 หลายเดือนก่อน +3

    বৰ সুন্দৰ হৈছে দাদা আগলৈ আৰু শুনিবলৈ পাম বুলি আশা কৰিলোঁ।

  • @MonNilim-xm7fq
    @MonNilim-xm7fq 6 หลายเดือนก่อน +4

    মই যোৰহাটৰ হই নিজৰ যোৰহাটৰ গৌৰৱ বোৰ দেখিলে বৰ ভাল লাগে ভিডিঅ টো চাই খুব ভাল লাগিল ❤❤❤❤❤

  • @gitashrihazarika1253
    @gitashrihazarika1253 6 หลายเดือนก่อน +2

    Hundor sir🎉

  • @RaktimKachari-bc1ue
    @RaktimKachari-bc1ue 5 หลายเดือนก่อน

    সুন্দৰ লাগিল গানটো বহুত বহুত ভাল লাগিল আৰু আগুৱাই যাওক। 🙏🙏

  • @KasturiRabha
    @KasturiRabha 6 หลายเดือนก่อน +5

    Bohout val lagise❤❤

  • @Dhiren9056
    @Dhiren9056 6 หลายเดือนก่อน +1

    তিতাবৰৰ গৌৰব সুন্দৰ হৈছে

  • @debojitsaikia2867
    @debojitsaikia2867 4 หลายเดือนก่อน

    বহু ত ভাল লাগিল। কথা, সুৰ, কণ্ঠ, মহত্ব পূণ সংগীত।

  • @jintuchutia9092
    @jintuchutia9092 6 หลายเดือนก่อน +1

    গৌৰব কৰিছোঁ তিতাবৰ বসি হৈ। ❤❤❤

  • @porinitadutta7348
    @porinitadutta7348 7 หลายเดือนก่อน +3

    সঁচাকৈ বৰ ধুনীয়া হৈছে 🥰🥰 তিতাবৰ অঞ্চলৰ লোক হিছাপে গৌৰাম্বিত

  • @tapanchaliha7055
    @tapanchaliha7055 6 หลายเดือนก่อน

    বহুত সুন্দৰ হৈছে।আপোনাক অভিনন্দন জনালো।

  • @Nayasaaa___2x
    @Nayasaaa___2x 6 หลายเดือนก่อน

    অতি সুন্দৰ ❤

  • @srimantasaikia9451
    @srimantasaikia9451 6 หลายเดือนก่อน +2

    সুন্দৰ দাদা । সংগীত ধুনিয়া হৈছে

  • @munmikachari6189
    @munmikachari6189 6 หลายเดือนก่อน

    বেকাজানৰ পৰা বহুত বহুত মৰম যাছিলো❤❤❤❤

  • @Dhunu__131
    @Dhunu__131 6 หลายเดือนก่อน +1

    সঁচাকৈ বহুত ধুনীয়া হৈছে Sir 🎉Proud of be a Titaborian ❤😊

  • @rohidas8280
    @rohidas8280 6 หลายเดือนก่อน

    এনে এটি গান আমাৰ মাজলৈ আগবঢ়োৱাৰ বাবে ধন্যবাদ 🎉🎉🎉🎉🎉

  • @kankanahazarika6925
    @kankanahazarika6925 6 หลายเดือนก่อน +1

    বহুত সূন্দৰ । আপোনাক লৈ আমিও গৌৰৱান্বিত ছাৰ

  • @Dipalipator
    @Dipalipator 6 หลายเดือนก่อน +1

    অতি সুন্দৰ ছাৰ ❤.. আপোনাক লৈ গৌৰৱ অনুভৱ কৰিছো ❤🎉. কাৰণ আপোনাৰ জৰিয়তেই মই সংগীত জগতৰ লগত চিনাকি হৈছো.. ❤ আপোনালৈ বহুত বহুত শুভেচ্ছা থাকিল ছাৰ 🎉😊

  • @ParagBorah-r2e
    @ParagBorah-r2e 6 หลายเดือนก่อน

    বহুত সুন্দৰ হৈছে আগুৱাই জক ❤❤❤❤❤

  • @GlobalAssam23
    @GlobalAssam23 6 หลายเดือนก่อน +1

    গীতটি শ্ৰুতিমধুৰ হৈছে। ভাল লাগিল

  • @trilosongogoi
    @trilosongogoi 6 หลายเดือนก่อน +1

    ভাল হৈছে গীতটো৷

  • @P.Kachari15
    @P.Kachari15 6 หลายเดือนก่อน +1

    সুন্দৰ কণ্ঠ আৰু সুন্দৰ উপস্থাপন শুভেচ্ছা থাকিল 🎉

  • @MainuDutta-f5g
    @MainuDutta-f5g 6 หลายเดือนก่อน +2

    মৰমৰ মহাটিৰ সুৰিয়া কন্ঠেৰে ভাল লাগিল শুনি গীতটি বহুত । আপোনাৰ যাত্রা চিৰযুগমীয়া হওক। মিঠািই চিঠাই বোৰ খাবলৈ মাতিব মোকো। পাহৰি নাযাব যোৰহটীয়া হলো বুলি,, তিতাবৰৰে জীয়ৰী কিন্তু।

  • @juntisaikia9666
    @juntisaikia9666 6 หลายเดือนก่อน +2

    আপোনাৰ এই অনুপম সৃষ্টি বহুত সুন্দৰ চাৰ ❤

  • @samimarahman9326
    @samimarahman9326 6 หลายเดือนก่อน

    আপোনালৈ সহস্ৰ প্ৰণাম ইমান সুন্দৰকৈ তিতাবৰখন বৰ্ণনা কৰিছে 🙏🙏

  • @rubulborah4948
    @rubulborah4948 6 หลายเดือนก่อน +2

    শব্দেৰে বুজাব নোৱাৰা অনুভূতি ! অশেষ ধন্যবাদৰ পাত্ৰ আপুনি।

  • @simachutiapachoni4180
    @simachutiapachoni4180 6 หลายเดือนก่อน +1

    Geet ti bohut vl hoise. Huni thakile huni thakibole mon jai. Kantha bohut huwala, lagate video ti vl hoise. ❤❤❤

  • @basantaneog4745
    @basantaneog4745 6 หลายเดือนก่อน +1

    বহুত ভাল লাগিছে তিতাবৰৰ আমি🥰🥰

  • @rumiborah3007
    @rumiborah3007 7 หลายเดือนก่อน +1

    শৰ্মা ছাৰৰ অনুপম সৃষ্টি..... বহুত ভাল লাগিছে।

  • @amanishahazarika2093
    @amanishahazarika2093 6 หลายเดือนก่อน +1

    সুন্দৰ সৃষ্টি , তিতাবৰৰ বৰ্ণনা অনুপম ,আগুৱাই যাওঁক 🎉💐

  • @pallobibora5560
    @pallobibora5560 6 หลายเดือนก่อน +3

    চাৰ বহুত ভাল লাগিছে আপুনি আগুৱাই যাওক ❤

  • @PritomUrang-f4m
    @PritomUrang-f4m 6 หลายเดือนก่อน

    🎉🎉super lakhi da mur nieghbours..❤❤

  • @keshabbharali5822
    @keshabbharali5822 6 หลายเดือนก่อน +1

    গীত টো শুনি গৌৰৱ অনুভব কৰিছো ধন্যবাদ আপোনালৈ

  • @nandankumarsarmah4830
    @nandankumarsarmah4830 6 หลายเดือนก่อน +2

    অতি সুন্দৰ হৈছে শৰ্মা ডাঙৰীয়া ৷ ইমান কম সময়ত সকলো তথ্য গীতটোত সন্নিৱিষ্ট কৰাটো সম্ভৱ নহয় যদিও আপোনাৰ প্ৰচেষ্টা শলাগিবলগীয়া ৷

  • @PulakSaikia-zo7vi
    @PulakSaikia-zo7vi 6 หลายเดือนก่อน +1

    বহুত সুন্দৰ হৈছে,আৰু আঁশা কৰিলো

  • @madhabmunda3858
    @madhabmunda3858 6 หลายเดือนก่อน +1

    Bohut hundor

  • @borashaborah4929
    @borashaborah4929 6 หลายเดือนก่อน +1

    Vl lagil huni gantu sir🎉🎉🎉

  • @P.verma664
    @P.verma664 6 หลายเดือนก่อน

    Bohut hundor sir 🎉

  • @madangogoi3599
    @madangogoi3599 6 หลายเดือนก่อน

    সুন্দৰ বহুত সুন্দৰ

  • @AnushuyaSaikia
    @AnushuyaSaikia 6 หลายเดือนก่อน +1

    চাৰ বহুত ভাল লাগিল গানটো শুনি☺️

  • @GopalKachari-e5t
    @GopalKachari-e5t 6 หลายเดือนก่อน

    bohut vhal lagil dada aru jen vobisoti titabor hoi ata grob hoi

  • @rintu_kachari_125kvew
    @rintu_kachari_125kvew 6 หลายเดือนก่อน +1

    Compose, bohut dhuniya hosie and bohut nojona kotha ei ganntur jugedi janibo pora goise akha koru aru enkuwa vl vl artho purno gan aag borhai jabo amr babe ,proud of you sir 💗🫀

  • @nabanitakalita7142
    @nabanitakalita7142 6 หลายเดือนก่อน +1

    Hundor hoi sa dada amer titabor❤️❤️❤️

  • @AnkitaSaikia-sm8qm
    @AnkitaSaikia-sm8qm 6 หลายเดือนก่อน +2

    হেঁপাহৰ,মৰমৰ ,আবেগৰ তিতাবৰ 💌

  • @LalitGogoi-y3u
    @LalitGogoi-y3u 8 วันที่ผ่านมา +1

    Very good,❤👏👏👏👍👍👍👍

  • @আইমন-ম৩ছ
    @আইমন-ম৩ছ 7 หลายเดือนก่อน +5

    বহুত ভাল লাগিল ছাৰ৷হেঁপাহৰে তিতাবৰক লৈ আমিও গৌৰৱান্বিত৷তাতে নিজকে ভিডিঅটোত দেখা পাই আনন্দিত হলোঁ৷(অনুৰাধা)

    • @dipagogoi3634
      @dipagogoi3634 6 หลายเดือนก่อน

      জানমণি

  • @dreamhouse7160
    @dreamhouse7160 6 หลายเดือนก่อน

    খুব সুন্দৰ

  • @sumitrabora1973
    @sumitrabora1973 6 หลายเดือนก่อน +1

    Hundor sir aagbahi jawuk

  • @atozpranjal8831
    @atozpranjal8831 6 หลายเดือนก่อน

    সুন্দৰ ❤️🙏🙏 বৰ সুন্দৰ উপস্থাপন

  • @PompiSaikia-g3v
    @PompiSaikia-g3v 6 หลายเดือนก่อน

    অপূৰ্ব 👌👌॥

  • @zerobudgetassam8638
    @zerobudgetassam8638 6 หลายเดือนก่อน

    Bohut val lagil ❤

  • @nijarahazarika1107
    @nijarahazarika1107 6 หลายเดือนก่อน

    শুভেচ্ছা থাকিল । ভাল লাগিছে বাৰু ।

  • @gubinsaikiya2373
    @gubinsaikiya2373 6 หลายเดือนก่อน

    Bohut bohut val lagile.

  • @debojitbaruah4935
    @debojitbaruah4935 6 หลายเดือนก่อน +1

    সুন্দৰ অৱদান তিতাবৰ বাবে

  • @PujaYadav-kn3rn
    @PujaYadav-kn3rn 6 หลายเดือนก่อน

    Bohut vl lagil sir❤❤

  • @ankurbhusonsarmaofficial352
    @ankurbhusonsarmaofficial352 7 หลายเดือนก่อน +1

    বঢ়িয়া হৈছে দেই

  • @mymixsite1807
    @mymixsite1807 6 หลายเดือนก่อน +1

    গান টো শুনি নিজকে তিতাবৰ বাসিন্দা বুলি কবলৈ গৌৰৱ কৰিছোঁ।🙏🏻

  • @SurajChetry-kf6wt
    @SurajChetry-kf6wt 6 หลายเดือนก่อน

    সুন্দৰ হৈছে ছাৰ 👍❤️

  • @binasaikia8837
    @binasaikia8837 6 หลายเดือนก่อน +1

    খুব ভাল লাগিল চাৰ আপোনাৰ এই গীতটি শুনি 💐

  • @wondeerbe25
    @wondeerbe25 6 หลายเดือนก่อน

    Titabar Pulibor....kothar nai lor....Nimati kimanor baat......love my Titabar

  • @RahulChutia-h7u
    @RahulChutia-h7u 6 หลายเดือนก่อน

    Hundar dada❤❤❤

  • @suvanjitkachari3044
    @suvanjitkachari3044 6 หลายเดือนก่อน

    Hundor❤

  • @AnantaGogoi-c8l
    @AnantaGogoi-c8l 6 หลายเดือนก่อน

    ভাল লাগিল

  • @mahantada
    @mahantada 6 หลายเดือนก่อน

    Bor hundor hoise ❤

  • @gunadagogoi8532
    @gunadagogoi8532 7 หลายเดือนก่อน +2

    Hunadar hoise sir

  • @roktimsaikia2315
    @roktimsaikia2315 6 หลายเดือนก่อน +4

    Excellent sir♥️😍🥰👍👌🏻

  • @JyotiDevi-tg1es
    @JyotiDevi-tg1es 6 หลายเดือนก่อน

    Khub Val lagil sir

  • @moinakonbakhor8527
    @moinakonbakhor8527 6 หลายเดือนก่อน

    Dhuniya hoisa sir

  • @juligogoi9127
    @juligogoi9127 6 หลายเดือนก่อน

    Hundor hoise....

  • @pahibora8710
    @pahibora8710 6 หลายเดือนก่อน

    Bht vl hoise sir❣️👌

  • @sibani__borah1234
    @sibani__borah1234 7 หลายเดือนก่อน +1

    Bhut dhuniya hoise sir👌

  • @AnimaGogoi-y5r
    @AnimaGogoi-y5r 6 หลายเดือนก่อน

    অতি সুন্দৰ সৃষ্টি ❤❤❤❤❤❤

  • @GiNNiVlogs-03
    @GiNNiVlogs-03 6 หลายเดือนก่อน

    Proud of you Lokhi moha .......

  • @enjoyit4270
    @enjoyit4270 6 หลายเดือนก่อน

    Bhtttt dhuniaaa hoisee. Titabar amar pran ❤

  • @PriyakshiSaikia-mh2uo
    @PriyakshiSaikia-mh2uo 6 หลายเดือนก่อน

    Bahut hundor hoi sa sir❤ very nice❤

  • @gautombordoloi6660
    @gautombordoloi6660 6 หลายเดือนก่อน

    তিতাবৰৰ তিতাখিনিক মিঠা কৰি আপোনাৰ এই মধুৰ সৃষ্টি ক প্ৰণাম জনালোঁ।🙏

  • @_kanai_Roy
    @_kanai_Roy 6 หลายเดือนก่อน

    Khup sundor lagila 😊

  • @jayantadas2158
    @jayantadas2158 6 หลายเดือนก่อน +2

    সুন্দৰ গাইছে