মাজুলী ৰাস-২০২২ বৰ্ষ||কংসালয়||দৰিয়াডুবি পাৰ||Majuli Rakh-2022||Konkhaloy||Dariadubi Par||Rakh Majuli
ฝัง
- เผยแพร่เมื่อ 7 พ.ย. 2022
- মাজুলী ৰাস-২০২২ বৰ্ষ
"কংসালয়"
স্থান- দৰিয়াডুবি পাৰ
উদযাপন সমিতি- যুৱ সমন্বয় কৃষ্টি সংঘ,মাজুলী
সমূহ শিল্পীবৃন্দ আৰু কলা কুশলীলৈ আমাৰ চেনেলৰ তৰফৰ পৰা অফুৰন্ত মৰম শুভাশীষ জ্ঞাপন কৰিলো🙏💖🙏
#MajuliRakh_2022#SumitSaikia_Official - เพลง
Tnk uuu dei..
বৰ সুন্দৰ অভিনয় কৰিছে আপুনি, কৃষ্ণ🙏🙏🙏
Doriya par rash saisu agote...
Ekdm best...khub vl lge
কৃষ্ণ🙏🙏🙏ধন্যবাদ
মাজুলীৰ ৰাস ভাগ ব্ৰজাৱলী ভাষা নোহোৱা বাবে বহুত বহুত বেয়া লাগিল। বিশেষকৈ মাজুলীৰ বাবে।
Ranga da 🔥🔥
Ranga da🔥🔥🔥❤️
বহুত ভাল লাগিল।
ধন্যবাদ
সুন্দৰ
ইমান বেয়া অভিনয় কৰিছে বসুদেৱ-দৈৱকীয়ে। কংসৰ অভিনয় বৰ ধুনীয়া।
কৃষ্ণ🙏
ai scene tut bokhudev doiboki uluai ni......kiba bhom dekhile niki
dhunia hoise
Bht bht vl lagil
ধন্যবাদ
Hvyy
বৰ ভাল লাগিল
ধন্যবাদ
Ranga da 🔥 ❤️
বহুত ভাল লাগিল, নিজে ৰাস কৰা দিনলৈ মনত পেলাই দিলে
সুন্দৰ অভিনয় 🙏
Bohut val lagise ,
ধন্যবাদ
ৰাংগা দা falon 🔥❤️❤️ #broklendboy
ranga daa🔥❤️
Bohut dhuniya hoisa
Oti xundar🙏🏾
ধন্যবাদ
Bohut Dhuniya lagil sai 🙏
ধন্যবাদ
Ranga da 🥳
Anekua rakh aibar ai first saisu bht val lagil ❣️❣️❤️❤️😘
Ranga da op
Ranga da 🔥
Ranga da juiii
কংসৰ অভিনয় অতি সুন্দৰ ৷
Ranga da is very best .
mojja hoise
ধন্যবাদ
Xundor abhinoy konkhr 👍👍👍...... Bhut bhal lagil sai 🙏🙏🙏
ধন্যবাদ
ধুনিয়া লাগিছে
Very. Nice
" দাদা......কোৱাচোন মই কিয় মৃত্যুদণ্ড ..." "কো.... নো চিন্তা নকৰিবা দাদা "দৈৱকীৰ বচন গোৱাৰ এটা সুৰ উলাই পৰিছে, আৰু স্পষ্টতা নাই । আৰু বসুদেৱে ইম্মান speed ত বচন গাইছে, বসুদেৱ আৰু দৈৱকীৰ অভিনয় মুঠেই ভাল নালাগিল। প্ৰথম বাৰৰ বাবে দেখিছোঁ এনেকুৱা দৈৱকী , অলপ ও কান্দোন নাই , voice ও বেয়া।বাকী কংসৰ অভিনয় খুব সুন্দৰ।
অনুশীলন ৰ যথেষ্ঠ প্ৰয়োজন আছে। বাকী পৰৱৰ্তী সময়ত ভাল হ'ব বুলি আমি আশাবাদী।
আৰু গান খুব সুন্দৰ ❤️
কৃষ্ণ🙏
Hokolure obhinoy xundor hoise ❤️
Ranga da 🔥
ধন্যবাদ
Ranga da🔥🔥🔥
😍❤️🔥
Xumpornokoi salu bohut val lagil ❤️👍 Plz stay connected 🙏
broklen boy
Mjh moiu salu
Mojja 🥰🥰🥰
ধন্যবাদ
Nice bro
Val ligsa sai May You Tube hoi
মনোমোহা অভিনয় 💖
নন্দালয়ৰ ভিডিঅ দিব ।
নিশ্চয় দিয়া হব
ৰাস খন চাব গৈছিলো বহুত ভাল লাগিছিল ❤️
অনুগ্ৰহ কৰি নন্দালয় part 2 আপলোড দিব চুন।
নিশ্চয় দি আছো,,,
Jolisu dei moi ...
কৃষ্ণ🙏🙏🙏
bohut val lagil
ধন্যবাদ
@@sumitsaikiaofficial2991😊 pz😊
Namaskar bakrid shaadi
17:07
Ranga da ne?
41:51
Mojjjjj
ধন্যবাদ
Bohut val lagil🙏🙏🙏🙏
স, শ, ষ আৰু খ মাজৰ উচ্চাৰণ পাৰ্থক্য নাইকীয়া হ'ল।
Bhalkhiniw anguliai diba aku
Part 2 lage joldi
নিশ্চয় দি আছো
বসুদেৱ দৈৱকীৰ অভিনয় বৰ বেছি বেয়া হৈছে কিন্তু কংস 🔥🔥🔥
🙏
Aru anibone
আহিব নিশ্চয়
Bakhudev ji ka shaadi mein Aisa wala gana
Brockland boy channel pora yooo
17:07 17:07
দাদা অনুগ্ৰহ কৰি পাছৰ খন্দ আপলোড কৰক ।❤️
সঁচাকৈ
নিশ্চয় পাব
কংস বাহ!!! কালি চাইছিলো
সুন্দৰ কংস,,,বহুত বহুত মৰম জনালো🙏🙏🙏
অনাগত দিনত আকৌ যাম
Ovinoy hundor lagise kintu diswa tu settingse ki korile imn eta main diswa kio ..apront uliayse drop pelay haytu val loga ny. Drop dangy main stage ot korib lgcl tetiya aru val lagil heten.
Hamalusana nakariba akhamiya hangskitik,moromar sakure sawk, Silpihakalar kasta tyag buji saba. krishna🙏🙏🙏
হাঁহিৰ অবানচিৎ প্ৰয়োগ হৈছে
শব্দবোৰ দীঘল কৰি কৰি উচ্চাৰণ কৰিছে।
Bhal huaburu dekhai diba,beatu kiya dekhe pune baru
বসুদেৱ আৰু দৈহিক অভিনয় কৰিব নাজানে যদি। লব নালাগে
বসুদেৱ দৈৱকীৰ চৰিত্ৰ ভাল হোৱা নাই।।বসুদেৱ লোৱা জনে বচন মুখস্থ কৰা দৰে কৈ গৈছে
Ranga da 🔥🔥
Ranga da 🔥🔥🔥
Ranga da🔥🔥🔥❤️
Ranga da 🔥🔥
Ranga da always 🔥