Director of Scert Assam ot bohut post khali vacant hoi asa kamor Pressure bohut bahise Elementary school Education Department of Secretariet and Personal Department of Secretariet etia loike Promotion bilak xunkale dibo para nai January pora thogai thogai misa kotha koi thake azi dim kali dim buli kintu dibo para nai azi December 19/12/2024 pale Retire hua manuh bohut asa Retirement age to borabo lage 65 koribo lage State government or December Vitorot
তেনেহলে কন্দুৱা গেছত কিবা মিহলাই দিছে আপোনাৰলোকৰ মিত্ৰজোট চৰকাৰে।
অতুল বৰাই নীজে লৈ
দেখুৱাক
অতুল বড়া হ'ল এক নম্বৰ কন্দুৱা গেছ বিশেষজ্ঞ। গতিকে কন্দুৱা গেছত মানুহ নমৰে। আমি নিশ্চিত হ'ব পাৰো।অতুল বড়াই কি কি আন্দোলন কৰিছিল ডাটা পালে ভাল আছিল। বীৰ পুৰুষ বুলি জানিয়ে বিজেপি য়ে শৰাইত তামোল পান দি আদৰি নিছে। বিজেপিৰ কোলাত বহি অতুলে আৰু এটা অৰ্থাৎ কন্দুৱা গেছ বিদ্যাত যে বিশেষ পাকৈত আজি হে গম পালো। অসমৰ কৃষিত সেউজ বিপ্লব অনা মানুহজনে অতুল। সেয়ে উৎপাদিত শস্য থবলৈ অসমৰ ভৰালত ঠাই নুজুৰা হৈছে। বাপৰে বাপ! এক সাজত এক কিলো গাহৰি মাংস, কম ধেমালি নহয় দে!
Mridul Islam jodi kiba karonot Mridul Barua hol heten tetia bhupen borak tv sceen ot dekha napale hoy aji😂😂😂
Atul bora is a nonsense and greedy people with a dalal of BJP
তেওঁ নিজে প্ৰস্তুত কৰিছে যে সেই কাৰণে জানে।
যি কম সঁচা কম ।মৰে মৰে
কিয় নমৰে । অতি বেছি গেছ মুখেৰে সোমাই গলে মৰিবই । ভাত খাই থাকোতেও মৰে , পানী খাওতেও ডিঙিত লাগি মৰে ।অতুল বৰা এজন জাতিদ্ৰোহী ব্যক্তি ।
Oii toi Bangladeshi Miya nki
E jon r Manobota gun nai paton hb lol
@@Salauddin-khiljiapni BJP samsa
Tohote je Nellie t 10000 muslim Mari pelali taar hisab de toradoi.
@@mriduldas-zj6eq
Toi o hindu nam loi thoka Bangladeshi Miya
লাজ লগা কথা বৰাদেৱ শত শ্ৰহীদৰ তেজৰ বিনিময়ত ৰজভবন আৰু এতিয়া কন্দুৱা গেছ।
কথাটো সঁচা হ'ব পাৰে। কাৰণ এই এজন কন্দুৰা গেছৰ বিশেষজ্ঞ। তেওঁ কন্দুৰা গেছৰ ওপৰত পিএইচডি লৈ থৈছে।
কন্দুৱা গেছত মানুহ মৰে বুলি কৱলৈ অতুল বৰাৰ সাহস নাই । কাৰণ মৰে বুলি কলেই অতুল ৰ পদবী যাব ।
গৰু/গাহৰি মন্তীৰ অভিজ্ঞতা কিমান আছে জনা আছে! আঞ্চলিক দলৰ নেতা যে।
কংগ্ৰেছ চৰকাৰৰ দিনত ব্যৱহাৰ কৰা কন্দুৱা গেছে মানুহ মৰা আমি দেখা নাছিলো , বৰ্তমান বিজেপি চৰকাৰৰ দিনত কন্দুৱা গেছে (যদি সঁচা হয়) মানুহ মৰা দেখিলোঁ।
Atul bora now become a big scientist.
মুৰ্খ তোৰ এতিয়া নাম কীৰ্তন কৰাৰ বয়স হৈছে ।
Right
ধেমা ধৰা জনে কাৰ কথামতে শ্ৰুতলিপি লিখি কলে বাৰু। নিধক
মহোদায় আপুনি কোন কোন জেগাত জেগাত কন্দুৱা গেছৰ সন্মুখীন হৈছিল
অ গ পৰ বৰা দেবেতো এই দৰে কব লাগিব ই ।
কথাৰ মানদণ্ড ৰাখক প্ৰভু
অত্যধিক সকলোৰে বেয়া
Kio Nomoribo jodi Manuh jonr Dhoa pale Ukhah nikhahot kostow hoy Moriboy hokolore health ake nohoy ...ami Nijor ghorot jabor pura diaa dhoaa khinie dekhun ukhah loaate kosto onuvob koru aru konduaa gese nissoy okhubidha koriboy ....
5 kg gahori mankho khai ahise Sir e 😂
কন্দুৱা গেছত মানুহ নমৰে যদি লাফিং গেছত মানুহ মৰিব নেকি?? নিজে ব্যৱহাৰ কৰি চাব লাগে ।
Right
কংগ্ৰেছ চৰকাৰৰ দিনত অসমীয়াই শোধনাগাৰ আন্দোলন কৰিছিল ৷ ভাষাৰ আন্দোলন আৰু বিদেশী বহিষ্কাৰৰ আন্দোলনৰ সময়ত কন্দুৱা গেছ প্ৰয়োগ কৰা হৈছিল ৷ তেতিয়া অৱশ্যে মানুহৰ প্ৰাণ হানি হোৱা শুনা বুলি নাছিলোঁ ৷ এতিয়া মানুহ মৰা কন্দুৱা গেছ দিছে নেকি নাজানিলোঁ ৷ আজিকালি কন্দুৱা গেছবোৰ প্ৰাণনাশক হোৱা হলে নিশ্চয় বহুত প্ৰতিবাদকাৰী চিকিৎসাধীন হবলগীয়া হ'লহেঁতেননে ৷
এইটো কন্দোৱা গেছ আজিৰ পৰা নহয়, মানুহ মৰা গেছ নাম থওঁক আজিৰ পৰা। আৰু এটা কথা যদি মানুহ মৰেই মাত্ৰ এজন মানুহ মৰিল যে, কাৰণটো কি।
এই টো এটা পাগল।হয়। 0:57
তেঁও কত দেখিব ?
কংগ্ৰেছৰ দিনত অসম আন্দোলনত আঠশ কিমানজন শ্বহিদ হৈছিল । তাৰ উত্তৰ প্ৰথমতে কংগ্ৰেছে অসমৰ ৰাইজক হিচাব দিয়ক আৰু কি কাৰনত আঠশ জন শ্বহিদ হব লগা হৈছিল ।
Ata room t kundouwa gas 10 dal logai thoi xumai thakile gom pabo more ne
AGPir Bandartok mookot kondu gas bhorai Diya,
সছা কথা কৈছে কন্দুৱা গেছত মানুহ নমৰে কেৱল চকু দুটা জলন্ত জলনহয় কিছু সময়ৰ পিছত নিজেই ঠিক হয়
We are also not heard that tear gas can take life of a person before this incident. Postmortem result will clear about the death.
Atolda thik koise
Director of Scert Assam ot bohut post khali vacant hoi asa kamor Pressure bohut bahise Elementary school Education Department of Secretariet and Personal Department of Secretariet etia loike Promotion bilak xunkale dibo para nai January pora thogai thogai misa kotha koi thake azi dim kali dim buli kintu dibo para nai azi December 19/12/2024 pale Retire hua manuh bohut asa Retirement age to borabo lage 65 koribo lage State government or December Vitorot
অতুল বৰা পাগল ..সেইটো মুৰট ধৰিছে ..চোৰ চালা তই সেহ কৰিলি
কণ্ডৱা gaasot মানুহ e kandae।
Kongresor Sal . 😮🎉Agote jikono protibadot manuh morile 2 lakhehe diye aji kiyo 25 lakh
Without permission iman dangor movement kiyo korisile
Hoi. Hoi nomore
হয় হয় মানুহ নমৰে নিজেও কনদুৱা গেছ লব পাৰি আনকো দিব পাৰে ।
Atulda thik kose
Miya to Bhupen Bora babei morile
Ji kono Gassot odhik hole Maanuh more.
Congres ৰ এই বিলাক অভিনয়
Oi pagol manuh mori goise tuk atiyau natok jen lagise.murot mal ase nai tur?? Gubor khua jaat 😅
Right
Tohotr dore pagl bore asom khn ses kri pelaisa
Atul brak alp knduwa gas Diya thait bandhi thb lage .sore Sikar nkre.
🤡Atul a AGP k bikise BJP r hat t ....ru amk AGP neta Atul k mnhu buli navabu xai tene jontu r😂 ktha e Congress k khoti kribo nuare
Boradeue research kori thoi dise?
Toi eman tetufali asa
Si ebaralai kanduwa gasar mukha mukhi howa nasil.
Bjp jindabad Jay Shri Ram 💙💙💙💙💙♥️♥️♥️♥️♥️💚💚💚💚💚🖤🖤🖤🖤🖤💜💜💜💜💜🤎💜💜💜🤎💙💙♥️💙💚🖤💜
Kaplang kair mote
Ura kanduagaser Sammi rice khala khula kharoi
Try kori sabo lage.