পাকিস্তানৰ পইচা লৈ সোমালো পাকিস্তান তাৰ পিছত কি হ'ল? 😮 Pakistan Trip Epsd -2 by Bhukhan Pathak

แชร์
ฝัง
  • เผยแพร่เมื่อ 19 ก.พ. 2022
  • পাকিস্তানৰ পইচা লৈ সোমালো পাকিস্তান তাৰ পিছত কি হ'ল? 😮 Pakistan Trip Epsd -2 by Bhukhan Pathak
    Assamese vlog
    Bhukhan Pathak
    Assamese Mixture
    #bhukhanpathak #pakistantrip
  • บันเทิง

ความคิดเห็น • 2K

  • @arotisaikia7271
    @arotisaikia7271 2 ปีที่แล้ว +544

    ভূষন তোমাৰ কষ্টৰ ফলত আমি পাকিস্থান দেখিছোঁ।বহুত ধন্যবাদ।কুশলে ঘূৰি অহাৰ বাবে ভগৱন্তক প্ৰাৰ্থনা জনাইছোঁ।

  • @sashankasarma92
    @sashankasarma92 ปีที่แล้ว +19

    অসমৰ গামোছাৰ সৌস্তৱ বৰাই ভুখনে পাকিস্তান খন সুন্দৰকৈ দেখুৱালে বহুত বহুত ধন্যবাদ ,আৰু মানুহৰ ব্যবহাৰ খিনি ভাল লাগিছে। ভালে ভালে ঘুৰী অহিবৰ বাবে ভগবানৰ ওছৰত প্ৰাথ্না জনাইছু।NEET & CLEAN PAKISTAN

  • @bkdikshitadas3720
    @bkdikshitadas3720 2 ปีที่แล้ว +37

    ধন্যবাদ ভূষণ দা পাকিস্তান চাব পালোঁ তোমাৰ বাবে,,,,ভালে ভালে ঘূৰি অহা অসমলৈ,,,,,জয় আই অসম

  • @jaduranjandihingia8114
    @jaduranjandihingia8114 2 ปีที่แล้ว +27

    সুন্দৰ 🌺সঁচাই পাকিস্তানৰ পৰিবেশ টো বৰ পৰিষ্কাৰ হয়💚

    • @nabanishant3419
      @nabanishant3419 2 หลายเดือนก่อน

      O Bhai aibor indiai poisa dise.....Aapunio jabo pare ako problem nai....all boundaries aase..

  • @anuphazarika1849
    @anuphazarika1849 2 ปีที่แล้ว +22

    আমাৰ বাহিৰে বিশ্বৰ সকলো লোকেই সভ্য হৈ গৈছে যেন লাগিছে আপোনাৰ ভিডিও টো চাই। সুন্দৰ ভিডিও

  • @mhmondal5463
    @mhmondal5463 2 ปีที่แล้ว +13

    Video টো দেখি ভাল লাগিছে । ১৫ মিনিট ৯ ছেকেণ্ড দেখিলোঁ প্ৰথম পৰা শেষ লৈকে। ভাৰতৰ আৰু পাকিস্তান ৰ সকলো মানুহক নম্ৰ । ৰাজনৈতিক দল বিলাক আসন ৰক্ষা ৰ বাবে ৰাজনীতি কৰি থাকে। ভোটদানৰ সময় আহিলে । পাকিস্তান ৰাজনৈতিক দল বিলাক কব ভাৰত এইটো কৰিলে সি টো কৰিলে। আকৌ ভাৰতৰ দ'ল বিলাক কব‌ পাকিস্তান এইটো কৰিলে সি টো কৰিলে ইত্যাদি। Politics কৰে ৰাজনৈতিক দল বিলাক সাধাৰণতে মানুহ বুৰ্বগ হৈ ভোটদানৰ কৰো। এনেদৰে politics কৰিলে দেশৰ কেতিয়াও উন্নয়ন নহয়।

  • @desiboyaxom5588
    @desiboyaxom5588 2 ปีที่แล้ว +52

    পাকিস্তানৰ কৰ্মচাৰী মানুহ বিলাকৰ অকণ মানো attitude নাই, ব্যৱহাৰ বিলাক দেখি ভাল লাগিল।
    ধন্যবাদ তোমাক, ফ্ৰি কৈ পাকিস্তান দেখুৱাই দিয়া বাবে।😊🤗

  • @user-nl2cp4hi6h
    @user-nl2cp4hi6h 2 ปีที่แล้ว +27

    অসমৰ প্ৰথম youtuber যিয়ে pakhistan যায় দেখুৱালে।। ভাল লাগিল ভূষণ তোমাৰ প্ৰতিভা প্ৰদৰ্শন বৰ সুন্দৰ কৈ সন্নিবিষ্ট কৰি দেখুৱাইছা।।

  • @assamvillager1
    @assamvillager1 2 ปีที่แล้ว +49

    যিমান ভাবিছিলো সিমানো বেয়া নহয়, আমাৰে দেশৰ অংশ।
    বহুত ভাল লাগিল।☘️🥰

  • @birajcreation1385
    @birajcreation1385 2 ปีที่แล้ว +52

    সকলোতকৈ বেছি ভাল লাগিল পাকিস্তানৰ মানুহৰ ব্যবহাৰ আৰু গামোচাখন পিন্ধি দিয়া চিনাকী টো❤️।

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 2 ปีที่แล้ว +15

    কাহানিও নেদেখা পাকিস্তান খন ভূষণ দাৰ বাবে দেখিবলৈ সক্ষম হলো, বহুত বেছি ধন্যবাদ, সু-শৰীৰে ঘূৰি অহাৰ বাবে প্ৰাৰ্থনা কৰিলোঁ ভগৱন্তৰ ওচৰত ❤️🤗🙏

  • @beautifulnaturedebangapall2007
    @beautifulnaturedebangapall2007 2 ปีที่แล้ว +77

    বহুত বহুত ধন্যবাদ দাদা আপুনি ইমান সুন্দৰ কৈ পাকিস্তান খন দেখুওৱাৰ বাবে 🥰❤️ইমান সুন্দৰ ব্যৱহাৰ তেওঁলোকৰ 🥰❤️

  • @assamson4816
    @assamson4816 2 ปีที่แล้ว +482

    পাকিস্তান বুলি কলেই দেখোন আমাৰ ভয় লাগি যায়। ইন্দিয়াৰ বুলি গম পালে মাৰিব বুলি ভাবিছিলোঁ। কিন্তু ইমান ভাল ব্যৱহাৰ তেওঁ লোকৰ। ভাল লাগিছে। তুমি ভালে ভালে আহি যোৱা অসম। জয় আই অসম। 🙏

    • @publicentertainment2739
      @publicentertainment2739 2 ปีที่แล้ว +40

      Bjp a amak bhoi khuwai thoise

    • @assamvillager1
      @assamvillager1 2 ปีที่แล้ว +27

      News channel bor main bodmas

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 2 ปีที่แล้ว

      Mesh Rashi March 2022 Rashifal ৷ Assamese Rashifal Mesh Rashi March 2022 ৷ Assamese Astrology
      TH-cam link : th-cam.com/video/RLbyey_yKuQ/w-d-xo.html

    • @sabitakalita7096
      @sabitakalita7096 2 ปีที่แล้ว +7

      অ হয় মোৰো ভয় লাগে।

    • @krishnadasassam6479
      @krishnadasassam6479 2 ปีที่แล้ว +5

      কি কথা কোৱা তাৰ মানে তুমি ভয় পাদুৰা

  • @anupamroy9799
    @anupamroy9799 2 ปีที่แล้ว +199

    ভূষণ দা আপোনাৰ যাত্ৰা শুভ হওক তাৰে কামনা কৰোঁ লগতে আমাক সকলোকে যাতে পাকিস্তান খন ধুনীয়াকৈ দেখুৱাই যোৱা তাৰে আশা থাকিল।🇮🇳❤️

    • @pranayoza9628
      @pranayoza9628 2 ปีที่แล้ว

      Pakistan keneke dekhuaba. Katarpur pisat gole guliyai mariba bhulhan k

  • @tulonmohan9583
    @tulonmohan9583 ปีที่แล้ว +3

    মজা!''গামোচা সে পত্তা চলা''--এই বাক্য টোৱে মোক গৌৰৱান্বিত কৰি তুলিছে। আপোনালৈ বহুত বহুত ধন্যবাদ।

  • @pranamidutta373
    @pranamidutta373 2 ปีที่แล้ว +21

    যাত্ৰা শুভ হঁওক, পাকিস্তানৰ মানুহবোৰ চোন ভালেই আৰু চাম দেই

  • @homelibrary4267
    @homelibrary4267 2 ปีที่แล้ว +31

    অন্ধভক্ত সকলে এতিয়া কি কব। আজি নিজকে অন্ধভক্ত যেন অনুভৱ কৰিছো। সেই ঠাইৰ মানুহৰ ব্যৱহাৰ সচাকৈ খুব ভাল লাগিছে।

    • @abduljalil716
      @abduljalil716 2 ปีที่แล้ว +2

      অন্ধভক্তহঁতৰ কামেই হ'ল সন্ত্রাস বিয়পোৱা।

    • @manabdas9631
      @manabdas9631 2 ปีที่แล้ว +3

      Kukur.... Najana Jodi ki bl likha. Turist place ot sbre bebohar val. Samba border tangdhar border ahi Sabi. Guli Bomor bahire kotha nky.

    • @mayurkashyapsarma1447
      @mayurkashyapsarma1447 2 ปีที่แล้ว +1

      1ta video sai toi gom pai goli pakisitan val buli pagol
      Kiman kori thoise fakistan a pahori goli neki
      Fuck pakistan

    • @dristishekhawat3441
      @dristishekhawat3441 2 ปีที่แล้ว +1

      Kotha kuar agot olop bhabibo lage..amar army hodai mari ase pakistan a..laj pua nai ei kotha tu kobo.. hospitality beleg aru country issue beleg

    • @joy5320
      @joy5320 2 ปีที่แล้ว +2

      @@mayurkashyapsarma1447 Agor pakistan aru etiar pakistan buhut beleg. Agote military rule asil so Pakistan khon bor bhl nasil. Kintu ajikali buhut change hoi goise.
      Manuhor byobohar saaa. Ki gentle bhabe koi kotha bur.
      Aru buhut foreigner e Pakistan goise. Heibilag vlog saa. Tetia heh gom pabi Pakistanor asol sobhab. Tahtor hospitality culture ase. Amar Indiar dore ekei. Amaru "atithi devo bhaba" ase.

  • @gorumorardeka
    @gorumorardeka 2 ปีที่แล้ว +163

    সুন্দৰ ককাই👌🏽গামোচা খনে আৰু অধিক সৌষ্ঠৱ বৃদ্ধি কৰিছে❤️

  • @udhabray9354
    @udhabray9354 2 ปีที่แล้ว +6

    বহুত ভাল লাগিছে চাই পাকিস্তানখন বিউটিফুল ...vary nice 👍🏾 thnk u so much

  • @Mobi7Ali
    @Mobi7Ali 2 ปีที่แล้ว +4

    পলিটিক্সৰ পৰা আঁতৰি আহিলে পাকিস্তান আমাৰ সৈতে একেই। কোনো পাৰ্থক্য নাই তুমি কোৱাৰ দৰে। ভাল বেয়া সকলো ঠাইতে আছে। ভাল লাগিল ভূষণ দা তোমাৰ ভিডিও তো চাই বহুখিনি শিকিলোঁ।
    পাকিস্তান ভ্ৰমণৰ হেঁপাহ এটা আছে।
    Next ভিডিও তো আৰু ভাল হওক

  • @AMANSINGHASSAM
    @AMANSINGHASSAM 2 ปีที่แล้ว +17

    কৰ্তাৰপুৰ চাহেব পাকিস্তান ৱাহেগুৰু 🙏
    ভূষণ দা বহুত ভাল লাগিল ।

  • @moumabhi3772
    @moumabhi3772 2 ปีที่แล้ว +7

    তোমাৰ এটা ভাল লগা ভিডিঅ চালো।
    পাকিস্তানৰ মানুহবোৰৰ সুন্দৰ অমায়িক ব্যৱহাৰ দেখি খুবেই ভাল লাগিল ।

  • @assamgyan6850
    @assamgyan6850 2 ปีที่แล้ว +5

    ভূষণ দা ,আপোনাক লৈ শেহতীয়াকৈ যি ignorance বিয়পাইছিল একাংশই, তেওঁলোকৰ গালত এই ভিডিওকেইটা প্ৰচণ্ড চৰ যেন হৈছে৷ আৰু ভাল ভাল ভিডিও আশা কৰিলোঁ পাকিস্তানৰপৰা ৷

  • @azzuu786
    @azzuu786 2 ปีที่แล้ว +5

    আপোনাৰ জৰিয়তে আজি পাকিস্তান ৰ সাধাৰণ মানুহ খিনি দেখিলোঁ।তোমাক বহুত বহুত ধন্যবাদ।ভালে ভালে ঘূৰি অহা তুমি।
    বহুত ভাল লাগিছে মানুহ খিনিৰ ব্যৱহাৰ ।

  • @Abhilashbordoloi
    @Abhilashbordoloi 2 ปีที่แล้ว +7

    খুব ভাল লাগিলে ভিডিও টো। আপোনাৰ excitement বুজি পাইছোঁ। তেনেকুৱা ঠাইলৈ যোৱাৰ ভীষণ ইচ্ছা আছে।

  • @rekhadaspathsala8371
    @rekhadaspathsala8371 2 ปีที่แล้ว +73

    Beleg kam korise kintu.... First assamese youtuber Pakistan juwa.... Mojja lagi ase.... Excited hoi asu tamam.... Wait kori thakibo mane dhoijyi a nuhuwa hoise.... Parile adinot duta tinita vlog diyok

  • @user-ju2ug5zb4w
    @user-ju2ug5zb4w 2 ปีที่แล้ว +18

    অতি সুন্দৰ ককাইদেউ মাজুলীৰ পৰা মৰম যাচিলো ❤️

  • @MahendraChoudhary-mu6zq
    @MahendraChoudhary-mu6zq 15 วันที่ผ่านมา

    দাদা আপোনাক বহুত বহুত ধন্যবাদ জনালো ।পাকিস্তান খন আপোনাৰ বাবে দেখিবলৈ সক্ষম হলো

  • @dollymanashroy6071
    @dollymanashroy6071 2 ปีที่แล้ว +11

    ধন্যবাদ ভূষণ দা বহুত মৰম জাচিলো আপোনাক আৰু ভালদৰে নিজৰ ঘৰলৈ অসমলৈ ঘূৰি আহক

  • @sabitarajbangshi8991
    @sabitarajbangshi8991 2 ปีที่แล้ว +15

    ভূষন পাকিস্তানৰ পৰিবেশ দেখি খুব ভাল লাগিছে। ভাষা নাই তোমাক ধন্যবাদ দিবৰ কাৰনে। ভগৱান তোমাৰ সাৰথি হওক।

  • @jharnaghandique8729
    @jharnaghandique8729 2 ปีที่แล้ว +17

    বৰ সুন্দৰ ভূষণ ।এনেকৈও পাকিস্তান যাব পাৰি বুলি আজিহে জানিলো । enjoy yourself safely as a good trip of pakistan .

  • @KherkataryEntertainment
    @KherkataryEntertainment หลายเดือนก่อน +1

    ভাল লাগিল চায় । সুন্দৰ অভিজ্ঞতা 🙏🏼🙏🏼🥀🥀🥀🥀🥀🥀🥀🥀🥀

  • @marjina9594
    @marjina9594 2 ปีที่แล้ว +9

    মানুহবোৰৰ ব্যৱহাৰ দেখি বৰ ভাল লাগিল🥰

  • @FearlessYouths
    @FearlessYouths 2 ปีที่แล้ว +8

    Apuni mur Heikaranei favourite TH-camr.. apunar monot kono hinka nai. Love you Bhukan Da

  • @SujitRoy-zx9tc
    @SujitRoy-zx9tc 2 ปีที่แล้ว +20

    দাদা বহুত বহুত ধন্যবাদ আপোনালৈ,, আপোনাৰ বহুূলীয়া কষ্টৰ বাবে আমি আজি ঘৰতে বহি পাকিস্তানৰ পৰিবেশ চাবলৈ পালোঁ। আৰু আমিও যাবলৈ বহুত আগ্ৰহী গতিকে কেনেকৈ আগ বাঢ়িব লাগিব অকণমান জনাব দাদা

  • @sushilkurmi3123
    @sushilkurmi3123 2 ปีที่แล้ว +43

    বহুত বহুত ভাল লাগিলে পাকিস্তান মানুহৰ ব্যবহাৰ দেখি ধন্যবাদ জ্ঞাপন কৰিছো দাদা আপোনালৈ👍👍👍🇮🇳🇮🇳

  • @exploretheworldwithpro5857
    @exploretheworldwithpro5857 2 ปีที่แล้ว +121

    ইমান ভাল মানুহ ,, আমি কিয় কাজিয়া কৰি মৰিছোঁ,, তাতো একেই ইয়াতো একেই মানুহ,, একেই মৰম একেই বতৰ চব একেই,,

    • @vadalmaji
      @vadalmaji 2 ปีที่แล้ว +3

      Politic tu bhal nahi.

    • @dgnh.5408
      @dgnh.5408 2 ปีที่แล้ว

      Kiman val gom pala a..,....

    • @rashmigogoi9111
      @rashmigogoi9111 2 ปีที่แล้ว +5

      Politics e sob samporka beya kori dise

    • @munmiborah4520
      @munmiborah4520 2 ปีที่แล้ว +1

      Khub hundar

    • @manabdas9631
      @manabdas9631 2 ปีที่แล้ว +1

      Kela tar kati Kati xoday terrorist par kori thake Indiat. Aru koisa nhy val. Adin Borofor majot ahi duty kori Saba ahi sn.gom paba.

  • @Sizuukaaaa
    @Sizuukaaaa 2 ปีที่แล้ว +79

    Pakistani people are welcoming ❤️ just wow 😲

  • @nayanjyotinath2786
    @nayanjyotinath2786 2 ปีที่แล้ว +7

    মানুহ কেইজনৰ ব্যৱহাৰ সুব ভাল লাগিল । আপোনাৰ জৰিয়তে পাকিস্তানৰ মাটিত খোজ দিলো ইউটিউবৰ জৰিয়তে ! আগলৈও সুন্দৰ সুন্দৰ দৃশ্য দেখা পাম বুলি আশা থাকিল । ❤🇮🇳

  • @Maloticreations
    @Maloticreations 2 ปีที่แล้ว +2

    বহুত বেছি ভাল লাগিল অ যাবলৈ মন গৈছে পাকিস্তানলৈ এবাৰ । ইম‍ান সুন্দৰ ব্যৱহাৰ।

  • @pahiphukan8201
    @pahiphukan8201 2 ปีที่แล้ว +6

    ভূষণ দা তোমাৰ পৰাই পাকিস্তানৰ বহুতো নজনা কথা জানিব পাৰিছো , তাৰ বাবে অশেষ ধন্যবাদ জনাইছো 🙏🙏🙏

  • @pujapathak3808
    @pujapathak3808 2 ปีที่แล้ว +69

    পাকিস্তান‌ দেখিলো‌ দেই ।।সঁচাই‌‌ পাকিস্তানৰ মানুহবোৰৰ‌ ব্যৱহাৰ দেখি‌ বহুত ভাল‌ লাগিল❤️

  • @rupamray4967
    @rupamray4967 2 ปีที่แล้ว +6

    ভূষণ দা বহুত বহুত ধন্যবাদ জীৱনত কেতিয়াও পাকিস্তান নেদেখিলো হৈ আপোনাৰ কাৰোনে দেখা পালো ধন্যবাদ ভূষণ দা# জয় আই অসম

  • @deepjyotitechnicalvideo
    @deepjyotitechnicalvideo 2 ปีที่แล้ว +5

    নেদেখা ঠাইবোৰ ঘৰৰ পৰাই আপোনাৰ ভিডিঅ' ৰ জৰিয়তে চাবলৈ পাইছো । 👌👌ধন্যবাদ ভূষন দা ❤️❤️

  • @dwijensanvimusical3130
    @dwijensanvimusical3130 2 ปีที่แล้ว +28

    ধন্যবাদ ভূষণ, ভিডিও টো ছাই বহুত ভাল লাগিল আৰু পাকিস্তানি নিৰাপত্তা ৰক্ষিৰ ব্যৱহাৰ বহুত সুন্দৰ। (The behavior of Pakistani defense is very good not only defense all common behave of people which I see in your video is well)

  • @purnimamamun9928
    @purnimamamun9928 2 ปีที่แล้ว +6

    তুমি দেখুওৱা পাকিস্তান খন চাই ভাল লাগিল,তোমাৰ তাত থকা পাছৰ সময় খিনিও ভেলে যাওঁক, শুভেচ্ছা থাকিল।

  • @anupomrajkhowa4035
    @anupomrajkhowa4035 2 ปีที่แล้ว +1

    , সুন্দৰ ভূষণ দা

  • @anshumaan9
    @anshumaan9 2 ปีที่แล้ว +3

    Assamese gamocha in Pakistan.. great Bhukhan da

  • @sailendrachoudhury5888
    @sailendrachoudhury5888 2 ปีที่แล้ว +39

    তোমাৰ যাত্ৰা শুভ হওঁক । আজি পাকিস্তান দেখিলোঁ তোমাৰ জৰিয়তে ,ভাল লাগিল ।

  • @JatinNath-jg1yu
    @JatinNath-jg1yu หลายเดือนก่อน +1

    সছাকৈ বহুত ভাললাগিছে্্্্্্

  • @2nobhebelisonowalbordoloni178
    @2nobhebelisonowalbordoloni178 2 ปีที่แล้ว +3

    💞💞বহুত বহুত ধন্যবাদ ভূষণ দা আপুনি ইমান সুন্দৰ কৈ পাকিস্তানখন দেখুৱাৰ বাবে, 💞💞 আৰু আপুনি কুশলে ঘূৰি অহাৰ বাবে ভগৱন্তৰ ওচৰত প্ৰাথনা💞💞 জনাইছোঁ

  • @Joon591
    @Joon591 2 ปีที่แล้ว +8

    Next level Bhukhan da
    আশা কৰিলো তুমি আমাক পাকিস্তানখন ভালদৰে দেখাবা❤️

  • @motlebhussainmondal880
    @motlebhussainmondal880 2 ปีที่แล้ว +18

    So beautiful. We are lucky to observe your ancient India .

  • @taralideka3509
    @taralideka3509 2 ปีที่แล้ว +1

    সচাই খুব ভাল লাগিল ভিডিঅটি চাই .. thank you Bhukhan Pathak

  • @rimaboruah4296
    @rimaboruah4296 2 ปีที่แล้ว

    খুউব ভাল লাগিছে ভিডিঅটো ।তোমাৰ জৰিয়তে পাকিস্তানলৈ গৈ থকা যেন লাগিছে ।

  • @karishmasaikia6001
    @karishmasaikia6001 2 ปีที่แล้ว +76

    ভূষণ দা আপোনাৰ কষ্টৰ ফল বহুত বহুত ধন্যবাদ জয় আই অসম।🙏❤️❤️

    • @SURAJ-he6ig
      @SURAJ-he6ig หลายเดือนก่อน +1

      Ì😅😅😅😅😊😅😊😅😅😊😅😊😅😅😊😅😊😅😅😅😅😊😅😮😊😮😊😮😊😮😮😊 3:56

  • @abduljalil716
    @abduljalil716 2 ปีที่แล้ว +36

    ভূষণ তোমাক ধন্যবাদ। তুমি দেখুৱা পাকিস্তান আৰু গদীমিডিয়াই দেখুৱা পাকিস্তানৰ মাজত আকাশ - পাতাল পাৰ্থক্য দেখা যায়।

    • @rupamdey4443
      @rupamdey4443 2 ปีที่แล้ว

      Vl lagah apunak pakishta 26/11 mumbai attackor bikhoya ki koi apuni ajmal kasab to pakishthaniai asil

    • @abduljalil716
      @abduljalil716 2 ปีที่แล้ว +1

      @@rupamdey4443 ফটাঢোলটো আৰু কিমান বজাবি ? কেতিয়াবা ভালঢোল বজাবলৈও চেষ্টা কৰ, যদি নোৱাৰ ভুষন দাৰ পৰা অলপ শিকিলবি।

    • @prasannabora7644
      @prasannabora7644 2 ปีที่แล้ว

      Gutei country khon cover hoise ne Video tut??????

  • @sureshzg8962
    @sureshzg8962 2 ปีที่แล้ว +2

    বহুত ভাল লাগিছে দাদা 🥰 ইয়াৰ পাছৰ খণ্ডৰ চাবলৈ ৰৈ আছোঁ।

  • @ashiklaskar5596
    @ashiklaskar5596 11 หลายเดือนก่อน +4

    আমার ভারতের মানুষ দেখে মনে অনেক খুশি লাগছে, ধন্যবাদ

  • @kalendas1935
    @kalendas1935 2 ปีที่แล้ว +7

    Bhukan da apuni prothom axomor bekti ji jone pakistan dekhuwale salute apukak agote dekhisu kintu apunar nisina nohay love you bhukhon da selut apunak joy I axom bharat mata ki jai joy I axom

  • @AMN2023
    @AMN2023 2 ปีที่แล้ว +11

    ভূষন দাদা তোমালৈ বহুত বহুত ধন্যবাদ তোমাৰ কাৰণে ই আমি পাকিস্তান দেখিব পাম । গোলাঘাটৰ পৰা বহুত মৰম যাচিঁলো 🌱 আৰু সকলোৱে যেন মোৰ চেনেলটো এবাৰ উপভোগ কৰিব বুলি আশা ৰাখিলোঁ 🙏🙏🌱

  • @Thesherrish
    @Thesherrish 2 ปีที่แล้ว

    ভুষন মামা আপোনাৰ ভিডিঅ'টো চাই বহুত ভাল লাগিল। আমি ঘৰৰ সকলোৱে একেলগে ভিডিঅ'টো চালো। মোৰ নানিমা এই আপোনাক বহুত ধন্যবাদ দিছে কাৰন আপোনাৰ বাবেই ইমান ধুনীয়া কৈ পাকিস্তান খন চাব পালে। দ্বিতীয় টো ভিডিঅৰ বাবে ৰৈ আছো।

  • @dipjyotimahanta7386
    @dipjyotimahanta7386 2 ปีที่แล้ว

    সৰুতে ভাবিছিলো পাকিস্তানত আমাৰ মানুহবোৰ গ'লে কিবা কৰে বুলি কিন্তু ভিডিঅ'টোৰ জৰিয়তে তাৰে মানুহবোৰৰ ব্যৱহাৰ দেখি বহুত ভাল লাগিল।
    অৱশ্যে পাকিস্তানখনো আগতে ভাৰতৰে অংশ আছিল স্বাধীনতাৰ পিছতহে দুয়োখন দেশ বিভাজন হ'ল।
    সেইবাবেই হয়টো বেলেগ একো পাৰ্থক্য দেখা নাই ভাষা একে কথা বতৰা একে এইবোৰ দেখি ভাল লাগিল।

  • @hopunmorisika8180
    @hopunmorisika8180 2 ปีที่แล้ว +34

    পুৰা 15 মিনিট 9 চেকেণ্ডত চালোঁ, ভাল লাগিল

    • @mostakassam8548
      @mostakassam8548 2 ปีที่แล้ว +5

      মইও এই ভিডিও ৰ দ্বাৰা ই পাকিস্তান দেখিলোঁ ধন্যবাদ দাদা ।

  • @Mitashri_Khaund
    @Mitashri_Khaund 2 ปีที่แล้ว +3

    বহুত ভাল লাগিল দাদা । আৰু পাকিস্তানৰ পৰা ভাল ভাল ভিডিও পাম বুলি আশা ৰাখিলোঁ লগত এই যাত্ৰা শুভ হওঁক ।

  • @dharmitanath9414
    @dharmitanath9414 2 ปีที่แล้ว +2

    Life ot aji prothom bar Bhukhan dar babe valke pakistan sabo parilu. Thank you Bhukhan da ❤️.
    Love from Kokrajhar ❤️

  • @kamanbimal1446
    @kamanbimal1446 2 ปีที่แล้ว +1

    ইয়াৰ next video লাগিব কিন্ত আমি অপেক্ষাত আছো ভূষন দা আৰু ইমান দুৰ টকা খৰছ কৰি গৈ আছে ভগৱ!নৰ ওচৰত সুস্হ আৰু শান্তি কামনা কৰিলো

  • @hafijulali8769
    @hafijulali8769 2 ปีที่แล้ว +13

    কৰাচী পৰা ঘুৰি আহক শুভেচ্ছা থাকিল।

  • @momindas119
    @momindas119 2 ปีที่แล้ว +3

    পাকিস্তানৰ বিষয়ে আমি সমাজিক মাধ্যম বোৰত যেনে দেখো বা আমাৰ মনতে যেনেকুৱা এটা ধাৰণা আছিল ঠিক তাতকৈ বহু বিপৰীত দেখিলো ।
    সুন্দৰ ❤ পৰৱৰ্তী খণ্ডটিলৈ অপেক্ষা কৰিলো

  • @Annie_Bordoloi
    @Annie_Bordoloi 2 ปีที่แล้ว +1

    *Bohut vl lagil enjoy korok Pakistan ot & Mur ajon friend ase Pakistanr karachi hoi bohut val hoi behavior manuh buror😍*

  • @jitendas4614
    @jitendas4614 11 หลายเดือนก่อน

    আজি আকৌ পাকিস্তান দেখালা বহুত ধন্যবাদ ভুকন

  • @updateassampd
    @updateassampd 2 ปีที่แล้ว +16

    বহুত বহুত ধন্যবাদ ভূষণ দা ফাৰ্ষ্ট time Pakistan চালোঁ তোমাৰ কাৰণে শুভেচ্ছা থাকিল❤️

  • @azizulassamindia3748
    @azizulassamindia3748 2 ปีที่แล้ว +3

    বহুত ভাল লাগিছে ধন্যবাদ দাদা ইমান ধুনীয়া।

  • @taufikalishow5832
    @taufikalishow5832 2 ปีที่แล้ว

    ধন্যবাদ ভুকন দা তোমাৰ কাৰনে পাকিস্তান দেখিবলৈ পালো ।

  • @samudrahazarika110
    @samudrahazarika110 3 หลายเดือนก่อน

    বহুত বহুত ভাল লাগিল। আপুনি চবৰে লগত বৰ ধুনীয়াকৈ কথা পাতে। অাৰু পাকিস্তানৰ মানুহ খিনিৰো ব্যৱহাৰ বৰ ভাল।

  • @rajibteronofficial9246
    @rajibteronofficial9246 2 ปีที่แล้ว +16

    Just wow ❤️ for Pakistani people s behaviour 😘❤️

  • @AssameseNetwork
    @AssameseNetwork 2 ปีที่แล้ว +4

    ভূষণ Video বোৰ চাই আছো । খুব ভাল লাগি আছে Video বিলাক । Next Video2 কালি Upload দিবা Excited হৈ আছো ভাই Love You Bro...

  • @sukanyabaruah1674
    @sukanyabaruah1674 10 หลายเดือนก่อน

    পাকিস্তানৰ মানুহৰ ব্যৱহাৰ ইমান ভাল দেখি বৰ ভাল লাগিল।তোমাৰ বাবে পাকিস্তান দেখিব পালোঁ তোমাক অশেষ ধন্যবাদ।

  • @momisaikia8468
    @momisaikia8468 2 ปีที่แล้ว

    ডিঙিত অসমীয়া গামোচা লৈ চিনাকি দিলা, বহুত ভাল কৰিছা। পাকিস্তানৰ মানুহৰ ব্যৱহাৰ বৰ সুন্দৰ। আৰু ইমান ধুনীয়া কৈ ৰাখিছে ঠাইবোৰ। তোমাৰ যাত্ৰা সফল হওক। জয় আই অসম।

  • @kvlogs.3770
    @kvlogs.3770 2 ปีที่แล้ว +3

    Wow awesome place yaar এবাৰ চাবলৈ মন গৈছিল তাতে গৈ।

  • @minikalita8587
    @minikalita8587 2 ปีที่แล้ว +22

    বহুত ভাল লাগিলে। আশা কৰিছো দুয়োখন দেশে যাতে এই মিলনৰ এনাজৰী দাল অতুত ৰাখে। জয় আই অসম।

  • @mileswarbhuyan367
    @mileswarbhuyan367 2 ปีที่แล้ว +1

    দেখি ভাল লাগিছে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ

  • @zgloverbk597
    @zgloverbk597 2 ปีที่แล้ว

    বহুত ভাল লাগিল চাই ভূষণ দা ভালে ভালে অসম আহি পোৱা তাকে কামনা কৰিলো

  • @anandarabha5976
    @anandarabha5976 2 ปีที่แล้ว +123

    vedioৰ পৰা দেখি pakistan বাসীক অতি আপোন আপোন যেন লাগিল ! Thank u vukhan, so beautiful places..

    • @kukildas2860
      @kukildas2860 2 ปีที่แล้ว +5

      Hosake dei🥰🥰

    • @gsgamingyt1648
      @gsgamingyt1648 2 ปีที่แล้ว +5

      Bro tumi pakistani neki

    • @kuldeepgogoi9270
      @kuldeepgogoi9270 2 ปีที่แล้ว +1

      @@gsgamingyt1648 hoi sge ee

    • @joy5320
      @joy5320 2 ปีที่แล้ว +3

      Amar Bharatio manuhor dorei hoi tekhet luk 😊

    • @sanjibgorh9778
      @sanjibgorh9778 2 ปีที่แล้ว +2

      Hosake

  • @brvlogs6168
    @brvlogs6168 2 ปีที่แล้ว +3

    অতি সুন্দৰ পৰিবেশ ❤️❤️❤️❤️❤️

  • @hirumonimedak8272
    @hirumonimedak8272 10 หลายเดือนก่อน +1

    Bohut bohut donyobat pakishtankon dekuway❤❤❤❤

  • @AB-kb9qe
    @AB-kb9qe ปีที่แล้ว +1

    পাকিস্তান বুলি কলে মনলৈ যি ভাৱ আহিছিল ভি ডি অ টো চাই সেয়া আতৰিল ভি ডি অ চাই ভাল লাগিল

  • @jyotimanath2492
    @jyotimanath2492 2 ปีที่แล้ว +3

    তোমাৰ বাবে পাকিস্তান দেখিলোঁ,ভাল দৰে ঘূৰি অহা,🙏🏿🙏🏿

  • @Sirajvloge763
    @Sirajvloge763 2 ปีที่แล้ว +54

    পাকিস্থানৰ মানুহ বিলাকৰ ইমান সুন্দৰ আদৰ-সাদৰ।

    • @pritamrabha6654
      @pritamrabha6654 2 ปีที่แล้ว +2

      সচা কথা। অসমৰ বাংলাদেশী গেদা সকলে পাকিস্তানী মানুহৰ পৰা ব্যৱহাৰ শিক্ষা লব লাগে

    • @himasrikalita5508
      @himasrikalita5508 2 ปีที่แล้ว +3

      Video voice aji clear paisu .

    • @Sirajvloge763
      @Sirajvloge763 2 ปีที่แล้ว +3

      @@pritamrabha6654 Apunalor dore Ovrdro manuh thoka babe aji manuh bor divaid hoise

  • @binodkakati7300
    @binodkakati7300 ปีที่แล้ว

    ভূষন, তোমাৰ পাকিস্তানৰ ভিডিঅ'টো চাই ভালেই লাগিল ! পাকিস্তানৰ বিষয়ে বিশদভাৱে জনোৱা বাবে অশেষ ধন্যবাদ জনালোঁ ! সচৰাচৰ আমি ভৱাতকৈ পাকিস্তান এখন ধুনীয়া ঠাই !🙏🙏

  • @binodkakati7300
    @binodkakati7300 ปีที่แล้ว

    বৰ্তমান পাকিস্তানৰ এটা অংশ লাহোৰ আচলতে আমাৰ ভাৰতৰ পঞ্জাৱৰ এখন চহৰ আছিল বুলি বুৰঞ্জীয়ে কয় ! কিন্তু এটা কথা সঁচা যে - পাকিস্তানৰ ঠাইবোৰ বহুত ধুনীয়া দেখিবলৈ পাইছোঁ - তোমাৰ কৃপাত ! ৰাষ্ট্ৰীয় ঘাইপথবোৰো বহুত ধুনীয়া আৰু ওচৰৰ গাঁও বা খেতি পথাৰবোৰো বহুত ভাল লাগিছে !

  • @om6083
    @om6083 2 ปีที่แล้ว +4

    Next level video.....
    সুন্দৰ

  • @gangashreesaikia3946
    @gangashreesaikia3946 2 ปีที่แล้ว +9

    Such a polite behaviour by every Pakistani people👌👌👌

  • @pallabiraja7214
    @pallabiraja7214 2 ปีที่แล้ว +1

    Val lagil tumar babe দেখিলোঁ পাকিস্তান

  • @Samszaikaaandvlogs
    @Samszaikaaandvlogs 2 ปีที่แล้ว +20

    Thank you Bhukhan Pathak for sharing this video. Through this video we get to see some glimpse of pakistan and people of the country. Their behaviour is really nice and the place is also nice

    • @manasjyotidas6737
      @manasjyotidas6737 ปีที่แล้ว

      আপোনাক ইংলেণ্ড ত থকা নিচিনা লাগিছে ইংৰাজী বোৰ দেখি 🙏🙏🙏Coment খিনি oxomiyat লিখা হয় ভাল আছিল

  • @emdadhasan7291
    @emdadhasan7291 2 ปีที่แล้ว +133

    আপোনাৰ ভিডিঅ'বোৰৰ জৰিয়তে বহুতৰে মনৰ পৰা পাকিস্তান সম্পৰ্কে থকা ভুল ধাৰণাবোৰ দূৰ হ'ব বুলি আশা ৰাখিলোঁ ! কাৰণ ৰাজনৈতিক দল বোৰে পাকিস্তান সম্পৰ্কে আমাক বহুতো আসোঁৱাহ ত সোমোৱাই ৰাখিছে!! শুভ যাত্ৰা!!!

    • @lakhyatalukdar2557
      @lakhyatalukdar2557 2 ปีที่แล้ว +7

      Kelaa....
      Polical party baad diok.. Indian ARMY news sabo.. tar pisot ai2 kotha kobo..
      Bal r Pakistan

    • @HimShankar993
      @HimShankar993 2 ปีที่แล้ว +1

      Oi ammichodu anti-national

  • @prohladgorh5831
    @prohladgorh5831 2 ปีที่แล้ว +7

    Apuni Assam best TH-camr mur falor pora♥️💯

  • @Himangsh165
    @Himangsh165 11 หลายเดือนก่อน +1

    এই পৃথিৱীখনত সকলো মানুহে একে,,আমাৰ কিছুমান মানুহেই পৃথক পৃথক কৰে,,যাৰ ফলত বহুত ভেদা ভেদ হয়,,

  • @basantiboro4314
    @basantiboro4314 2 ปีที่แล้ว +1

    ভাল লাগিল চাই।

  • @pranjalds8
    @pranjalds8 2 ปีที่แล้ว +4

    আগুৱাই যোৱা ককাইদেউ ❣️❣️