Mr. BHUKHAN PATHAK I am from Guwahati Assam.I appreciate your videos.We can learn enough through your videos about Srilankans culture ,food habit, their behaviours ,Natural beauties of Srilanka etc.etc. Shrilankans are very polite,gentle,honest etc. Thanks Bhukhan.
Eman durot goi akle akle video bonaise j bhukhan DA apuni, achinaki manuh achinaki gaou I'm very very happy Moi bhagabanar USART PRAthona korisu apuni hodai happy thakok hare Krishna 🙏🙏🙏
Osin dekh akhanat goi ako sinaki nahuakoi anor help naluakoi imn Val Val video banai asa.. manibo lagibo kintu. Bht vl kak korisa. Ami ghrt thakia sabo parisu tar karane tumk dhanyabad disu
কোনো ধৰণৰ চিনাকি নাথাকাকৈ, কোনো এখন দেশত গৈ... মানুহৰ লগত কথা পতা , মানুহক মান্তি কৰোৱা , কিছুমান ভাষাৰ বিতৰণ অসুবিধা মাজত সাহস কৰা টো এটা ডাঙৰ পদক্ষেপ। মই বুজিছো এইটো দেখাত সাধাৰণ লাগিলেও বহুততকে বহু কষ্ট আৰু সাধনা লুকাই আছে। বহুত ভাল কৰিছা ভূষণ দা.....❤️🩹💌 লখিমপুৰ ৰ পৰা ।
You are absolutely correct.
শিল্কাৰ ঘৰ ভিতৰতে দেখিছো আগবঢ়ি যাওক | ওপৰত থকাজনে কুশলে ৰাখক | আগবাঢ়ি যাওক |
Thank you so much 🙏🙏🥰🥰🥰🥰🥰 for your kind words.
Right
Nice video
ঘৰতে বহি শ্ৰীলংকাৰ গাঁও দেখিলোঁ।তাৰবাবে ভূষনক বহুত বহুত ধন্যবাদ। আমাৰ অসমৰ গাঁওৰ নিচিনাই লাগিছে।
বহুত ভাল লাগিছে। আমি সদায়ে চাও কিন্তু,বৰ ভাল লাগে
এনেকুৱা এখন গাৱত নিভীক ভাৱে ঘুৰি পকি ..তাৰ জনজীৱনৰ চিত্ৰপট দাঙি ধৰাটো ইমান মুখৰ কথা নহয়৷ভুষনক ধন্যবাদ জনালোঁ৷ইমান দিন শ্ৰীলংকাত আছা বহুত পাই পইছা খৰছ হৈছে ছাগৈ৷যাহওক তোমাৰ video বোৰ সচাই ধুনীয়া আমি সদায় চাই আছোঁ৷
Thank you 🙏🙏🙏
তোমাৰ চেষ্টাক ধন্যবাদ জ্ঞাপন কৰিছো going on
Gaon paribesh haleo kintu sapha ase gaonkhon.aru manuh bur jote tote ulai nuphure jen paisu.val lagil sai video to.
সুন্দৰ অতি সুন্দৰ ভিডিঅ -
সচাকৈ আছৰিত লাগিছে -
কোনো এখন দেশৰ ভাষা নজনাকৈ ,সেই দেশত হৈ ভিডি'অ বনাই আমালৈ দিছো
সুন্দৰ ভিডিঅ ভাল লাগিল দাদা । God bless you
আমি চাই আছো ভূষণ , আপুনি ইমান কষ্ট কৰিছে ।আমাৰ আশীৰ্বাদ সদায় আছে আপোনালৈ
সুন্দৰ ভিডিঅ। বহুত ভাল লাগিছে।
বহুত জেগা চাব পাৰিলো from udalguri
ঠাই খন বহুত ধুনিয়া প্ৰাই অসমৰ নিচিনা ভাল লাগল চাই , আৰু আতাইতকৈ ভাল লাগিল ৰাস্টাৰ সেই জেওৰাবোৰ , চাগে জেওৰাবোৰ তাল গছৰ ন.. সচাকে বহুত ধুনিয়া গাও খন ॥
ধন্যবাদ শ্ৰীলঙ্কা গাঁও ৰ পৰিবেশ দেখুওৱাৰ বাবে
বহুত ভাল লাগিল ।ভাই এনেবোৰ দৃশ্য ই মানুহৰ আশাবোৰ সজীৱ কৰি ৰাখে। আগলৈ আৰু আশা কৰিলো।
বৰ ভাল লাগিল । ঘৰত বহিয়ে তামিল গাওঁ দেখিলোঁ ধন্যবাদ ভূষণ ভাই আগ বাৰি যাওঁক।
বহুত ভাল লাগিছে। আমি শ্ৰী লঙ্কা নোযোৱাকৈ
চাবলৈ পাইছো ।
বহুত ধন্যবাদ আপোনাক ভাল লাগিছে মেঘালয়ৰ পৰা ❤
Appreciable vedio to learn somthing about srilanka ,
আপোনাক কিন্তু মানিছো সাহক দেখি বহুত বহুত ধন্যবাদ আপোনালৈ
Goan bor sai bhal lagese❤
Bahut Val lagildhanyabad
বহুত ভাল লাগিছে ! ঘৰতে বহি চাব পাৰিছো
গাঁৱখনৰ মানুহ খিনি বৰ সহজ সৰল। খুব পৰিস্কাৰ গাঁও। বিছনা ত শুই তোমাৰ কাৰণে শ্ৰীলংকাৰ গাঁৱ দেখা পাইছোঁ। ভূষণ শত কোটি প্ৰণাম জনালোঁ তোমাক। আগুৱাই যোৱা। অসম বাসীৰ আশীৰ্বাদ সদায় তোমাৰ লগত আছে।
🙏🙏🙏🙏🙏🙏🥰🥰🥰🥰🥰🥰🥰🥰
বহুত ভাল লাগিল। তোমাৰ ভিডিঅ'ত নজনা কথা শিকিলোঁ
সুন্দৰ ভিডিঅ ৷ বহুত নেদেখা দৃশ্য দেখিলো ৷ আমাৰ আৰ্শীবাদ থাকিল 🙏
শ্ৰীলংকা একেই বাৰে সাধাৰণ ঠাই নিকী।
তোমাৰ ভিদিওঁ চাই ভাল লাগে।।সাহসী এজন মানুহ আগবাঢ়ি যোৱা ❤️
তোমাৰ ভিডিঅ' চাই ভাল লাগে ভুষণ তোমাৰ জৰিয়তে শ্ৰীলংকা খন দেখিলো ।
শ্ৰীলংকাৰ পৰা আপুনি যেনেকৈ কৰোঁ সহায় নোলোৱা কৈ ভিডিও বনাই অমাক দেখা আছে ,, ভাল লাগিছে ,,
Bhukhon vai kenekua dhannya bad dim bhut bhut xuvessa thakil tomaloi xinaisa Jen anuvab hoi ako nai God help you from lakhara.
❤🙏🙏🥰
বহুত ভাল লাগিছে ঘৰতে বহি তোমাৰ ভিদিও চাই তোমালৈ শুভেচ্ছা জনালোঁ লগোৱাই যোৱা ❤️👍
বহুত বহুত ভাল লাগিল।।অনুৰোধ মতে পোৱা বাবে।।
সুন্দৰ ভাই, মই এনকুৱা দৃশ্যহে ভাল পাওঁ। অসমৰ ঘৰত থাকি ভাৰতবৰ্ষৰ লগতে বিদেশৰ সকলো ঠাই দেখা পাও। বহুত সুন্দৰ।
বৰ ভাল লাগিল অাগলৈ ভাল ভিডিও পাম বুলি অাশা থাকিল 🙏
সুন্দৰ লাগিল video tu,,
Bohut bohut bhal lagil video tu
Bhukhon da bohut val lagil video sai...
বহুত ভাল লাগিচে
আমি নিজৰ জিলা খনতে হাবা থুৰি খাও, আৰু বিদেশত সহজ নহয়
Excellent 👍 so proud
আপুনি সাহসীকতাৰ পৰিচয় দিলে। ভগৱানে আৰু শক্তি দিয়ক❤️🙏
বহুত ভাল পালোঁ চাই
You are happy journey
বহুত বহুত ভাল লাগিছে চাই। শুভেচ্ছা থাকিল। নতুন আৰু আশাৰে দেই ।💯🌹
Mr. BHUKHAN PATHAK I am from Guwahati Assam.I appreciate your videos.We can learn enough through your videos about Srilankans culture ,food habit, their behaviours ,Natural beauties of Srilanka etc.etc. Shrilankans are very polite,gentle,honest etc. Thanks Bhukhan.
Thank you so much 🙏🙏🙏🙏
Oa dada amk.emn sondor thai dekhour babea thankyou ❤️❤️❤️❤️
সুন্দৰ দাদা৷ মইয়ো চেন্নাই আহিছোঁ৷
Bahut val lagil video Tu sai bhukhon da
Val lagil tumar vedio tu sai
সুন্দৰ তোমাৰ vidio. কৰি যোৱা আমি সদায় চাম।
Moja bhukhan da vl hoise
Love form Gujarat. Vaity tomar vedio sai moi bohot val paow.
Bhukhan tumar Sri Lankar video atai keita saisho Val lagil.
তোমাৰ ভিডিঅ বোৰ ভাল লাগে, আমি যাব নোৱাৰা ঠাইবোৰ ঘৰতে বহি চাই আছো।। ধন্যবাদ
দাদা সদাই চাও তোমাৰ video বোৰ বহুত ভাল লাগে ❤❤❤
ধন্যবাদ। ভাল লাগিল।
Nice to see and beautifull village life like Orissa n Assam rural life
Khub xundor lagise, Lage raho
Srilanka r video bur sai bhut besi val lagil❤
Bohut vhal lagise tumar srilongka jurni
আমি চাওঁ আপোনাৰ vlog video ভাল লাগে । এইবাৰ উত্তৰ কৰিয়া দেখুৱাবা বুলি আশা থাকিল ।
বহুত বেছি মন যায় বেলেগ বেলেগ ঠাই চাবলৈ... এনেকৈ আন দেশৰ ভিতৰুৱা পৰিৱেশ চাবলৈ। আপোনাৰ জৰিয়তে কিছু সক্ষম হলো । আগুৱাই যাওঁক দাদা 👍 অচিনাকি ঠাই, অচিনাকি মানুহৰ লগত সমাযোজন কৰাটো সহজ কাম নহয়।
গাওঁ খন বৰ ধুনিয়া দেই
একদম অসমৰ নিচিনা লাগিছে ভাল লাগিল
Val lagil video2 sai. Aru bonai jua. Important video hoi aibilak
vall lagile হয় আজিকালি মানুহৰ ৰুচি সলনি হৈছে কেৱল বেয়া খৱৰ বেয়া বাতৰিত বেছি সময় দিয়ে
Bahut poripati hoi manuhbur bahut hahaj harol Val lagil
Bahut besi vall lagise bhukhan da.really daily saw tmr video
Dada village dekhwar krne thanks moi city iman val npau
Khub xundor bhusan 👍👍tumar kosto borak moi appreciate koru..tumi aguai jua...
Sodai sao.... Rokhi thku new video sabo... Sri Lanka... Unique @ultimate dada .. love from TIHU 🙋♀️
Val lagel sai..
Praise worthy effects. Nice to see your video. It seems language is the main barrier. So you should be careful.
Cute boys Ritik,aksoy kumar ,salman khan
সুন্দৰ👍
অতি সুন্দৰ
Eman durot goi akle akle video bonaise j bhukhan DA apuni, achinaki manuh achinaki gaou I'm very very happy
Moi bhagabanar USART PRAthona korisu apuni hodai happy thakok hare Krishna 🙏🙏🙏
Thank you ❤
Bhut vl hoi xun shri lankar manuhbur
Bhal lagil sai apunr video bur dada ❤ Love from Nagaon
Bhukon da apunar video sai bahut vall laga apuni emn kosta k video boni amak dekhai sa ami ghrte bohi vall loga jega bur upabhog koriba parisu,
Moi sau dada xodai video update dile aa sau love from tihu ❤
আমি সদায় চাও তোমাৰ vedeo অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰোঁ
Bohut bohut vl lagil .. thanks bhukhon da❤❤❤ love from charaideo patsaku 💕💕💕❤️
Bohut Bohut val lagil sai
Osin dekh akhanat goi ako sinaki nahuakoi anor help naluakoi imn Val Val video banai asa.. manibo lagibo kintu. Bht vl kak korisa. Ami ghrt thakia sabo parisu tar karane tumk dhanyabad disu
Thank you 🙏🙏🙏🙏🙏🙏
Bhal laagise bhukhan da apunar video bur sai....
Ultimate video 👍🏻 bohut val palu video to sai go ahead bro ❤❤
Very good broo
Now Watching from Maldives .
I am from Assam.
Bhukhan দাৰ বাবে এটা share কৰি দিয়া 👍✊
Bohut peacefull Jen lagise.
সুন্দৰ গাঁও
Thank you so much for your beautiful videos. Nice video.
ত্ন তোমাৰ ভিডিঅ সদাই চাও ভাল লাগে
Amazing video moja moja Bhukhan da❤👌 love you dada ❤ I am from Margherita
Love from Bajali Gharat bahi Sri lankar gooan bor sab pali
সুন্দৰ পদক্ষেপ
Bhukhan tumi eneka video bonai jua hokolure time ahe and tumar u ahibo, just have faith and trust on your work, and tumar kam e tumar bhagwan
Jitu dekhilu shree lankar manuh bilak bohut val
Pathak is one of the most honest humble hardworking youtube r...
Bohut emporten you tube
বহুত ভাল লাগিল
Ami share he koru ...hundor bohut kosto hoi tumar bro😢...take love and blessings...lagi thaka