এছেম্বলীৰ বছ কোন? কোন বিধায়কে কোন মন্ত্ৰীক এছেম্বলীৰ বছ আখ্যা দিলে?
ฝัง
- เผยแพร่เมื่อ 7 ก.ย. 2024
- Da News Plus is an Assamese satellite channel. Da News Plus brings you the latest and live Assamese and Bengali news from Assam with the current happenings of Northeast, national and global news.
Please follow up page to watch live and latest news with latest updates every hour.
দিনটোৰ প্ৰতিটো খবৰৰ কাৰণে চাওক DA NEWS PLUS। প্ৰতিটো মুহুৰ্তৰ প্ৰতিটো শুদ্ধ খবৰ কেৱল DA NEWS PLUSত
To subscribe to our channel click here / @danewsplusassam
Please visit our website: danewsplus.com/ for latest opinions and detailed news coverage, Pictures, Entertainment, Sports and Lifestyle Updates.
Follow us on Twitter-
/ danewsplus
Facebook-
/ da-news-plus-106862991...
Koo app- www.kooapp.com...
জব কাৰ্ড সম্পর্কে অখিল গগৈ ডাঙৰীয়াই কোৱা কথাটো ১০০% তেই সঁচা। কিন্তু সঁচা কথাটিৰ বিৰুদ্ধাচাৰণ কৰিবলৈ যোৱা পিয়ুষ হাজৰিকাই নিশ্চয় জানে যে জব কাৰ্ডৰ কমিচন একাংশ তেওঁৰ দলৰ দলীয় কৰ্মীয়ে লৈ আছে। সেয়েহে সচাঁ কথাটিক গাৰ জোৰেৰে মিছা বুলি প্ৰমাণ কৰিব বিচাৰিছিল।
110 % right.
Job card 2 ward member council r usart ha thakey
Je besi comission diye teor job card tu hi teolge loy
আধা হাতলৈ আহে কিজানি! সেয়ে দপদপনি।
আমাৰ গাৱত কাম নকৰাকৈ পইচা পাই
অখিল গগৈ sir মোক্ষ মন্ত্ৰী ৰ ৰূপত চাবলৈ বিচাৰোঁ বহুত vl হব অখিল গগৈ জিন্দা বাদ👍👍🙏
পিযুশ হাজৰিকাই বিধানসভাত কি আচৰণ কৰে ৰাইজে দেখিছে-
পিযুশৰ দৰে মানুহে বিধানসভাত ৰোল দিয়ে যে, ভেৰোনীয়া নেকি ?
অখিলে নো কি ভাল কৰে
@@dimpalkhatoniar7806 Hosa kotha koy aru val kotha koy.
Right
পিযুষ হাজিকাদেৱৰ সা মান্য জ্ঞান নাই। অখিল গগৈ দেৱে কি উদেছি প্ৰশ্ন কৰিছে তেখেত ৰ মন্ত্ৰী মথাই ধুকীয়ে নাপালে।
Toi buji pabi a toi o j pagol akhil da dore 😂😂
Right
1500
@@srigunajitsharma8282 toi hodon keneke solai agote dekhiso nai . Himanta dinot keneke solise heitu sai lo . sob kothate akhilok dukh nidi olp nijor gyane bisar kori sa .okol bjp kotha bure right buli vabi nolobi goru
@@pranabgohain699 oy johara ,sadon kenekoi solai agote toi Jani lo .akhil a kajia aru andolan korar bahire kihot gian ase ha .akhil a nejane jodi Audf pora holeo alop sikibo dibe .dhokra
পিযুচৰ নিচিনা এটাক কি চায় টিকট দিয়ে মই বুজিয়ে নাপাও।
Bhut Di Jikua Gitau Kom Nohoi
Well said Nipan Das
Poisa saai.syndicat r roja.poisa kimaaan ase thik nai
ওপৰৰ মাল যে টিকত পাই যায়।
হিমন্তৰ কৃপা ।নহলেনো এই তাঁৰ ছিঙা পাগলটোক টিকট পোৱাৰ যোগ্য নেকি ?
akhil sir is right... I respect him for his braveness. One man army..
দিনৰ পোহৰত চৰকাৰক বিৰুধিতা ৰাতিৰ আন্ধাৰত ইলু ইলু ।
@@Rubulgogoi209 tur logotei ilu ilu sage heikarone gom pao toi
Baki bilak
👍👍👍
I like akhil sir God bless you👍👍👍👍👍❤❤❤❤
অখিল গগৈ ডাঙৰীয়াৰ দৰে আমাক নেতা লাগে।অখিল গগৈয়ে জব কাৰ্ডৰ ক্ষেত্ৰত সঁচা কথা কৈছে।
A moja
RIGHT
Right
উপৰৰ মাল আকৌ নাজানা নে।
অখিল গগৈদেৱে কোবা কথা 100%হছা
একেবাৰে সঁচা job card মানে দুই নম্বৰৰ দোকান
সচা কথা কৈছে অখিল গগৈ
অখিল. দা আপুনি সত্য. কথা কৈছে
Akhil sir ekdom right kotha koise ❤️❤️
সচা কথা. এনৰেগা কাম তেনেকেই হয়. অকল মাত্ৰ পইছা তো পাবলে টাইমপাছ কৰে. আৰু জবকাৰ্ড বোৰ থিকাদাৰক দি কমিছন লয়. সচা কথাটো কৈছে. ইসঁত এ চি গাৰিৰৰ ভিতৰত বহি থকাবোৰে কি গম পায় 😏
বিজেপি ক বিদাই দিয়ক
Joi akhil da 100percent right
অখিল গগৈ য়ে শুদ্ধ কথাই কৈছিল
অখিল গগৈয়ে সঠিক মন্তব্য কৰিছে। Mgnrega ৰ নামত পঞ্চায়তত ঠিকাদাৰৰ দ্বাৰাই কাম পৰিচালিত হয়। Job Holder ক job card ৰ বিনিময়ত 1300 টকাৰ পৰা 300 টকা বেতন দিয়ে আৰু বাকী ঠিকাদাৰৰ পকেটত। JCB , tractor ৰ দ্বাৰাহে কাম সম্পন্ন হয়।
ধন্যবাদ ,অখিল গগৈ ছাৰ ।
ওপৰৰ মালেটোৱে সব জানে ।এনৰেগাৰ
নামত প্ৰহসন চলি আছে ।এইটো এশ শতাংশই শুদ্ধ ।দালালে JCB ৰে কাম
কৰাই job card holder সকলক নূন্যতম
amout দিয়ে । ভুৱা job card holder ও
বহুত আছে ।কাম নকৰাই মজুৰীৰ ২৫ ৩০ শতাংশ দালালে দিয়ে ।এয়াই চলি আছে ।
Akhil gogoi is always right, I fully support him👍
Respected sir mr akhil gogoi
Akhil Dai Right Kotha Koise
জৱকাৰ্ড বিলাক দেখোন গৰাকীৰ হাতত নাথাকে । জৱকাৰ্ড নামতহে কিন্তু মাটি পেলোৱা কাম ট্ৰেক্টৰৰ দ্বাৰাহে কৰে ।
হিমন্ত বিশ্ব শৰ্মাৰ ভৰি ধুই কলংক লেটেৰা চাফা কৰা চাফাইৱালা মালিছ কৰি সন্তুষ্ট কৰি থকা বহতীয়া এটাই শিষ্টাচা নীতি নিয়ম কি জানিব
Right .
Very true
Akhil Gogoi is the greatest person in all over Assam.
জব কাৰ্ডৰ বিষয় অতি ভাল প্ৰস্তাব উত্থাপন কৰিছে
Akhil sir your talk 100% right
Akhil sir a right kotha koise
পিয়াজ দা ,অখিল গগৈ য়ে ঠিক কৈছে কাম নকৰাকৈ পইচা লৈ খাই আছে।1223% টকা যেনিবা জব কাৰ্ডত সোমাব তাৰে 1000/ উলিয়াই আনি দিবহি লাগে।
Akhil sir is Right 👍👍👍
কথা বুজিব পাৰিলে হে চোৱা চেলেকা তোৱে বচ্ ভাবে নিজকে , অহংকাৰ ৰ পতিফলন হয় ইয়াৰ কথা ৰ পৰা
হয় হয় 1 গণ্টাও নকৰে jobcard holdar a আৰু আমাৰ Job CARD use kore aru poisa উলিয়াই দিলে 200 টকা দিয়ে
Right kotha** 200/250 toka diye *
oo
Raise your point at any cost. Akhil Gogoi is the one. Keep doing the same , we are with you.
অখিল গগৈয়ে সচাটো উদঙাই দিয়ে বাবে অখিলর মুখ বন্ধ করিব খোজে।
Akhil Gogoi zindabad ❤️
Ekdom hosa kotha Akhil da ।
সচা কথা। অখিল গগৈ দেৱে কোৱাৰ দৰেই চলি আছে।
হৈ।। মইও গাঁৱত বহুত bar পইচা ওলাই দিলোঁ
Akhil daa jindabad
Akhil gogoi sir e thik kotha koise... job card namot he
Akhil gogoi da 🥰
Thik... Job card r kotha thik koise
Akhil gogoi aponi bohot brave men dei* eku opomn howa nai bohot val kotha koise aponi*
সচা কথা কলেই পিযুষ বাবুৰ গা জলে
এশ জনৰ ভিতৰত ৫ জন মানুহে ভালপোৱা মানুহজনেই হৈছে পিযুয হাজৰিকা
Jike knke beee e kla
Njnu rey vai knk jike.. Aaimi boruahk saie jikai sge mnuhbure😁
Respected sir
BJP sarkar khnk eko kobo nuari.. Ji nkre kio sadharn raijor maat mata adhikar nohoa kri pelaise..Kin2 pahri goise sarkar khne emn uproloi sihtk raije loi goise r raije isha krile bht talaloi numai o dibo pre
Right Akhil da
BJP চৰকাৰ সংবিধান ভং কৰা চৰকাৰ। BJP দলৰ বিধায়ক বিধায়িকা এইখ্ন BJP চৰকাৰ বাবে হে কেৱল,তাৰ বাহিৰে আন কাকো চকুত নেদেখে এই চৰকাৰে।
অখিল দাই যেতিয়া Job card ৰ বিষয়ে কৈছিল তেতিয়া পিযূষ হাজৰিকা দেৱৰ কিয় প্ৰতিক্ৰিয়া কৰিব লাগে,তেতিয়া হলে তেখেত সকলেই জৰিত আছে নিচ্চয়।কাৰন চুৰে চুৰি এক ক্থাত দুই ক্থাত অকলেই মুখৰ পৰা ওলাই সচা ক্থা উলাই আহে।Salute অখিল দা
akhil dai hosa kotha koise amr eyt u emn homoy hea kam kore
অখিল গগৈ ডাঙৰীয়াই জব কাৰ্ডৰ বিষয়ে যি কৈছে 100% শুদ্ধ কথা কৈছে I সচাঁ কথা সকলোৱে হজম কৰাৰ সাহস নাথাকে I
Akhil gogoi very good ,,,, 👍👍👍
Akhile dai ji koise haitu kintu 100 % hoitya
Akhil Gogoi right 👍 💯
ঠিকেই ।শুনিছোঁ বহুতেই কৈছে।অখিল গগৈয়ে সত্য কথা কৈছে।
Thikei koise
I like Akhil Gogoi .God bless him
Satyamev Jayate, Akhil Gogoi is a truthful person so God will protect him from all the odds. Koi kitna bhi dav pech lagale akhir mein Hukum ka Ikka uparwala hi phekta hai. However Akhil Gogoi should try to control his anger so he can tactfully control the situation.
মাথা নথকা মানুহ মাখাই মন্ত্ৰী হৈ আছে
Hemanto r team khne Assam khnk personal hompotti buli bhbe
Gogoi sir apuni xosa, aru amar agor c.m sar bohut vl asil অন্তত বাহাদুৰি মাৰি ভুৱা আঁচনি লৈ বস্তু দাম আৰু বৰ অসম বেচা নাছিল, নিজৰ পদ নিজে বাছি লৈছে ভাল্ নালাগে laj pau
সচাঁ কথা কৈছাঁ অখিল দা,
Job cardr commission khowa kotha2 100% true, job card holderk dei 150.toka...commission khai 1100 toka
I like your speak ধন্যবাদ জনাইছো
good akhil da
100% right, 1000 tokat Only 100 toka diye, Baki sob uliai ni mas mangkho khai
অখিল গগৈ ডাঙৰীয়াই সঁচা কথাকেই কৈছে আমি চাক্ষুষ দৃষ্টিৰে দেখা পাওঁ MGNREGA ৰ কাম বিলাকৰ বিসংগতি এনেকি যিবিলাক দুখীয়া কৰ্মীয়ে কাম কৰে তাক কৈ লয় ১ৰ পৰা ২ ঘণ্টা মানহে কাম কৰিব লাগিব, মাত্ৰ ফটো যেতিয়া উঠোৱা হব তেতিয়া উপস্থিত থাকিলে হল । আপোনালোকে আহি শুধক যিবিলাক JOB CARD HOLDERS য়ে কাম কৰিছে সিহঁতেই বিভিন্ন ধৰণৰ তথ্য প্ৰধান কৰিব।
ইয়াত bjp য়ে প্ৰতিউত্তৰ কৰাতকৈ investigation কৰাটোহে ভাল হব ।
Akhil Gogoi is 100% right
পিজূষ হাজৰিকা বেছি বেছি কৰে । অখিল গগৈ sir ঠিকেই কৈছা। বহু ত ধন্যবাদ থাকিল
This is right for Akhil Gogoi..
Mozza akhil sir
Huge respect to Akhil gogoi sir
Right akhil da
অখিল গগৈ ছাৰৰ কথাখিনি সঁচা কাৰনে হজম নহয় আৰু সচাক পশ্রই নিদয়াটোৱে এইটোয়েই সূচনা কৰে যে দেশত কি চলি আছে।"চমজদাৰ কে লিয়ে ইচাৰাহী কাফি হে"অখিল গগৈ ছাৰ আগবাঢ়ি যাওক ভগৱান আছে।
Right
অখিল দাৰ কথা সঁচা । তেওঁ সঠিক মূল্যায়ন কৰিছে ।
ৰাম কৃষ্ণ।নিজৰ পৰিচয়নিজেই দিছে।
Akhilda right
জব কাডৰ কাম কোন জন মানুহে আজিৰ যোগত কৰে?
কেৱল ঠিকাদাৰক পইছা উলিয়াই দিব লাগে তাৰ বাবাদ ১০০/২০০ টকা দিয়ে।
বিধানসভাৰ মানুহে গম নাই পোৱা যদি গাঁৱত গৈ চাওক বুজিব পাৰিব।
Job Card dalal card
Good news
Akhil sir right kotha kuise
আমাৰ ইয়াত জবকাৰ্ড হল্ডাৰে কাম নকৰে৷মুষ্টিমেয় মানুহে জবকাৰ্ড সংগ্ৰহ কৰে আৰু হল্ডাৰসকলক কিছু টকা দি ট্ৰেক্টৰেৰে কাম কৰি টকা হজম কৰেএনৰেগাৰ কাম পৰিদৰ্শন কৰি নথিবোৰ মিলাই চালে ওলাই পৰিব৷
100% সত্য কথা কৈছে
100% Right Akhil sir.
😌😌😌piyosh fiush hoi jabo akhil siror lgt 😘😘
বহুত ভাল সচা কথা কৈছে আপুনি অখিল গগৈ ডাঙৰীয়া। জব কাৰ্ডৰ নামত কাৰ্ড হলডাৰক কিবা % হে দিয়ে ৩০০/১০০০ টকা দিয়ে
I like
Ji nohouk job card homorke Akhil Gogoi debe kuwa kotha tu 100%right
Job card r ktha2 110% correct....Upor maal e eku njane enei aal baal siori thake
Akdom right ktha koise....gaor manuhe nregar kam aji 5 year man kora ae ni kijani.... high level r manuh bore kot gm pb gaor ktha.... lacture tu dili hl na gyes
1. Thak koisa kesuman. Manuha kam nokora thak koisa Akhil Gogoi RIT BJP Go back
Yes Akhil gogoi
Akhil Gogoi is right
অখিল গগৈ ভাল কথা কৈছে। পিয়াজ বছ নহইটো
Exactly koise apuni Akhil Sir
Respect Akhil sir. Xosai jonotar protinidhi. Brohia Akhil sir.
Job card or bikhoye Akhil Gogoi dayoriya hosa kotha koise 100% right 👍
Hosa kotha koisay akhil gogoiey