Raja Rani - ৰাজা ৰাণী | Assamese Short Film | Soubhik Rajkhowa | Rose Bordoloi

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024
  • Cast
    Soubhik Rajkhowa
    Rose Bordoloi
    Kalpa Jyoti Phukan
    Ankrita Devi
    Anjana Boruah
    Archita Sut
    Kashmiri Saikia
    Anupam Chetry
    Sanu Bora
    Pranab Sharma
    Udita Saha
    Ritul Phukan
    Puspa Lata Dutta
    Rashmi Borah
    Kalpana Hazarika
    Puja Borah
    Mintu Saikia
    Hari Saha
    Duke Phukan
    Bablu Rajkhowa
    Dop
    Samrit Baruah
    Director
    Kalpa Jyoti Phukan
    Story & Script
    Soubhik Rajkhowa
    Poster
    Partha Jit Hira
    Makeup Artist
    Dimpi Saikia
    Poster Click
    Deeku Bhowmick
    Special Thanks
    Achurjya Borpatra
    Rantu Bharali
    Prafulla Borah
    Kukil Phukan
    Kuki Rajkhowa
    Mamoni Baruah
    Mayur Milon Bordoloi
    Location
    North Lakhimpur, Dhekiyajuli
    Credits:
    Singer: Achurjya Borpatra
    Lyrics: Rakesh Gogoi
    Composition: Rakesh Gogoi and Achurjya Borpatra
    Music: Arnab Bashistha
    Guitar and Stroke: Rupam Sarmah
    Electric Guitar: Chinmoy Sarma
    Sarod: Tarun Kalita
    Flute: Mantu Das
    Recording Studio: RedAV Studio by Pinku Das
    Studio A by Arnab Bashistha
    Mix and Mastur: Diganta Bordoloi ( Studio Audioholic)
    Artwork: Hemchand

ความคิดเห็น • 7K

  • @GhuiGhj-g1d
    @GhuiGhj-g1d ปีที่แล้ว +10

    Bor ধুনীয়া কাহিনী 😢দুখ লাগিগল😢😢

  • @DeepJyotipatar609
    @DeepJyotipatar609 ปีที่แล้ว +17

    ইমান সুন্দৰ অভিনয় আৰু কাহিনীটো হৃদয় চুই গৈছে আৰু সঁচা প্রেম কেতিয়াওঁ মিলন নহয়

  • @RatnajitChutia-s2c
    @RatnajitChutia-s2c ปีที่แล้ว +78

    কি কম মই মোৰ কবলৈ ভাষা নাই মোৰ হৃদয় চুই গৈছে বহুত ধুনীয়া কাহিনী আৰু আগুৱাই যোৱা মই ভগৱানৰ ওচৰত প্ৰাথনা কৰিছোঁ ❤❤❤❤ soubhik da আৰু rose ba ভগৱানে আপোনালোক সদায় আশীৰ্বাদ কৰক 🌹❤🌹

    • @BobitaHazarika-ny3gn
      @BobitaHazarika-ny3gn ปีที่แล้ว

      Fg percentage in NBA rim is as didn't de eg ft dgxgzxWfhggfffyrfdsddddrrttt ty

  • @MadhabDas-d3c
    @MadhabDas-d3c ปีที่แล้ว +7

    Hridoy sui jua ak kahini❤ hosai vl lagil sai🥰♥️♥️♥️

    • @bikiali6305
      @bikiali6305 27 วันที่ผ่านมา

      😢😂😅❤

  • @shubhadas7369
    @shubhadas7369 ปีที่แล้ว +9

    Khub val lagil❤❤ last scene kadi dilu😢😢😢

  • @Souanki88120
    @Souanki88120 ปีที่แล้ว +23

    কবলৈ ভাষা নাই ,😢ইমান সুন্দৰ অভিনয় লগতে কাহিনীটো,হৃদয় চুই আপোনালোক আগুৱাই যাওক😢❤❤বহুত বহুত মৰম আপোনালোক সকলোলৈ❤❤এতিয়ালৈকে ৩ বাৰ মান চালোঁ😢😢আজি আকৌ এবাৰ চাই কমেণ্ট কৰিলোঁ❤😢চকুপানী ৰখাব নোৱাৰিলো😢মৃত্যু সময় খিনি যে ইজনে সিজনৰ বাবে 😢😢😢😢oh My God 😢ভাষা নাই soubhik da nd rose ba❤

  • @shilpeekaborkakoty4573
    @shilpeekaborkakoty4573 ปีที่แล้ว +19

    সচাঁকৈ হৃদয় চুই গ'ল কাহিনীটোৱে🥺❤️

  • @dhunu7
    @dhunu7 ปีที่แล้ว +8

    Mind blowing lvstry showbhik daa aru rose baa vry heart touching stry ❤❤🥺🥺
    Well done to all members 👍🏻👍🏻❤❤🔥

  • @lakhaydharsonowal3775
    @lakhaydharsonowal3775 ปีที่แล้ว +308

    হৃদয় চুই যোৱা এটা কাহিনী 😍👍Raja Rani ❤

  • @sompritigogoi6131
    @sompritigogoi6131 ปีที่แล้ว +52

    আধৰোৱা এক সচাঁ প্ৰেমে বুকুত খুন্দিয়াই গ'ল❤️😭

  • @Kaushik632
    @Kaushik632 ปีที่แล้ว +7

    ইমান সুন্দৰ কাহিনী...!!
    অন্তৰ চুই গ'ল। বহুত ভাল লাগিল।

  • @mrinalesaikia2197
    @mrinalesaikia2197 ปีที่แล้ว +13

    হৃদয় চুই গল এই কাহিনীটোৱে 😌 আচলতে সচাঁ মৰম ভালপোৱা মিলন নহলেও আজীৱন অমৰ হৈ ৰৈ যায় 😔 আগলৈ আৰু ভাল কাম কৰি যোৱা মোৰ ফালৰপৰা best which থাকিল তোমালোকৰ লৈ 👍

  • @Banditavlogs
    @Banditavlogs ปีที่แล้ว +495

    কি কম সৌভিক দা কবলৈ ভাষা নাই ইমান ধুনীয়া কাহিনী 🥺💕 শেষত কান্দি পেলালো 😭

  • @kanishkanath7007
    @kanishkanath7007 ปีที่แล้ว +20

    বহু অপেক্ষাৰ অন্ত পৰিল🥺 হিদয় চুই যোৱা এক প্ৰেম কাহিনীৰো অন্ত পৰিল 😢 বহুত ভাল লাগিল চাই সচাঁই কোনোৱে নাজানে কাৰ কেতিয়া কি হৈ😟 এনেকৈ আগ বাঢ়ি যোৱা আৰু আমাৰ কাৰণে আগলৈও এনেদৰে ধুনীয়া ধুনীয়া কাহিনী আগবঢ়াই লৈ আহা❤ সৌভিক দা🎉

  • @nijumonibodophukan612
    @nijumonibodophukan612 ปีที่แล้ว +56

    অতি সুন্দৰ 👌সকলো কলা কুশলীলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু ভৱিষ্যত জীৱনৰ উজ্বল কামনা কৰিলোঁ 💐

  • @mousumcreation252
    @mousumcreation252 ปีที่แล้ว +36

    ❤️এক অন্তৰ স্পৰ্শ কৰা এটি কাহিনী 💝❣️_এনেকুৱা কাহিনী আৰু🎶 গীত যদি শুনা যায়_মনটো_আৰু_হৃদয়_উচুপি উঠে💘❣️_😔_শেষত মনটো বিশাদে তুলি পেলালে যায় 😔😓
    কাহিনী_সংগীত_অভিনয়_অতি সুন্দৰ দাদা ❣️❣️❣️❣️
    আকৌ_যাতে🌼 এখন চাব পাৰো ❣️🍭 সমাজে কিয় এই প্ৰেম বোৰক সহাঁৰি নিদিয়ে 💔
    ❤️Keep__-it-__up_-_bro❤️
    সৌভিক_দা_বাবে_লাইক_কৰিব

  • @bulibora5801
    @bulibora5801 ปีที่แล้ว +133

    এই কাহিনীটো কোনে কোনে ভাল পালা লাইক এটা কৰিবা

  • @gogoisuwali3696
    @gogoisuwali3696 ปีที่แล้ว +68

    দুখ লাগিল 😢😢😢😢লগতে ভালো লাগিল❤❤❤soubhik ৰ sort film বোৰ সদাই heart touching হয় ❤❤❤❤❤love frm Bukakhat ❤

    • @dhantipegu1314
      @dhantipegu1314 ปีที่แล้ว +5

      দুখ লাগিল 😢😢 লগতে ভাল লাগিল 🎉🎉🎉

    • @jyotishmanborkotoky
      @jyotishmanborkotoky ปีที่แล้ว

      Bukakhat nhoi Bokakhat hoi 𝚜𝚙𝚎𝚕𝚕𝚒𝚗𝚐 vul

    • @boruahrajdeep640
      @boruahrajdeep640 ปีที่แล้ว +4

      Bhut vl lgil oo

  • @promilaurang1632
    @promilaurang1632 ปีที่แล้ว +7

    খুব সুন্দৰ আগোৱাই যোৱা তোমালোক , আৰু তোমালোকৰ প্ৰেম যুগমীয়া হওক

  • @apurbodas1290
    @apurbodas1290 ปีที่แล้ว +5

    Hosai bohut dhuni ak love story.l love Soubhik daa aru rose baa apunaluk aru aguwai jauk

  • @axomoraxomiyamusic8377
    @axomoraxomiyamusic8377 ปีที่แล้ว +100

    গানটো শুনি চকুৰ পানী ওলাই গল... গাৰ নোম শিয়ৰি উঠিল... ❤😢 Love you all ❤❤

  • @bandanadas4364
    @bandanadas4364 ปีที่แล้ว +64

    অতি সুন্দৰ কাহিনী 😊... গান টো শুনি বহুত আবেগিক হৈ গলোঁ 😢... বহুত ভাল লাগিল চাই আৰু বহুত দুখো লাগিল😔 ..সিহঁতৰ প্ৰেম আধৰুৱা হৈ ৰল😔🥺🥺

  • @pranabjyoti7492
    @pranabjyoti7492 ปีที่แล้ว +97

    কি কম কবলৈ ভাষা নাই........ সঁচা ভাল পোৱা এইয়াই প্ৰমাণ ❤😔🥺

  • @rashmidas1070
    @rashmidas1070 ปีที่แล้ว +12

    বাপ ৰে দাদা চুকুৰ পানী ওলাই গৈছে ও 🥺🥺,thnkyou so much দাদা,মেইন কি যানে আমাৰ অসমীয়া জাতি টোত হে এইবোৰ বেছি। ইমান ধুনীয়া ভিদিও দিয়াৰ বাবে ধন্যবাদ 🙏🙏 আকৌ আগুৱাই যোৱা 🙏🙏🙏

  • @Munukansaikia
    @Munukansaikia ปีที่แล้ว +85

    আগুৱাই যোৱা আমাৰ সহযোগিতা সদাই তোমাৰ লগত আছে।।❤️

  • @alonkritadutta4819
    @alonkritadutta4819 ปีที่แล้ว +7

    Bht dhunia kahini..aru agbahi jua.. heart touch kori goise short film khn a.. lot's of love 💕..sokolure Val pua manuh jon/ joni Val a thakok..❤

  • @tinasaikia9945
    @tinasaikia9945 ปีที่แล้ว +17

    কবলৈ ভাষা নাই ইমান ধুনীযা কাহিনী❤❤😢 শেষত ইমান দুখ লগা কাহিনীটোৰ চকুপানী ৰখাব নোৱাৰিলো😭💧

  • @krishnadas7726
    @krishnadas7726 ปีที่แล้ว +3

    খুব সুন্দৰ কাহিনী ভাল লাগিল। গানটোও বহুত ধুনীয়া। ❤

  • @ananyamithi7203
    @ananyamithi7203 ปีที่แล้ว +36

    গানটোয়ে হৃদয় চুই গৈছে ❤️❤️বহুত বহুত মৰম সকলোলৈকে 💞

  • @nibeditatalukdar-3454
    @nibeditatalukdar-3454 ปีที่แล้ว +23

    এনেকুৱা চিনেমা নবনাবদে বহুত দুখ লাগি গ'ল। 😢অন্তত ৰাজা ৰাণীৰ মিল হ'ব লাগিছিল আৰু দোখীয়ে শাস্তি পাব লাগিছিল।❤👌🤞👍💜😇

  • @TinkuDeka-tk9ni
    @TinkuDeka-tk9ni ปีที่แล้ว +8

    Bhut val lagil sai....❤❤❤❤😢😢😢😢..last t..olp dukh lagil😢😢

  • @Dipjyoti_6649
    @Dipjyoti_6649 ปีที่แล้ว +6

    সুন্দৰ কাহিনী। কাহীনি আৰু অতিকৈ প্ৰিয় শিল্পী জনৰ নদিয়াল গীতটি শুনি সচাই বৰ আবেগীক হৈ পৰিলো। love from lakhimapur❤❤

  • @sonmonidekaofficial
    @sonmonidekaofficial ปีที่แล้ว +135

    গানটো শুনি আবেগিক হলো 😢 সকলোলৈ বহুত বহুত মৰম ❤❤❤

  • @hirakjyotideka7796
    @hirakjyotideka7796 ปีที่แล้ว +129

    সৌভিক দাদাক ভাল পোৱা সকলে like ata কৰিব ❤❤❤❤। Like he খুজিছোঁ পইচা খোজা নাই😂😂😂।

    • @Prabhassssq
      @Prabhassssq 8 หลายเดือนก่อน

      😂

    • @BikiAli-z7v
      @BikiAli-z7v หลายเดือนก่อน

      Sdjjgx 😢❤❤

    • @AjgarAli-i5p
      @AjgarAli-i5p หลายเดือนก่อน

      ❤❤❤

    • @AjgarAli-i5p
      @AjgarAli-i5p หลายเดือนก่อน

      ❤❤

  • @BikashDas-do8wc
    @BikashDas-do8wc ปีที่แล้ว +4

    অতি সুন্দৰ 👌গানটো শুনি আবেগিক হৈ গলো আৰু আগুৱাই যোৱা❤️❤️❤️❤️

  • @melt_raw7507
    @melt_raw7507 ปีที่แล้ว +2

    Souvik da mojja lagila bohut dhuk lagila sai sokur pani musi a tot puya a nie😭🥺🥺.

  • @biswajitsonowalbiswajitson8167
    @biswajitsonowalbiswajitson8167 ปีที่แล้ว +48

    বহুত ধুনীয়া কাহিনী লৰালি ধেমালি বোৰ মনত‌ পেলাই দিলা কিন্তু শেষত কন্দৱাই দিলা 😢😢😢

  • @AXOMBlack444
    @AXOMBlack444 ปีที่แล้ว +37

    হৃদয় চুই যোৱা বহুত ধুনীয়া কাহিনী ❤👍😍raja rani ❤

  • @mrtulsizglover721
    @mrtulsizglover721 ปีที่แล้ว +40

    No Hollywood No bollywood our assam favorite assamese short film ৰাজাৰাণী" my assam favorite youtuber soubhik rajkhua daa & rose baa , im excited soubhik daa 😘😘😘😘😘

  • @barashasaikia572
    @barashasaikia572 ปีที่แล้ว +9

    বহুত আবেগিক হৈ গলো😢❤।। সকলোৰে অভিনয় ধুনীয়া হৈছে❤

  • @debojitsaikia6568
    @debojitsaikia6568 ปีที่แล้ว +23

    সুন্দৰ কাহিনী♥ বা আৰু দাদা💕🥰
    বহুত মৰম ♥ থাকিল ভাইটি ৰ পৰা♥ আৰু টীম তোলৈ শুভেচ্ছা থাকিল💌 @Love♥ from jorhat dahotia📍♥

  • @shristigoswami123
    @shristigoswami123 ปีที่แล้ว +21

    শেষৰ ফালে চকু পানী ওলাই গল 😢
    বৰ ধুনীয়া হৈছে ❤...
    Love you all❤

  • @mousumlason13
    @mousumlason13 ปีที่แล้ว +422

    কিছুলোকৰ সঁচা ভালপোৱাৰ মিলন কেতিয়াও নহয়। চিৰজীৱন আজীৱন অধৰুৱা হৈ ৰৈ যাই। আজি আকৌ প্ৰমাণ দেখিলোঁ❤ 🐝🌙

  • @meenusaikia9618
    @meenusaikia9618 ปีที่แล้ว +1

    Hosakoi bohut besi Val lagil sai ....soku pani ulai gol❤️❤️agbahi juwa tuma luk ❤️❤️

  • @parishmitadas1413
    @parishmitadas1413 ปีที่แล้ว +116

    Tumi amr hero hoi soubhik da 🎉❤anekoie agbahi jua 💗..Raja Rani uff this story is unbelievable ❤Thank you soubhik da amak emn ata beautiful story forward r babe 😊 apunar team to 🔥 love you Rose ba and soubhik da ❤

  • @dhunudeha5120
    @dhunudeha5120 ปีที่แล้ว +17

    সচায় হৃদয় চুই গ'ল কাহিনীটোয়ে ❤️🥺
    জানো এনেকোৱা লাগিল নিজৰ লগত ঘটি গ'ল😌🥲

  • @Nirob_Jyoti_konwar_Assam__
    @Nirob_Jyoti_konwar_Assam__ ปีที่แล้ว +23

    বহুত দুখ লগা কাহিনী আৰু গানটো শুনি আবেগিক হৈ গলোঁ 😢😢😢 আৰু বাঘে চেলেকাৰ অভিনয় ধুনীয়া হৈছে👌👌👌❤

  • @dized2203
    @dized2203 ปีที่แล้ว +2

    Soku pani ulai gol gol 🥺❤️✨xomaj khon ekebare nuhua hoi gol goi 🥺

  • @anantarajkhowa6613
    @anantarajkhowa6613 ปีที่แล้ว +8

    অপেক্ষা অন্ত পৰিল।
    বহুত ভাল লাগিলে
    আৰু আগুৱাই যোৱা মই ভগৱানক পাৰ্থ না কৰিছোঁ 🌹

  • @manalishadas2421
    @manalishadas2421 ปีที่แล้ว +31

    চকুৰ পানী ৰখাব নোৱাৰিলো😢 ইমান দুখ লগা কাহিনীটো 😢 সকলোৰে অভিনয় সুন্দৰ হৈছে❤ আগলৈ আৰু ধুনীয়া ধুনীয়া কাহিনী চাব পাম বুলি আশা থাকিল সৌভিক দা❤💕

  • @hirakjyotideka7796
    @hirakjyotideka7796 ปีที่แล้ว +122

    কোনে কোনে বহু দিনৰ পৰাই অধিক আগ্ৰহী হৈ আছিলে ।❤❤❤😊😊😊

  • @PradipDas-mp4yv
    @PradipDas-mp4yv 9 หลายเดือนก่อน +1

    বহুত ভাল লাগিছে চাইকিন্তু অকণমান দুখ লাগিল বহুত বহুত ভাল লাগিল

  • @geetanjalisaikiachannel4411
    @geetanjalisaikiachannel4411 ปีที่แล้ว +368

    গান টো শুনি আবেগিক হলোঁ...সকলোলৈ মৰম❤

  • @riyabharali
    @riyabharali ปีที่แล้ว +4

    সুন্দৰ অভিনয়ৰ সকলোৰে আৰু আগুৱাই যোৱা।।🧿🫶🏻

  • @pradipborah3546
    @pradipborah3546 ปีที่แล้ว +3

    সচাই বহুত ভাল লাগিল সৌভিক দা ❤হৃদয় চুই যোৱা কাহিনী

  • @kboys2.010
    @kboys2.010 ปีที่แล้ว +2

    ভাল লাগিল চাই ❤💗 তুমি আৰু মই 😊 ৰাজা+ ৰাণী

  • @chinmoyyt6771
    @chinmoyyt6771 ปีที่แล้ว +23

    চকু পানী বৈ আহিল ❤️। সচাঁই বৰ হৃদয়বিদাৰক কাহিনী গানটোৱ বেছিকৈ মোক কন্দোৱালে।😭😭

  • @Namuuu-u7q
    @Namuuu-u7q ปีที่แล้ว +11

    আৱেগিক হৈ পৰিলো সঁচাই 🙂❤️
    ভালপোৱা পাবলৈও ভাগ্য লাগে আৰু এক হবলৈও
    সেয়ে থকা জনক গুৰুত্ব দিয়ক 🙂❤️🫂

  • @pxsintu9592
    @pxsintu9592 ปีที่แล้ว +10

    চুটি ছবি খনৰ কাৰণে বহুত অপেক্ষা কৰি আছিলোঁ.......... ফল টো মিঠা এ পালোঁ বাৰু.......বহুত ভাল লাগিল👀💗......বাকী বহুত খিনি মৰম যোৰহাটৰ পৰা ❤️

  • @AnupamBoruah-u5z
    @AnupamBoruah-u5z ปีที่แล้ว +1

    Kbole aru bhakha a nai ....emn hundor ata kahini 💯🥺❤️

  • @rintudas6106
    @rintudas6106 ปีที่แล้ว +7

    কি কম কবলৈ ভাষা নাই😢❤কাহিনীটো বহুত ভাল লাগিছে আৰু তাত কৈ বেছি ভাল লাগিছে গানটো🙂 । আশা কৰিছো অতি সোনকালে আকৌ এটা এনেকুৱা এটা কাহিনী পাওঁ যে🙂love from jorhat ❤

  • @dikshitnath8398
    @dikshitnath8398 ปีที่แล้ว +24

    বহুত সময়ৰ পৰা ৰৈ আছিলো আপোনাৰ short film ৰ কাৰণে চাই বহুত ভাল লাগিল 🔥🔥☺️❤️❤️❤️❤️❤️❤️❤️

  • @Beasthindi143
    @Beasthindi143 ปีที่แล้ว +12

    সমাজত থকা কিছুমান স্বাৰ্থপৰ মানুহৰ বাবেই সচা ভাল পোৱা মানুহৰ কিছুমানে নিজৰ ভাল পোৱা হেৰুৱাই আৰু কিছুমানে নিজৰ প্ৰাণ হেৰুৱায়।

  • @lakshyadhardas2890
    @lakshyadhardas2890 ปีที่แล้ว +1

    অতি সুন্দৰ কাহিনী গান টো শুনি বহুত আবেগিক হৈ গলো

  • @SurujitSutradhar-l2o
    @SurujitSutradhar-l2o ปีที่แล้ว +32

    Guru sur top level acting❤❤

  • @anushreedas6308
    @anushreedas6308 ปีที่แล้ว +55

    চকুৰ পানী ৰখাব নোৱাৰিলো ইমান দুখ লগা কাহিনীটো..😭😭😭

  • @deepaadhyapak1556
    @deepaadhyapak1556 ปีที่แล้ว +5

    বহুত বেছি ভাল লাগিল, ক'বলৈ ভাষা নাই ইমান ধুনীয়া কাহিনী, শেষলৈ চকুৰ পানী ওলাই গৈছিল।।🥺❤️

  • @suruchikalita6479
    @suruchikalita6479 ปีที่แล้ว +2

    বহুত ভাল লাগিছে,,,,আবেগৰ নদীত বৈ গৈ থাকিলো চকুৰে পানী নিগৰী গল,,,,তোমালোক সদাই ভালে থাকা,,,,Lost of love from patsala

  • @pranabjyotiphukan9523
    @pranabjyotiphukan9523 ปีที่แล้ว +17

    ইমান ধুনীয়া কাহিনী ❤️ শেষৰ ফালে চকুপানী ৰখাব নোৱাৰিলোঁ 😟

  • @iamparikhitborah954
    @iamparikhitborah954 ปีที่แล้ว +4

    Moja lagil short film khon sai fali disa soubhik da bhut time pora rokhi aselu sam sam buli... 🥳🎉 NEED MORE LIKE THIS..💕💞

  • @AshimRajbongshi-l4c
    @AshimRajbongshi-l4c ปีที่แล้ว +5

    সচাই বহুত ভাল লাগিল সৌভিক দা❤❤শেষৰ ফালে গাৰ লুম শিয়ঁৰি উঠিল😥😥😥আগলৈ আৰু ভাল ভাল এনেকুৱা কাহিনী তোমাৰ পৰা আশা কৰিলোঁ🙏🙏🙏🙏

  • @Lipisaikia-m6w
    @Lipisaikia-m6w 4 หลายเดือนก่อน +1

    Xosai bhut val lagile sai

  • @dsdipankarsangita5505
    @dsdipankarsangita5505 ปีที่แล้ว +16

    কন্দুৱাই পেলালে দাদা 🥺❣️ সকলো কাহানিৰ অন্ত তোন হাঁহি ৰে শেষ নহৈ ✨🙂

  • @KarabiHira-lv3lg
    @KarabiHira-lv3lg ปีที่แล้ว +9

    বহুত বেয়া লাগিলে কাহিনীটো চায় 😢😢 ।। সঁচাকৈয়ে চকুপানী ওলাই গৈছে 😭😭,, কি কম আৰু সৌভিক দা🥺🥺🥺 ।।।। আগলৈ আৰু এনেকুৱা ভিডিও পাম বুলি আশা কৰিলো😔😔😔

  • @Axomlofiboy11
    @Axomlofiboy11 ปีที่แล้ว +12

    সঁচাকৈ কাহিনীটোয়ে হৃদয় চুই গ'ল ইমান সুন্দৰ অভিনয় 🥺❤️গীতি শুনি আবেগিক হৈ পৰিলোঁ।😢

  • @kabitadutta9378
    @kabitadutta9378 ปีที่แล้ว +1

    সকলোৰে অভিনয় অতি সুন্দৰ হৈছে ।আৰু আগুৱাই যোৱা ।

  • @sumitrasharma1225
    @sumitrasharma1225 ปีที่แล้ว +5

    দুখ লাগি গল সচাকৈ অতি সুন্দৰ কাহিনী ❤

  • @tarunguwala5760
    @tarunguwala5760 ปีที่แล้ว +4

    ৰজা ৰাণী 1Million হবলৈ গৈ আছে congratulation🎉❤❤

  • @mrbairagi3666
    @mrbairagi3666 ปีที่แล้ว +306

    Better than previous short films ❤ best wishes to the team 🎉 need more like this 💕

    • @mitumonibora4990
      @mitumonibora4990 ปีที่แล้ว +10

      বাঘে চেলেকাক ভাল লাগিছে ❤😂🎉

  • @ganeshdas6223
    @ganeshdas6223 ปีที่แล้ว +2

    Camera quality background music ultimate hoise 🔥❤️

  • @HimangshuDeka-jd9xt
    @HimangshuDeka-jd9xt ปีที่แล้ว +6

    Garu sur majja acting 🥰

  • @ankurborah1879
    @ankurborah1879 ปีที่แล้ว +89

    Fainally ... Congratulations Soubhik da🙌

    • @munmiborah7380
      @munmiborah7380 ปีที่แล้ว +2

      Spelling tu huddho ke likha bro fainally nhoi finally 💀

    • @kalita___raju_
      @kalita___raju_ ปีที่แล้ว

      KOTHA TU TU ETAI NA .... BANAN T LAGI LAV NAI...BUJI PAISA TU TATEI JOTESTHO।।।।

  • @DebashishAnd
    @DebashishAnd ปีที่แล้ว +26

    Everyone has done such a beautiful acting, thanks to everyone and make more short films in future, my blessings are for you guys.

  • @AssameseMaker1
    @AssameseMaker1 ปีที่แล้ว +2

    Mojjah lage ❤️short flim bur sai last kon beya lagil 🥺😭

  • @Gagansaikia420
    @Gagansaikia420 ปีที่แล้ว +19

    Nice acting for kalpa da 😍😍😍. Best of luck for all team😊😊😊 sale Sai thakib ei mon Jai ase ......Love from Mayong ❤️❤️😍😍😍

  • @goutambhai4239
    @goutambhai4239 ปีที่แล้ว +175

    Juna juna soubhik daa k vall pai like kora❤

  • @pinkiborah9757
    @pinkiborah9757 ปีที่แล้ว +30

    ছবিখন চাই ভাল লাগিল😊... এনেদৰেই আগবাঢ়ি যাওক☺️..হৃদয় চুই যোৱা এটা কাহিনী 🥺♥️

  • @bikashsvlogs861
    @bikashsvlogs861 ปีที่แล้ว +1

    ❤❤❤😢😢😢😢😢😢😢 Dhunia 😥😥😥😭😭😱😒

  • @Rahulbarman786
    @Rahulbarman786 ปีที่แล้ว +5

    Heart touching story 😢😢😢

  • @riyabora1223
    @riyabora1223 ปีที่แล้ว +52

    সঁচা ভাল পোৱা কথা কোনেও বুজি নাপাই 😞 ভাল পোৱা ত যে জাতি , ধৰ্ম, ধনী,দুখীয়া একোঁ চিনি নাপাই 💔🥺

    • @nirotpaldutta7415
      @nirotpaldutta7415 ปีที่แล้ว +1

      ইয়াত জাতি ধৰ্ম কথা কোৱা নাই....নিজৰ ঘৰতে ঘৰতে বিয়া পাতাৰ কথা কৈছে.....ছোৱালী জনী জেঠাইৰ জীয়েক হয়নে....সেইবাবে...

  • @Kingdom55cc
    @Kingdom55cc ปีที่แล้ว +5

    প্ৰেমত কোনো ভুল ❌ নাথাকে প্ৰেমত মাথো থাকে মৰম বিশ্বাস আৰু ভালপোৱা 💝💝 Last moment 😔😔😔 @Achurjya borpatra ককাইদেউ গানে 🎵 uff 🙇‍♂️🙇‍♂️ 🎧🎧

  • @mr_blackkkkkk2734
    @mr_blackkkkkk2734 ปีที่แล้ว +1

    সুন্দৰ কাহিনী অভিনয় 🔥

  • @manoshahom9190
    @manoshahom9190 ปีที่แล้ว +11

    অন্তৰ চুই গ’ল কাহিনীটোৱে🥹❤️ বহুত বহুত ভাল হৈছে । সকলোৰে অভিনয় বৰ ভাল হৈছে🥹😢সুখ-দুখ সকলো সোমাই আছে আৰু শৈশৱৰ স্মূতিবোৰো আছে । বহুত ভাল লাগিল কাহিনীটো❤❤❤❤Soubhik - Rose- Gorusur-baghe jui🔥🔥acting আৰু প্ৰেমকাহিনী🔥❤️❤️❤️❤️😢😢😢😢😢😢শেষত বহুত দুখ লাগিল অ🥹💔💔💔💔😞😞

  • @manujbaruah7265
    @manujbaruah7265 ปีที่แล้ว +4

    অতি সুন্দৰ কাহিনী দাদা । বহুত ভাল ও লাগিল বহুত দুখ ও লাগিল । মই নকন্দাকৈ থাকিব নোৱাৰিলো 😢😭

  • @bhaskarsonowal7235
    @bhaskarsonowal7235 ปีที่แล้ว +13

    Soubik da bohut val lagil fliim khon sai

  • @pompiboruah1472
    @pompiboruah1472 ปีที่แล้ว +2

    হাত দুয়োখন মিলাই দিওতেই চকু পানী ওলাই গল❤❤

  • @PriyankaRajKonwari
    @PriyankaRajKonwari ปีที่แล้ว +5

    ইমান ধুনীয়া কাহিনী ❤ শেষলৈ চকুৰ পানী ওলাই ৰখাব নোৱাৰিলে ।❤️❤️❤️❤️❤️

  • @rakhisaikia8855
    @rakhisaikia8855 ปีที่แล้ว +5

    কবলৈ ভাষা নাই হৃদয় চুই গ'ল 😢❤ বহুত মৰম তোমালোকক ❤️

    • @majnurali2747
      @majnurali2747 ปีที่แล้ว +1

      😢😢😢😢😢😢😢😢

  • @adityagogoi2559
    @adityagogoi2559 ปีที่แล้ว +7

    কি কম সৌভিক দা কবলৈ ভাষা নাই ইমান ধুনীযা কাহিনী 😰 শেষত কান্দিলো 😭😭

    • @Romijur123
      @Romijur123 3 หลายเดือนก่อน

      Yt

  • @RomanMudli
    @RomanMudli 7 หลายเดือนก่อน

    ইমান সুন্দৰ কাহিনী ।
    অন্তৰ চুইগল আৰু বহুত বেয়া লাগিছে ।