তামোল খেতি। পুলি কেনেকৈ ৰোপণ কৰিলে সোনকালে বৃদ্ধি হব। betel nut farming in assam

แชร์
ฝัง
  • เผยแพร่เมื่อ 26 ต.ค. 2024

ความคิดเห็น • 77

  • @lakhyanathregon2242
    @lakhyanathregon2242 3 ปีที่แล้ว +1

    বহুত বহুত ধন্যবাদ 'BA' 🙏

  • @dibakarsharma6694
    @dibakarsharma6694 4 ปีที่แล้ว +4

    Good work, Motivation you Interest ❤️🙏❤️

  • @parthamohan5891
    @parthamohan5891 4 ปีที่แล้ว +2

    Mojjjaaa...aji akdom jordar background music dise...bhal lagil🙂🙂👌👌👌

  • @pulinboruah2823
    @pulinboruah2823 3 ปีที่แล้ว

    Moja dada

  • @dalimpoudel1479
    @dalimpoudel1479 3 ปีที่แล้ว

    Nice video.

  • @pappunewar6192
    @pappunewar6192 3 ปีที่แล้ว +1

    Good

  • @bidyasdreamyworld8000
    @bidyasdreamyworld8000 หลายเดือนก่อน

    Dada rakhayonik har proyug korile kun mahor pora ketialoi dibo pari tamul pulit jonabo sun plz

  • @mridulneog7034
    @mridulneog7034 3 ปีที่แล้ว

    সুন্দৰ ভিডিঅ । পিছে কোনতো জাত বেছি ভাল ।

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 ปีที่แล้ว

      জাতৰ লগত ইমান কথা নাই মাটিৰ গুণাগুণ আৰু আপোনাৰ যত্নৰ উপৰত ফল নিৰ্ভৰ কৰিব যদি সঠিক সময়ত সাৰ প্ৰায়োগ আৰু পানী যোগান বাৰিষা চিজনত পানী নলাৰ সঠিক ব্যৱস্থা যদি কৰে তেন্তে আপুনি থলুৱা যাতৰ পুলি লগালে ধুনীয়া ফল পাব আৰু পুলি আনি পুতি থৈ দিয়ে তেন্তে যিমান ভাল জাতৰ পুলি আনিও লাভ নাই।

    • @mridulneog7034
      @mridulneog7034 3 ปีที่แล้ว

      @@BiswanathAgrifarm ধন্যবাদ থাকিল ।

  • @ratulsaikia7540
    @ratulsaikia7540 3 ปีที่แล้ว +1

    New subscriber

  • @samsolarajhi7275
    @samsolarajhi7275 3 ปีที่แล้ว

    Nice video

  • @madhabdas3722
    @madhabdas3722 3 ปีที่แล้ว

    সুন্দৰ। অনুগ্ৰহ কৰি ভিডিও বোৰত বেকগাউণ্ড মিউজিক বেছি নলগাব।

  • @lakhyanathregon2242
    @lakhyanathregon2242 3 ปีที่แล้ว +1

    এজোপা তামোল গছৰ পৰা আন জোপা তামোল গছ কিমান কিমান দুৰত্ব ৰোপ লাগে অনুগ্ৰহ কৰি জনাব 👏👏🙏🙏

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 ปีที่แล้ว

      Line to line 10feet plant to plant7,8 feet dile Val হয়

  • @dwipenbaruah1865
    @dwipenbaruah1865 ปีที่แล้ว +1

    কোন মাহত লগাব লাগিব

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  ปีที่แล้ว +1

      বাৰিষা মাহত লগালে হল. April to July best time...

  • @user-ew9hz2lp3e
    @user-ew9hz2lp3e 4 ปีที่แล้ว

    Nice

  • @jeherulhassan7477
    @jeherulhassan7477 3 ปีที่แล้ว +1

    Kiman distance t rubo lage dada

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 ปีที่แล้ว

      Line to line 10feet
      Plant to plant 7 feet dibo pare pisaloi bhal hobo।majat tractor salabo paribo।

  • @ইটোসিটোবহুটো-ষ৯ম
    @ইটোসিটোবহুটো-ষ৯ম 4 หลายเดือนก่อน +1

    Juwa kali 30ta rulu...juwa bsr 50ta rulu kitu bha nai gosjupa rnga pri goise..ki krib lagib jnaba dada.

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  4 หลายเดือนก่อน

      লগাওঁতে অলপ ভালদৰে লগালে পিছত কোনো অসুবিধা নহয়..আপুনি লগাওঁতে কেনেদৰে লগাইছে তাৰ ওপৰত নিৰ্ভৰ কৰিব..

    • @ইটোসিটোবহুটো-ষ৯ম
      @ইটোসিটোবহুটো-ষ৯ম 4 หลายเดือนก่อน

      ধন্যবাদ ককাইদেউ।

  • @ratulsaikia7540
    @ratulsaikia7540 3 ปีที่แล้ว +1

    Apuni ki applicationst video edit kore

  • @nikitaekka1672
    @nikitaekka1672 3 ปีที่แล้ว

    I want to know on which month it is done

  • @abhijitborgohain2981
    @abhijitborgohain2981 3 ปีที่แล้ว +1

    আপোনাৰ osorot sumangala জাতৰ তামোলৰ পুলি পোৱা যাব নেকি

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 ปีที่แล้ว

      পুলি উপলব্ধ নাই।ধন্যবাদ

  • @pranameshbharadwaj6190
    @pranameshbharadwaj6190 2 หลายเดือนก่อน

    তামোল গছ বহুত আছে। কেৰ্কেটুৱা উৎপাতত ফল নাই। কি কৰিব পাৰি জনাবচোন।

  • @boludoley4732
    @boludoley4732 3 ปีที่แล้ว

    দাদা 5 দিনৰ আগতে গোবৰ সাৰ (শুকান গোবৰ নহয়)আৰু মাটি মিহলাই থৈছিলো৷আৰু আজি তামোলখিনি ৰলোঁ৷ৰদ বেছি দিছে পানী অলপ দিব পাৰি নেকি নে দিলে বেয়া হব plz জনাবাচোন৷ আৰু আমাৰ ঘৰত বাৰিষা হলে পানী আঠুলৈকে পাই গতিকে তামোল পুলিবোৰ মৰিব নেকি?যদি মৰে তেন্তে তাৰ আগতে নমৰাকৈ কিবা উপায় কৰিব পাৰি নেকি জনাব৷

  • @bijitsaikia1491
    @bijitsaikia1491 ปีที่แล้ว

    শুকান গোবৰ নে খুকান গোবৰ?

  • @paporichutiagogoi1577
    @paporichutiagogoi1577 3 ปีที่แล้ว +1

    Unnat jatar tamul puli pam neki ? Janaba.

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 ปีที่แล้ว

      মোৰ লগত উপলব্ধ নাই। উচৰে পাজৰে পালে লৈ লব।

  • @khalilurrahmanrahman9316
    @khalilurrahmanrahman9316 3 ปีที่แล้ว

    মই প্ৰায় 600/700 তামোল গছ লগাইছোঁ কিছুমানে তামোল ধৰি আছে কিছুমান গছ বেছি ঘন হৈ গৈছে মানে এটাৰ পৰা আনটোৰ দূৰত্ব।গছখিনি মজলীয়া ডাঙৰ হৈছে।মানুহে দেখিলে কয় বেছি ঘন ৰোপণ হৈছে এতিয়া কৰা যায়।মোৰ পানী দিয়াৰ পৰা ব্যৱস্থা আছে দামকল দি বুঢ়াই পানী দিওঁ। কিবা পৰামৰ্শ দিব চোন।কৃতজ্ঞতা থাকিল। ধন্যাবাদ

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 ปีที่แล้ว

      কিমান জেগাত লগাইচে তামোল গছ..???

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 ปีที่แล้ว +1

      পুলি অৱস্থাত গম পোৱা নাযায় বাবে আমি যিকোনো খেতি বেছি ঘণকৈ লগাই দিওঁ।আৰু পিছত যেতিয়া গছ ফল দিয়া হব তেতিয়া গম পালে আমাৰ বহু দেৰি হৈ যায় সেইহে সদায় পুলি ৰোপন কৰোঁতে অলপ জানি বুজি লব লাগে।

    • @khalilurrahmanrahman9316
      @khalilurrahmanrahman9316 3 ปีที่แล้ว

      @@BiswanathAgrifarm এতিয়া ত একো কৰিব নোৱাৰি কিন্তু মোৰ মাটি কিনি বহুত সাৰওয়া আৰু পোৰা পানী দিয়াৰ ব্যবস্তা আছে।আৰু কিবা বিশেষ যত্ন কৰিব পৰা যায়।জনাবচোন।thanks

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 ปีที่แล้ว

      @@khalilurrahmanrahman9316 পাৰিলে বাৰিষা অহা আগত গুৰিত শুকান গোবৰ দি যাবৰ দি থাকি থৈ দিয়ক আৰু গুৰিত অলপ মাটি ছপাই দিয়ক।

  • @deepnath3122
    @deepnath3122 4 ปีที่แล้ว

    Tamul gos bur kiman yer hle rupon krib lage

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  4 ปีที่แล้ว

      ২ বছৰৰ পিছত কেতিয়াও ৰোপণ কৰিব পাৰে

  • @prasantagoswami1477
    @prasantagoswami1477 3 ปีที่แล้ว +1

    এই কেইটা পুলি ৰোৱাৰ উপযোগী মানে এবছৰীয়া হ'লে ভাল হয় নেকি? এতিয়া ঘৰতে বহি তামোল বেছিব পাৰি।আগতে গছৰ পৰা পাৰি বজাৰলৈ নিব লাগিছিল।এতিয়া গছৰ পৰাই লৈ যায়। প'ইনত হবই নাপায়।

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  3 ปีที่แล้ว

      হয় দিনত দিনে সকলো বস্তুৰ চাহিদা বৃদ্ধি পাব ধৰিছে এতিয়া এই বস্তু বিক্ৰী নহয় বুলি কব নোৱাৰে।

  • @tinkukoch622
    @tinkukoch622 4 ปีที่แล้ว

    Tamul kiman year pasot lagai

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  4 ปีที่แล้ว +1

      ২ বছৰৰ পাছত লগাব পাৰে..বেছি সৰু পুলি লগালে বাঢ়িবলৈ সময় লব...

  • @nayan_konwarrr
    @nayan_konwarrr ปีที่แล้ว

    কিমান দূৰে দূৰে ৰূপন কৰিব লাগে সেইটো নক'লে।

  • @হাঁহি-ফ৩খ
    @হাঁহি-ফ৩খ 4 ปีที่แล้ว

    Pani xumale tamul puli rua barit . Ki krib lagib

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  4 ปีที่แล้ว

      বানপানী হৈছে নেকি...নে অলপ বৰষুণৰ পানী জমা হৈছে...

    • @হাঁহি-ফ৩খ
      @হাঁহি-ফ৩খ 4 ปีที่แล้ว

      Brxun pani jma hoise. Adha fun man mani ase puli burr gurit

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  4 ปีที่แล้ว

      @@হাঁহি-ফ৩খ গুৰিত মাটি উঠাই দিব আৰু পাৰিলে নলা বনাব... নলাৰ মাটি গুৰিত দিব পাৰিব..

  • @nishantaborah8136
    @nishantaborah8136 4 ปีที่แล้ว

    গুৰিত গেলি যায় কাৰণ কি

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  4 ปีที่แล้ว +1

      Fungus problem...rupon korute tricoderma di rupon korile guri pora khipa pora bemar nahay...pisatu dibo pari..

  • @biswajitboruah8078
    @biswajitboruah8078 4 ปีที่แล้ว

    কোন মাহত ৰুলে বেছি ভাল

    • @BiswanathAgrifarm
      @BiswanathAgrifarm  4 ปีที่แล้ว +2

      বহাগ মাহৰ পৰা জুলাই মাহ লৈকে লগাব পাৰে...বাৰিষা আৰম্ভ হলে লগাব পাৰি..

    • @biswajitboruah8078
      @biswajitboruah8078 4 ปีที่แล้ว

      @@BiswanathAgrifarm ধন্যবাদ

  • @jishnusofficial5311
    @jishnusofficial5311 3 ปีที่แล้ว +1

    kindly আপোনাৰ নম্বৰটো দিবচোন.

  • @chabilalupadhyay4961
    @chabilalupadhyay4961 3 ปีที่แล้ว +1

    Apunar contact number pam neki, apunar farm sabo aahim

  • @letsfights............9460
    @letsfights............9460 2 ปีที่แล้ว +1

    Apunar number tu dibo paribo neki

  • @shubharamnath6006
    @shubharamnath6006 4 ปีที่แล้ว +2

    phon namber to diba