উদুলি মুদুলি পৰিৱেশত অনুষ্ঠিত হ'ল বিধবা বোৱাৰী আৰু সৰু পুত্ৰৰ বিবাহ

แชร์
ฝัง
  • เผยแพร่เมื่อ 31 ก.ค. 2022
  • মঙলদৈত শাহু-বোৱাৰীয়ে দেখুৱালে অপূৰ্ব নিদৰ্শন
    উদুলি মুদুলি পৰিৱেশত অনুষ্ঠিত হ'ল বিধবা বোৱাৰী আৰু সৰু পুত্ৰৰ বিবাহ

ความคิดเห็น • 590

  • @utpalbdas
    @utpalbdas 2 ปีที่แล้ว +124

    এক যোগাত্মক পদক্ষেপ , সমাজলৈ এক বাৰ্তা ! যুগ্মজীৱনৰ বহুত বহুত শুভেচ্ছা থাকিল ! লগতে তেওঁলোকৰ পিতৃ-মাতৃ লৈ আন্তৰিক ধন্যবাদ আৰু শ্ৰূদ্ধা জনালোঁ🙏4m লখিমপুৰৰপৰা

  • @chandanchoudhury4268
    @chandanchoudhury4268 2 ปีที่แล้ว +288

    সচা অৰ্থত আপুনি এগৰাকী নাৰী আৰু মাতৃ। বৰ্তমান সময়ত এনে মাতৃ বৰ বিৰল। মা আপোনাৰ শ্ৰীচৰণত শতকৌতি প্ৰণাম।

    • @runumibhuyan9012
      @runumibhuyan9012 2 ปีที่แล้ว +2

      বহুত বহল অন্তৰৰ লোক । আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ ।।

    • @MamoniBora
      @MamoniBora 2 ปีที่แล้ว +2

      সমাজলৈ এক সুন্দৰ বাৰ্তা, যুগ্ম জীৱন সুখৰ হওক।

  • @jameschetry6041
    @jameschetry6041 2 ปีที่แล้ว +130

    আই আপোনাৰ পৰিয়ালক ঈশ্বৰে আশীৰ্বাদ কৰক god bless all your family

  • @AxwOm121
    @AxwOm121 2 ปีที่แล้ว +161

    শুভেচ্ছা জনালোঁ! এনে মানুহৰ বাবে পৃথিবীখন সুন্দৰ 🙏

    • @krishnanath4550
      @krishnanath4550 2 ปีที่แล้ว +5

      সচাকৈ,আগতে চাইছিলো যে আজলী নবৌ চিনেমাখন সেই মানুহ আজিও জীয়াই আছে এই পৃথিৱীত আৰু তাৰেই প্ৰমান কৰি দেখুৱাই দিলে ধন্য মা তুমি মহান ।

    • @bulendas8484
      @bulendas8484 2 ปีที่แล้ว +2

      Really

    • @romenjit7549
      @romenjit7549 2 ปีที่แล้ว +2

      Very good idea thanks to this family

    • @amiyabaruah8699
      @amiyabaruah8699 2 ปีที่แล้ว +1

      Pithibit val manuhu ase

  • @bishnupriyagogoi112
    @bishnupriyagogoi112 2 ปีที่แล้ว +73

    এনেকুৱা মাতৃক চেলুত🙏সুখী হওক সকলোৱে🥰

  • @dipulaxom
    @dipulaxom 2 ปีที่แล้ว +133

    সুন্দৰ প্ৰদক্ষেপ👏👏👏👌
    তেওঁলোকৰ বৈবাহিক জীৱন সুখৰ হওঁক তাকে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ ।। 🙏🤗

    • @arunray6129
      @arunray6129 2 ปีที่แล้ว +1

      Hoi ......

    • @protimadutta2890
      @protimadutta2890 2 ปีที่แล้ว +1

      এনেধৰণৰ সুন্দৰ সিন্ধান্ত ই ছোৱালী জনীক এটা নতুন জীৱন দিছে---ভগৱানে তোমালোকক সুখি কৰক

    • @dipulaxom
      @dipulaxom 2 ปีที่แล้ว

      @@protimadutta2890 হয় 😊 ঠিকেই কৈছে

  • @kakolihazarika3457
    @kakolihazarika3457 2 ปีที่แล้ว +60

    সমাজৰ বাবে আৰ্দশ পৰিয়াল 👍❤️

  • @-pojaaghar6190
    @-pojaaghar6190 2 ปีที่แล้ว +80

    what a brilliant move..kudos..ইমান ভাল আৰু বহল মনৰ মানুহ থাকিলে সমাজখন বহু আগবাঢ়ি যাব।

  • @saraswatichaliha5773
    @saraswatichaliha5773 2 ปีที่แล้ว +65

    মা আপুনি বহুত মহান তেওঁ লোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো

  • @user-ct7ie3zy5o
    @user-ct7ie3zy5o 2 ปีที่แล้ว +43

    যুগ্ম জীৱনৰ অনাগত প্ৰতিটো পল-অনুপল সুখৰ আৰু মধুময় হোৱাৰ কামনাৰেই সস্নেহ আন্তৰিক প্ৰীতি আৰু শুভকামনা...

  • @madhurjyasarma19
    @madhurjyasarma19 2 ปีที่แล้ว +86

    সমাজৰ আদৰ্শ দাঙি ধৰিছে আপোনালোকে❤️❤️

  • @AbdulRahman-th8un
    @AbdulRahman-th8un 2 ปีที่แล้ว +42

    বহুত ভাল কাম কৰিছে,আইতা আপোনাক ধন্যবাদ জনালো।আপোনালোকৰ মনত ভবা আশা সপোন বোৰ যেন পূর্ণ হয় তাৰে কামনা কৰিলো।

  • @prafulladas7224
    @prafulladas7224 2 ปีที่แล้ว +16

    বোৱাৰীক দেখিব নোৱাৰা শাহু মাক কেইজনিয়ে চাব লাগে
    যি কি নহওঁক খুব ভাল কাম কৰিছে। সেৱা আপোনালোকক মা দেউতা এনেকুৱা হলে কোনো ছোৱালী বোৱাৰী হবলৈ ভয় নাথাকিব।

  • @kaustuvvlog3934
    @kaustuvvlog3934 2 ปีที่แล้ว +42

    আইতা আপোনালোক তথা ঘৰৰ সকলো বহুত ভাল মানুহ | তেওঁলোকৰ পুনৰ যুগ্ম জীৱনৰ ৰঙিল হওক ইশ্বৰৰ উছৰত প্রা থণা জনালো🙏🙏🙏🙏

  • @mainabarman4477
    @mainabarman4477 2 ปีที่แล้ว +13

    আপোনাৰ নিচিনা মাতৃ (শাহুৱেক) সকলো ছোৱালী পাওক এয়ে ভগৱানৰ শ্রী চৰনত প্রাৰথনা... ভগৱানে আপোনাক কুশলে ৰাখক

  • @pallabivlogs426
    @pallabivlogs426 2 ปีที่แล้ว +29

    বহুত ভাল কাম কৰিলে কাৰো যেতিয়া একো আপত্তি নাই এতিয়া দুজনে সুখী হব পাৰিব,,,

  • @kabitachoudhury4954
    @kabitachoudhury4954 2 ปีที่แล้ว +44

    বহুত মহান আপোনালোক।ভগৱানে আপোনালোকৰ মঙ্গল কৰক।

  • @kalpanasaikia8010
    @kalpanasaikia8010 2 ปีที่แล้ว +32

    সঁচাকৈ মহান কাম কৰিছে। পৰিয়াল টো সদাই ভালে থাকক 🙏🙏

  • @julekhabegum768
    @julekhabegum768 2 ปีที่แล้ว +40

    বহু উচ্চ প্ৰশংসনীয় এই কাম। মাতৃ-পিতৃ দুয়োজনালৈ সেৱা জনালোঁ।

  • @jitamonimech9670
    @jitamonimech9670 2 ปีที่แล้ว +10

    Apuni hosakoi akol apunar putekor maa nohoi ,apuni hosakoi prithibir maa,,,,,apunak hotokuti pronam jonaisu🙏apunalukor dore manosikota manuhor babe prithibit alop holeu hundor hoi ase,,,,,,,apunalukor poriyaltu hodai hukhi hoi thakok ,,vogobane hodai apunalukor log diye j,,,,apunalukor manobiyotak hajar bar selut jonalu👌👌👌

  • @jitadeori4983
    @jitadeori4983 2 ปีที่แล้ว +8

    আইতা আপোনাক বহুত ধন্যবাদ আৰু দা আপোনালোক দুইকে 🙏🙏🙏

  • @monujgogoi8478
    @monujgogoi8478 2 ปีที่แล้ว +40

    Our best wishes for the lovely couple.

  • @satyamevajayate1274
    @satyamevajayate1274 2 ปีที่แล้ว +28

    প্ৰতি গৰাকী শাহুৱে আদৰ্শ লব লাগে এওঁৰ পৰা।😊

  • @karabiborah5580
    @karabiborah5580 2 ปีที่แล้ว +8

    বহুত বহুত ধন্যবাদ মা দেউতা দুয়োজনলৈ আৰু যুগ্মজীৱনলৈ শুভেচ্ছা থাকিল

  • @manojmorang4304
    @manojmorang4304 2 ปีที่แล้ว +21

    Nice family and good mother in-law for her always God bless both of them.

  • @rodali544
    @rodali544 2 ปีที่แล้ว +3

    শাহু মা গৰাকী বহুত ভাল মনৰ মানুহ এনেকুৱা শাহু পাবলৈ ভাগ্য লাগিব, বোৱাৰী গৰাকী ও বহুত লাকি হয়,শাহু মালৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আৰু দৰা কইনা হাললৈ শুভেচ্ছা জনালোঁ, নতুন সংসাৰ খন যাতে তেওঁলোকৰ মনে বিচৰা ধৰনে সুখৰ হয়🙏🙏🙏

  • @simantanaginisimantanagini6780
    @simantanaginisimantanagini6780 2 ปีที่แล้ว +3

    সচাঁ কৈ ভাল মানুহ আছে আজিওঁ এই পৃথিৱীত তাৰে প্ৰমাণ পালো।

  • @phonidharnayak3916
    @phonidharnayak3916 2 ปีที่แล้ว +14

    বহুত ভাল সিদ্ধান্ত ল'লে ভাল হৈছে

  • @tanujarsarkar5235
    @tanujarsarkar5235 2 ปีที่แล้ว +18

    সছাকৈ মহান কাম কৰিছা মা দেউতা ৰ কাৰণে আৰু কন্যা জনীৰ বাবে

  • @namitasadagar1040
    @namitasadagar1040 2 ปีที่แล้ว +4

    Bohut val kam korise.enekua mon sobore hobo lage.ejon manuhor mritur lage lage Ann ejonor jibontu ses hoi naji.apunaluk hukhi howk sero jibon.👍👍

  • @debajitdeka61
    @debajitdeka61 2 ปีที่แล้ว +19

    সুন্দৰ কথা 🙏🏻💐

  • @id4071
    @id4071 2 ปีที่แล้ว +10

    Bor dhunia hoise ajikali sinta bur devlop hoise, bor val paisu moi, etia ru baat mukoli hobo,

  • @biplobbailung8727
    @biplobbailung8727 2 ปีที่แล้ว

    apuni Super hero ajir dinot anekuwa vhal manuh asy apuni dakhai dile apuna lukor hongkhar vl dore aguwai jbo lge 🙏🙏👌👌👌👌

  • @tanujarsarkar5235
    @tanujarsarkar5235 2 ปีที่แล้ว +24

    মই মৰ ফালৰ পৰা সম্পূৰ্ণ আশীৰ্বাদ

  • @nilnath2005
    @nilnath2005 2 ปีที่แล้ว +3

    এয়াই আচলতে শাহু-বোৱাৰী । সমাজৰ বাবে আদৰ্শস্বৰূপ ।🙏🙏

  • @champagogoi7435
    @champagogoi7435 2 ปีที่แล้ว +15

    বহুত ভাল লাগিল 🙏🙏🙏🙏

  • @swapnaborah8511
    @swapnaborah8511 2 ปีที่แล้ว +1

    সমাজলৈ এক সুন্দৰ বাৰ্তা । এনেকুৱা শাহু-শহুৰ সকলোৰে বাবে আৰ্দশ। 🙏🙏

  • @allone2175
    @allone2175 2 ปีที่แล้ว +3

    Bahut bhaal adarsha homajot pratistha korise,best wishes ,all lndia social n cultural ,life saving example,thank to all related people

  • @aparnagoswami315
    @aparnagoswami315 2 ปีที่แล้ว +2

    মাতৃ যদি এনে হয় সন্তানে বহুত সাহস পায় ৷ তাতে আকৌ শাহুআই যদি ইমান মৰমীয়াল হয় বোৱাৰীৰ জীৱন বহুত সুখৰ হয ৷ ভগৱানে সকলোকে কুশলে ৰাখক ৷

    • @ranjanneog245
      @ranjanneog245 ปีที่แล้ว

      Hoi .but ajikali buwari bur o bor dangkai thake j

  • @banamalibora8863
    @banamalibora8863 2 ปีที่แล้ว

    বহুত ধুনীয়া পদক্ষেপ লৈছে আপোনালোকে। কি বুলি কম একো ভাষা নাই। আপোনালোকক ভগৱানে মঙ্গল কামনা কৰক ধন্যবাদ থাকিল।

  • @sanjayborah560
    @sanjayborah560 2 ปีที่แล้ว +73

    hosa katha kobole gole maa deutai Val Kam korise thanks tumalukalo

    • @rupkantapathori2852
      @rupkantapathori2852 2 ปีที่แล้ว +4

      এনেকোৱা মা দেউতা পাবলৈ ভগৱানৰ আশীৰ্বাদ লাগিব । ভগৱন্ত ই যেন দুয়োকে কুশলে ৰাখি আহিব লগা দিন ৰঙৰে উপচি পৰে।

    • @AnjaliBoruah-os7gb
      @AnjaliBoruah-os7gb 3 หลายเดือนก่อน

      keneke vaal korise , baal korise , jay sanatan dharma , bow yek makor xoman hoi , nijor ..... keneke ..... 3 rd class kela

  • @bubuldeka8138
    @bubuldeka8138 2 ปีที่แล้ว +5

    বহত ভাল সাহসি সিদ্ধান্ত লৈচে ।পৰিয়ালৰ আতাইলৈ নমস্কাৰ থাকিল

  • @TheDiksha252
    @TheDiksha252 2 ปีที่แล้ว

    বহুত‌ ভাল লাগিছে এনেকোৱা মানুহ আজিৰ সমাজত বহুতেই কম আপোনাক অশেষ ধন্যবাদ ❤️

  • @NamitaSarkarBonia-st5tv
    @NamitaSarkarBonia-st5tv 6 หลายเดือนก่อน

    Bohut bohut val kam korise ma dewta 🌺🌺🌺🌺🌺🎈🎈🎈👌👌👍👍

  • @dipalisaharia7296
    @dipalisaharia7296 2 ปีที่แล้ว +2

    অতি সুন্দৰ পদক্ষেপ । আপোনালোক দুয়োলৈ আন্তৰিক ধন্যবাদ জনালোঁ ।

  • @anjumanidas1175
    @anjumanidas1175 2 ปีที่แล้ว +7

    আই মাতৃ, সকলোৰে চিন্তাধাৰা যদি আপোনাৰ দৰে হ'ল হেঁতেন!! এষাৰি ধন্যবাদৰে আপোনাক কৃতজ্ঞতা প্ৰকাশ কৰিব নোৱাৰি। সকলো বোৱাৰীয়ে যেন আপোনাৰ দৰে শাহু পাই। এয়ে কামনা কৰিলোঁ 🙏🙏

  • @thaminabegum2495
    @thaminabegum2495 2 ปีที่แล้ว +1

    Great work...may God bless both of you... marrid life...

  • @aameenaameen4391
    @aameenaameen4391 2 ปีที่แล้ว +2

    আশীৰ্বাদ থাকিল দুয়ো লৈ যেন সদায় সুখী হয় থাকে 😊

  • @manashidas1264
    @manashidas1264 2 ปีที่แล้ว +1

    God Bless Khuri==Khura.... Apunaluke Bor vall kam korise . Dada = Bow hukhi huwa ❤️❤️❤️❤️👍

  • @bolorambarman8977
    @bolorambarman8977 2 ปีที่แล้ว +7

    Vl lagise , God bless you Maa

  • @golapitalukdar9689
    @golapitalukdar9689 2 ปีที่แล้ว +1

    Aponi he prkito matri .God bless you. Bohut bhal lagise.

  • @juritiburagohain6584
    @juritiburagohain6584 2 ปีที่แล้ว +1

    👍 সুন্দৰ পদক্ষেপ । শুভেচ্ছা জনালোঁ

  • @paarijatnamordolbysarajuda4493
    @paarijatnamordolbysarajuda4493 2 ปีที่แล้ว +2

    Ati xundar, maak deuta k loi mur pranam janalu teulukar khudha vab dhara luwa babe lagate my best wishes both of you and may God bless you

  • @apsararelaxation9742
    @apsararelaxation9742 2 ปีที่แล้ว

    Bahutey Val lagil ❤️🙏👍 Vagabane Mangal Karak 👍🙏🙏🙏😍🌹 বহুত বহুত শুভকামনা জনালোঁ 🙏🙏👍👌😍

  • @surabhiphukan996
    @surabhiphukan996 2 ปีที่แล้ว

    আইতা,আপুনি ইমান এটা মহান কাম হাতত লৈছে,সচাঁই আমি অতি আনন্দিত হৈছো,আপোনাৰ পৰিয়াল টোক ইশ্বৰে মংগল কৰক,তাকেই কামনা কৰিছোঁ।।🙏🙏🙏

  • @manishaborahborah6591
    @manishaborahborah6591 2 ปีที่แล้ว +1

    সমাজলৈ এক শুভ বাৰ্তা ।অনাগত দিনত সকলোৰে মংগল হওঁক । দৰা কইনালৈ বহুত বহুত শুভেচ্ছা জনালোঁ

  • @arnabdas284
    @arnabdas284 2 ปีที่แล้ว

    শুভেচ্ছা জনালোঁ , বহুত ভাল পদক্ষেপ লৈছে আপোনালোকে

  • @junmonikalita322
    @junmonikalita322 2 ปีที่แล้ว +4

    Val kam korise.. Maa r hidhantoo ketiau vul ba bea hobo nuare.. So great

  • @rajumonibaruah8389
    @rajumonibaruah8389 2 ปีที่แล้ว

    বৰ ভাল হ'ল। সুন্দৰ পদক্ষেপ। আশীৰ্বাদৰ জনালোঁ। হয় বৰ মহান কাম কৰিলে

  • @majulianamika3530
    @majulianamika3530 2 ปีที่แล้ว

    আপোনালোকৰ পৰা প্ৰেৰনা পাবৱ বহুত ব্যক্তি ,,বহুত ভাল কাম কৰিলে------ যুগ্ম জীৱনৰ শুভেচ্ছা জনালো,,

  • @ramaneegogoi6109
    @ramaneegogoi6109 2 ปีที่แล้ว +3

    Great job. Good message for society

  • @dhanjyotigogoi88
    @dhanjyotigogoi88 2 ปีที่แล้ว

    সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিলে।
    বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো🙏

  • @popiborah4434
    @popiborah4434 2 ปีที่แล้ว

    bht bhal lagil video to sai. bht mohan kam..

  • @sahidahmed5849
    @sahidahmed5849 2 ปีที่แล้ว +2

    Hosai bahut Val lagil ai News to pi 👍👍👍👍👍 Mohan kaam , aibur a News 👍

  • @momidas8564
    @momidas8564 2 ปีที่แล้ว

    সুন্দৰ পদক্ষেপ। এনেকৈয়ে আগুৱাই যাওঁক সকলোৰে চিন্তাধাৰা বোৰ।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 ปีที่แล้ว

    Xodai Xuvokamona jonaloo. God bless him. Always be positive and happiness in your life.

  • @rahanakitchen4049
    @rahanakitchen4049 2 ปีที่แล้ว

    বহুত শুভেচ্ছা জনালোঁ। মঙ্গল কামনা কৰিলোঁ।

  • @joondoley3757
    @joondoley3757 2 ปีที่แล้ว

    Good job..god bless you all... Emankhini buji puar babe dhynobad🙏🙏🙏🙏

  • @elbyaugustine3613
    @elbyaugustine3613 2 ปีที่แล้ว

    বহুত বহুত ধন্যবাদ আপোনাক আৰু আপোনাৰ পৰিয়ালক লগতে গাওঁৰ সমূহ ৰাইজক।

  • @kalpojithazarika7174
    @kalpojithazarika7174 2 ปีที่แล้ว

    Koka, aita apunaluk bor val manuh. Baa jonir jibontu apunaluke akow notunkoi xojai tulile.❤️🥰

  • @jonalirabha1508
    @jonalirabha1508 2 ปีที่แล้ว

    এনেকুৱা চিন্তা কৰিব পৰা মানু্হ কম এই আছে ।ভাল পদক্ষেপ লৈছে। ভগবনে মঙ্গল কৰক আপোনালোকক 🙏🏼❤️

  • @priyankadutta94
    @priyankadutta94 ปีที่แล้ว +1

    bahut val kam korise apunaluke

  • @MrRunal-v1e
    @MrRunal-v1e 2 ปีที่แล้ว

    Lots of love and best wishes ❤❤🤲🤲

  • @akankalita5111
    @akankalita5111 2 ปีที่แล้ว +3

    মহান চিন্তা, আপোনালোকৰ দৰে মহান পিতৃ মাতৃক প্ৰণাম

  • @gitimonigogoi6022
    @gitimonigogoi6022 2 ปีที่แล้ว

    Bohut val lagil.love from naharkatia

  • @karmeswardeka3903
    @karmeswardeka3903 2 ปีที่แล้ว

    বহুত বহুত বহুত সুন্দৰ পদক্ষেপ, val lagil...

  • @basisthaacharya6590
    @basisthaacharya6590 2 ปีที่แล้ว

    অতি সুন্দৰ পদক্ষেপ। আদৰনি জনাইছো। 👏👏👏।

  • @shyamnushyamnu3318
    @shyamnushyamnu3318 2 ปีที่แล้ว

    Apuni bhut mhan kam krile.aiya jen hmajr babe ata val odahrn hoi roi.🙏🙏🙏🙏

  • @gitalineog6489
    @gitalineog6489 2 ปีที่แล้ว +3

    আপুনি সমাজৰ বাবে আদৰ্শ প্ৰতীক ।আপোনালোকৰ আগন্তুক দিনত ঈশ্বৰে মংগল কৰক এয়াই আমাৰ প্ৰাৰ্থনা 🙏🏻

  • @nurulhussain8604
    @nurulhussain8604 2 ปีที่แล้ว

    Xhundar news ❤️❤️❤️❤️❤️❤️❤️,allahi khodai khukhi kri rakhok 🙏

  • @lakhidherpayeng9193
    @lakhidherpayeng9193 2 ปีที่แล้ว

    বহুত বহুত ধন্যবাদ জনাইছো

  • @devajitgogoi6948
    @devajitgogoi6948 2 ปีที่แล้ว

    Bhagabane hodai tumalukok hukhot rakhe jen,,,,tumaluk homajkhonor babe ajon val sinta dharok hisape porigonito hoi roba,,,,thank you 🙏

  • @dipokgogoi202
    @dipokgogoi202 2 ปีที่แล้ว

    সমাজ লৈ সুন্দৰ বাৰ্তা। আপোনালোকর সুন্দৰ ভবিষ্যত কামনা কৰিলো

  • @pallabsarmah5458
    @pallabsarmah5458 2 ปีที่แล้ว

    Excellent.God always bless your family

  • @kalpananath3301
    @kalpananath3301 2 ปีที่แล้ว

    ভাল লাগিল ! যুগ্ম জীৱন সুখৰ হওঁক |

  • @vreegudekavlog4773
    @vreegudekavlog4773 2 ปีที่แล้ว

    Love From Mangaldoi 🥰🤗❣️
    Congratulations 🎉

  • @dipjyotitalukdar8876
    @dipjyotitalukdar8876 2 ปีที่แล้ว

    Vl lagil dekhi munaa da..... Xodai xukhi thaka❤

  • @pradipgogoi3182
    @pradipgogoi3182 2 ปีที่แล้ว

    শুভেচ্ছা জনালোঁ তোমালোকৰ জীৱন সুখৰ হওক।

  • @devajeetdas4320
    @devajeetdas4320 2 ปีที่แล้ว +2

    শুনি সুখী হলো, দাম্পত্য জীৱন সুখৰ সংসাৰ হওঁক। কৃষ্ণ,

  • @Jyoti.raj-5913
    @Jyoti.raj-5913 2 ปีที่แล้ว

    Waoo 🙏🙏🙏 bhut Val sinta dhara,,,
    Vogobane Xodai Val a rakhok

  • @purnimakalita1805
    @purnimakalita1805 2 ปีที่แล้ว

    আপোনাৰক বহুত ধন্যবাদ এনেকুৱা পদক্ষেপ লোৱা বাবে

  • @harmohansutradhar5065
    @harmohansutradhar5065 2 ปีที่แล้ว

    আপোনালোকৰ সিদ্ধান্তক মই মোৰ ফালৰ পৰা ধন্যবাদ দিছো , কাৰণ এজনী বিধবা বোৱাৰীৰ মানসিক কষ্টখিনি শাহু-মাকে বুজি পাইছে ৷ বা: শাহু-মাক আপুনাক পুনৰ ধন্যবাদ জনাইছোঁ ৷

  • @bhaskardeka4185
    @bhaskardeka4185 2 ปีที่แล้ว

    বহুত ভাল কমি কৰিছে...এনেকুৱা ধৰনৰ ঘটনাই বহুত অকালতেে বগা সাজ পিন্ধা মহিলালৈ আশাৰ বাৰ্তা আনিব !

  • @BandanaDas-lo8wz
    @BandanaDas-lo8wz 2 ปีที่แล้ว

    বহুত বহুত শুভেচ্ছা জনালোঁ ৷

  • @mixtvne6684
    @mixtvne6684 6 หลายเดือนก่อน

    Very positive and good news..
    God bless both couple

  • @madhusmitabora7942
    @madhusmitabora7942 2 ปีที่แล้ว

    Bohut val manuh dai kob lgib...ajir dinot ane manuh pabole vagya lgib👍👍

  • @jeutimonibarman9925
    @jeutimonibarman9925 2 ปีที่แล้ว +1

    বহুত বহুত ধন্যবাদ আপোনালোকক

  • @nitupanboruah5646
    @nitupanboruah5646 2 ปีที่แล้ว +3

    Punyar kam hoise ...
    Thanks

  • @eimonkakati4193
    @eimonkakati4193 2 ปีที่แล้ว

    অতি অতি অতি সুন্দৰ পদক্ষেপ ।👍👍👍👍

  • @surasj7418
    @surasj7418 2 ปีที่แล้ว

    সুন্দৰ ভগৱানে মঙ্গল কৰক । ভাল চিন্তা ধাৰা