গান গাব বুলি ঘৰৰ পৰা ওলাই অহা ল'ৰাজন...'আঁৰৰ মানুহগৰাকী'
ฝัง
- เผยแพร่เมื่อ 1 มิ.ย. 2024
- মুম্বাইৰ পৰা আহিছিল এটা বিশেষ ফোন আৰু তাৰ পাছতেই সৃষ্টি হৈছিল সেই জনপ্ৰিয় গীতটো। কি ভাবি লিখিছিল 'ঊল গুঁঠিব জানেনে নাজানে তাই'? ‘আঁৰৰ মানুহগৰাকী’ত এইবাৰৰ অতিথি প্ৰায় ২০ টা বছৰ একক,অনন্য হৈ সংগীত ক্ষেত্ৰত কাম কৰি যোৱা মানস ৰবীন
#nbnews #nbnewsdigital #aarormanuhgoraki #manashrabin #musician #singer #artist
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews
বহু শিল্পীৰ সাক্ষাৎকাৰৰ অনুষ্ঠান চাইছো। আজিৰ অনুষ্ঠানটিৰ মূল ব্যক্তি শ্ৰীযুত মানস ৰবীন, তেওঁৰ পত্নী আৰু লগতে সাক্ষাৎকাৰ লোৱা সাংবাদিক গৰাকীৰ কথা কোৱা, প্ৰশ্ন সোধা, উত্তৰ দিয়াৰ শৈলী অতি উচ্চ মানৰ হৈছে।
ভাল লাগিল। যথেষ্ট আনন্দ উপভোগ কৰিলোঁ।
বোৱাৰী জনী বৰ গহীন গম্ভীৰ, সূনদৰ কথা বতৰা, পৰিপাতি কাপোৰ , এগৰাকী শিক্ষয়িত্ৰী সচা অৰ্থত ....বৰ ভাল লাগিল দেই ....
ইমান সুন্দৰ কৈ প্ৰস্ন কৰা সাংবাদিক বাইদেউ সঁচাকৈয়ে ধন্যবাদৰ পাত্ৰ 🎉
Right 👍
মানস ৰবিনৰ গান বিলাক শুনি বহুত ভাল লাগে। একেবাৰেই সহজ সৰল শিল্পী। তেওঁ পত্নী বৰ ধুনীয়া আৰু মৰমীয়াল ভাল লাগিল।
মানস ৰবীনৰ সুযোগ্য পত্নী | গাম্ভীর্য, সৰলতা বিদ্যমান।
সুন্দৰ ভিডিও, তেখেতৰ পত্নী গৰাকীৰ কথা খিনি বৰ ভাল লাগিল।
চাৰক বহুত বছৰৰ পাছত দেখা পালোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়ছো আপোনালোক ভালে থাকক।
মানস দাৰ বৌজনীক বহুত ভাল লাগিল,ধুনীয়া❤❤❤
মানস ৰবিন দাক বহুত ভাল পাও। অনুষ্ঠানটো চাই বহুত ভাল লাগিল। মানুহজন খুব ভাল ।
বৰ সুন্দৰ অনুষ্ঠান। দুয়োজনৰ কথা শুনি ভাল লাগিল।
বহুত ভাল লাগিল প্ৰিয় শিল্পী গৰাকীৰ অনুষ্ঠানটো ।
খুব ভাল লাগিল ভিডিঅ'টো চাই।মানসদাৰ গীতবোৰ সঁচাকৈ অতুলনীয়।সকলো ভালে থাকক,সুখি পৰিয়াল,দেখি অনুভৱ হৈছে।বৌ গৰাকী বৰ মৰম লগা।❤❤❤
Moyuri baa Mousom Gogoi da aru bouk anibosun apunar ai anushthan t .❤
শ্রদ্ধেয় পিতৃকে ধৰি মানস ৰবিনদেৱৰ পৰিয়ালটি কুশলে থাকক এয়ে আন্তৰিক শুভেচ্ছা জনাইছো🙏🙏🙏
অনুস্থানটি বহুত ভাল লাগিল। মোৰ প্ৰিয়, শ্ৰদ্ধাৰ এজন প্ৰকৃত শিল্পী মানস ৰবিন।
বহুত interview চালোঁ মানস দা আৰু বৌ সঁচাই ইমান সহজ সৰল, বিৰাট ভাল লাগিল, অলপো কৃতিমতা নাই। সদাই ভালে থাকক সুস্থ থাকক আপোনালোক।
বহুত ভাল মানুহ জনৰ কথাবোৰ আজি পত্নীৰ আৰু দেউতাকৰ মুখেৰে জানিলোঁ ভাল লাগিলে তেওঁৰ সকলো দিনে সুখী থাকক
সাজপাৰ লগতে কথা বতৰাবোৰ বহুত ভাল লাগিল
দাদাৰ সকলো গীতে মনত আছে, আচৰিত !
Manas ; The most true Jatio ostitta thoka ajon dhunia monor artist.
God bless him ❤.
অতি সুন্দৰ 💞👌
বহুত ভাল লগা এজন শিল্পী
মানস দা আৰু বৌক বহুত ভাল লাগে❤
মানস ৰবিন এক কথাৰ মানুহ ,উদাহৰন CAA
গীতিকাৰ চিন্তা, অনুভৱ -- থাকে জানো -- তেওঁলোক মাত্ৰা -- কল্পনা জগতত -- উতি বাঢ়ি থাকে
বাইদেউ আমাৰ স্কুলত আহিছিল,যেতিয়া গম পাইছিলোঁ মানস দাৰ পত্নী,আকৌ বাইক ৰ পৰা ৰখাই ফটো ললোঁ,সিমান ধুনীয়া বাইদেউ ।
ভাল লাগিল সুন্দৰ বাৰ্তা❤❤
সুন্দৰ video আগবঢ়ালে ভাল লাগিল
ভাল লগা প্ৰিয় শিল্পী❤
আমাৰ ঘৰৰ ওচৰতে ঘৰলৈ আহিলে কেতিয়াবা লগ পালে বহুত ভাল লাগি যায়
Vale lagil hundor hoise bowgoraki bohut vl lagil
ইমান ধুনীয়া অনুষ্ঠান টো background music টোৱে বেয়া কৰিলে । বাদ বাকী ভাল লাগিল।
Bhal lagil kokai
অনুষ্ঠানটো সঁচাই ভাল লাগিল ।।।
Family Interview Sai Val lagil.
মানস দা বহোত ভাল লাগিল
বৌঊ আপোনী বহোত ধুনীয়া
ভিডিঅটো চাই বহুত ভাল লাগিল।
Vl lagil Sai bhut
Hosai bohut val lagil ❤
N b news ankargaraki bahut dhunia aru katha pota hayli bor Val dhanybad thakil.........
...
Good intervew...manshd da👌👌
বহুত সুন্দৰ ❤❤❤❤❤❤
ভাল লাগিল।কিন্তু প্ৰথমৰ পৰা প্ৰায় ৪০ মিনিট সময় বেক গ্ৰাউণ্ড মিউজিকে অলপ বিজুতি ঘটোৱা যেন অনুভব হল।ডিব্ৰুগড়ৰ জীয়ৰী,শিৱসাগৰৰ বোৱাৰী আৰু মানস ৰবীনৰ পত্নী।মাৰ্জিত,পৰিপাটি অসমীয়া সাজত অতুলনীয়।শিল্পী মানস ডাঙৰীয়াৰ কৃতিমতা নাই।জয় আই অসম🙏🙏🙏
Bow gorakik bohut val lagel.
Hosai eman val lagile kotha bur huni ❤❤❤❤
Background music tur bahire baki hokolu vaal lagil... Manash da bowk aji 1st dkhlu.. Hosai bohut vaal monor agoraki❤
তুমি খুব ভাল লাগিল তোমাৰ পৰিয়াল টি দেখি।
❤❤❤ ভাল লাগিল
Val lagil sai
Mozza MoZzaa 🔥
My faberat singer, ull guthib janana gantu bahut bhall pao.
Bhut val lagil ataike morom dilu
Nice mojaa lagil❤
Mojja song likhicil dai.
Bahut dhunia programme val lagil sai
Bor dhuniya❤❤❤
Mur best singer manas da
Bht vl LGA manuh jn manash da.g jn manuhey sidha koi koi vl pi
Mur piyo manuh jon❤❤❤
ইমান দুনিয়া কটন শৈলি গহিন ভাল লাগিল
ইমান ধুনীয়া কথন শৈলী গহীন ভাল লাগিল।
@@junmoniborah6402Good 👍
You are great Junmoni.Corrected sentence reading koriboloi help kora babe. Assamese t wrong spelling, Sentance dekhile olop dukh lage.@@junmoniborah6402
ajanee sikhaotir lagate ajanee bhadra mahilao katha batra bahut bhal lagise.
Axomiya channel or anchor Bure kio imn besi kotha koi . Guest maati Ani nije he besi kotha koi ... Kintu program tu vl hoise
Khub val.lagil bor dhuniya anusthan
Beutiful
Jai ho
ভাল লাগিল !
বৰ ভাল লাগিল
নিজক প্ৰতিস্থা কৰোতে সকলোৰে কস্ত হয়।
Xundor lagil
❤❤
Hahi hahi hat sapori sapori bojai hunilu interview2
Val lagil❤
ভাল হৈছে সাক্ষাৎ।
❤
❤️❤️❤️❤️❤️
মৌচম গগৈক লাগে
Bor dhunia
কবলৈ। ভাষা। বিচাৰি। পোয়া। নাই। ভাল। লাগিল
Very good
Val lagil
Nice dada❤❤❤
❤❤❤
Good mankh dada baidew
Bohut vl lgile vl jomoni ktha patile ❤❤
Xei bor din kiman jei glod Deen jivon asil o..❤❤❤❤
vl lagil
❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
val lagiel sai
Good
Haxyatkarti khuob val lagil
Bor hundor
Manas dak tu val lagei bow r kotha bilak bohut val lagil .
manok dak xoki eman vallage
Muru same
Mousam dar interview laba mauri
Manab da haircut to nai Mila .agr to best
সাদৰী তিৰোতা, বৌ গৰাকী
Dodowk dekhi soku Pani uli gol.hsai 😭😭😭😭
চুমী কি খবৰ মা দেউতাৰ ভাল নে
Manash na hoxayei vall .. heydina teuk gan gab mati poixa nidiya kothatu birat dukh lagil