@@simpyrani613 test korile covide test nokorile jor,kah,pani loga,murbikh ,ga bikh, aitu prithibit bohut dangor xorojantro soli ase . The new world order agenda soli ase . Ai khel tu arthik obosta vangi peluwa aru jonosangkhya kom kora . Ai khel tut jorito WHO, prithibir agxari news chenal , prithibir agxari dhoni beyokti , gogol , ji kai khon dexa covide mani ase hai kaikhon dexor sorkar .
Pisot corona hole kobo je public a tu khuli diboloi utpat logaisil? Amar gaat dukh nai... Ami sop dile beya pai dekhun... Eneke insult koribo minister mla bure
ঠিক কথা কৈছে।
Good job
হয় ঠিক কথা কৈছে🙏
এই SOP অকল দুখীয়া ৰ বাবে হে,,,,,,এই SOP ৰ কোনো মূল্য ই নাই
100%শুদ্ধ কথা কৈছে।আইন আইনেই সকলোৰে সমান হব লাগে আইন।
আপোনাৰ সাহস মানিছো, আপোনালৈ হত কোটি নমস্কাৰ।এই বিষয়টো লৈ আজিলৈকে আপোনাৰ দৰে কোনেও কিবা ৰহস্য জনক কাৰন ত ইমান সুন্দৰ কৈ দাঙি ধৰা নাই।
সকলোৱে বুজি পায়,কবলে ভয় কৰে।
Public kor babe sop.vipir babe nohai.
Thik koisee
একদম সঁচা কথা কৈছে ।🔥🔥
ঠিকেই কৈছে sop দুখীয়াৰ বাবেহে,সিহঁত একো কৰিব নোৱাৰে অকল চমক দিবলৈ বিচাৰে |
চৰকাৰৰ বিৰুদ্ধে কেচ কৰিলে মোৰ মনৰ শান্তি পূৰণ হব
Raiz olai ahok sorkaror birudheye cash koriboloi..... ahok raize nokh jokarile noi boi ..... xokolue support koribone 🙏🙏🙏
Right
100% Right
সত্য কথা কৈছে। সকলোৰে পেটৰ কথাষাৰ কলে। নিজেই কোৱাৰ দৰে লাগিল।
আপোনালোকৰ আশীৰ্বাদ যাত্ৰাবোৰ আমাৰ দৰে সাধাৰণ মানুহৰ বাবে আচলতে অভিশাপ যাত্ৰা৷
ঠিক কৈছে। চৰকাৰী কাম কাজত কভিড নহয়
চৰকাৰে সাধাৰণ জনসাধাৰণক কুকুৰ , মেকুৰী , বান্দৰ যেন ভাবি আমাৰ লগত যিহকে মন যায় তাকে কৰিবলৈ লৈছে
ধেৎ তেৰি
শুদ্ধ কথা ।জীবেন শইকীয়া
একদম সচাঁ কথা কৈছে
হয় আপুনি ঠিকেই কৈছে ।
সুন্দৰ । ১০০% সঁচা কাহিনী ।
সঠিক কথা কৈছে।
সোনোৱাল ককাইদেউ আপোনি আৰ্শীবাদ বিছাৰি যাব নালাগে, ভাল কাম কৰিলে ঘৰত আহি আর্শীবাদ দি যাবহি .....
সুন্দৰ
অখিল গগৈ জিন্দাবাদ
🙏🙏জয় আই অসম 🙏🙏
You are right
Right👍👍👍👍
অসমত যে কভিড নাই সেইকথা প্ৰমান হৈছে।
Apuni jane nki covid nai
Amr hoi goise ami jno vonty
@@simpyrani613 test korile covide test nokorile jor,kah,pani loga,murbikh ,ga bikh, aitu prithibit bohut dangor xorojantro soli ase . The new world order agenda soli ase . Ai khel tu arthik obosta vangi peluwa aru jonosangkhya kom kora . Ai khel tut jorito WHO, prithibir agxari news chenal , prithibir agxari dhoni beyokti , gogol , ji kai khon dexa covide mani ase hai kaikhon dexor sorkar .
দাদা একো কৰুণা নাই এনে মানুহক মাৰিব এইখন চৰকাৰে
th-cam.com/video/0GXEduBrcDs/w-d-xo.html
হয়
100% true uncle.
Vl katha koise
Hmm😠😠😠
Very good quesation
Ekdom apuni thik points bilag koisa.... This is only political influence...
Excellent
আমি অসমৰ ৰাইজ হিচাপে এই question ৰ উত্তৰ বিচাৰো
Right koise
কবলৈ ভয়কৰে
100% right
100% right
এই দিচলাইক কৰা কেইটা খাবলৈ পাইছে তো ৰাইজৰ হৈ লাইক নকৰে ।
Ekdoom correct point dangi dhorisa...
100%correct bhai... These SOP only for lower middle and middle class people only.. Not for Political leaders...
আপোনালোকক পূর্ণ সমর্থন দিছো। এই চৰকাৰৰ বিৰুদ্ধে ন্যায়ালয়ত গোচৰ তৰা অতি প্ৰাসংগিক।
Rules are equal for everyone.. Must take actions
১০০% ঠিক কথা কৈছে দাদা ❤️
দাদা আমি অকল কবহে পাৰিম একো কৰিব নোৱাৰো কাৰণ অসমৰ মানুহ বোৰ কেতিয়াও এক গোট নহয়।
Right
আইন সকলোৰে বাবে সমান নহয় বুলি গম পালে ৰাইজে ভাল দৰে
সঁচা কথা
hundor👍
Right Dada
Right
Nice bro koisa
Hosa kotha
কোনো কাম নাই এই SOP খনৰ বৰ দুখ লাগে এইবোৰ ভাবিলে কভিডৰ১৯ বাবে আমি জনসাধনে বহুত মানিছো ।
এজন ব্যক্তিৰ বাবেই চৰকাৰে ৰেচন দিয়ে প্ৰতি মাহে ৫ কেজি চাউল বিনামূলীয়া, কিন্তু কেৰাচিন তেল ন ললে চাউল নিদিয়ে দোকানি য়ে । কেৰাচিন মূল ৫০ টকা, চৰকাৰী চাউল খায় আছো বুলি কেনেকৈ কম ।
জনমৰনৰ ফাট্ৰা, কিহৰ যাট্ৰা ASOP কিহৰ বাবে কাৰ বাবে সকলোবোৰ নাতক ?
100% right sir🙏🙏🙏🙏
100% hosa kotha koisa
Good news
দৈনিক হাজিৰা কৰিলেহে খাবলৈ পোৱা মানুহৰ বাবে SOP বিলাক প্ৰকাশিত হয় যেন লাগে ৷
Thik koise
well said brother our ASDM istitution bilk bhut loss hoi ase eko choku diya nai
Right dada ...apuni hsai thik kotha koise 👍
আপোনাৰ মন্তব্য সম্পুর্ন সচা। 👏👍
Well said brother 👍💪
লজ্জাহীন মানৱৰ লজ্জাহীন কান্দ
ঠিক কথা আৰু আমাৰ অসমৰ চৰকাৰে একো বুজী নাপাই কি হব ভাত খাব পৰা নাই আমাৰ গাওঁৰ মানুহে 🙏🙏🙏
Pisot corona hole kobo je public a tu khuli diboloi utpat logaisil? Amar gaat dukh nai... Ami sop dile beya pai dekhun... Eneke insult koribo minister mla bure
Aponar logot moy asu.
সম্পূৰ্ণৰূপে শুদ্ধ কথা কৈছে।
আমাৰ দুখিয়া মানুহৰ কাৰণে হে এইবিলাক
Bjp go 🔙
Covid-19 protocolor kothat moi 💯% agreed.
ঠিক কথা কৈছে দাদা👍
Well said 👍
👍👍👍
🤣🤣🤣🤣🤣🤣borhia koise apuni very good👍
গাই বাই লাভ নাই অ, কোনে কাৰ বাবে ভাবিব মাত্ৰ নিজৰ স্বাৰ্থ 😂
মৰিব লাগে আমিবোৰহে ।
Yes yes. thik. Koisa
Public thik hole sorkar thik hobo
Perfect speech 🙏
১০০% ৰাইত।কৰোনা নাই।
আৰে ভাই নিৰ্বাচন আহিলেই Corona ও নাথাকে,কাৰণ দ'ল বোৰে সদল বলে প্ৰচাৰ চলাবলৈ corona ক খেদি গোট খাব,আকৌ election যাব Corona ও আহিব।এইয়াই নিয়ম জন প্ৰতিনিধিৰ।
🤣
100% শুদ্ধ কথা কৈছে ।
Right point
বহুত বহুত ধন্যবাদ থাকিল।
Right 👍 The law should be equal for all...
Apunak moi thanks disu manuh Maribo aei sorkare bojar t Tanga aam Aber bekri hoi
Well said, l support your views.
কৃষ্ণই কৰিলে লীলা, কিন্তু আমি কৰিলে ধৰি বান্ধি কিলা ।
100%right .....bhut vl kotha koise apuni.....
All right
১০০% শুদ্ধ কথা কৈছে আপোনি।
সকলো ওলাই আহিব লাগে SOP বিৰুদ্ধে ওলাই আহক
Right 100/'
right
Dada good we always with u 🙏💪💪💪💪💪
Right
Right.
Ryt 👍
U r ryt💯💯💯💯💯💯💯💯
Moja bro👍👍👍
Good
১০০%👌👌👌👌👌👌👌
কথাবোৰ এশ শতাংশই গ্ৰহণযোগ্য।
Absolutely right u r 👍🏻
উচিত কথা৷ সাধাৰণ জনতাৰ কথা খিনি উল্লেখ কৰিলে৷ধন্যবাদ