Ulahote || Sanjib Bora & Nibir X || Mrityunjoy Kakati ( Official Visualiser )

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ก.พ. 2025
  • SANJIB BORA PRESENTS :-
    Contact For Live Show - 9085547274 (Manager)
    ♪ Singer - Sanjib Bora
    ♪ Lyrics & Composition - Mrityunjoy Kakoti
    ♪ Music , Mix & Mastered - Nibir X
    ♪ Design & Animation - Anubhab Dutta
    Special Thanks - Maa , Deuta , Dikshita Rajguru , Ranjeet Bordoloi , Taifur Geet and all my friends
    AVAILABLE ON ALL MUSIC PLATFORMS
    Spotify ▪
    open.spotify.c...
    Insta Reels ▪
    / 1097570027782260
    #trending #song #viral #reels #2023
    Lyrics -
    আজি মন মোৰ উতনুৱা উশাহৰো গতি আধা কঁপা
    জাগে সপোন এটি মিঠা পুৱতি নিশাতে পালো দেখা
    এটি চাৱনিয়ে মোৰ হিয়া
    কৰে নিমিষতে বলীয়া
    ভাৱি ভাৱি আজি দেখো মোৰ মন ভৰা
    জাকে জাকে উৰে পখিলা
    ৰঙা,নীলা আৰু সেউজীয়া
    মোৰ মন ফুলনি ৰঙেৰে উপচা
    উলাহতে হালি জালি বাউলি মন
    হৃদয়তে কিনো ৰহন সানি গ'লা তুমিহে জানা
    গোপনে গোপনে মনৰে মাজতে
    তুমিও ৰাখিছ‍া মোক হিয়াতে গুপুতে
    নকৰিবা লাজ,কৰানা প্ৰকাশ
    আমাৰে প্ৰেমৰ নাই যে অবকাশ
    নকৰিবা লাজ,কৰানা প্ৰকাশ
    আমাৰে প্ৰেমৰ নাই যে অবকাশ
    এমুঠি সুখৰে কঠিয়া সিঁচিলা
    জীৱনৰে তুমি যেন জোনাকী সন্ধিয়া
    #Ulahote #SanjibBora
    #AssameseEdmsong

ความคิดเห็น •