নিদিষ্ট বক্তাৰ ভাষণ, ৪২তম চাবতি আলি আঃয়ে লৃগাং ,

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ก.ย. 2024
  • চাৱতি মিচিং গাৱৰ উদ্যোগত ৪২ তম চাবতি আলি আঃয়ে লৃগাঙত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকোঁ ।
    আজিৰ মুকলি সভাত সভাপতিত্ব কৰে উদযাপন সমিতিৰ সভানেত্ৰী অনিমা দলেয়ে । আজিৰ সভাত চাৱতি গাৱৰ জেষ্ঠ নাগৰিক তথা গন্যমান্য ব্যক্তি সকলে উপস্থিত থাকে । জেষ্ঠ ব্যক্তি - মোহন পেগু , ডাঃ কৃপনাথ পেগু , প্ৰদীপ দলে , নিল পেগু , প্ৰবিন দলে , অ° যোগানন্দ পেগু আদি সকলক লগ পাই আনন্দিত হ'লো । চাৱনি আলি আঃয়ে লৃগাং খনি এইবাৰ চাৱতিৰ মহিলা সকলে উদ্যোগত্তা হিচাপে উলাই আহি উদযাপন কৰিছে । সঁচাকৈ প্ৰসংগণীয় ।
    ২০২৪
    #culture #monturamtaid #compitition ##mising #aliayeligang #lakhimpur #misingculture #environment #misingAo #bestspeech #misinglanguauge #language

ความคิดเห็น • 10