Fagun | Zubeen Garg | Sasanka Samir | Jayanta Kakati | Bablu | New Assamese Song 2020

แชร์
ฝัง
  • เผยแพร่เมื่อ 25 ม.ค. 2025

ความคิดเห็น • 1.7K

  • @jumonigogoi5947
    @jumonigogoi5947 5 ปีที่แล้ว +51

    প্ৰশংসা কৰাৰ ভাষা নাই সচাকৈয়ে জুবিন দা তুমি মহান আৰু সমীৰ দাৰ অতি সুন্দৰ শব্দৰ গাঠনিৰ কোনো তুলনা নাই কি কম মানে তোমালোক দুজনক ভগৱানে যুগ যুগ জিয়াই ৰাখক।

  • @marulidharrabha8339
    @marulidharrabha8339 3 ปีที่แล้ว +117

    বাহিৰত কিনকিনিয়া বৰষুণ + অন্ধকাৰ ৰুম + গভীৰ ৰাতি + কিছু স্মৃতি + চকুত চকুৰ পানী + ফোনৰ স্ক্ৰিনত কাৰোবাৰ ছবি + কানত হেড ফোন + আৰু এই গানটো,,,আহ,,, কি,, মজা। জয় জুবিন দা।❤️❤️
    18/12/2021 তাৰিখ 🍁🍁

    • @alakeshsvlog
      @alakeshsvlog ปีที่แล้ว +6

      গীতটো আজি শুনিলো বাহিৰত চিকিমিকি +কিছু বতাহ +মনত বহুত স্মৃতি +গানটো =উফ কি যে মজা😌🙏🏿

  • @rituparnachetia6395
    @rituparnachetia6395 5 ปีที่แล้ว +871

    ফাগুনৰ প্ৰথম দিনাই এটি ধুনীয়া গান.... ফাগুন মানে কেৱল হিয়া দিয়া নিয়াৰ বতৰ নহয়, সৰাপাতৰ মাজত থাকে ভগা হৃদয়ৰ ছবি

    • @nipuhaloi3617
      @nipuhaloi3617 5 ปีที่แล้ว +5

      💔

    • @KuuShorts
      @KuuShorts 5 ปีที่แล้ว +20

      ফাগুনৰ প্ৰথম দিনাই জুবিন দাৰ দ্বাৰা এটি আবেগিক সংগীত । ফাগুন মানেই কেৱল হিয়া দিয়া বতৰ নহয়, সৰাপাতৰ আঁৰত লুকাই থাকে কাৰোবাৰ ঠান-বান হৈ যোৱা হৃদয়ৰ মৰ্মান্তিক ছবি ।

    • @barnalichakraborty6785
      @barnalichakraborty6785 5 ปีที่แล้ว +1

      Heart touching song...🙏

    • @bbbrosmusicofficial
      @bbbrosmusicofficial 5 ปีที่แล้ว

      Superb. Much love from twins. 😍

    • @minakshisfoodcourt4804
      @minakshisfoodcourt4804 5 ปีที่แล้ว +2

      এটি মনপৰশা গীত, হৃদয় চুই গ'ল

  • @gaurangadas6279
    @gaurangadas6279 ปีที่แล้ว +8

    জীৱন মানে পোৱা নোপোৱা,আশা-নিৰাশা,সপোনৰ পম খেদি ঘূৰি ফুৰা এজাক ফাগুণ।তাত আকৌ জুবিন দাৰ এই গানটো....উফ কি এক ফাগুণৰ অনুভৱ।ই যেন এক বলিয়া বতাহ।

  • @abinashbokalial_cse_3633
    @abinashbokalial_cse_3633 5 ปีที่แล้ว +385

    ইমান সুন্দৰ কথা...... অাৰু কন্ঠ দিয়া জন মোৰ ভগবান...... জয় জুবিন দা❤..... জুবিন দাৰ বাবে এটা like ❤

  • @kangkanakashyap9678
    @kangkanakashyap9678 4 ปีที่แล้ว +63

    সদায় প্ৰিয় ❤️। এবাৰ ভৰি খন চুবলৈ বোৰ ইচ্ছা । এবাৰ দাদা ক গুবামাৰি ধৰিবলৈ বহুত ইচ্ছা আছে❤️❤️

  • @krishnakshikalita3949
    @krishnakshikalita3949 5 ปีที่แล้ว +396

    সমীৰে দিবগৈ ফাগুনৰ দিনতে ম‌ই নোহোৱাৰ বাতৰি..ধুনীয়া গান😍😍 কিন্তু এটা কথা জানানে না‌ই জুবিন দা আপোনাক যে আমাৰ মাজৰ পৰা কেতিয়াও নোহোৱা হব নিদিও আৰু সমীৰেও আমাক বাতৰি দিব লগা নহয়🤗🤗

  • @niranjansaikia2860
    @niranjansaikia2860 4 ปีที่แล้ว +10

    কি অপূৰ্ব সৃষ্টি, কি কণ্ঠ।।।।।বাঁহীৰ সুৰ যিদৰে শুনিলে শুনি থাকিৱলৈ মন গৈ থাকে কেতিয়াও আমনি নালাগে, একেদৰে জুবিন দাৰ গান শুনি থাকিলে কেতিয়াও আমনি নালাগে, ইটোৰ পাছত সিটো গান শুনি থাকিৱলৈ হে মন গৈ থাকে।।।।।

  • @dipudixitofficial4449
    @dipudixitofficial4449 5 ปีที่แล้ว +28

    মৰমৰ জুবিনদা ইমান ধুনীয়া এটি গীত আমালৈ উপহাৰ দিয়াৰ বাবে বহুত ধন্যবাদ🙏❤️

  • @hemantasaharia1057
    @hemantasaharia1057 4 ปีที่แล้ว +35

    হৃদয়খন যেন বাৰিষাৰ আকাশ হৈ পৰিছে
    আৰু ক’ৰবাত অকলে নিজানত বহি কান্দিব মন গৈছে__
    হৃদয়স্পৰ্শী হৃদয়স্পৰ্শী হৃদয়স্পৰ্শী

  • @dipuboruah7300
    @dipuboruah7300 5 ปีที่แล้ว +397

    সমীৰ দা আপোনাৰ শব্দৰ গাঁথনি সঁচাই অতুলনীয় তাতে জুবিন দাৰ কণ্ঠত 💕

  • @pallabidas5173
    @pallabidas5173 4 ปีที่แล้ว +530

    লকডাউন + মাজৰাতি + আন্ধাৰ কোঠা+ হেডফোন+ জুবিন দাৰ কন্ঠ + তাৰ স্মৃতিবোৰ = অনাবিল শান্তি❤

  • @dibakarchetia6485
    @dibakarchetia6485 5 ปีที่แล้ว +430

    মই মৰা শেষ মুহূৰ্ত্তত যেন জুবিন ককাইদেউৰ গান এটা শুনি মৰো তাৰে কামনা কৰো ভগৱানৰ ওচৰত...

  • @gafurahmed4841
    @gafurahmed4841 2 ปีที่แล้ว +19

    জয়ন্ত দা , সমীৰ দা , আৰু মোৰ জীৱনৰ সেইজন মানুহ যাৰ গান নুশুনাকৈ এনে এটা দিন যোৱা নাই দুখৰ মাজত হাঁহি আমাৰ মৰমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ অসমীয়াৰ আবেগ জুবিন দা 100 বছৰ জীয়াই থাকক তাৰে কামনা কৰিলো

  • @angamitradutta7213
    @angamitradutta7213 5 ปีที่แล้ว +103

    সুৰবোৰে ফাগুনক আৰু ভাল লগা কৰি তুলিছে..... প্ৰিয় ফাগুন তোমালৈ বুলি এসাগৰ মৰম ❤️

  • @gyandeepsaikia5823
    @gyandeepsaikia5823 2 ปีที่แล้ว +19

    জুবিন বিহীন অসম কল্পনা কৰিবলৈ বৰ কষ্ট হয়।সদায় ভালে থাকক জুবিনদা।কণ্ঠৰ যাদুৰে আমাৰ হৃদয়বোৰ অনাবিল আৱেগত ডুবাই ৰাখক

  • @ytmyaarteramonster3251
    @ytmyaarteramonster3251 5 ปีที่แล้ว +672

    কবলৈ বাক‍্য নাই ইমানে ধুনীয়া💗💗💗😘😘😘😘
    জুৱিন দা কাৰণে এটা Like পামনে

    • @joecool3876
      @joecool3876 5 ปีที่แล้ว +7

      SPD guru zubeen r karone like bhikkha korba nalge bhikarir jaat......ghrot d thoi ahim zubeen dar......toi like r dalal neki be

    • @ripumanirahman5367
      @ripumanirahman5367 4 ปีที่แล้ว +2

      Ata like nohoi unlimited like Pabe

    • @dipika.borah.9399
      @dipika.borah.9399 4 ปีที่แล้ว +4

      জুবিন দা বাবে লাইক কমেন সেই বোৰ একোৱে নহয়।শব্দ টো একোৱে নহয় কবলে।

    • @sagarmisra5874
      @sagarmisra5874 4 ปีที่แล้ว +1

      @@joecool3876 Hi my friend Kashyap

    • @rimachetia2626
      @rimachetia2626 4 ปีที่แล้ว +1

      ❤️❤️❤️

  • @THUNDERSTORM_Music
    @THUNDERSTORM_Music 2 ปีที่แล้ว +50

    Sasanka Samir + Jayanta Kakati + Zubeen Garg : DEADLY COMBINATION ❤️🔥

    • @palashparasar7432
      @palashparasar7432 2 ปีที่แล้ว +3

      Hoi.. bhal lage..
      Kintu Zubeen-Diganta combination tu nisina aru nulai.. prithok asile ekdom ❤️

    • @THUNDERSTORM_Music
      @THUNDERSTORM_Music 2 ปีที่แล้ว +2

      @@palashparasar7432 hosakoi ❤️

    • @utpalsaraniya724
      @utpalsaraniya724 ปีที่แล้ว

      😅😅😅😅😅😅😅😅😅😮😅😅😅😅😅😅😅😅😅😅😮😅😮😅😮😅😅😅😅😅😅😅😮😮😅😅😅😅😅😅😅😅😅😢😅😅😅😮😅😮😅😮

    • @nabajitkalita498
      @nabajitkalita498 ปีที่แล้ว

      😊😊😊

    • @Hiradeep
      @Hiradeep ปีที่แล้ว

  • @hirahirablog5295
    @hirahirablog5295 5 ปีที่แล้ว +144

    জীৱনৰ কেঁচা যৌৱন পাৰ কৰা গাঁওখনলৈ মনত পৰি গল।উকা উকা লগা হৃদয় খন কিবা বুজাব নোৱাৰা আবেগেৰে ভৰি পৰিল। জীৱনৰ বাটত খোজ দিয়া মনোমোহা পোৱা নোপোৱাৰ বেথা বোৰ উফান্দি উঠিল।
    অসমীয়াৰ কলিজা টুকুৰা টোৰ বাবে এটা Like Banta hain

  • @parikshitkakoti7289
    @parikshitkakoti7289 2 ปีที่แล้ว +10

    তাই এৰি যোৱা মোক আজি এবছৰ হ'ল...তথাপিও মনটোৰ কোনোবাখিনিত বহি মোক তাই বৰ দুখদায়ী ৰূপে থেকেছি থাকে....তাই সুখী নতুনজনৰ সৈতে...তথাপিও মোৰ কলিজা আজিও ক্ষতবিক্ষত😥

  • @জয়আইঅসম-ঝ৬ট
    @জয়আইঅসম-ঝ৬ট 5 ปีที่แล้ว +78

    এটা ধুনীয়া গান শুনিলো। ফাগুণৰ প্ৰথম দিনা।। খুবেই ভাল লাগিল হৃদয় চুই গ'ল। ধন্যবাদ জুবিন দা❤

  • @dhrubakalitamix8606
    @dhrubakalitamix8606 2 ปีที่แล้ว +6

    আপোনবোৰে যেতিয়া নজনাকৈয়ে একো নোকোৱাকৈয়ে দুৰলৈ গুছি যায়।সময়ৰ নিদাৰুণ অত্যাচাৰত হৃদয় যেতিয়া ৰাঙলী হৈ পৰে তেতিয়া জুবিন দাৰ গানবোৰে ৰাঙলী হৃদয় জুৰ পেলাই।

  • @dhanjitnath6999
    @dhanjitnath6999 4 ปีที่แล้ว +72

    ধুনীয়া হৃদয় চুই যোৱা গাণ..... উতনুৱা কৰি তোলে দাদাৰ গাণ.... Lv u দাদা... ✌️✌️👌👌Plz one like for jubin dada... 🤝

  • @debojitchangmai1350
    @debojitchangmai1350 4 ปีที่แล้ว +24

    জুবিন দাৰ নাম টো কৰবাত দেখিলেই টোত কি আছে একো নাভাবি direct like মাৰি দিও কিয়নো জুবিন দা বুলি শুনিলেই কিবা গা টোত নিজৰ নিজৰ অনুভৱ হয়❣️

  • @izazahmed8212
    @izazahmed8212 4 ปีที่แล้ว +55

    লুইতৰ বুকুৰ সু সন্তান💓💓💓।।প্ৰতিটো গান দেহ মন চুই যায়।।

  • @jimoninath733
    @jimoninath733 4 ปีที่แล้ว +10

    ক'বলৈ ভাষা নাই...বহুত বহুত বহুত ধুনীয়া❤️....শুনিলে শুনি থাকিবৰ মন💕

  • @njdeka1907
    @njdeka1907 5 ปีที่แล้ว +167

    সমীৰদা… বুজাব নোৱাৰিম আপোনাৰ প্ৰতি থকা মোৰ ভালপোৱা… জুবিনদাৰ দৰদী কণ্ঠত সচাকৈ আপুনি সানি দিয়া প্ৰতিটো শব্দই যেন জীয়াই তুলিব ফাগুনৰ সেই সৰাপাতবোৰ…

  • @pabitrabharali3264
    @pabitrabharali3264 4 ปีที่แล้ว +54

    হৃদয় চুই যোৱা শব্দৰ সংমিশ্ৰণ সমীৰ দা, লগতে সোনত শুৱগা চৰা জুবিন দাৰ কণ্ঠ। আগলৈ আৰু আশা কৰিছোঁ

  • @SantoshMohanPhukan
    @SantoshMohanPhukan 5 ปีที่แล้ว +102

    গীতটিয়ে কন্দুৱাবলৈ আহিছে😥!!
    zubeen💓💓

  • @jubilantjunakworld1732
    @jubilantjunakworld1732 4 ปีที่แล้ว +13

    আকৌ শুনিলোঁ আজি ।
    ফাগুন মানেই জুবিন দা।
    কি সৃষ্টি আপোনাৰ 🙏🤘❤❣🌹

  • @gogoiCRPF5552
    @gogoiCRPF5552 5 ปีที่แล้ว +22

    মন চুই গ'ল গানটোৱে।
    মনটো বেয়া লাগি থকাৰ সময়ত যেতিয়া একেকুৱা গানবোৰ শুনা যায় তেতিয়া মনটো কিবা এটা যেন কব নোৱাকৈয়ে অলপ সময়ৰ বাবে ভাল লাগি যায়,, বহুত সুন্দৰ সঁচাকৈ

  • @bornaleehazarika4659
    @bornaleehazarika4659 4 ปีที่แล้ว +1

    বিশেষ জনৰ স’তে কটোৱা বিশেষ মূহূৰ্ত কিছুমান মনত সজীৱ কৰি থৈ গ’ল গীতটোৰ কথাবোৰ ৷ জুবিনৰ ফটো দুখন পাম বুলি দুখন "মায়া" কিনা দিনৰ শ্ৰোতা আমি৷ তবলা বৰ সুন্দৰ হৈছে গীতটোত৷

  • @abhijitnarah2286
    @abhijitnarah2286 5 ปีที่แล้ว +82

    আজি ওৰে দিনটো এই গীতটি শুনিও হেঁপাহ পলুৱাই নাই।
    Love you #Zubeen Da😘😘😘
    আশা কৰো আগন্তুক দিন বোৰ যেন এনেকৈ আমালৈ উপহাৰ দিয়ে তাৰে কামনা কৰিলোঁ।
    😍😍😍

  • @rantunath305
    @rantunath305 ปีที่แล้ว +35

    ফাগুন মানেই কেৱল শেষ নহয়..ফাগুন মানে এক নতুন জীৱনৰো আৰম্ভনি❤❤❤

  • @hiteshsarma6908
    @hiteshsarma6908 5 ปีที่แล้ว +41

    জুবিন আপুনি কিয় ভাল হৈ পৰে? ইমান ধুনীয়া গান গাই দিলে। সুন্দৰ সুৰ, সুন্দৰ শব্দ,সুন্দৰ অলংকাৰ। সুৰ তাৰ শব্দ আটাইয়ে ভাল লাগিছে। মনবোৰ সেৰেঙা লাগিলেও ভাল লাগে চোন....

  • @pujakalita9008
    @pujakalita9008 3 ปีที่แล้ว +4

    এটা এটা শব্দই অন্তৰ চুই গৈছে। সঁচাকৈ বহুত ধুনীয়া হৈছে। তাকো জুবিন দাৰ কণ্ঠত । কি কম ভাষা নাই ।

  • @M.2.B.
    @M.2.B. 5 ปีที่แล้ว +28

    মনটো যে উৰি যাব খোজে কাৰোৱাৰ কাষলৈ .... বহু দিনৰ আগলৈ ... Beautiful song by zubeen Da

  • @gitanjaliboro562
    @gitanjaliboro562 3 ปีที่แล้ว +8

    গানটো যেতিয়াই শুনো কিছুমান পুৰণি স্মৃতিয়ে বুকুত হেচা মাৰি ধৰে। চকুপানী নিজে নিজে সৰে😭😭😭, সচায় মনটো চুই যায়❤❤

  • @jinkuschannel4507
    @jinkuschannel4507 5 ปีที่แล้ว +52

    বহু দিনৰ পিছত ভাল গান এটা শুনিবলৈ পালো। জয় জুবিন দা

  • @rupamkalita8795
    @rupamkalita8795 3 ปีที่แล้ว +4

    বহুত বহুত ধুনীয়া গীত।এই গীতটোই শুনিলে মন বহুত কান্দে। হৃদয়ে আজিও কান্দে কিছুমান কথা মনত পৰি যায় গীতটো শুনাৰ পিছত।।। বহুত ধুনীয়া গীত জুবিন দা ।

  • @bishnujyotidas1102
    @bishnujyotidas1102 5 ปีที่แล้ว +106

    বহুত ভাল লাগিল গানটো শুনি জুবিন দা। জুবিন দাআৰু সমিৰ দা কাৰনে এটা লাইক মাৰি দিবা

  • @dipankarchangmaiaxom1299
    @dipankarchangmaiaxom1299 2 ปีที่แล้ว +18

    Lots of thanks to Zubeen daa and Samir daa🥺🌼for this beautiful song given us💖

  • @jugmasaikia6488
    @jugmasaikia6488 5 ปีที่แล้ว +264

    আজিৰ পৰা 20 বছৰ পাছতো চিৰ সেউজীয়া গান হিচাপে জিলিকি থাকিব ❤️💞

    • @ratanray3458
      @ratanray3458 5 ปีที่แล้ว +1

      Sure 100%

    • @mixmedia1409
      @mixmedia1409 4 ปีที่แล้ว +2

      right😇❤🥰

    • @devajitburagohain8122
      @devajitburagohain8122 4 ปีที่แล้ว +5

      ২০ বছৰ নালাগে ১০০ বছৰ পিছতো জিলিকি থাকিব।

    • @biplobdihingia9569
      @biplobdihingia9569 4 ปีที่แล้ว

      Z❤️

  • @banashreesahariah1498
    @banashreesahariah1498 3 ปีที่แล้ว +12

    বহুত ধুনীয়া গীত 💖👌👌👌💖💖💖♥️♥️♥️ হৃদয়খন জুৰ পৰি গ'ল । জুবিন দা 😍😍💝❤️ কি কʼম ভাষাই নাই । ভগৱানে তিনিওঁকে সদায় এনেদৰেই ৰাখক । Love u zubeen Da

  • @Anuragaxomm
    @Anuragaxomm 5 ปีที่แล้ว +50

    When 3 talented men created a masterpiece

  • @rajavlog3m166
    @rajavlog3m166 4 ปีที่แล้ว +12

    Zuben da manei ek notunotror xondhan❣️❣️
    জয় জুবিন দা ❣️

  • @utpalhaloi6169
    @utpalhaloi6169 5 ปีที่แล้ว +78

    আজিৰ যিটো অনুভব
    দহবছৰ পিছতো একেই থাকিব❤

  • @Anuraag.medico
    @Anuraag.medico 3 ปีที่แล้ว +2

    Hosakoi karubar nothoka kahinit bor rohosyo humai thke, kio j herai gol etya ahi ahi ami kor paluhi heibur bhabilei eitu gan monot pore aru huniboloi youtube khulu.. Thank u Zubeen daa💞

  • @ankurjyotidass131
    @ankurjyotidass131 5 ปีที่แล้ว +92

    কবলৈ ভাষা নাই দাদা 💗💗❣️❣️
    👇👇

  • @ripunjoyofficial4286
    @ripunjoyofficial4286 4 ปีที่แล้ว +57

    👉সমীৰ দাৰ কথা আৰু জুবিন দাৰ কণ্ঠ ।।❣👈
    👇👇

  • @nabajyotimedhi8765
    @nabajyotimedhi8765 5 ปีที่แล้ว +89

    সমীৰে দিবগৈ
    ফাগুনৰ দিনতে
    ম‌ই নোহোৱাৰ বাতৰি ♥️♥️♥️

  • @thethings7985
    @thethings7985 3 ปีที่แล้ว +9

    নিঠৰ শুকান ৰূঢ় ফাগুনৰ বুকুত ৰং বুলোৱা এটি গীত.......গীতটিয়ে যেন ফাগুনক জীপাল কৰি তোলে ......|

  • @ankurdas4
    @ankurdas4 5 ปีที่แล้ว +45

    সচাই ..ফাগুন মানেই সৰা পাতৰ মাজত বিষাদৰ ছবি 💔

  • @স্মৃতিৰসঁফুৰা
    @স্মৃতিৰসঁফুৰা 4 ปีที่แล้ว +4

    জুবিন দাৰ কণ্ঠ অতুলনীয় আৰু সমীৰ দাই ইমান ধুনীয়া ধুনীয়া lyrics বিলাক বিচাৰি পায় তেওঁকো প্ৰণাম🙏

  • @rintubarman1091
    @rintubarman1091 5 ปีที่แล้ว +39

    কিবা এটা পালো গানটোত
    💕💕💕💕💕💕💕💕💕💟💟💟
    ধুনীয়া লাগিছে 💕💕💕

  • @RiturajCreation
    @RiturajCreation 4 ปีที่แล้ว +17

    কবলৈ ভাষা নাই ,,,,,ভগবান জন মোৰ 💕💕💕💕💕💕 জুবিন দাৰ বাবে এটা লাইক

  • @d.k.entertainment7584
    @d.k.entertainment7584 5 ปีที่แล้ว +46

    কেনে এক মিঠা অনুভূতি, ফাগুনৰ বতৰত জুবিন দাৰ "ফাগুন" 🍂

  • @suranjanasaikiaknowar5856
    @suranjanasaikiaknowar5856 4 ปีที่แล้ว +2

    ইমান ধুনীয়া গান শশাংক সমীৰ আপুনি আমাক উপহাৰ দিছে । জুবিন দাই আৰু সজীৱ কৰি তুলিলে গীতটো

  • @sangeetasaikia9404
    @sangeetasaikia9404 5 ปีที่แล้ว +9

    প্ৰতিটো শব্দই কলিজা চুই গ'ল ,,,সমীৰ দাৰ শব্দৰ খেল আৰু জুবিনদাৰ সুৰ ,,,, speechless হৈ যাওঁ ।

  • @rakeshnath9648
    @rakeshnath9648 4 ปีที่แล้ว +2

    Lyrics ৰ‌ কথানো আৰু কি কম কি শব্দৰ গাঁথনি কবলৈ ভাষা নাই🔥 তাতে জুবিন দাৰ কণ্ঠত সোণত সুৱগা চৰিছে।লগতে music টোৱে সাত পেলাই গৈছে দেহ।
    অসমীয়া আন কণ্ঠশিল্পীৰ গান মিলিয়ন views গ'ল কি হল কিন্তু জুবিন দাৰ গানবোৰৰ সোৱাদটোৱেই বেলেগ ১০০ বছৰৰ পাছতো ইয়াৰ একে সোৱাদেই পাব joi Zubeen daa ❣️

  • @bhrigukr.kalita6043
    @bhrigukr.kalita6043 5 ปีที่แล้ว +16

    অসমীয়া সংগীতৰ সুদিন৷ গানৰ শব্দ কণ্ঠ সুৰ শব্দৰে প্ৰকাশ কৰিব নোৱাৰিম৷ ধন্যবাদ শ্ৰদ্ধাৰ সমীৰ দা আৰু জুবিন দা লগতে সকলো কলা কৌশলীলৈ৷

  • @nikhitagogoi9587
    @nikhitagogoi9587 4 ปีที่แล้ว +2

    সমীৰ দা ৰ কলম আৰু জুবিন দা ৰ কণ্ঠ কি কম ভাষা নায়। একেবাৰে হৃদয়ত খুন্দিয়াই যায়।আৰু মিউজিক টো কি কম ভাষাহীন। হেৰাই যাঁও গানটোৰ লগত। ৰাধিকা 😍😘😘💕💕

  • @dhanshreenath
    @dhanshreenath 4 ปีที่แล้ว +99

    চকুপানী টুকিব লগা অৱস্থা কিয় কৰিলা জুবিন দা ? এই গীতটো শুনাৰ সময়ত শৰীৰৰ প্ৰতিডাল সিৰা উপসিৰা সাৰ পাই উঠিছে

  • @goutamsaikia22
    @goutamsaikia22 4 ปีที่แล้ว +3

    ইমান সুন্দৰকৈ কি দৰে গীতবোৰ লিখে অ' লগতে আকৌ জুবিন দাৰ কন্ঠ । হৃদয় স্পৰ্শ কৰি যায় । 💛💙💚❤️

  • @anupampatar7594
    @anupampatar7594 5 ปีที่แล้ว +7

    কিনো কম ভাষা নাই 😍😍😍😍😍জুবিন দা তুমি অতুলনীয় ।তুলনাবিহীন ।অসমৰ একমাত্র আপুৰুগীয়া সম্পদ।প্রতিটো গীতেই হিয়া চুই যায় ।👌👌👌👌👌👌🙏🙏🙏🙏

  • @ky_bmgo930
    @ky_bmgo930 4 ปีที่แล้ว

    Iman xundor shristi... speechless Hoi goisu...ontor Sui goise... bare bare xunio Mon bhora nai...akou xunim jen lage....dusoku xemeki gol...xosai songeete manuhor ontorot enekoiye xas bohuwai jai...

  • @অসমীয়াখূহুতিয়া
    @অসমীয়াখূহুতিয়া 5 ปีที่แล้ว +30

    সুন্দৰ লিখনি
    লগতে জুবিন দাৰ স্পৰ্ষত প্ৰাণ পায় উঠিছে ফাগুন ♥️

    • @nirupanirupa5909
      @nirupanirupa5909 3 ปีที่แล้ว

      Love this song ...i love you jubeen da

  • @DipankorBora-qo5xv
    @DipankorBora-qo5xv ปีที่แล้ว +3

    উফ কি শব্দৰ মেলা কিযে সুৰৰ মায়া ❤️❤️

  • @hrishi6436
    @hrishi6436 5 ปีที่แล้ว +175

    সমীৰ দাৰ কথা
    জুব্ন দাৰ দৰদী কন্ঠ
    আৰু কি লাগে।

  • @junphukan2773
    @junphukan2773 3 ปีที่แล้ว +12

    জুবিন দাৰ প্রতিতো গান হৃদয় চুই যায়

  • @parinitichopra9916
    @parinitichopra9916 5 ปีที่แล้ว +29

    Zubeen the legend....love u sir....ur voice is heaven...my playlist is just full with ur songs...

  • @nibirnayan1523
    @nibirnayan1523 2 ปีที่แล้ว +27

    The best musician of Assam. The best person of Assam.. u r unstoppable, incomparable.... Appreating words are not enough for your appreciation.. u r the actual definition of Assam, u are the best dictionary of the heart touching music of Assam ... Respect you zubeen da.. love you zubeen da ❣️ ..

    • @thoughtoflife2370
      @thoughtoflife2370 2 ปีที่แล้ว

      The Best Musician in all over the world and best man too❤❤#ZubeenDa

  • @siromonivocalistofficial4205
    @siromonivocalistofficial4205 5 ปีที่แล้ว +23

    মৰমৰ..জুৱিন দা আৰু শশাংক...গীতটিয়ে হৃদয় চুই গ’ল...😊

  • @krishtinadeka2632
    @krishtinadeka2632 4 ปีที่แล้ว +1

    হৃদয় স্পৰ্শ কৰি গৈছে অ' সমীৰ দা আৰু জুবিন দা আৰু প্ৰশংসা কৰিবলৈ ভাষাহীন মই😌❤️🌸

  • @monalisagogoi3762
    @monalisagogoi3762 5 ปีที่แล้ว +72

    ৰঙা ফাগুনৰ ৰং
    কেতিয়াবা বিৰহ, কেতিয়াবা উৎসৱ🍂
    বিৰাট ভাল লাগিল🎶❤️

  • @tekintoke5895
    @tekintoke5895 11 หลายเดือนก่อน +2

    জুবিন দাৰ গান বোৰ কিয় ভাল লাগে বাৰো ইমান, 😢❤
    Zubeen দাৰ গান শুনিলে আৰু বেলেগৰ গান সুনিবলেই মনেই নাযায়, ❤🎉

  • @Krishnamoninath92
    @Krishnamoninath92 5 ปีที่แล้ว +31

    হৃদয় চুই যোৱা গীত❣️

  • @axomiyalora2.039
    @axomiyalora2.039 18 วันที่ผ่านมา +2

    Attendance.....2025😢

  • @mridulkalita5982
    @mridulkalita5982 5 ปีที่แล้ว +15

    জুবিন দা ♥️।
    সুন্দৰ উপহাৰ আমাৰ বাবে ।

  • @dibakardas99
    @dibakardas99 3 ปีที่แล้ว

    মোৰ এই অস্থিৰ ক্ষণত কিয় শুনিলোঁ জুবিন দা হৃদয় ভাগি যোৱা এই গান।মই চোন হেৰাই যাম,,এই গান আৰু কেতিয়া শুনিব পাম ।কেনেকৈ সুৱাৰিম অতীতৰ স্মৃতি।

  • @simideka6899
    @simideka6899 5 ปีที่แล้ว +11

    সমীৰ দা আৰু জুবিন দা,,,love u for ever 😍😍🥰😍👌👌👍🏻👍🏻🙏🏽🙏🏽

  • @nilakshihazarika9336
    @nilakshihazarika9336 4 ปีที่แล้ว +6

    Such a lovely song.. Zubeen da always the best😍❤️❤️

  • @debajanisvlogs528Hz
    @debajanisvlogs528Hz 5 ปีที่แล้ว +18

    ফাগুন আহিলেই তো মন বোৰ উৰুঙা হয়।গছে সলাই পাত॥ফাগুনৰ অকাশ ৰঙাই তুলে ৰঙা ৰঙা পলাশ ফুলে ॥দূৰৈৰ আকাশত জিলিকে চিলা খেলা লৰাৰ হাতৰ যাদু....॥

  • @lisandeka4627
    @lisandeka4627 4 ปีที่แล้ว +1

    Hridoy suii gol gaantue... ❤️❤️❤️❤️ Joi ZUBEEN daa

  • @GirijaNandaDas
    @GirijaNandaDas 5 ปีที่แล้ว +45

    কি সুন্দৰ লিখিছা ও ভাই ৷ বুকু খনত চেপা উৎত্তেজনাৰে আবৰি ধৰিছে ৷ 100 বাৰ শুনিলেও হেপাঁহ নপলায় ৷

    • @mithunbora6875
      @mithunbora6875 4 ปีที่แล้ว

      Hsa amoni nlge moi bre bre hunu

  • @anishreemithi8145
    @anishreemithi8145 4 ปีที่แล้ว +1

    Kinu kom gaanor bikhoye ... 👌👌👍 Hridoy sui goise ... ru ata ata word tejor khire khire boi goise ...

  • @arupdutta2966
    @arupdutta2966 5 ปีที่แล้ว +23

    Zubeen da babe like kora. Eman mozzaa lagise gaan2 👍👍💓💓

  • @polychelleng5235
    @polychelleng5235 2 ปีที่แล้ว +2

    Samir da +zubeen da🔥🔥🔥 হৃদয় স্পৰ্শ কৰি যায়

  • @subhambanik1097
    @subhambanik1097 5 ปีที่แล้ว +21

    Touched the heart
    Really zubeen da voice is magical

  • @upasanasandilyamusical9854
    @upasanasandilyamusical9854 4 ปีที่แล้ว +2

    Emn dhunia music lyrics tune❤️🥰 lgte zubeen dar voice..wow😍😍😍😍 in love with this song 💕💕💕

  • @titikhyapriyaboruah2406
    @titikhyapriyaboruah2406 5 ปีที่แล้ว +8

    Imanei vl lagxe bujabo nuaru😘😘heart touching song❤️uff Zubeen da always rock😍🤘💞💞

  • @hbmadhugaming8649
    @hbmadhugaming8649 2 ปีที่แล้ว

    সমিৰে দিব গৈ আজিলৈ এই গান টু 45 বাৰ শুনিলোঁ ।। কিন্তু আমনি লগা নাই ।। এয়াই চাগে জুবিন দা r magic।।। সঁচাই জুবিন দা r দৰে মানুহ ভগবান r সদৃশ।। ❤️❤️❤️❤️ সৰুৰ পৰা আপোনাৰ এ গান শুনি ডাঙৰ হৈছো জুবিন দা।।। love Fromm rangia ।।।

  • @Murkh38
    @Murkh38 4 ปีที่แล้ว +52

    জুবিন ...এক অন্তহীন সুৰৰ নাম❤️

  • @imonbaruah3284
    @imonbaruah3284 4 ปีที่แล้ว +1

    I want to hit the like button 100x.. Damn.. Xosake bhaxa nai kobole.. emn bhal lagise ki kom aru. Take a bow!! What a music!! Aru lyrics!! Ki kom aru.. take a bow both of you!! Zubeen da tu xodai amar hiyar amothu♥️ His painful voice takes this song to a whole different level.. LEGEND!!

  • @indrajeet7857
    @indrajeet7857 5 ปีที่แล้ว +114

    ফাগুন মানে ৰঙা আৰু ৰঙা মানে প্ৰেম,, ফাগুন মানে সৰা পাত সৰা পাতত বিৰহ

  • @afsanabegum4356
    @afsanabegum4356 4 ปีที่แล้ว +1

    ইমান সুন্দৰ কণ্ঠ জুবিন দাৰ কবলে ভাষা নাই বহুত অর্থ আছে গানটোত 👌👌❤❤

  • @Tinkugogoi555
    @Tinkugogoi555 5 ปีที่แล้ว +9

    ভাল লাগিল তাতে দাদাৰ কণ্ঠ ❤️

  • @jyotijagannath7362
    @jyotijagannath7362 2 ปีที่แล้ว +12

    এক মিঠা অনুভূতি , প্রিয় ফাগুন তোমালৈ এসাগৰ মৰম ❤️❤️

  • @Live-jn1xv
    @Live-jn1xv 5 ปีที่แล้ว +1039

    হিয়াৰ আমঠু জনৰ বাবে এটা লাইক কৰা ।।।।

  • @unmona2724
    @unmona2724 3 ปีที่แล้ว +1

    অনুভৱৰ পৃথিৱীখনত সোমাই যাও জুবিন দাৰ গানবোৰ শুনিলে❤✨