Dhing Case: ক’ত আছে ধিং কাণ্ডৰ আন দুই অভিযুক্ত?

แชร์
ฝัง
  • เผยแพร่เมื่อ 12 ก.ย. 2024
  • ক’ত আছে ধিং কাণ্ডৰ আন দুই অভিযুক্ত? ইতিমধ্যে মূল অভিযুক্ত তাফাজ্জুল ইছলামৰ মৃত্যু হৈছে৷ পিছে কেনেদৰে তাফাজ্জুলৰ মৃত্যু হ’ল? সাঁতুৰিব জনা নাছিল নেকি তাফাজ্জুলে?
    #assamesenews #nd24news #nd24live #nd24assamese #livenews
    --------------------------------------------------------------------------------------------
    Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
    All you need to do is PRESS THE BELL ICON next to the Subscribe button!
    ND24 is an Assamese News Channel. ND24 TH-cam channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
    Stay tuned for the latest updates from India and around the world!
    𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
    ▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
    ▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
    ▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
    ▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
    ▶️ 𝐋𝐢𝐧𝐤𝐞𝐝𝐈𝐧: / nd24assam
    ▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
    𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
    ▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
    • আজিৰ পৰ্যৱেক্ষণ | RAJD...
    ▶️ HASHTAG BY MANASH PRATIM DEKA
    • HASHTAG | MANASH PRATI...
    ▶️ ৰাজপাট কাৰ?
    • ৰাজপাট কাৰ? | 2024 Lok...
    𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

ความคิดเห็น • 249

  • @ritumonideka7749
    @ritumonideka7749 19 วันที่ผ่านมา +63

    হৰ হৰ মহাদেব বৰ অৰামৰ মৰণ পালে এই কুকুৰ টোৱে ইয়াক ৰাজহুৱা ভাবে এৰি দিলে ই অচল মৰণৰ সুখ টো পালে হয় আৰু দুটা আছে ৰাইজ হাৰ নামানিব এই মনৰ জুই কমিব নিদিব

  • @HappyKnittingYarn-wx1pw
    @HappyKnittingYarn-wx1pw 19 วันที่ผ่านมา +106

    ইটাভাতাৰ মালিকটোক ধৰিব লাগে আৰু ৰাইজে বিচাৰ কৰিব লাগে ।

    • @harichetry3357
      @harichetry3357 19 วันที่ผ่านมา +22

      Moi aji miya borak amr gaon t homabo dia nai

    • @Danirojasfc6
      @Danirojasfc6 19 วันที่ผ่านมา +7

      Absolutely 👏

    • @Any-fun_time
      @Any-fun_time 19 วันที่ผ่านมา +2

      Thik koisa

    • @Satyaki1111
      @Satyaki1111 19 วันที่ผ่านมา

      ​@@harichetry3357good bro.

    • @krishnokachari7913
      @krishnokachari7913 19 วันที่ผ่านมา +1

      ​@@harichetry3357um....kela Maksudu Miya bilakok dowrai, dowrai Pitibo lage...aru kela hihotr ghor bilak afalor pora jolai dibo lage 😅😅😅

  • @QwertyUiop-zx6xc
    @QwertyUiop-zx6xc 19 วันที่ผ่านมา +27

    মিঞাক বৰ্জন কৰক । কোনো কামতে মিঞাক নলগাব

  • @juriBhuyan-v8o
    @juriBhuyan-v8o 19 วันที่ผ่านมา +39

    ইটা ভাটাতোৰ মালিকক গ্ৰেপ্তাৰ কৰক

  • @devdas8542
    @devdas8542 19 วันที่ผ่านมา +25

    অ সাংবাদিক দা... কনিষ্টবল জনক কিয় ভূল দি আছে আপুনি... তাক ব্ৰহ্মপুত্ৰ নদীত শিল বান্ধি পেলাই দিব লাগিছিল পুখুৰীত সি অকমাণ আৰমত হে মৰিল এটা ঠাইত এ থাকি নদীত হলে পানীৰ ধাৰত তৰপি তৰপি মৰিল হয় মীয়া গেদা চুহাৰৰ বাটচাই.. আমাৰ পুখুৰী টো হে বেয়া কৰিলে.. একো নাই এইবাৰৰ পৰা ধিংত যিমান এনেকুৱা ঘটনা হব এই পুখুৰী টো ব্যৱহাৰ কৰিব মই পুলিচক গটাই দিছোঁ 😂😂😂 আজিৰ পৰা এই পুখুৰীৰ নাম মীয়া মা ৰা পুখুৰী 😂😂😂

  • @ranjankakati4844
    @ranjankakati4844 19 วันที่ผ่านมา +39

    হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাবোৰ আখৰে আখৰে ফলিছে।তেখেতে কৈছিলে যে নামনি অসম আৰু মধ্য অসমৰ খিলঞ্জীয়া অসমীয়াই কি ধৰনে জীয়াই আছে,কেনেকৈ দিন কটাইছে,আজি ঘটনাটো হোৱাৰ পিছতহে আচল কথাবোৰ ওলাই পৰিল।এতিয়া গুৱাহাটীত এচি ৰুমত বহি থকা মুধা ফুটা বুদ্ধিজীৱী কেইজনে আচল কথাবোৰ গম পাব,ইমানদিনে মুখ্য মন্ত্ৰী ডাঙৰীয়াৰ কথাত উপলুঙা কৰিছিল।

    • @fyghter2378
      @fyghter2378 19 วันที่ผ่านมา +1

      🎉

    • @fyghter2378
      @fyghter2378 19 วันที่ผ่านมา +1

    • @bhadrahira6578
      @bhadrahira6578 19 วันที่ผ่านมา +2

      Right koisa tumi moi jetiya dhing goisilu furibole jot sariu fale miyai aguri dhori pelaise jot aghor Axomiya dughor miya jot misol butor dore hoi ase khei miya burok khedibor lage miya besi vage beya Axomiya uporot soku diye

    • @nayan.j
      @nayan.j 19 วันที่ผ่านมา +1

      হয়, কংগ্ৰেছত থাকোতে ভোটৰ লালসাত আনি বহুওৱা বাংলাদেশীবোৰে অসমীয়াক শান্তিত থাকিব দিয়া নাই৷ আজি বিজেপিত আহি হিন্দু ৰক্ষাৰ নাটক কৰি আছে

    • @SyedsahabuddinAhmedSyeds-uh3qb
      @SyedsahabuddinAhmedSyeds-uh3qb 19 วันที่ผ่านมา

      Kolkatar t konay bus fali disil doctor jonik.olop jonabo ok

  • @kripanshu-r4q
    @kripanshu-r4q 19 วันที่ผ่านมา +30

    অনাগত দিনত আৰু এনে ঘটনা দেখিবলৈ পাব।।।। এতিয়াও কিন্তু ২টা অপৰাধী মুকলি আকাশৰ তলত।।।

  • @kripanshu-r4q
    @kripanshu-r4q 19 วันที่ผ่านมา +45

    সংখ্যালঘু এতিয়া সংখ্যাগুৰু হল।।।।।তথাপিও আমাৰ ৰাইজ শুই আছে।।।।।।

    • @sciencekaaddabykk3043
      @sciencekaaddabykk3043 19 วันที่ผ่านมา

      Majority hol jate miya k koneo rakhabo nuaro .. sihot proper planning t soli ase

  • @numalborah9365
    @numalborah9365 19 วันที่ผ่านมา +29

    ফাঁচী দিয়াৰ ব্যৱস্থা কৰক। নহ'লে নাৰী কোনো দিন সুৰক্ষিত নহয়।।

    • @BhaskarBorah123
      @BhaskarBorah123 19 วันที่ผ่านมา

      ফাঁচী দিলে সমাধান হব জেন অনুভৱ কৰে নেকি ..কুকুৰৰ নেজ বেকা এ কেতিয়াও চিধা নহয় মোৰ বিবেক এ কয় আপোনি কি কয় মোৰ মন্তব্য ত

  • @utpalbora6445
    @utpalbora6445 19 วันที่ผ่านมา +5

    যিমান সন্দেহ যুক্ত ঘৰ আছে চব ভাঙি খেদিব লাগে।

  • @MsDjit
    @MsDjit 19 วันที่ผ่านมา +8

    চৰকাৰে এই ক্ষেত্রত কঠোৰতম পদক্ষেপ গ্ৰহণ কৰি খিলঞ্জীয়া মানুহৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰক অন্যথা বাংলাদেশ হবলৈ বেছি দিন নালাগে ।

  • @BhagwanDeka-yg4yw
    @BhagwanDeka-yg4yw 19 วันที่ผ่านมา +19

    মিঞা নহলে অসম নচলে বাবে এই ঘটনা।

    • @t.brahma2645
      @t.brahma2645 19 วันที่ผ่านมา

      True bhai

    • @daolang2822
      @daolang2822 19 วันที่ผ่านมา

      Ki kom aru 😢😢😢😢

    • @Lifeisbeautiful310
      @Lifeisbeautiful310 19 วันที่ผ่านมา +1

      Miya nhle axom solibo bht xantit solibo ., building bnai ki lv jodihe nijor suwarile xuruksha nai

    • @SudeshnaSutBoruah
      @SudeshnaSutBoruah 19 วันที่ผ่านมา

      Currect

  • @mohendradas1757
    @mohendradas1757 19 วันที่ผ่านมา +3

    কংগ্ৰেছে বাংলাদেশী আনিলে আৰু বিজেপিয়ে অসম চুক্তি, এন আৰ চি সকলো ধোৱা চাংত তুলি ৩১-১২-২০১৪লৈকে ভাৰতত প্ৰবেশ কৰা বিদেশীক ভাৰতীয় কৰা, 'কা'ৰ জোৰত বাকী থকা খিনিকো অনাতহে গুৰুত্ব দিছে, বিদেশী খেদি অসমীয়াক সুৰক্ষা নিৰাপত্তা দিয়াতো তেওঁলোকৰ যেন দ্বায়িত্বৰ ভিতৰত নপৰে । ভোট লোৱাৰ আগলৈকে তেওঁলোকে বিদেশী, অসম চুক্তিৰ কথা কয়, কিন্তু আসনত বহাৰেপৰা তেওঁলোকৰ চেষ্টা যত্ন চিন্তা ভাৱনা ধ্যান ধাৰণা কেৱলমাত্ৰ বিদেশীক সুৰক্ষা নিৰাপত্তা সংস্থাপন তে সীমাবদ্ধ দেখা যায়। অভাৱী অসমীয়াক আভুৱা ভাৰিবলৈ আইজনী বাইজনী, ঔজনী-বৌজনী, লাখপতি বাইদেউ -কোটিপতি ভিনদেউ ইত্যাদি আঁচনিৰ কথা ডিঙিৰ শিৰ ফুলাই চিঞৰত পাহৰি যোৱাৰ পৰিণাম এয়া। এখন নিৰ্বাচিত চৰকাৰ থকাৰ পিছত, দেশত পুলিচ মিলিটেৰী চোৰাংচোৱা আইন কানুন থকাৰ পিছত আমাৰ জিয়ৰী বোৱাৰী কেনেকৈ ধৰ্ষিতা হ্য়?কিয় চোৰৰ, উপদ্ৰৱীৰ আশংকাত অসহায় জনগণ বিনিদ্ৰ ৰজনী যাপন কৰিবলগীয়া হয়?‌বেয়া পালে নহব, আমি বাধ্য হৈ সুধিছোঁ-মন্ত্ৰী বিধায়কৰ শীৰ্ষ বিষয়াৰ ঘৰৰ জীয়ৰী বোৱাৰীক এনে অপৰাধী/বিদেশীয়ে ধৰ্ষণ নকৰালৈকে তেওঁলোকৰ জ্ঞান নহ'ব নেকি যে দেশৰ জনগণ কেনে নিৰাপত্তাহীন পৰিস্থিতিত জীয়াই আছে। বাংলাদেশী হিন্দুৰ দুখ সহজতে বুজি পোৱা সকলে অসমীয়াৰ দুখ কেতিয়া বুজি পাব ?

  • @HiteshwarBorah
    @HiteshwarBorah 19 วันที่ผ่านมา +15

    বুজাই বুজে

  • @mrinmoydutta3551
    @mrinmoydutta3551 19 วันที่ผ่านมา +4

    খুব সুন্দৰ সাংবাদিকতা

  • @mriduldas8887
    @mriduldas8887 19 วันที่ผ่านมา +4

    Excellent ground reporting. All the culprits must brought to justice. Encounter is not a permanent solution.

  • @asomiaasom6008
    @asomiaasom6008 19 วันที่ผ่านมา +4

    বিদেশী বহিৰাগতক অতি সোনকালে যি পন্থাৰে নহওক কিয় খেদিব লাগে ।ইটাভাটাৰ মালিক টোক ধৰি ইটাভাটাৰ মালিকৰ জৰিয়তে সিঁহতৰ প্ৰকৃত পৰিচয় ঘৰ জানি লওক ।ইটাভাটাৰ মালিকটোও সমানে দোষি ।ইটাভাটাটোও বন্ধ কৰি দিব লাগে লগতে অপৰিচিত বিদেশী বাংলাদেশীক থাকিবলৈ মাটি বিজুলী সুবিধা দিয়া দালাল এজেণ্টবোৰক ধৰক এনকাউণ্টাৰ কৰক ।

  • @ৰিজুমণীচেতিয়া
    @ৰিজুমণীচেতিয়া 19 วันที่ผ่านมา +1

    এই সাংবাদিক জনক ধন্যবাদ জনাইছোঁ , প্ৰতিটো কথা স্পষ্টকৈ সত্যৰ পক্ষে মাত মাতিছে ।

  • @PranjitHaloi-fk2tz
    @PranjitHaloi-fk2tz 19 วันที่ผ่านมา +2

    Excellent ground reporting😊

  • @ahidulshek2607
    @ahidulshek2607 19 วันที่ผ่านมา +3

    ঠিক কথা কৈছে ঠিক 100 ঠিক

  • @hindusigma
    @hindusigma 19 วันที่ผ่านมา +13

    xonkhyaloghu nohoi..... miya buli kobo lage....

    • @Cbora1993
      @Cbora1993 19 วันที่ผ่านมา +5

      ঠিক কৈছে....আমাৰ ইয়াত বৌদ্ধ ধৰ্মৰ লোক আছে, শিখ ধৰ্মৰ লোক আছে, তেখেতসকল সংখ্যালঘূ.... সংখ্যালঘূ শব্দটো ব্যৱহাৰ কৰি তেখেতসকলক অপমান নকৰিব... ইহঁতৰ বাবে মিয়া শব্দটো ব্যৱহাৰ কৰক।

  • @amu536
    @amu536 19 วันที่ผ่านมา +4

    চৰকাৰে কেমেৰা আগত কোৱাতকৈ হাতে কামে ব্যৱস্থা লওঁক। গৃহ বিভাগে অতি ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰক এনেবোৰৰ ওপৰত।

  • @hiturhymes3440
    @hiturhymes3440 19 วันที่ผ่านมา +6

    সেই ইটা ভাতা মালিক কোন ইটাভা মালিকক ধৰি আনিব লাগে অকল পইচা কাৰনে কাম কৰালে নহব

  • @pulakkonwar5082
    @pulakkonwar5082 19 วันที่ผ่านมา +8

    ছিপাঝাৰৰ নিচিনা হবগৈ নেকি বাৰু

    • @dreamboy119
      @dreamboy119 19 วันที่ผ่านมา

      Ki hoisil sipajhar t

  • @priyankasarma4717
    @priyankasarma4717 19 วันที่ผ่านมา +1

    Nice reporting 👍🏻

  • @gaganborah8907
    @gaganborah8907 19 วันที่ผ่านมา +4

    Bahut val kotha koise

  • @RosardRoird
    @RosardRoird 19 วันที่ผ่านมา +1

    অস্থায়ী,,, স্থায়ী,,,,সকলো শান্তিকামি অশান্তিৰে দূত।

  • @BasanthBhaiVillas
    @BasanthBhaiVillas 19 วันที่ผ่านมา +13

    সকলো মুছলমান জাতি একেই

    • @joynalabdin7235
      @joynalabdin7235 19 วันที่ผ่านมา +1

      Bhaijaan sob musalman ake nohoi aponar vul dharona

    • @MahbubulProdhani
      @MahbubulProdhani 19 วันที่ผ่านมา +2

      Islamic low apply korok

    • @BasanthBhaiVillas
      @BasanthBhaiVillas 19 วันที่ผ่านมา

      @@joynalabdin7235 আপোনী চাগে বেলেগ নেওতা পঢ়ীছিল

    • @karimali2243
      @karimali2243 19 วันที่ผ่านมา

      Khokolo Hindu eke

  • @mukutbaruah2354
    @mukutbaruah2354 19 วันที่ผ่านมา +2

    Bhai Axomiya muslimko Ghar Ari nidib. Hindu Xowali Akol miyai nhoi .99/ Misslmane nise. Gatike hindu muslim ketio Ek hb noware. Jai hindurastra.

  • @user-vw8yc8uw2o
    @user-vw8yc8uw2o 19 วันที่ผ่านมา +2

    ফটো কেইখন মেডিয়াত আপলোড কৰক পলাই থকা জন্তু কেইটাৰ

  • @thelosthuman688
    @thelosthuman688 19 วันที่ผ่านมา +1

    Nagaon district should be declared as mini Bangladesh

  • @raidiongiaphulogurikhagari5187
    @raidiongiaphulogurikhagari5187 19 วันที่ผ่านมา

    বহুত বহুত ধন্যবাদ 🙏🙏🙏🙏

  • @manashhira7222
    @manashhira7222 19 วันที่ผ่านมา +15

    অসমৰ ৰাইজক এটা কথা কওঁ যে ! কোনো দিনে কংগ্ৰেছৰ অসমীয়া গৰু খোৱা কেইটাক আপোনালোৰ ভোট নিদিব আৰু গাওঁ এলেকাট প্ৰবেশ নিশেদ কৰি দিয়ক ! নহলে এই যে গৌৰৱ খান ,ভুপেন খান ,অখিল খান ,লুৰিণ খান ! এই পাষন্দ কেইটা অসমৰ জিয়ৰি ,বোৱাৰি মিঞা হাতত গতাই দিব উঠি পৰি লাগি আছে ! অসমৰ অসমীয়া ৰাইজ সজাগ হক ! 💪💪

  • @bhupensaharia8474
    @bhupensaharia8474 19 วันที่ผ่านมา +1

    For this situation Congress Goverment mainly responsible

  • @BhaskarBorah123
    @BhaskarBorah123 19 วันที่ผ่านมา +1

    চেকেন পাকিস্থান হয় নগাঁও অৰ কিছুমান ঠাই ...এতিয়াও আমি এইবোৰ জেগা দেখা নাই

  • @sanjibkumarkalita3232
    @sanjibkumarkalita3232 19 วันที่ผ่านมา

    Very good analysis bro

  • @sanjibchoudhury9023
    @sanjibchoudhury9023 19 วันที่ผ่านมา

    Real reporting.

  • @Lifeisbeautiful310
    @Lifeisbeautiful310 19 วันที่ผ่านมา

    Aktom 100% batori ground report kora bbe apunaloi thank you

  • @nelegend5044
    @nelegend5044 19 วันที่ผ่านมา +1

    ৰাইজে ঘৰ জ্বলাই দিয়ক। সিহঁতৰ হাত আছে সেই বাহিৰৰ মানুহক তাত ৰখাত । ভাল কথা কৈছে মানুহজনে । কিন্তু সিহঁতে নকৰে সেই সজাগতা । কাৰণ সিহঁতৰ লক্ষ্য বেলেগ । সিহঁতে অসমখন সিহঁতৰ কৰাৰ গোপন পৰিকল্পনা কৰি আহিছে । গতিকে সিহঁতৰ এচামে ধৰ্ষণ ডকাইত চুৰ ড্ৰাগ্‌চ বেপাৰ কৰি গোটেই সমাজ ব্যৱস্থাটো ধংস কৰাৰ লগতে কম হিন্দু মানুহ থকা জেগাৰ পৰা লাহে লাহে মাটি বাৰী কম দামত বিক্ৰী কৰি বেলেগ হিন্দু প্ৰধান জেগালৈ গুচি যায়। আৰু এচামে সম্প্ৰীতি দেখুৱাই কৌশল কৰি আহিছে। কিন্তু ভিতৰি বেলেগ । মূল কথা সিহঁতে অসমত সিহঁতৰ সাম্ৰাজ্যৰ বাবেই এনে অপৰাধ সংঘটন কৰিছে আৰু সিহঁতৰ শিক্ষিত বিলাকে সেইবাবে ইয়াৰ বিৰুদ্ধাচৰণ নকৰে ।

  • @gitumanidas9013
    @gitumanidas9013 19 วันที่ผ่านมา

    Good analysis

  • @TarunPayeng
    @TarunPayeng 19 วันที่ผ่านมา

    এইবোৰ ৰাজনীতি,, নুলাই,,যি জনক পাইছিল তাক হাত বৰি বান্ধি পানীত পেলায় মাৰি ৰাইজক অকৰা ajai dile,,

  • @pallabkakati3526
    @pallabkakati3526 19 วันที่ผ่านมา

    সুন্দৰ বাতৰি ❤

  • @sulatadasbarman6966
    @sulatadasbarman6966 19 วันที่ผ่านมา

    MIYA EK KONO KAAM NIDIBO... HIMANTA DA ZINDABAAD❤

  • @girinbora7820
    @girinbora7820 19 วันที่ผ่านมา +1

    ইটা ভাতা খিনি বন্ধ কৰিব লাগে।

  • @Shiekhamin9
    @Shiekhamin9 19 วันที่ผ่านมา

    👍ND24

  • @soshipegusoshipegu
    @soshipegusoshipegu 19 วันที่ผ่านมา +1

    Good news thanks.

  • @user-of4yf2pu7w
    @user-of4yf2pu7w 19 วันที่ผ่านมา

    Right👌

  • @user-wi5ju7kl1m
    @user-wi5ju7kl1m 19 วันที่ผ่านมา

    Good news 😢

  • @SanjibMedicoInfo
    @SanjibMedicoInfo 19 วันที่ผ่านมา

    Real news

  • @bhupensaharia8474
    @bhupensaharia8474 19 วันที่ผ่านมา

    C,M sir please discuss with Home Minister of central government about inner permit system. in Assam,

  • @nilimakalita7018
    @nilimakalita7018 19 วันที่ผ่านมา +1

    Ako hasti hoba nalage police janar jaghanya aparadhi ajane ji kono step laba pare

  • @saytanathtamuli9975
    @saytanathtamuli9975 15 วันที่ผ่านมา

    গোজেই গজালি চৰকাৰ সাৱধান হবৰ সময় হ'ল ।

  • @pradipkumarkalita99
    @pradipkumarkalita99 19 วันที่ผ่านมา +1

    সকলো কথা বাদ, মুঠতে অসমৰ পৰাই মিঞা খেলিবলৈ ওলাই আহক। অখিলুদ্দিন মিঞা,লুৰুণিদ্দিন,গৰৌবোদ্দিন হত মিঞা খেদা আন্দোলনৰ নেতৃত্ব লব লাগে।আৰু মিঞাৰ ভোটৰ আশাত অসমলৈ মিঞা আমদানি কৰা কংগ্ৰেছৰদালাল,নেতা বোৰক গছত বান্ধি কোবাব লাগে।

  • @digantamili3431
    @digantamili3431 19 วันที่ผ่านมา

    Good news

  • @jibonsarma2674
    @jibonsarma2674 19 วันที่ผ่านมา

    Sundar reporting

  • @HEMANTABARMAN-n8c
    @HEMANTABARMAN-n8c 19 วันที่ผ่านมา +3

    Thik koise

  • @bappidas9136
    @bappidas9136 19 วันที่ผ่านมา

    Nice explanation

  • @BornaliSonowal-yz5jb
    @BornaliSonowal-yz5jb 19 วันที่ผ่านมา

    Right

  • @user-ow4vf2hl6t
    @user-ow4vf2hl6t 19 วันที่ผ่านมา +1

    কুটুবমিনাৰ টো ক'ৰ পৰা ওলাল আকৌ তাত??😮😮

  • @pranjitboro3781
    @pranjitboro3781 17 วันที่ผ่านมา

    Hodai ebur hoi asa prosaho hui asa

  • @kakatigiren8631
    @kakatigiren8631 19 วันที่ผ่านมา +1

    ঠায়ে ঠায়ে কেমেৰা লগাব লাগে

  • @dadulborah8413
    @dadulborah8413 19 วันที่ผ่านมา

    জি হল ভাল হৈছে ভগৱানে লগতে বিচাৰ কৰিলে। আইনে কি বিচাৰ কৰিব জনা আছে। আইনৰ বিচাৰ সদায় লেহেমীয়া গতিত হয়। নিয়াই পোৱাৰ লৈ ৰবলৈ হলে ছোৱালী জনীয়ে বেলেগ নকৰিব লগীয়া কাম কৰি দিব পাৰে।

  • @djmanabassam158
    @djmanabassam158 19 วันที่ผ่านมา

    Good job assam police

  • @IsmailHussain-rb2gd
    @IsmailHussain-rb2gd 19 วันที่ผ่านมา

    সকলোবোৰ মুছলমান বঙালী নহয় এইবোৰ কাম বঙালী মানুহ খিনিয়ে বেছিকৈ কৰে। অপৰাধী অপৰাধীয়ে হয়। এনেকুৱা ঘৃণনীয় অপৰাধ সহ্য নহয়। সেইবুলি ধৰ্মক দোষ দিয়া কথাটো ভাল নালাগে। সকলোৱে নিজৰ ধৰ্মক সন্মান কৰে যিহেতু।

  • @monalishakutumkutum2296
    @monalishakutumkutum2296 19 วันที่ผ่านมา

    একতা হবৰ হ'ল অসমীয়া

  • @nabadeepbhat9436
    @nabadeepbhat9436 19 วันที่ผ่านมา

    মই মুৰ্খ যধা মুৰ্খ বুলি কোৱা মানুহটো নেকি?পিন্স নে কি আছিল!

  • @BhaskarBorah123
    @BhaskarBorah123 19 วันที่ผ่านมา

    Assam police 🚔 salute amer belive axe ..Assam police or uport...

  • @manjukerketta4750
    @manjukerketta4750 19 วันที่ผ่านมา

    Yeehh eman beya obstha 😮

  • @Danirojasfc6
    @Danirojasfc6 19 วันที่ผ่านมา +1

    It's time to raise your voice otherwise they will even take away your right to speech

  • @bandanagayan1929
    @bandanagayan1929 19 วันที่ผ่านมา +1

    ভোতৰ লোভত চৰকাৰে সহাই কৰে

  • @AjoyBorahAjoyBorah
    @AjoyBorahAjoyBorah 19 วันที่ผ่านมา

    এই বিলাক চৰকাৰে ভেকো ভাওনা কৰি আছে ,এজন দুজন এন কাউন্ টাৰ কৰি দুখ সামৰাৰ অজুহাট ,,,,

  • @Parthakingvlogs14643
    @Parthakingvlogs14643 18 วันที่ผ่านมา

    Beharbarir badrinath

  • @trideepburagohain9857
    @trideepburagohain9857 19 วันที่ผ่านมา

    Axom khon khotom hobo jen paisu 😢

  • @nabajit5745
    @nabajit5745 19 วันที่ผ่านมา

    Nice reporting Dada, Baki polai thoka duta hunkale dhorar kotha vabibo lage moratur kotha koi ase. Police constable jonok ki dukh dise.

  • @hemenvaishya9808
    @hemenvaishya9808 19 วันที่ผ่านมา

    My dear expert reporter.....go to Barpeta...go to Dhuburi.....see what is the situation

  • @rajeshdewri3555
    @rajeshdewri3555 19 วันที่ผ่านมา +2

    Apunihe nibo lagisi botmas tuk

  • @subarnakalita2357
    @subarnakalita2357 19 วันที่ผ่านมา

    CM sir kiba kole biridhi r pora bondha koriDiba lpga hoi

  • @manaspratim4
    @manaspratim4 19 วันที่ผ่านมา

    Buldozer nai neki???

  • @rajdeepsonowal4454
    @rajdeepsonowal4454 19 วันที่ผ่านมา

    Aji OKHOM Police'k 🙏🙏🙏 Dixu. Ajire Dinor Pra Okhom Police'r Uporot Aru HONMAAN Bahile

  • @DJ_BABU_67
    @DJ_BABU_67 19 วันที่ผ่านมา

    Allah hu akbar

  • @saytanathtamuli9975
    @saytanathtamuli9975 15 วันที่ผ่านมา

    আপোনাৰ কথাত বুজিব পাৰি যে হিন্দু মানুহক মিঞাই খেদা পছেচ ।

  • @bikimallick3494
    @bikimallick3494 19 วันที่ผ่านมา

    Mr. Reporter, everything is acceptable in your reporting accept accusations against the constable. Are you feeling sad for that devil got death. This is very disgusting reporting against the constable.

  • @user-kn6us7hf1i
    @user-kn6us7hf1i 19 วันที่ผ่านมา

    Karan Amar okhomiyar akota nai

  • @user-mi7yl7po6m
    @user-mi7yl7po6m 19 วันที่ผ่านมา

    Thikei etiya ejne aanjnk dux di theli thakib nalage .srkare bebtha luk ank dux di srkare hat habti thakile nhb .❤😂❤🎉❤😢❤😮❤😅😅❤😊

  • @Satyaki1111
    @Satyaki1111 19 วันที่ผ่านมา +1

    মিয়াক বিশ্বাস নকৰিবা। অন্য religion ৰ মানুহৰ মাইকী সম্পত্তি মাল এ গণিমতহে দেই, কাঢ়িলে পাপ নহয় তাহাতৰ। কাফিৰৰ লগত এইবোৰ কৰিবলৈ লিখাই আছে। চাই লৱ pdf dawnload কৰি পঢ়ি বা google চা বিৰ্তকিত কোৰা ণৰ আ য়াত

  • @SanjibMedicoInfo
    @SanjibMedicoInfo 19 วันที่ผ่านมา

    Sundar news,bastob toittho

  • @god__L
    @god__L 19 วันที่ผ่านมา

    Hoi sasa kotha koise

  • @jonmoni4479
    @jonmoni4479 19 วันที่ผ่านมา

    Sundar

  • @udhabrajbongshi6774
    @udhabrajbongshi6774 19 วันที่ผ่านมา

    Extra Judicial kiling.....Mane ki

  • @chinmoymahanta459
    @chinmoymahanta459 19 วันที่ผ่านมา

    Eta vatar malik kun?Malik r under t kune incharge ase?অসমীয়া নে অনা অসমীয়া?

  • @subham711
    @subham711 19 วันที่ผ่านมา

    অবৈধ ঘৰ বোৰ জলাই দিয়ক

  • @DebajitBorah-x2l
    @DebajitBorah-x2l 19 วันที่ผ่านมา

    Assamor kunu case homadhan ketiau nohoi

  • @BhaskarBorah123
    @BhaskarBorah123 19 วันที่ผ่านมา

    💯/ ot 80 parson crime axom ot miya a kore ..ani crime ot involve thake encounter is very very ....good

  • @BinapaniKalita-tm4rc
    @BinapaniKalita-tm4rc 19 วันที่ผ่านมา +1

    Eta vater mali kon jonai dik

  • @gagannath1925
    @gagannath1925 19 วันที่ผ่านมา

    Iyar oprt kihr aru case hb Lage vl he khbr xi mril

  • @chinmoybaruah464
    @chinmoybaruah464 19 วันที่ผ่านมา

    Tar basinda sokol kon somprodayar seito nokoi kiya

  • @GolapSaikia-km5hq
    @GolapSaikia-km5hq 19 วันที่ผ่านมา

    Report sir apuni bohut vl kotha koise. Aji moi proud feel kori moi Sonowal kachari karon amr gaon anekua hole raije mari ses koribo police nasai aru bahira manuh humabo nidiye. Nagaon raij apunaluk hojag houk bahira manuh bur khedauk aru kali le je beleg ajoni suwali rape nohobo tar ki mane ase. Nijor gaon jodi nijr hanti monte thakibo nuari apunaluk akota houk please aru june korise aitu kam tak fasi diyko karon rape kora Manuh buror monot atia vhoi nai karon jane je jail ot humabo aru ulai ahim. Rape tu 5 /10 kam kintu tar past hei suwali joni gutei jibon vugibo lage buji pauk raij. Nijor gaon nije roikha koribo lagibo. Lora suwali buha buhi hokolu ulai ahok aru ai ita veti uthai diyok karon. Anekua ita vetit amar assam manuhe aneu kam nokore bahira manuhe kam kore hihote sob gom pai jai kot ki hoi thake hihotok sol diya he hoi. Tat ke vl ita veti uthai diyok.

  • @rajmoonraj590
    @rajmoonraj590 19 วันที่ผ่านมา

    Brick industrir malikok dharib lage sob aporadhi dhora porib

  • @ArunBhuyan-hu7en
    @ArunBhuyan-hu7en 19 วันที่ผ่านมา

    Fase.de.deyak.

  • @Nipendly199
    @Nipendly199 19 วันที่ผ่านมา

    Himanta sir a eni hei hokolor dirudde mat namate