চিলাই নবহা/সূতা চিঙা/ববিন বেয়া হোৱা problem solved🔥কেতিয়াও মেছিন বেয়া নহব
ฝัง
- เผยแพร่เมื่อ 28 ก.ค. 2024
- চিলাই মেচিন এনেদৰে চলাওক
চিলাই নবহা/সূতা চিঙা/ববিন বেয়া হোৱা problem solved কেতিয়াও মেছিন বেয়া নহব
চিলাই মেচিন চলোৱাৰ আৰু ববিনৰ A to Z জ্ঞান🔥 নিজেই কাপোৰ চিলাব পাৰিব
Machine Repairing Number
contact~ 8011200924/7002322963
Instagram~ easily rumpamedhi?igsh...
LIKE 👍SHARE 🙏COMMENT SUBSCRIBE 🟥
Nice
Val lagile video sai ..new friend Holu akha koru mor o hoba
Petticoat r cutting to বহুত ভাল লাগিল।বহুত ধুনীয়াকৈ বুজাই দিছে।blouse suridarr vidio dib son ।fone কৰিলে rcv কৰিব নে।
Thanks..dem ..ok
khub hundor bondhu
Thank you
বা মোৰ মিছিনত তলত সুতা দাল ওপৰত নাহে
😍
Kapur silale Gathi kenekoi die aber dekhabo sun ba plz wait korim
Okay..
উপযোগী ভিডিঅ'👍
Uporot huta nobody ki korib lagib jonabo sun
ভবিন টো নতুন লগাব
Beji huta dal singi2 jai
নাযাব মোৰ video deso sabo
Rafu kenekoi kore
Next video t pabo
মই নতুন ববিন বাকচ লগাইছো তথাপি শুটা চিঙি থাকে কিয়?
Baji tu beya hoisa naki
অলপ চিলাই যোৱাৰ পাছত সূতা বোৰ থোপাপাতি যায় কিয়
Tanson tu অলপ টাইড দিব
মোৰ চিলাই টো মাজে মাজে এৰি দিয়ে কিয় জনাবচোন।
Satel to change korok
upor silai lagat talar silai boha nai
tanson tu টাইড দিব অলপ অলপ kori sabo
উপৰৰফালে সুতা চিগিচে
Tanson tu ঢিলা কৰি চাব
মোৰ বিজি ভাঙিছিলে আকৌ নতুনকৈ লগালোঁ তেতিয়াৰ পৰা চিলাই নধৰা হৈছে কিয় জনাব চোন 🙏🙏🙏
Beji tu loguat bhul hobo pare
Baji tu নমাই টাইড দিব
তলৰ সূতা বেয়া হৈ মেচিন ৰখা যায়
ভবিন টো সলাই চাব চন
Boring luatu dekhua
Boring ?? Mane
Moi notun bobinu logalu tothapi huta nobohe kapurot
Jonab sun ba
Bobin ulai ahekio