ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
উদযাপন সমিটিৰ অতিথি আপ্যায়ন সলাগ ল'ব লগীয়া…… বহুত ভাল লাগিল প্ৰতিযোগীতাক অংশ গ্ৰহণ কৰিবলৈ গৈ …… চক্ৰপাণি দিহানাম দ'ল, লক্ষীমপুৰ সমূহ সদস্য ফালৰ পৰা বহুত বহুত বহুত ধন্যবাদ জনালোঁ সমূহ শিলকচুবাম ৰাইজক 🙏🙏🙏 ❤️
Dhoinnobad ❤
বাপএনে ধৰণৰ নিয়মাৱলী দি থাকিব উ, গুৱাহাটী
বাপজন আপোনাৰ কথাটো ময়ো চিন্তাৰ বিযয় বুলি ভাবো ৷ উজনি অসমত আহোমৰএখন সন্মানিয় বস্ত্ৰ বুলি গন্য কৰে ৷ আই সকলে মুৰত ওৰনিলৈ গা ধাকি লয় ৷ ইয়াকেই মহিলা আৰুপুৰুষে ওভয়ে চেলেং বুলি কয় ৷ চেলেংখন আষিসুতাৰ আৰু দুই আগত দুটা সৰু পানকতা ফুল থাকে ৷মৃতদেহ ঢাকিবলৈ হে ওকা চেলেং লাগগে ৷
ভাল লাগিল কিছু ঠাইত মহিলাই দিহা নামত গামোচা লোৱা দেখিছোঁ ভাল নেদেখোঁ
গামোচাৰ ফুলটৌ সোঁফালে লয়নে বাওঁ ফালে লয়? দুয়োটা মুৰত ফুল থকা গামোচা গাত লয়নে? জনালে সুখী হ'ম।
চাদৰখন চেলেং হ'ব নোৱাৰে কাৰণ চাদৰ মহিলা সকলে শৰীৰৰ তলৰ অংশত মেৰিয়াই লয়। কৃষ্ণ কৃষ্ণ অপৰাধ নধৰিব মোৰ নিজা দৃষ্টিভংগীৰে হে কৈছোঁ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ । বাপজনা ভাল লাগিলে ।
উতৰিবস্ত্ৰ অথ’ উৰি লোৱা বা। মেৰিয়াই লোৱা ৷এইয়া নামনিতহে কোৱা শুনা যায় ৷
অপৰাধ ভঞ্জন ঘোষাভাগি ভুলকৈ গালে যে ??
চেলেং খন মহিলাৰ হয়নে পুৰুষৰ । মহিলাৰ বাবে ৰিহা আছে । মই জানিবলৈহে বিছাৰিছো । ভূল হ'লে ক্ষমা কৰিব ।
Ram Raghu nondon Bali bodhor namkher দিহা নামত ahibo nlge kuwa kothakher kiman jukti purno কথা bisarok hokole jonale ami val pam
আমিও জানিব বিচাৰোঁ ৷