নলবাৰীত বিলাসী বাহনৰ পৰা ওলাল ৯ টাকৈ ছাগলী। নলবাৰীত থানাত এতিয়া কেৱল ছাগলীৰ চিঞৰ

แชร์
ฝัง
  • เผยแพร่เมื่อ 18 ก.ย. 2024
  • 📌নলবাৰীত বিলাসী বাহনৰ পৰা ওলাল ৯ টাকৈ ছাগলী। নলবাৰীত থানাত এতিয়া কেৱল ছাগলীৰ চিঞৰ। ছাগলী চুৰি কৰি নিয়া বাহনখনে খুন্দিয়াইছিল এখন এছক'ৰ্ট বাহনত। ট্ৰেফিক আৰক্ষীয়ে গাড়ীখন চমজি লোৱাৰ সময়ত গাড়ীৰ পৰা ওলাল এটাৰ পিছত এটা ছাগলী।
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

ความคิดเห็น • 12

  • @ratulbarman4081
    @ratulbarman4081 9 ชั่วโมงที่ผ่านมา +3

    Music tu mojjja lgsi kintu 😅😂😅😂

    • @hemantakalita4787
      @hemantakalita4787 9 ชั่วโมงที่ผ่านมา

      manuh keijon k dekhowa nai kiyo,?

  • @bantidas2403
    @bantidas2403 8 ชั่วโมงที่ผ่านมา

    এটা মোক দিয়ক মই পোহিম মৰমত ৰাখিম এই ক্ষেত্ৰত এই কৰ্ম ধৰ্মৰ ক্ষেত্ৰত এই আৰু অণুৰোধ থাকিল জয় জয়তে জয় শ্ৰী শ্ৰী ৰাম জয় কৃষ্ণ

  • @DevidBora-hj3so
    @DevidBora-hj3so 4 ชั่วโมงที่ผ่านมา +1

    Aji kharghuli r pora amar u sagoli ejoni herale 😢 eke lagise

  • @gunkumarpatgiri58
    @gunkumarpatgiri58 9 ชั่วโมงที่ผ่านมา +1

    দু মাহৰ আগতে আমাৰ দুটাকৈ ছাগলী হেৰাইছিল। গঢ়ালত বানধি থোৱা আছিল।

  • @shyamol2918
    @shyamol2918 9 ชั่วโมงที่ผ่านมา +1

    Aikhon bilakhi bahon ketia r pora hol

  • @user-haloi78
    @user-haloi78 9 ชั่วโมงที่ผ่านมา

    ছাগলী কেইটাক গৃহস্তক গুৰাই দিবনে ? আৰক্ষী মহোদয়।

  • @budhinsaikia6300
    @budhinsaikia6300 9 ชั่วโมงที่ผ่านมา

    ইজনে / ইসকলে অন্যপ্ৰকাৰে আৰু শ শ ছাগলী চোৰ কৰিব লাগিব ৷
    তেতিয়াহে গাড়ীৰ কিবা এটা মুল্য পোৱা যেন অনুভৱ কৰি সন্তুষ্টি লভিব ৷
    গাড়ী জব্দ কৰামানে আইধা পৰিব আৰু সিখন 😅

  • @pranabsingha8182
    @pranabsingha8182 8 ชั่วโมงที่ผ่านมา

    আৰামত এচিত ঘুৰি আছে

  • @hemantakalita4787
    @hemantakalita4787 9 ชั่วโมงที่ผ่านมา

    manuh keijon kot

  • @sridas8644
    @sridas8644 9 ชั่วโมงที่ผ่านมา

    😅😅😂😂😂😂