দৰা হ'ব কোন ?(প্ৰথম খণ্ড) /ASSAMESE SHORT FILM / NEW ASSAMESE SHORT MOIVE.

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ก.ย. 2024
  • #assamesecinema #movie #assameselovestory #assameseserial #assameseshortfilm #assameseshortmovie #rakeshdigitelassamesevlog #assamese #assamesedrama #assamesenewshortfilm #mobiletheatre #assamesetheatre #assameseshortsvideos #film #cinema #story #assamesemarriage #assamesekahini

ความคิดเห็น • 41

  • @ienfamehajabinrohman5221
    @ienfamehajabinrohman5221 5 หลายเดือนก่อน +2

    Vl hoisa dei simi baa ❤

  • @mangobaba1776
    @mangobaba1776 5 หลายเดือนก่อน +3

    Tammam.

  • @djelectricals34
    @djelectricals34 3 หลายเดือนก่อน +2

    Very beautiful 😍❤️

  • @gariyoshi1253
    @gariyoshi1253 5 หลายเดือนก่อน +1

    সুন্দৰ হৈছে

  • @sanjibhazarika7554
    @sanjibhazarika7554 5 หลายเดือนก่อน +1

    সুন্দৰ

  • @kulaburagohain9329
    @kulaburagohain9329 3 หลายเดือนก่อน +1

    Dorahommoi

  • @rnmassamesevideos499
    @rnmassamesevideos499 5 หลายเดือนก่อน +2

    সুন্দৰ।২য় খণ্ডলৈ ৰৈ আছো দেই ।

  • @rnmcricketdewaana3561
    @rnmcricketdewaana3561 5 หลายเดือนก่อน +1

    সমাজত চলি থকা কাহিনী ।ভাল লাগিল ।

  • @SumitaraNarah
    @SumitaraNarah 5 หลายเดือนก่อน +2

    Bhal. Iagil

  • @jyotiborah5686
    @jyotiborah5686 5 หลายเดือนก่อน +1

    Bhut val hoise kintu khuri joni besi deka hol

    • @rakeshdigitelassameseqc3gt
      @rakeshdigitelassameseqc3gt  5 หลายเดือนก่อน +1

      Ajikali wife bilak alop deka hoie thake.khurjon mal khai khai he bura jen hoise.

  • @tezpurtv6234
    @tezpurtv6234 5 หลายเดือนก่อน +1

    CAMERA MAN JON BOHUT VHAL KOI SHOOT KORISE .. GOOD SCREEPT GOOD FILM

  • @PronobKrDutta-rk5jt
    @PronobKrDutta-rk5jt 5 หลายเดือนก่อน +1

    সুন্দৰ কাহিনী ৷প্ৰতি জন অভিনেতা-অভিনেত্ৰীৰ অভিনয় ভাল লাগিছে ৷

  • @gharkitelent-rj3qk
    @gharkitelent-rj3qk 5 หลายเดือนก่อน +1

    Bhal lagil

  • @srijanadevi9429
    @srijanadevi9429 5 หลายเดือนก่อน +1

    Dhuniya kahini aru. Direction

  • @ienfamehajabinrohman5221
    @ienfamehajabinrohman5221 5 หลายเดือนก่อน +2

    Sanjib da acting moza lagela dei. Khub vl hoisa 👌👌

  • @mariam0075
    @mariam0075 5 หลายเดือนก่อน +1

    Mojjjjja acting dada❤❤❤❤

  • @chinmoyk1963
    @chinmoyk1963 5 หลายเดือนก่อน +1

    Bohut bhal laagile sai

  • @simihazarika9116
    @simihazarika9116 5 หลายเดือนก่อน +1

    Hunder👌👌👌

  • @beautifulassam4180
    @beautifulassam4180 5 หลายเดือนก่อน +1

    দেউ পেগ মৰাটো বেয়া হৈছে দেই ৷ 😂😂 😂 সমাজে ধৰিব ৷

    • @rakeshdigitelassameseqc3gt
      @rakeshdigitelassameseqc3gt  5 หลายเดือนก่อน

      সমাজে নধৰিব দেই ।Acting হে কৰিছে দেই ।

  • @kuldeepsvlog4307
    @kuldeepsvlog4307 5 หลายเดือนก่อน +1

    এজন শ্ৰোতা দৰ্শক হিচাপে ভিডিওটো উপভোগ কৰি উঠি সঁচা কথা খিনি নকও তেনেহলে "তেল মৰা"ৰ দৰে হ'ব কথাখিনি । গতিকে দায়দোষ নধৰিব সঁচা কথা কেইটাকে আঙুলিয়াই দিওঁ ।
    ১) কাহিনী সুন্দৰ কিন্তু চিত্ৰনাট্য যথেষ্ঠ দুৰ্বল হৈছে ।
    ২) প্ৰত্যেকৰে অভিনয় প্ৰতিভা ভাল কিন্তু মঞ্চাভিনয় আৰু কেমেৰাৰ আগত অভিনয়ৰ যথেষ্ঠ পাৰ্থক্য আছে গতিকে অভিনয় বোৰ যথেষ্ঠ জঠৰ হৈছে ' Over acting' হৈছে । কেমেৰাৰ আগত অভিনয় Fast Forward হোৱা উচিত ন'হলে দৰ্শকক বান্ধি ৰখা অসম্ভৱ ।
    ৩) কেমাৰৰ কাম যথেষ্ঠ উন্নত কৰাৰ থল আছিল কিন্তু কেমেৰা অত্যন্ত দুৰ্বল হৈছে । অভিনেতা অভিনেত্ৰী সকলৰ Close up shot বোৰ ল'ব পাৰিলে হেতেন ।
    ৪) কাহিনীৰ লগত সংগতি ৰাখি Back ground music সুন্দৰ ভাৱে ব্যৱহাৰ কৰিব পৰা গল হেতেন ।

    • @rakeshdigitelassameseqc3gt
      @rakeshdigitelassameseqc3gt  5 หลายเดือนก่อน

      আপোনাৰ পৰামৰ্শবোৰ মানিবলৈ যত্ন কৰিম ।বেছিভাগ অভিনেতা -অভিনেত্ৰীয়ে কেমেৰাৰ সন্মুখত নতুন ।অলপ ভুল হোৱাতো স্বাভাৱিক ।পিছলৈ নিশ্চয় ভাল হ'ব ।

    • @kuldeepsvlog4307
      @kuldeepsvlog4307 5 หลายเดือนก่อน +1

      @@rakeshdigitelassameseqc3gt নিশ্চয়কৈ । নতুন বুলি বুজিছো কিন্তু যিখিনি চকুত পৰিল সেইখিনি আঙুলিয়াই দিলো 😊 বহুত বহুত শুভেচ্ছা যাছিলো ।

  • @gariyoshi1253
    @gariyoshi1253 5 หลายเดือนก่อน

    সুন্দৰ হৈছে