অসমত এতিয়া গৰু-ম’হতকৈও কম নেকি মানুহৰ মূল্য?

แชร์
ฝัง
  • เผยแพร่เมื่อ 3 เม.ย. 2024
  • ▶️ আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়া
    ▶️ অসমত এতিয়া গৰু-ম’হতকৈও কম নেকি মানুহৰ মূল্য?
    ▶️ আপোনাৰ আৰক্ষীয়ে কি কাণ্ড কৰিছে চাওক

ความคิดเห็น • 471

  • @dipankarnath6060
    @dipankarnath6060 3 หลายเดือนก่อน +68

    পুলিচ কেইটাক Suspend নহয়, চাকৰিৰ পৰা Dismiss কৰিব লাগে।

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 หลายเดือนก่อน +1

      কোনে কৰিব😏?

  • @ujjalnath5039
    @ujjalnath5039 3 หลายเดือนก่อน +85

    Assam police ধিক্কাৰ

  • @ranjugogoi419
    @ranjugogoi419 3 หลายเดือนก่อน +54

    এই পুলিচ প্ৰশাসন বিলাক পুক লাগি লাগি মৰিব। ধন্যবাদ থাকিল তোমালৈ 🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽💅💅💅💅💅💅💅💅💅💅💅🤺🤺🤺🤺🤺🤺🤺🤺🤺

    • @sumigogoi366
      @sumigogoi366 3 หลายเดือนก่อน

      😢😅

    • @KulenGogoi
      @KulenGogoi 3 หลายเดือนก่อน

      চাবা তোৰ দেহত হে পোক লাগিব

  • @Debajitdr2ex
    @Debajitdr2ex 3 หลายเดือนก่อน +26

    এই পুলিচ এছ আইজনীক চিনি পাও
    আগতে এইজনীৰ বাপেকে গাঁৱতে গৰু চোৰ কৰিছিল 😂

  • @user-fk1uu8bl4h
    @user-fk1uu8bl4h 3 หลายเดือนก่อน +136

    দুখীয়াৰ বাবে কোনো নাই

  • @brothersglobe5706
    @brothersglobe5706 3 หลายเดือนก่อน +147

    মহাপুৰুষ কেইজনাৰ ঘৰৰ ঠিকনা বিচাৰিব লাগে,তাৰ পাছত ব্যৱস্থা ৰাইজে নিজেই ল'ব লাগে।

    • @RupkantaPathori
      @RupkantaPathori 3 หลายเดือนก่อน

      অসম আৰক্ষী অসমৰ মানুহৰ ওপৰত বৰ মতা অৰুণাচল,নগা পুলিচক একোডাল কৰিব নোৱাৰে।

    • @RajibDas-ct8fj
      @RajibDas-ct8fj 3 หลายเดือนก่อน +14

      উম বেচি দুৰৰ ও নহব চাগে । off dutyt piton dibo lage .

    • @AbulHussain-dl6og
      @AbulHussain-dl6og 3 หลายเดือนก่อน

      ​​@@RajibDas-ct8fjkukonyai jodi ei bixoyot handle nokore , tente buja janb eiya kukonyar ku kirty......

    • @SaikiaSaikia-lv8jy
      @SaikiaSaikia-lv8jy 2 หลายเดือนก่อน

      সিহঁতক গৰম পানী ঢালি দিব লাগে।

  • @ajitnarah6687
    @ajitnarah6687 3 หลายเดือนก่อน +120

    অ বাইদেউ এই বাৰ বিজেপিক ভোট নিদিব।

  • @myoldgramophoneinworkingco2559
    @myoldgramophoneinworkingco2559 3 หลายเดือนก่อน +69

    নিষ্ঠুৰতাৰ চৰম নিদৰ্শন।।😌😌😌😌😌

  • @miduldutta8798
    @miduldutta8798 3 หลายเดือนก่อน +13

    পুলিচৰ ওপৰত ১০০% দুখ আছে
    Original চুৰ বোৰক সম্মান দি ৰাতি আন্ধাৰত টকা বজাৰ মেল কৰে,
    আৰু সন্দেহ কৰা সাধাৰণ জনতাক
    প্ৰহাৰ কৰি পুলিচৰ ক্ষমতা দেখায়,
    চি চি ইমান তললৈ যাব পাৰে নে যোৰহাটৰ পুলিচ মুখা ,
    আজি সময়ত যোৰহাট খন কিবা পাকিস্তানৰ দৰে হ'বলৈ ধৰিছে ,

  • @nitudas9490
    @nitudas9490 3 หลายเดือนก่อน +94

    এনে পুলিচক বহিষ্কাৰ কৰক

  • @ranjitbora734
    @ranjitbora734 3 หลายเดือนก่อน +96

    পাখৰীক গছত বান্ধি ভোট জলকীয়া দিব লাগে।

    • @nbr5177
      @nbr5177 3 หลายเดือนก่อน

      Asol jegate bhut jolokiya logai dile besi bhal lagibo

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 หลายเดือนก่อน +1

      😂কোনে লগাব ?

    • @xaikia374
      @xaikia374 3 หลายเดือนก่อน +2

      Pithat logabo lage

    • @DuluGogoi-cq5vr
      @DuluGogoi-cq5vr 3 หลายเดือนก่อน

      Raij hojag hobo hol aru dai

  • @HafizurRahman-vf6sz
    @HafizurRahman-vf6sz 3 หลายเดือนก่อน +15

    আৰক্ষীৰ এনে দাদাগিৰি বন্ধ কৰিব লাগে। এনেকৈ মাৰপিট কৰাৰ অধিকাৰ কত পালে? । ন্যায় লাগে। মাননীয় আৰক্ষী সঞ্চালক মহোদয়ে বিহীত ব্যবস্থা গ্রহণ কৰিব লাগে।

  • @Free99.a
    @Free99.a 3 หลายเดือนก่อน +21

    কবলৈ ভাষা নাই ভাইতি 😢দুখ নকৰিবা বাকী চব উপৰ ৱালা হাতত এৰি দিয়া বিচাৰ তেওঁ কৰিব।

  • @gitarthabarman7970
    @gitarthabarman7970 3 หลายเดือนก่อน +35

    High court jaok ,,,

  • @ranjitdutta3411
    @ranjitdutta3411 3 หลายเดือนก่อน +23

    স্মাৰ্ট পুলিচৰ আধুনিকৰণৰ পুৰাণ কৈ শেষ কৰিব নোৱাৰি।

  • @gourichamuah418
    @gourichamuah418 3 หลายเดือนก่อน +47

    এই সকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে।

  • @binoddutta4714
    @binoddutta4714 3 หลายเดือนก่อน +6

    এইয়াই হৈছে অসম আৰক্ষীৰ মুখ্য কাৰন‌ সাধাৰণ জনতাৰ লগত দুৰত্ব বাঢ়ি যোৱাৰ।

  • @tutumonibharali3811
    @tutumonibharali3811 3 หลายเดือนก่อน +22

    আৰক্ষীয়ে যতে ততে মাৰিব নোৱাৰে

  • @lakhipriya5994
    @lakhipriya5994 3 หลายเดือนก่อน +8

    ন্যায় দিয়ক নহলে ভোট নিদিও বি জে পিক

  • @user-ji7qi6bm5d
    @user-ji7qi6bm5d 3 หลายเดือนก่อน +5

    জনসাধাৰণৰ উৰ্ধত নহয় আৰক্ষী প্ৰশাসন। সেই কথা মনত ৰখা ভাল।

  • @swargojyotigogoi4135
    @swargojyotigogoi4135 3 หลายเดือนก่อน +8

    আৰক্ষীৰ আচল স্বৰূপ এয়া।ইহঁত গণতান্ত্ৰিক দেশৰ আৰক্ষী নহয় ।ইহঁত ৰাক্ষস ।ধিক ধিক।

  • @kripalsaikia924
    @kripalsaikia924 3 หลายเดือนก่อน +15

    শেষ কৰি দিছে সমাজ খনক

  • @musicallibrary4149
    @musicallibrary4149 3 หลายเดือนก่อน +26

    ধিক্কাৰ

  • @boruah8390
    @boruah8390 3 หลายเดือนก่อน +40

    সাংবাদিক কেইটাই খুব বিচাৰি ফুৰে কোন দলৰ মানুহ কোন দললে যায়। আমাৰ মানুহ বিলাকক মাৰিছে,এই বিলাক নিউজ লৈ মুখ্যমন্ত্ৰীক প্ৰশ্ন নকৰে কিয়,কিয় কৰিবলে সাহ নাই সাংবাদিকৰ।।কিয় ভয় কৰে নহয় জানো চাকৰি যায় বুলি।। আপোনালোকৰ অকমান সন্মান আছে যদি প্ৰশ্ন কৰক। নহ'লে এদিন আপোনালোকক লৈ ৰাইজৰ ভৰষা হেৰাই যাব।।

    • @MastafaSk-kx2jj
      @MastafaSk-kx2jj 3 หลายเดือนก่อน +4

      আজিৰ দিনত সকলো মেনেজ

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 หลายเดือนก่อน

      ​@MastafaSk-kx2একদম ঠিকjj

    • @rakeshchoudhury3768
      @rakeshchoudhury3768 3 หลายเดือนก่อน +2

      Aji kalir ReporterSuda boror Bari nathake... Guti keita loi ghuri fure... jaye taye pokor maribo pare... aikeitak..😂😂😂

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 หลายเดือนก่อน

      ​@@rakeshchoudhury3768😂kheituwe hobola

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml 3 หลายเดือนก่อน +15

    সেই অসুৰকেইটাক কুকুৰ মৰাদি মাৰিব লাগে।

  • @rituraj2421
    @rituraj2421 3 หลายเดือนก่อน +4

    কি কম ভাষা নাই 😢 পুলিচৰ ঘৰৰ মানুহক এনেকুৱা কৰি পিতিব লাগিব তেতিয়া হে বুজিব মাৰিলে কেনে দোষ পাই

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 หลายเดือนก่อน +1

      একদম ঠিক কথা

  • @nilamoniboruah3734
    @nilamoniboruah3734 3 หลายเดือนก่อน +8

    একাংশ পুলিচে অপরাধীর লগত মিতিৰালি কৰে আরু নিরপরাধিক অপরাধি সজায়। যাৰ বাবে অপৰাধ বৃদ্ধি পায় ছে ।

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 หลายเดือนก่อน

      হয় একদম ঠিক কথা

  • @phukanalex3509
    @phukanalex3509 3 หลายเดือนก่อน +29

    Mama তোমাৰ আগন্তুক নিৰ্বাচন আৰু বাইদেউ এইয়া কি duty কৰিছে।
    কথা টো বুজি পাইচে নে আপুনি মই কি কব খুজিছোঁ ।

    • @F2fuhhd
      @F2fuhhd 3 หลายเดือนก่อน

      Paiso😅😅

    • @deepamezingvideo2398
      @deepamezingvideo2398 3 หลายเดือนก่อน

      Tomar nijar mama ase jetia himantak ki karone mama buli joa nu?

    • @bnjn5135
      @bnjn5135 3 หลายเดือนก่อน

      অসমৰ পুলিচ বিভাগত বাঙালী বিহাৰী সব জাগাৰ মানুহ বেছি গতিকে সিহঁতে অসমীয়া মানুহক বহুত বেছি হিঙসা কৰে ।

  • @babuldas4341
    @babuldas4341 3 หลายเดือนก่อน +12

    বহুত বেয়া কথা

  • @chinmoydeka5303
    @chinmoydeka5303 3 หลายเดือนก่อน +3

    Please take strict action against this culprit police officer

  • @gautamdas-eg6ug
    @gautamdas-eg6ug 3 หลายเดือนก่อน +2

    যোন যোন পুলিশে তেউক প্ৰহাৰ কৰিছে গোটেই কেইটাৰ চাকৰি যাব লাগে

  • @jayabaruah1801
    @jayabaruah1801 3 หลายเดือนก่อน +1

    জুন কেইটাই মাৰিছে সেইকেইটাক চাকৰি ৰ পৰাই একেবাৰেই উলিয়াই দিব লাগে

  • @bitubituh8771
    @bitubituh8771 3 หลายเดือนก่อน +1

    😢😢😢 oinai holl bohut beya dukh paisu Ahom aroikhik
    Khomotar ase buli Eman tu koribo nalagisile

  • @debojitkalita2371
    @debojitkalita2371 3 หลายเดือนก่อน +3

    ন্যায় দিয়ক ,পুলিছক নো আমি কি কৰিম ,

  • @digantasvlogs5285
    @digantasvlogs5285 3 หลายเดือนก่อน +3

    Immediate dismissal from her job then sent her to jail immediately

  • @KulenGogoi
    @KulenGogoi 23 วันที่ผ่านมา

    অপৰাধ কৰিলে পুলিচে মাৰিব‌ই । হাস্তি অতি কঠোৰ হʼব লাগে তেতিয়াহে অপৰাধ কমিব ।

  • @koushikdas5140
    @koushikdas5140 3 หลายเดือนก่อน +2

    টকা অলপ মুখত মৰিব লাগে পাপি পুলিচক

  • @ara2670
    @ara2670 3 หลายเดือนก่อน +4

    Mod khai kubaise sagei. Khei police si,constable arrest kribo lgei. Nhle rijok gotai dvo lgei. Apsc aiber dsu..jdi assistant commissioner of police pao nh..tnte first moi oc,si bilakok thik krim. Trpisot hei sur ru docaitok. 100% hsa kysu. Pray for me .

    • @souravpaul2179
      @souravpaul2179 3 หลายเดือนก่อน

      Paper kintu juwa barotkeu taan aahi se.....cutoff paar hobo ne

    • @ara2670
      @ara2670 3 หลายเดือนก่อน

      @@souravpaul2179 moi general male. Paper 1-86.5 and paper 2-105.6 pam. Par hbo buli akha asee.

  • @LakheswarSLD
    @LakheswarSLD 21 วันที่ผ่านมา

    বি জে পি চৰকাৰক যদি পটন নিয়াই, এনেকুৱা পাখণ্ড পুলিচ বোৰেই নিব।

  • @amritdutta8185
    @amritdutta8185 3 หลายเดือนก่อน +1

    পুলিচৰ ট্ৰেইনিং কম হৈছে।মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে এই বোৰৰ ওপৰতো ট্ৰেইনিং দিব লাগে।

  • @nazbulofficial10m40
    @nazbulofficial10m40 3 หลายเดือนก่อน +1

    Jorhat only Gaurav Gogoi sir🎉🎉🎉🎉🎉🎉🎉🎉

  • @sharukhussain4969
    @sharukhussain4969 3 หลายเดือนก่อน

    বর্তমান অসম পুলিচে মানুহৰ ওপৰত প্রতাৰণা চলাই আছে

  • @AnkurSarma-qy7jj
    @AnkurSarma-qy7jj 3 หลายเดือนก่อน

    এই জাতটো কেতিয়াও সলনি নহয়... ৰাইজ সজাগ হ'বৰ হল...

  • @bitopanhazarika5903
    @bitopanhazarika5903 3 หลายเดือนก่อน

    বৰ বেয়াকৈ মাৰিছে,নেপাই দেই;
    আজি ক্ষমতা আছে,কাইলৈ বাটৰ ভিক্ষাৰি হবি,তেতিয়া কি হব,ক্ষমতা বোলা বস্তু তো কাৰো চিৰ স্থায়ী নহয়

  • @user-ey1cl2gf8m
    @user-ey1cl2gf8m 3 หลายเดือนก่อน

    তদন্ত কৰি দোষী সকলক শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিব লাগে ।

  • @SaikiaSaikia-lv8jy
    @SaikiaSaikia-lv8jy 2 หลายเดือนก่อน

    এটা কাম কৰক যি কেইজনে আনিছিল, সেই কেইজনৰ ওপৰত কেছ দিয়ক।

  • @RajuRaj-if3oq
    @RajuRaj-if3oq 3 หลายเดือนก่อน

    মামা আছে নহয় সাসপেন্ড কৰি নতুন নাটক এখন পাতিব
    কিছু দিন পাছত এখন অন্য থানাত জৈন কৰিব
    নাটক বোৰ চলি থাকিব
    কিন্তু direct দিস্মিছ নকৰে ।

  • @karunakoch2247
    @karunakoch2247 3 หลายเดือนก่อน +4

    Court ot jaok . Quickly

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 หลายเดือนก่อน

      চব বেকাৰ এইখন দেশত 😏

  • @PabanBora.-le2gl
    @PabanBora.-le2gl 2 หลายเดือนก่อน

    We want justice. Goribor valuai nai Aikhon Assam sarkaror usarat matra Aniha kisoman kotha koi abhua bhare.

  • @Hirokkkkkkkkkkk
    @Hirokkkkkkkkkkk 3 หลายเดือนก่อน

    উচিত বিচাৰ লাগে।

  • @ABC-vb5og
    @ABC-vb5og 3 หลายเดือนก่อน +2

    Police has no right to beat a person unless has any proof against a person.

  • @TIKU9385
    @TIKU9385 3 หลายเดือนก่อน +1

    আৰু bjp ক ভোট দিয়ক ৰাইজসকল

  • @manabdas9631
    @manabdas9631 3 หลายเดือนก่อน +2

    Sob dekhun local a. Dutyr pora ghor Jaute dekhun Kam tu tamam kori dibo pare.

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 หลายเดือนก่อน

      😂বঢিয়া আইডিয়া 👏👍

  • @stargamingchannel4526
    @stargamingchannel4526 3 หลายเดือนก่อน +8

    Dhikar disu

  • @rabokantadas9732
    @rabokantadas9732 3 หลายเดือนก่อน +1

    এইকেইটাক চাকৰি পৰা খেদি পঠিয়াব লাগে।

  • @hemantaborgohain4493
    @hemantaborgohain4493 3 หลายเดือนก่อน

    বিজেপিত যোগদান কৰা হলে বাচিলে হয় কিজানি ।

  • @crpfpradipdas930
    @crpfpradipdas930 3 หลายเดือนก่อน +5

    Assam police kheijonik Kati mar gutei gaonr manuh mili

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 หลายเดือนก่อน

      😂বঢিয়া আইডিয়া 👏👍

  • @moksham674
    @moksham674 3 หลายเดือนก่อน +4

    Off duty pale vhal maribo lage police kaitaak

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 หลายเดือนก่อน

      😂বঢিয়া আইডিয়া👏 👍

  • @Bantikarmakar-x7r
    @Bantikarmakar-x7r 3 หลายเดือนก่อน

    বহিষ্কাৰ দিয়ক এনে আৰক্ষীক, এই বিলাকে ঘোচ লবহে ভাল কে জানে

  • @tarunhandique9728
    @tarunhandique9728 3 หลายเดือนก่อน

    মামাই এই য়া গোন্দা ৰাখিছে পুলিচ নহয়

  • @janardonbora2795
    @janardonbora2795 3 หลายเดือนก่อน +19

    আইনৰ সহায় লওক

    • @ronjonihazarika-nw1cu
      @ronjonihazarika-nw1cu 3 หลายเดือนก่อน +2

      কেনেকৈ আইনৰ সহায় লব ভাবি চাওক

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 หลายเดือนก่อน +1

      😂আইনেই ত কৰিছে সেয়া

    • @user-ji7qi6bm5d
      @user-ji7qi6bm5d 3 หลายเดือนก่อน

      ৰক্ষককেই ভক্ষক হয় , কেনেকৈ আইনৰ সহায় ল'ব।

    • @amuktha1397
      @amuktha1397 3 หลายเดือนก่อน

      😂😂😂😂

  • @AnkurDeka-lv8bq
    @AnkurDeka-lv8bq 3 หลายเดือนก่อน +1

    এই জনীক মই পাব লাগিছিল ফালি দিলো হয় চেত

  • @latifali9650
    @latifali9650 3 หลายเดือนก่อน +3

    Bihari DGP ye aibure koribo....

  • @assamlifestyleinvillage9099
    @assamlifestyleinvillage9099 3 หลายเดือนก่อน +3

    Case registered nokore
    Aro aibilk kore poisa r karne 😢

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 หลายเดือนก่อน

      হয় একদম ঠিক কথা

  • @hou.2gvlog
    @hou.2gvlog 3 หลายเดือนก่อน +1

    Assam police ye Nagaland Police ba Meghalaya police r pora akon man holeo Gyan lobo lage.... Nagaland Police & Meghalaya police save their person....

  • @reemakalita5289
    @reemakalita5289 3 หลายเดือนก่อน

    ❤ bravo security system assam

  • @pankajrahang9640
    @pankajrahang9640 3 หลายเดือนก่อน +2

    Suprim court goi complaint korok....hunkale...

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 หลายเดือนก่อน

      চব বেকাৰ এইখন দেশত😏

  • @rajuhandique574
    @rajuhandique574 3 หลายเดือนก่อน +2

    Aeya selfie mamar police hoina no problem👌

  • @user-ko9ie1gk9s
    @user-ko9ie1gk9s 2 หลายเดือนก่อน

    বিচাৰ আইনেহে কৰে,পুলিচে নকৰে।

  • @RatulDehingia
    @RatulDehingia 3 หลายเดือนก่อน

    অফ ডিউটিত ধৰি লৈ টুকুৰা টুকুৰ কৰি দিব লাগে কাতি, ন্যায়ৰ কথা বহুত হল আৰু,,

  • @Luv_Da_Pain
    @Luv_Da_Pain 3 หลายเดือนก่อน +1

    Power

  • @user-bq3vt8ot6h
    @user-bq3vt8ot6h 3 หลายเดือนก่อน

    ধিক্কাৰ অসম আৰক্ষী 😢😢😢

  • @rahulaxom2603
    @rahulaxom2603 3 หลายเดือนก่อน

    Police manei ghin loga paxu... 😮😮😮 Dada apuni case diok....

  • @HafizurRahman-gh8jq
    @HafizurRahman-gh8jq 3 หลายเดือนก่อน +2

    BJP Hatao desh basao 3:58

  • @childimprove2585
    @childimprove2585 3 หลายเดือนก่อน +6

    Bjp sarker amolar kam bjp

  • @rider-21game11
    @rider-21game11 3 หลายเดือนก่อน

    No prov no metter ...human being alive

  • @digbolsaikia
    @digbolsaikia 3 หลายเดือนก่อน

    Great, aru vote de bjpk.

  • @nabajyotibora-wl4dv
    @nabajyotibora-wl4dv 3 หลายเดือนก่อน

    Police এনেকুৱা মানুহ hoi na hoklu police এনেকুৱা হলে কি হব ভাল মানুহ মাৰিছে কীন2 বেয়া মানুহ মাৰিব নোৱাৰে জিগিতা police Marisa raijole gotai dibo laje plz police

  • @rupkhan-pl7bj
    @rupkhan-pl7bj 2 หลายเดือนก่อน

    Mama Asanohay

  • @tsgaming5343
    @tsgaming5343 3 หลายเดือนก่อน

    Eai matter tu Assam government r Home department e investigation kori necessary step lobo nuwarene?

  • @BishojitBora
    @BishojitBora 3 หลายเดือนก่อน

    Police hola bohut faida poisa khuwa manuah mora ji kunu beya korilaiu tenson nai sakori najai Assam police or logot mama asa tenson nai

  • @HPERSON-ry6yw
    @HPERSON-ry6yw 3 หลายเดือนก่อน

    Himanta acts like Modi as a cruel dictator!

  • @BK-bb5kt
    @BK-bb5kt 3 หลายเดือนก่อน

    নিবলি উপৰত হে পুলিচে দাদাগীৰি দেখুৱাব পাৰে ,,,

  • @JomonBoro
    @JomonBoro 3 หลายเดือนก่อน

    😊😊😊😊😊

  • @bijusaikia5372
    @bijusaikia5372 3 หลายเดือนก่อน

    মহাপুৰুষ কেইজনাক নিজৰ নিজৰ সমাজত সামাজিক ভাৱে এঘৰীয়া কৰিব লাগে যিহেতু আইনে তেওঁলোকক সংযমী হবলৈ শিক্ষা দিয়া নাই। ক'ত গ'ল মানৱ অধিকাৰ আয়োগৰ কৰ্মকৰ্ত্তাসকল ?

  • @dipoksaikia1483
    @dipoksaikia1483 3 หลายเดือนก่อน

    Anekuwa police r solution ata A ase ehotor ghoror details lobo lage aru bodoli lobo lage

  • @pompydevi769
    @pompydevi769 3 หลายเดือนก่อน

    পোছাক যোৰক বদনাম কৰা পুলিচ গতিয়াই বাহিৰ কৰক আপোনালোকে নেৰিব ।

  • @jyoti9293
    @jyoti9293 3 หลายเดือนก่อน

    Thik pitan dise baideu a 😭😭

  • @JKGogoi-me4gq
    @JKGogoi-me4gq 3 หลายเดือนก่อน +1

    19/04/2024,, গম পাই যাব

  • @habizulkhan786
    @habizulkhan786 3 หลายเดือนก่อน +1

    immediately suspend now😡😡

  • @user-jz3pi9hc1u
    @user-jz3pi9hc1u 3 หลายเดือนก่อน

    বিজেপি চৰকাৰৰ দিনত জনসাধাৰণে ন্যায় আশা কৰিব নোৱাৰে

  • @dhurbaborah6837
    @dhurbaborah6837 3 หลายเดือนก่อน +1

    😢

  • @beutybegum5173
    @beutybegum5173 3 หลายเดือนก่อน +1

    😢😢

  • @Garofashion2716
    @Garofashion2716 3 หลายเดือนก่อน

    Hi Himanta mama olop Sauk manuk enekua hasti dibo pare naki Assam police poisar laloch tamam

  • @aftabbhuyan2005
    @aftabbhuyan2005 3 หลายเดือนก่อน

    😢😢😢

  • @jayantahazarika6024
    @jayantahazarika6024 3 หลายเดือนก่อน +1

    চৰকাৰৰ চাকৰ হয় অসম পুলিচ

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 หลายเดือนก่อน

      একদম ঠিক কথা

  • @AkkasAli-cr5nx
    @AkkasAli-cr5nx 3 หลายเดือนก่อน

    Police hoi na gunda hoi....

  • @user-wt3mv3yu7n
    @user-wt3mv3yu7n 3 หลายเดือนก่อน

    মানুহতকৈ গৰু মূল্য বেছি আৰু পুলিচৰ একোৱেই মূল্য নাই😂😂

  • @pompideka9998
    @pompideka9998 2 หลายเดือนก่อน

    😢😢😢 ai police buroku Kiba Ata krib lage

  • @A2Zby-cd5qc
    @A2Zby-cd5qc 3 หลายเดือนก่อน

    কিমান টকা লৈইছে 😂😂🎉🎉