ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
মোৰ গীত সমূহক মৰমেৰে আঁকোৱালি লোৱাৰ বাবে, সকলোলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো 🙏🙏
Lyrics 🔥❤
আপোনাৰ প্ৰতিটো গানেই শুনিছো দাদা। গানৰ কথা অতি সুন্দৰ। শুনিলেই মন শাঁত পৰি যায়❤শব্দবোৰে বুকুত চুই যায়😢"হয়তো" আৰু "বনৰীয়া গান" মোৰ দৈনিক মোবাইলত ৰিপিট বাজে তাৰ বাদে আজি এমাহ মান হল বেলেগ একো গানেই শুনা নাই। আজিৰ পৰা এইটো গানো মোৰ প্ৰিয় হৈ পৰিল❤ আপোনাৰ বিষয়ে অলপ জানিবলৈ আৰু আপোনাৰ দৰে প্ৰতিভাক আৰু আগুৱাই নিবলৈ ৰাইজৰ সঁহাৰি আৰু চিনাকীৰ খুবেই প্ৰয়োজন। সেয়েহে মই আপোনাৰ অনুৰাগী হিচাপে যাত্রা চেনেলৰ আইচেংফা বাক কৈছো আপোনাক পডকাষ্ট ত অতিথি কৰিবলৈ❤বায়ে মোৰ কমেন্টৰ ৰিয়েক্ট কৰিছে। অপেক্ষা এদিন আপোনাক তাত চাম আৰু গান শুনিম😊❤ভালে থাকক আৰু এইদৰেই সুন্দৰ সুন্দৰ গান উপহাৰ দি যাওক আমাক❤
Moi u koisu @rajveerpiku daa apunak podcast loi invite koriboloi ……Keep it up and stay blessed always rajveer daa 🌻🧿
সঁচাকৈয়ে অতুলনীয় 😊❤
I am a soldier & athlete... Music pora moi dur durot thaku... But!! Boy you are just superb... Tumi bohut aguwai jaba!!
Thank you Sir 🙂🙏🙏
কত ৰঙীণ সপোন জানা ক'লা বগা হ'ল 🥀 What a line ! আপ্লুত হ'লো :)
Future star tumi.... God bless you..
❤ heart touching lyrics....and the voice 🔥🔥
good music never get the recognition they deserve.
Simplicity is your main element ❤, keep shining ✨️
Mesmerizing ❤
You're the best sir ❤ i get jayanta Hazarika vibes from you tbh
সুন্দৰ উপস্থাপন ...মিঠা সুৰ ❣️
আপোনাৰ গানে শান্তিৰ এজাক পছোৱা আনে❤️
Bohut din hol anekua dhuniya gaan huna nai... Everything is Amazingly done from lyrics to mixing
Peaceful song ❤happy diwali and apunar team tu jen bohut aguwai jai🤍
আপোনাৰ গান শুনিলেই মনটো ভাল লাগি যায় ঔ দাদা ❤️🥺 প্ৰতিটো গানেই প্ৰিয় মোৰ🤗 দিনটোত আপোনাৰ গান কেইবাৰ যে শুনো হিচাপ নাই🫠এনেকৈ আমাৰ মন বোৰ ভাল লগাই থাকিব দেই দাদা 🥹❤️ Love From Dibrugarh ☺️💗
বহুত সুুন্দৰ, গান এটা কৰিব মন একেলগে।
This should get viral but won't because there are only few left who have good taste of music.
তেওঁ নাই যদিও তেওঁক কেতিয়াও হেৰুৱাব দিয়া নাই 🙂 আলফুলে সাঁচি থৈছোঁ বুকুৰ মাজত 🤍 কেতিয়াবা জীৱনত অত্যন্ত ভাগৰ লাগিলে কেবল তেওঁৰ সেই শান্ত চকুজুৰি ভাঁহি আহে যিয়ে মোক জীয়াবলৈ সাহস দিয়ে💞 তেওঁ কেবল মোৰ আৰু মই তেওঁৰ 🎀 মাথোঁ সময়ে সকলো সলনি কৰি দিলে 🤍 আপোনাৰ গানটোবোৰ শুনি এনেকুৱা লাগে যেন এইবোৰ মোৰেই কথা🥹
bor dhunia gan.. apunar protitu gan khubei dhunia..❤
There so much Calmness,serenity in your voice.I discovered your songs suddenly and loved it.❤
বনৰীয়া গানৰ দৰে এইটো গীতটোও ভাইৰেল হব 😊মাথোঁ কিছু সময়ৰ প্ৰয়োজন হব😢❤আপুনি সদায় প্ৰিয় 🎉
Way more to go,so much to deserve ❤
প্ৰতিটো গানেই হৃদয়স্পৰ্শী৷ভাল লাগিল‘অকলে অকলে’,আগৰবোৰৰ দৰেই৷প্ৰিয়লোকৰ সৈতে share কৰিম৷❤
Ufff...just love it❤❤
Always a masterpiece ❤
অপূৰ্ব❤
imnnn dhuniya ❤❤❤❤❤
ভাল লাগিল গানটো❤❤❤❤
Rajveer daa xodai xukiya❤
Heart touching ❤
😢😢Moi nijokei bisari palu ai gaantut bohut monot pore atiaon taik mur monot xojiv kori rakhisu 😔
Ufff song 😮❤😢
ৰ'দলে বাট চাই থমকে চকুযুৰিভাগৰুৱা আকাশে নিদিয়ে বাতৰিক'ব খোজে মাথোঁ ৰ'দ নাই ৰ'দ নাই আজি
Acoustic❤such a meaningful song ❤
আকৌ এবাৰ🥰🥰🥰🥰🥰
Broh ❤
Nice song 👍 brother
TH-cam recommended this song to me last night, I was about to sleep at that time. Sorry I couldn't listen to it completely, টোপনি গলোঁগে. পুৱা সাৰ পাই উঠি আকৌ শুনিলোঁ। এতিয়া আকৌ এবাৰ....। 😅
Peaceful ✌️ ❤
Biraat dhuniya
😍🍺👍
Mosty❤
সুকোমল অথচ গভীৰ অৰ্থৱহ
My my🥺❤️
Meaningful and soulful
🖤🤕
Uff ......
♥️♥️♥️
❤❤❤
❤❤❤❤❤
❤
Gaan tu mur babe apui likha nisina lagise, mur story tu eta ganot prokax korar babe apunaloi oxekh dhonyobad💕🥺
Thank you
lal salam
Heart touching ❤️
🌻💚
মোৰ গীত সমূহক মৰমেৰে আঁকোৱালি লোৱাৰ বাবে, সকলোলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো 🙏🙏
Lyrics 🔥❤
আপোনাৰ প্ৰতিটো গানেই শুনিছো দাদা। গানৰ কথা অতি সুন্দৰ। শুনিলেই মন শাঁত পৰি যায়❤শব্দবোৰে বুকুত চুই যায়😢"হয়তো" আৰু "বনৰীয়া গান" মোৰ দৈনিক মোবাইলত ৰিপিট বাজে তাৰ বাদে আজি এমাহ মান হল বেলেগ একো গানেই শুনা নাই। আজিৰ পৰা এইটো গানো মোৰ প্ৰিয় হৈ পৰিল❤ আপোনাৰ বিষয়ে অলপ জানিবলৈ আৰু আপোনাৰ দৰে প্ৰতিভাক আৰু আগুৱাই নিবলৈ ৰাইজৰ সঁহাৰি আৰু চিনাকীৰ খুবেই প্ৰয়োজন। সেয়েহে মই আপোনাৰ অনুৰাগী হিচাপে যাত্রা চেনেলৰ আইচেংফা বাক কৈছো আপোনাক পডকাষ্ট ত অতিথি কৰিবলৈ❤বায়ে মোৰ কমেন্টৰ ৰিয়েক্ট কৰিছে। অপেক্ষা এদিন আপোনাক তাত চাম আৰু গান শুনিম😊❤ভালে থাকক আৰু এইদৰেই সুন্দৰ সুন্দৰ গান উপহাৰ দি যাওক আমাক❤
Moi u koisu @rajveerpiku daa apunak podcast loi invite koriboloi ……Keep it up and stay blessed always rajveer daa 🌻🧿
সঁচাকৈয়ে অতুলনীয় 😊❤
I am a soldier & athlete... Music pora moi dur durot thaku... But!! Boy you are just superb... Tumi bohut aguwai jaba!!
Thank you Sir 🙂🙏🙏
কত ৰঙীণ সপোন জানা ক'লা বগা হ'ল 🥀
What a line ! আপ্লুত হ'লো :)
Future star tumi.... God bless you..
❤ heart touching lyrics....and the voice 🔥🔥
good music never get the recognition they deserve.
Simplicity is your main element ❤, keep shining ✨️
Mesmerizing ❤
You're the best sir ❤ i get jayanta Hazarika vibes from you tbh
সুন্দৰ উপস্থাপন ...মিঠা সুৰ ❣️
আপোনাৰ গানে শান্তিৰ এজাক পছোৱা আনে❤️
Bohut din hol anekua dhuniya gaan huna nai... Everything is Amazingly done from lyrics to mixing
Peaceful song ❤happy diwali and apunar team tu jen bohut aguwai jai🤍
আপোনাৰ গান শুনিলেই মনটো ভাল লাগি যায় ঔ দাদা ❤️🥺 প্ৰতিটো গানেই প্ৰিয় মোৰ🤗 দিনটোত আপোনাৰ গান কেইবাৰ যে শুনো হিচাপ নাই🫠এনেকৈ আমাৰ মন বোৰ ভাল লগাই থাকিব দেই দাদা 🥹❤️ Love From Dibrugarh ☺️💗
বহুত সুুন্দৰ, গান এটা কৰিব মন একেলগে।
This should get viral but won't because there are only few left who have good taste of music.
তেওঁ নাই যদিও তেওঁক কেতিয়াও হেৰুৱাব দিয়া নাই 🙂 আলফুলে সাঁচি থৈছোঁ বুকুৰ মাজত 🤍 কেতিয়াবা জীৱনত অত্যন্ত ভাগৰ লাগিলে কেবল তেওঁৰ সেই শান্ত চকুজুৰি ভাঁহি আহে যিয়ে মোক জীয়াবলৈ সাহস দিয়ে💞 তেওঁ কেবল মোৰ আৰু মই তেওঁৰ 🎀 মাথোঁ সময়ে সকলো সলনি কৰি দিলে 🤍 আপোনাৰ গানটোবোৰ শুনি এনেকুৱা লাগে যেন এইবোৰ মোৰেই কথা🥹
bor dhunia gan.. apunar protitu gan khubei dhunia..❤
There so much Calmness,serenity in your voice.
I discovered your songs suddenly and loved it.❤
বনৰীয়া গানৰ দৰে এইটো গীতটোও ভাইৰেল হব 😊মাথোঁ কিছু সময়ৰ প্ৰয়োজন হব😢❤আপুনি সদায় প্ৰিয় 🎉
Way more to go,so much to deserve ❤
প্ৰতিটো গানেই হৃদয়স্পৰ্শী৷ভাল লাগিল‘অকলে অকলে’,আগৰবোৰৰ দৰেই৷প্ৰিয়লোকৰ সৈতে share কৰিম৷❤
Ufff...just love it❤❤
Always a masterpiece ❤
অপূৰ্ব❤
imnnn dhuniya ❤❤❤❤❤
ভাল লাগিল গানটো❤❤❤❤
Rajveer daa xodai xukiya❤
Heart touching ❤
😢😢Moi nijokei bisari palu ai gaantut bohut monot pore atiaon taik mur monot xojiv kori rakhisu 😔
Ufff song 😮❤😢
ৰ'দলে বাট চাই থমকে চকুযুৰি
ভাগৰুৱা আকাশে নিদিয়ে বাতৰি
ক'ব খোজে মাথোঁ ৰ'দ নাই ৰ'দ নাই আজি