#BhagawatarAdhyatmicGyan
ฝัง
- เผยแพร่เมื่อ 8 ก.ย. 2024
- _হে ভকত বৈষ্ণৱসকল ....
আপোনালোকৰ চৰণত প্ৰণিপাত জনাই মই উঠি অহা যুৱকসকলৰ মংগল কামনাৰে ভাগৱত ধৰ্মৰ বিষয়ে জনাব বিচাৰিছোঁ । যিটো জ্ঞান হলে তেওঁলোকৰ গোটেই ভবিষ্যত উন্নতি হব বা উপকাৰ হব_ । আজিৰ বিষয় হৈছে, আয়াযাতৰ নিৰ্ণয় । ভিডিঅ'টো চাই ভাল পালে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰি দিয়ে যেন ।
ধন্যবাদ
কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ
কৃষ্ণ 🙏🏻 কৃষ্ণ 🙏🏻 কৃষ্ণ 🙏🏻 কৃষ্ণ 🙏🏻
কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰে সদায় ভালে ৰাখক 🙏🙏
Krishna 🙏 প্ৰভু ভগৱন্তই আপোনাক লোকক কৃপা কৰক জয় গুৰু শংকৰ কৃষ্ণ 🙏
Om shree krishna namo nama.. krishna krishna krishna
Krishna krishna🙏🙏 dirghojibi houk 🙏🙏
কৃষ্ণ কৃষ্ণ ...প্ৰভু ধন্যবাদ থাকিল ।
Krishna pravu voktivora sewa nibedilu Krishna
কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ শ্ৰৱন কৰি পৰম কৃতাৰ্থ হলো ।
Krishna prabhu. Jogotor hokoloe jen su santan prapti kre.
কৃষ্ণ কৃষ্ণ ৰাম ৰাম
Om namo bhagavate vasudevaya 🙏
ঔঁ শ্রী কৃষ্ণায় নমঃ 🙏🙏🙏
oom namu bhagawata basudabaia namah
Krishna
Krishna 🙏🙏 kripa kora hori..
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🏼🙏🏼🙏🏼
ভগৱন্তই আপোনাক কুশলে ৰাখক
Krishna krishna
Krishna Krishna Krishna
কৃষ্ণ কৃষ্ণ
Krishna,,, jai guru Shankar 🙏🙏🙏
Krishna krishna🙏🙏❤❤
ওঁ নমো ভগৱতে বাসুদেৱায় নম:।
Krishna Krishna 🌹🙏
🙏🙏🙏🙏
Krishna 🙏
কৃষ্ণ কৃষ্ণ প্ৰভূ সেৱা নিবেদিলো
কৃষ্ণ কৃষ্ণ বাপ সেৱাহে জনাইছো।
ৰাম কৃষ্ণ ...নজনা জ্ঞান দিলে ভাগৱতৰ সুন্দৰ কথা জানিবলৈ পাই কৃতাৰ্থ হলো ধন্যবাদ জনালো আপোনাক ভগৱানে সদাই কুশলে ৰাখক তেৰাৰ গুণ গৰিমাত নিমজ্জিত হবলৈ ।
Krishna Bab bohut bhal Lagil ,Apunar Aydhatmikg ghankon
Ram Krishna parvo 🙏🙏
কৃষ্ণ বাপ, নজনা কথা জনোৱাৰ বাবে ধন্যবাদ থাকিল। আপোনাৰ সুস্বাস্থ্যৰ কামনা কৰিলোঁ।
Krishna Krishna.
কৃষ্ণ কৃষ্ণ কৃষ্ণ বহুত ধন্যবাদ
কৃষ্ণ আমি আগবাঢ়িম সন্তান প্ৰাপ্তি কাৰনে,,,, আপোনাৰ পৰা নজনা কথা জানিলো
KRISHNA Krishna
Krishna provue apunar sodai val korok
🙏
krishna krishna 🙏🙏
Good explain.... God blessed 🙏🙏🙏 you...
Krishna🙏🏻🙏🏻
Val lagile apunar video
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু কৃপা কৰ?
Krishna ha porvu...apuni ru vl vl geyan dibo buli akha korelu 🙏🙏🙏
Jai Krishna guru
Krishna pravu
কৃষ্ণ 🙏🙏
কৃষ্ণ কৃষ্ণ ।
Good explain. Thank you very much.
বহুত উপকৃত হলো। কৃষ্ণ
Krishna Sankara Guru Hari Ram.
শুনি ভাল লাগিল ।
🙏🙏 কৃষ্ণ
🙏🙏🙏krishna....🙏🙏🙏
🙏🙏🏻🙏
Krishana
Bohut val lagil..nojona ktha Janilu
আজি হে জানিছোঁ বহু কথা।🙏🙏🙏
পৰম কৃতাৰ্থ হলো...
Good explain
কৃষ্ণ কৃষ্ণ আপোনাক কুশলে ৰাখক
বৰ ভাল কথা কৈছে।
বাপজনা তথ্য বিলাক কোন শাস্ত্ৰৰ কোন পৃষ্ঠাৰ জনালে অধিক উপকৃত হ'ম ।
Krishna Krishna Bap
Krishna huni bohut val Lagil
ভাল জ্ঞান দিছে। আশা কৰো আগলৈ আৰু কথা শিকিব পাম। মোৰ 2মাহ আগতে ছোৱালী এজনী হৈ লগে লগে ঢূকাল।আমাৰ ভূলৰ কাৰনে ঢূকাল ছাগে।আপোনাৰ কথাখিনি পৰা আমাৰ উপলব্ধি হৈছে।ভাল সন্তান পাব বাবে আৰু জ্ঞান পাম বুলি আশা কৰিলো।
Krishna provo
🙏🙏🙏🙏🙏🙏🙏
Sri Krishnaya namah!
Krishna bap jon
Krishna provu
কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱানে কুশলে ৰাখক
Aadyatmik byakhakhini aajir pajanmae janatu nitanta prujan .Shundar byakhya karise gurujanae. Dhanyabad thakil.
Val lagil
শতকৌটি প্ৰণাম, কৃতাৰ্থ হ'লো, আশু আৰোগ্য কামনা কৰিলোঁ।
কৃষ্ণ কৃষ্ণ বাপ
Krishnaguru
কৃষ্ণ কৃষ্ণ কৃষ্ণ হে প্ৰভু পৃথিৱীৰ সকলোকে কুশলে ৰাখক🙏🙏🙏🙏🙏🙏
Krishna probhu " aru agbahok
Krishna Shankar guru hari ram
কৃষ্ণ বাপ
এই কথা বোৰ আগতে আপুনি ও নেজানিছিলে। কাৰণ সমাজৰ মাজত এই বিষয়ে চৰ্চা নাছিল । কৃষ্ণ । কিন্তু আজি কালি সকলো সূলভ ।
সত্ৰিক আহাৰ কি হই দেউতা 🙏🙏🙏 plz জনাব🙏🙏
নিৰামিষ আহাৰ ।
আহাৰ সাধাৰণতে তিনি প্ৰকাৰৰ। সাত্তিক,ৰাজসিক আৰু তামসিক। যি আহাৰ সতগুণ সম্পৰ্ণ অৰ্থাৎ যি আহাৰ সহজতে হজম হয়, স্নিগ্ধ,অত্যাধিক গোন্ধ যুক্ত নহয়, কম সিদ্ধ , সেইবোৰ আহাৰ সাত্তিক আহাৰ। যেন শাক পাচলি, বতৰৰ ফল মূল, পায়খ, কম তেল,কম মচলা যুক্ত দালি তৰকাৰী,মাহ জাতীয় খাদ্য,বাদাম জাতীয় খাদ্য, ইত্যাদি।
আনহাতে যি আহাৰ খালে আমাৰ তম গুণ , এলেহুৱা ভাবৰ উৎপন্ন হয় যেনে পুৰণি খাদ্য, বাঁহী খাদ্য, দূৰ্গন্ধ যুক্ত খাদ্য, অত্যাধিক সময় সিদ্ধ খাদ্য ইত্যাদি।
আনহাতে যি আহাৰ খালে আমাৰ ৰজ গুণ উৎপন্ন হয় তেনে আহাৰক ৰাজসিক আহাৰ বোলে।যেনে মাছ, মাংস, অত্যাধিক তেল, মচলা যুক্ত খাদ্য ইত্যাদি। কৃষ্ণ।
কৃষ্ণ।সুন্দৰ পদক্ষেপ। ককা video বনাওঁতে বাহিৰৰ মাত আহি আছে।অনুগ্ৰহ কৰি বিষ়টো কোৱা বাবে বেয়া নাপাব।
বহুতো নজনা কথা জানিলো কৃষ্ণ কৃষ্ণ🙏🙏
কৃষ্ণ কৃষ্ণ বাপ, আপোনাৰ এই কথা সমূহৰ দ্বাৰা জগতৰ বহু কল্যাণ হব বুলি আশা কৰিছোঁ ।আপোনাক পৰমেশ্বৰে কুশলে ৰাখক।
Janibalogia katha 🙏🙏🙏
কৃষ্ণ ,বহুত নজনা কথা জনালে🙏🙏🙏
কামাকুল মানে কি
কৃষ্ণ বহু নজনা কথা জানিব পাৰিলো
3 pohor kotha 1st word tu kob neki buji npalu val ke
Subscribe krisu
Krishna provu dile apunare dan
Jodi 1 tarikhe mc hoi 7 tarikhe 12 tar pst 8 din dhoribo pari ne
7 তাৰিখে ৰাতি 12 তাৰ পিছত 8 দিন ধৰিব নোৱাৰি 7 দিনে হব। সনাতন ধৰ্ম ৰীতি নীতি মতে সূৰ্য উদয় পৰা সূৰ্যাস্ত হৈ আকৌ পিছদিনা প্ৰায় সূৰ্য উদয় আগ মূহুৰ্ত লৈকে এদিন ধৰা হয়। অৰ্থাৎ প্ৰায় পুৱা 6 বজা পৰা পিছদিনা পুৱা 6 বজালৈ এদিন। (ৰাতি 12.am পৰা পৰা পিছদিনা ৰাতি 12 am. লৈ এদিন ধৰা নহয়। ভাৰতীয় ৰীতি নীতি, সভ্যতাত am , pm নাই).যদি ভালদৰে বুজি পোৱা নাই reply দিব।
ককা আপুনাৰ ফুনৰ নম্বৰ তো দিবছোন মোৰ কিছুমান কথা জানিব লগিয়া আছে
শাস্ত্ৰৰ মতেআলোচনা কৰাটো সহজ কিন্তু কাৰ্যত পৰিণত বৰ জটিল।মতাই মানিলেও মাইকিয়ে নামানে।মতাক নপুংসক বুলি গালিয়েই পাৰিব।পুৰুষ প্ৰকৃতি হৈবা একমতি তেহে সিজিব হৰিত ভকতি। মই বেয়া কোৱা নাই। কোনেও বেয়ি নাপাব।
Krishna নজনা কথা জনিলো
কোনটো স্কন্ধত আছে
Krishna poikhya vl ne hukla poikhya vl...krishna poikhya vl buli kunuye koi...confuse hoisu
Huklo pokhy val hoi.
কৃষ্ণ প্রভু🙏🙏🙏