অখিল গগৈক মিত্ৰতাৰ নতুন চৰ্ত দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

แชร์
ฝัง
  • เผยแพร่เมื่อ 11 ธ.ค. 2024

ความคิดเห็น • 35

  • @rinkushivam8759
    @rinkushivam8759 8 วันที่ผ่านมา +15

    আজিৰ তাৰিখত লিখি ৰাখক অসমত ২০২৬ত বিজেপি চৰকাৰ অসমত হোৱাটো নিশ্চিত

  • @Nirmalkumarray2000
    @Nirmalkumarray2000 8 วันที่ผ่านมา +2

    2026 ত বিজেপি চৰকাৰৰ বাদে আন চৰকাৰ নহয়।।।গৌৰৱ,ভূপেন,ৰকিবুল,মীৰা,লুৰিণ,অখিল,আদি সকলোৱে কৈছিল উপ নিৰ্বাচন হল আমাৰ কাৰণে চেমি ফাইনেল।
    চেমি ফাইনেলতে কংগ্ৰেছ ৫-০ ত আউট হল আৰু ফাইনেল খেল কেনেকে জিকিব???😂😂😂।।।কংগ্ৰেছে ভাৱে যে অসমৰ ৰাইজে আমাক এনেই ভোট দিব।।আমি বহি থাকিলেও ভোট পাম।। কংগ্ৰেছৰ ভেটি কেতিয়াবাই ধ্বংস হল।।।

  • @MridleSaikia
    @MridleSaikia 8 วันที่ผ่านมา +2

    সচা অৰ্থত আপোনালোকে এক লগ হৈ কাম নকৰিলে লাভ নহব ।এজনে আনজনৰ ওপৰত বোকা চতিয়াই ৰাজনীতি নকৰিব। ৰাইজৰ কাৰণে কাম কৰক । নিজৰ স্বাৰ্থৰ কাৰণে কাম নকৰিব ।

  • @nabajitchaliha8084
    @nabajitchaliha8084 8 วันที่ผ่านมา +2

    খিচিৰী চৰকাৰ নালাগে ককাইদেউ আমাক, নহ'লে মন্ত্ৰীত্বৰ কাৰনে খোৱা কামোৰাৰ লাগি থাকোঁতে ৫বছৰ পাৰ হৱ, আৰু আপোনালোকক ৰাইজে দেখিলে অসমৰ ৫টা বিধানসভা সমষ্টিৰ মিত্ৰতা দেখিলে, দ্বিতীয় বাৰ ভুল নকৰে ৰাইজে,কাৰণ আপোনালোকৰ ওপৰত ৰাইজে বিশ্বাস হেৰুৱাই পেলাইছে।

    • @debashishchakraborty2401
      @debashishchakraborty2401 7 วันที่ผ่านมา +1

      Right kotha koise.❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @DigantaBangthai
    @DigantaBangthai 8 วันที่ผ่านมา

    কংগ্ৰেছৰ এতিয়াও বহু অহঙ্কাৰ আছে কথাতে গম পাই কংগ্ৰেছ চৰকাৰ যে নহয় কংগ্ৰেছৰ মানুহেই তাৰ প্ৰমাণ অহঙ্কাৰি দল কৰবা

  • @jibonjyotidutta622
    @jibonjyotidutta622 8 วันที่ผ่านมา +1

    Right

  • @pankajsaikia6043
    @pankajsaikia6043 8 วันที่ผ่านมา

    Akhil gogoi decision is constructive

  • @PankajSaikia-nd1lv
    @PankajSaikia-nd1lv 7 วันที่ผ่านมา

    অখিল গগৈ কোনো কাৰনত কংগ্ৰেছ দলৰ লগত লব নালাগে।

  • @humayunkabir7715
    @humayunkabir7715 8 วันที่ผ่านมา

    কংগ্ৰেছ দলে মিএতা কৰিব। কিন্তু আসন মিএ দলক এৰি নিদিয়ে

  • @monjulaborah8567
    @monjulaborah8567 8 วันที่ผ่านมา

    অখিল গগৈয়ে একতাৰ কথা সদায়েই কয় কিন্ত সংবাদ মাধ্যমে কংগ্ৰেছৰ ভুলবোৰ বেছিকৈ প্ৰচাৰ নকৰে অখিলে সঁচা কথা কলে , যোৱা নিৰ্বাচনত আসন বিচাৰি আসন নিদিলে তাকো ত্যাগ , আৰু কিমান ত্যাগ কৰিব তথাপিও তেওঁৰহে দোষ দেখে । তাৰমানে অখিলৰ উত্থান হজম হোৱা নাইনি

  • @ParamagogoiParamagogoi
    @ParamagogoiParamagogoi 8 วันที่ผ่านมา

    Thanksbhpenborah

  • @nabakumarkalita1704
    @nabakumarkalita1704 8 วันที่ผ่านมา

    ভূপেন বৰাৰ মতে কংগ্ৰেছক ৰাইজে বিচাৰিছে নে

  • @HariPrasadSwargari
    @HariPrasadSwargari 7 วันที่ผ่านมา

    Mr.Akhil tewr logot je hokol thakebo hokolu gelebo ,karon tewr sit to tewo jeyay rakhibo lagibo, agent Vinod ammi bare bare koe aasu...

  • @bapandeka
    @bapandeka 8 วันที่ผ่านมา

    B. J. P. Sarkar. Assamat. Akhil. Gagoi. Lagi. Thakila. B. J. P R. Karana. Mañgal

  • @hiteshdeka153
    @hiteshdeka153 8 วันที่ผ่านมา +1

    এক লগ হ'লে বিজেপি আউট হব।

  • @DilipDas-kz8vu
    @DilipDas-kz8vu 7 วันที่ผ่านมา

    Shiyale huwa dib ye

  • @arijitkarmakar8698
    @arijitkarmakar8698 8 วันที่ผ่านมา

    Wawa style to val lagisay 😂😂😂😂😂

  • @naruttamnath8783
    @naruttamnath8783 8 วันที่ผ่านมา

    Akhiluddin thoka mame congress borbad

  • @sunitgogoi4425
    @sunitgogoi4425 8 วันที่ผ่านมา

    Congress party karone Akhamot mitota bhagile aru harile . Aneke thakile 2026 Ako haribo

  • @PadumBorah-tb9kn
    @PadumBorah-tb9kn 8 วันที่ผ่านมา

    Sudurbhai tur kunu kam nai

  • @pranabgoswami2984
    @pranabgoswami2984 7 วันที่ผ่านมา

    😅

  • @ParamagogoiParamagogoi
    @ParamagogoiParamagogoi 8 วันที่ผ่านมา

    Rivhtbb

  • @ShohidurIslamAhmed-i3q
    @ShohidurIslamAhmed-i3q 7 วันที่ผ่านมา

    Right