১১ বছৰ মঘাই ওজাৰ সান্নিধ্য লাভ কৰা বগাই বৰা ওজা লগত চিনাকি হওঁ আহক। please Like, Share & Subscribe.

แชร์
ฝัง
  • เผยแพร่เมื่อ 26 ต.ค. 2024

ความคิดเห็น • 53

  • @bolingoswami6490
    @bolingoswami6490 ปีที่แล้ว +2

    বহু বছৰৰ পিছত তেখেতৰ ঢোল বাদন শুনি আপ্লুত হলো। ধন্যবাদ।

  • @pranjalprotimborahofficial4339
    @pranjalprotimborahofficial4339 4 ปีที่แล้ว +2

    সুন্দৰ প্ৰচেষ্টা

  • @jdutta7813
    @jdutta7813 4 ปีที่แล้ว +2

    Dhunia borta dhul badon bor bhl lge

  • @simantabora7552
    @simantabora7552 2 ปีที่แล้ว +1

    Moja bhoutt

  • @pallabjyotimahanta6557
    @pallabjyotimahanta6557 3 ปีที่แล้ว +2

    আমাৰ বালিচাপৰি গাঁও তথা হাতীগড় মৌজাৰ গৌৰৱ শ্ৰদ্ধাৰ শ্ৰীযুত বগাই ওজা বৰ্তাক দেখা পাই বৰ ভাল লাগিছে। মোৰ ভাইটিয়ে স্কুলত পঢ়া দিনত স্কুলৰ পৰা আহিয়েই ঢোলটো লৈ বৰ্তাৰ ওচৰ পাইছিলগৈ আৰু শিকি বৰ্তাৰ লগত কেইবাখনো অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। বৰ্তাৰ সু-স্বাস্থ্য সহিতে দীৰ্ঘায়ুস কামনা কৰিলো।

  • @lolitborah9202
    @lolitborah9202 4 ปีที่แล้ว +3

    বৰ সুন্দৰ৷ বগাই বৰা ওজাদেৱলৈ সশ্ৰদ্ধ সেৱা জনাইছোঁ৷

  • @kandarpagoswami180
    @kandarpagoswami180 4 ปีที่แล้ว +1

    সুন্দৰ হৈছে

  • @dibyajyotibora9566
    @dibyajyotibora9566 3 ปีที่แล้ว +1

    Koko hosai bor hundor hoise👍👍👍

  • @manojkolita6221
    @manojkolita6221 3 ปีที่แล้ว +2

    Hundor ♥️

  • @hirokjyotiborah9185
    @hirokjyotiborah9185 3 ปีที่แล้ว +1

    Dhunia lagise ...

  • @riturajsvlog
    @riturajsvlog 4 ปีที่แล้ว

    সুন্দৰ প্রচেষ্টা, বহুত নজনা কথা জানিলো.....👍

  • @traditionalassam9183
    @traditionalassam9183 2 ปีที่แล้ว +2

    ৰগৰ কিন্তু কব লাগিব
    একেবাৰে গৰগৰাই আছে 🙏

  • @assameseculturejorhat6130
    @assameseculturejorhat6130 4 ปีที่แล้ว

    সুন্দৰ

  • @sochindragogoi972
    @sochindragogoi972 3 ปีที่แล้ว +1

    🔥🔥🔥🔥

  • @ravisil9497
    @ravisil9497 4 ปีที่แล้ว

    বৰ ভাল লাগিল।মোৰ সেৱা জনাইছো।

  • @biswagogoi5632
    @biswagogoi5632 4 ปีที่แล้ว +1

    Nice

  • @debojitsaikia8581
    @debojitsaikia8581 3 ปีที่แล้ว +1

    তেখেতলৈ শ্ৰদ্ধা আৰু সেৱা জনালোঁ। 🙏🙏🙏ঘৰ ক'ত আছিল বাৰু জনাবচোন।

    • @BAAPPranjalBora
      @BAAPPranjalBora  3 ปีที่แล้ว +1

      ধন্যবাদ।যোৰহাট বালিচাপৰি বঁহত গাওঁ।

    • @debojitsaikia8581
      @debojitsaikia8581 3 ปีที่แล้ว

      @@BAAPPranjalBora ধন্যবাদ ।🙏

    • @bijoygogoi5471
      @bijoygogoi5471 2 ปีที่แล้ว

      @@debojitsaikia8581 regards
      Um

  • @manishneog9595
    @manishneog9595 4 ปีที่แล้ว +1

    ❤️

  • @ratulrishi
    @ratulrishi 3 ปีที่แล้ว +1

    Bohut val lagile. Tekhetor contact number dibo nki.

  • @udhabdas9129
    @udhabdas9129 4 ปีที่แล้ว +1

    bogai ujar dbr dhul bhl lge ... biswa dak log plu logote bhl lgil

  • @bikashborah1905
    @bikashborah1905 3 ปีที่แล้ว +1

    Hikibole Mon asil

  • @prabitrawithourpigfarm6807
    @prabitrawithourpigfarm6807 3 ปีที่แล้ว +1

    দাদা ককা জনৰ নম্বৰ আছে নেকি পাৰিলে দিব ।