ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
গৌৰৱ গগৈ দৰে হ'ব পাৰিব নে বিশ্বাস নকৰু এক মাত্ৰ গৌৰৱ গগৈ জিন্দাবাদ সকলোৰ ক্ষেত্ৰত মাত মাতিবলৈ সাহস আৰু প্ৰেৰণা আছে ।
বিষ নোহোৱা সাপৰ ফু ফোপনি বেছি ৷এইজন তেনেকুৱাই যেন পাওঁ৷
নোৰা। সাপৰ। ফছফছনী। বেচি।
পবিএ মাৰ্ঘেৰিতাক, যদি পাৰে এখন ৱাৰ্ডৰ পৰা জিকি অহাৰ পৰামৰ্শ দিব ।
২০২৬ চনত কংগ্ৰেছৰ উন্নতি হ’ব
গৌৰৱ গগৈক ঠাণ্ডা কৰিব নালাগে, প্ৰথমতে নিজকে মিছা দম্ভ অহংকাৰ মুক্ত কৰি নিজ দায়িত্বত মনোনিবেশ কৰাৰ প্ৰয়াস কৰক, অনাগত পাঁচ বছৰত আপোনাৰ দায়িত্ব সুকলমে পালন কৰাৰ চিন্তা কৰক, আপোনাৰ কৰ্তব্যবোধ দেখিলে অসমৰ অসমীয়াই আপোনাক এনেয়ো আঁকোৱালি ল'ব। আপোনাৰ দপ্তৰটো গৌৰব গগৈক ঠাণ্ডা কৰা নহয়, গতিকে মাননীয় মহোদয় এইবোৰ বাজে কথা চিন্তা কৰাতকৈ নিজৰ দায়িত্বত মনোনিবেশ কৰক,এয়া অসম তথা অসমীয়াৰ হৈ আপোনাৰ ওচৰত বিনম্ৰ অনুৰোধ।
এনেকুৱা অহংকাৰ কৰিলে আৰু কেতিয়াও Election ot জিকিব নোৱাৰিব
অহঙকাৰ পতনৰ মূল ১/শতাংশ ও গৌৰৱৰ সমকক্ষ নহয় ।
অহস্কাৰ হ'লে পতন হয় ।
গৌৰৱ গৌৰৱেই হব ।গৌৰৱ জিন্দাবাদ ।
নিজে ই জিকি দেখা ওক। দিলিপ শ ইকীয়া এতিয়া লৈকে দুবাৰ সংসদ। কোনে মন্ত্ৰী পাব লাগিছিলে।
গৌৰৱ গগৈৰ লগত ফেপেৰিবলৈ লাজ লাগিব লাগিছিল। হাতী আৰু এন্দুৰৰ লগতহে তুলনা কৰিব পাৰি।
পবিত্ৰ কাম নাই,গৌৰৱৰ ভৰিৰ আঙুলি সমানো নহয়।
অলপ বেছি হ,লনেকি
আনৰ বদনাম গোৱাতোৱেই বিজেপিৰ একমাত্ৰ কাম।
অসমত খাদ্যৰ বস্তুৰ আকাশ লঙ্ঘী দাম মহাপুৰুষজনাই খবৰ পাইছেনে?
গৌৰৱ গগৈক ঠাণ্ডা কৰিম বুলি যি অহংকাৰী হৈ কথা কৈছা তাক তুমি কৰিব নোৱাৰিবা নহয় । কিয় তোমালোকে গৌৰৱ গগৈৰ নিচিনাকৈ ভদ্ৰ ভাৱে অমায়িক ভাৱে আনক গালি নপৰাকৈ কথা ক'ব নোৱাৰা নেকি। কেৱল মামাক সেৱা কৰা আৰু ভৰিত ধৰি চেলেকি থকাতোৱে তোমাৰ ৰাজনীতি। বৰ ঘৃণা লাগে অ।
,বি জে পি বতমান আৰ চিগাচুলি তাৰ চিগাচুলি মাৰিযাও ধৰুৱা খোপাৰ চৰকাৰ
ঠাণ্ডা কৰা, গৰম কৰা ওপৰৰ মাল এইবোৰ গুণ্ডা বাহিনীৰ ভাষ্য।
ঠাণ্ডা কৰা -গৰম কৰা -ওপৰৰ মাল এইবোৰ গুন্দা পাৰ্টিৰ কেদাৰৰ মুখত ওলায়।আপোনালোকে গৈৰবৰ পৰা আচৰণ শিকি লব।ধন্যবাদ।
কোনেবা এটা সমষ্টিৰ পৰা এবাৰ খেলি চালেই গম পাব
কিমান দিন বাৰু এইখন চৰকাৰ জীয়াই থাকিব মাৰ্ঘেৰিটা ডাঙৰীয়াই তাৰ হিচাব কৰক । অহংকাৰেই পতনৰ মূল কাৰণ । মাৰ্ঘেৰিটা ডাঙৰীয়াই গৌৰৱৰ গাৰ নোম এডালো লৰাব নোৱাৰে। তাৰ প্ৰমাণ পিজুছ হাজৰিকা ।
গৌৰব সকোলোৰে গৌৰব আন কৰো পৰিচয় নহয় গৌৰব
গৌৰৱৰ বিষয়ে বেয়া ভাবিলে বেয়া ক'লে তোমাক আৰু তোমাৰ পৰিয়ালৰ বিষয়ে পুনৰ ভাবিবা ।
🙏কথাৰে নহয় বন্ধু -কাম কৰি দেখোৱাওঁক🙏
গৌৰৱ ঠাণ্ডা হয় নে আপুনিয়ে ঠাণ্ডা হ'ব লাগে সেইটো সময়ত দেখা যাব।
এওঁ একোডাল কৰিব নোৱাৰে। এওঁ মুখচহী।
গৌৰৱৰ কথা বাদ দি নিজৰ ৰাজ্য ৰক্ষা কৰক
পাবত গজা মাঘেৰিতা
অতি দৰ্পে হত লংকা।
ইমান অহংকাৰ ভাল নহয়
নিৰ্বাচিত প্ৰতিনিধি নহয় এই জন । নিৰ্বাচনত জয়ী হ'লহে জনিব পৰা যাব এই জনৰ বিষয়ে । গৌৰৱ গগৈৰ লগত এও তুলনা ই নহয় ।
সম্পত্তি আৰু অনুশাসন স্হায়ী নহয়।
কুকুৰে ভুকিলে হাতীয়ে ভয় নকৰে।
Gourav gogoi zindabad🙏🙏🙏
অহংকাৰী মানুহৰ অতি সোনকালে পতন হয়।
গছত কঠাল ওঠত তেল লগাই থাকা ৷
অহঙকাৰীয়ে অহঙকাৰ নেৰে
Ohongkar hoise margheritar
আহোমৰ।বদন। পবিত্ৰ। মাৰ্ঘেৰিটা
😂 আশীৰ্বাদ নিদিয়ে ৰাইজে দিব কেৱল অভিশাপ। কাৰণ তুমি আহোমৰ শত্ৰু।
Next cm gourov gogoi 100 hoboi
যিমানে কলেও পতনৰ দিন আহিল বাপা ।
আহিছেহে ইমান"অহংকাৰ ভাল নহব"নেকি মহাশয়
এই বাৰ তেনে ১২৬ভিতৰত১২৭ খন পাব।
মূৰ্খবোৰে তেনেকৈয়ে ভাবে ।
দুবাৰৰ সাংসদ নিষ্ঠাবান বিজেপি কৰ্মী তথা বিজেপিৰ কেন্দ্ৰীয় সম্পাদক দিলীপ শইকীয়া পবিত্ৰ মাৰঘেৰিটাতকৈ বহুগুণে যোগ্য ব্যক্তি বঞ্চিত কৰি কিয় কাৰোবাৰ আৰ্শীবাদ পুস্ট হৈ ৰাজ্যসভাৰ সাংসদ এজনে মন্ত্ৰীত্বৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ পাব লগা হ’ল ৷এইয়া ন-পুৰনি বিজেপিৰ লবী কেন্দ্ৰীক ৰাজনীতিৰ বাদে আান একো নহয় ৷
গৌৰব গগৈ কাৰো বহতিয়া নহয় !
মাৰ্ঘেৰিটাইটো বৰ সুন্দৰ বক্তব্য তথা সাক্ষাৎকাৰ আগবঢ়াইছে। ইয়াতটো কাকো আক্ৰমণ কৰি কথা কোৱা নাই। কিন্তু চেনেলটোত মিছা হেডলাইনেৰে সামাজিক মাধ্যমত প্ৰচাৰ চাইছে। সালটি চেনেল, মানুহক বিপথে পৰিচালনা নকৰিব।।
দম আছে যদি এবাৰ Electionত ওথি চা 20টা ভুত পাবী নাই সন্দেহ আছে 😂😂😂
Gaurav gogoi zindabad
গৌৰব গগৈ তেল ফটা নাই ।তহঁতৰহে মূল্য বৃদ্ধিৰে জনতাৰ তেজ শুহি খাই তেল ফাটিছে।
ইংৰাজী ত শোধা প্রশ্ন অসমীয়া ত উত্তৰ দি কেনে লাগিছে?
নোৱাৰিব অ'।গৌৰৱৰ নিকা ৰাজনীতিত এনেই ম্লান নপৰিব।
Ellectionot jiki dekhaoksun
আপুনি কেতিয়াপৰা মিচলিয়া হল, বেচিদিন নাই হিমন্তই যিদৰে গছলৈ উঠিবলৈ শিকালে ঠিক সেইদৰে গছত উঠি থাকোতেই গুৰি কাটি তলত পেলাব, অহংকাৰ পতনৰ মূল কাৰণ হবলৈ গৈ আছে আপুনি, আপুনি আপোনাৰ স্বাৰ্থ কাৰণে ৰাজনীতি কৰিছে, কিন্তু গৌৰৱ গগৈয়ে ৰাইজৰ সমস্যা সমাধানৰ বিষয়ে সংসদত অৱগত কৰিবলৈ ৰাজনীতি পথাৰখনলৈ আগবাঢ়িছে, আপুনি সংসদত কি কৰিব, গৌৰৱ গগৈয়ে কৰা প্ৰশ্ন বিৰোধ কৰিব , এয়াই আপোনাৰ ৰাজনীতি,আৰু অতীতৰ পৰা অসমৰ বিজেপি দলৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক সমৰ্থন কৰো কৰি আহিছো আগলৈ সমৰ্থন কৰি যাম ।।আপোনাৰ দৰে বিজেপি দলৰ বাল্মিকী বহুত দেখিলো।। ।। জয় আই অসম ।।
সকলো মাৰ্ঘেৰিটাবাসীয়ে মাৰ্ঘেৰিটা ঠাইখনক নিশ্চয় ভাল পায় । সেইবুলি সকলোৱে নিজৰ উপাধি সলাই মাৰ্ঘেৰিটা কৰি ল'ব নেকি ? এজন শিৱসাগৰ বা যোৰহাটবাসীয়ে নিজৰ উপাধি কি কৰিব ? এইবোৰ বহুৰূপী মানুহৰ কাম । নহয় নে বাৰু ?
লোকসভা আৰু বিধানসভা বেলেগ অ' ককাই।
Cm ছাৰ বাদে আপোনালোৰৰ অহংকা হোৱা বাবে হাৰিলে ।এতিয়া যদি অহংকাত কথা কৈ থাকে ২০২৬ আৰু বেয়া দিন আহিব 😂😂
Gorav Gogoi elected member,not selected.
অতিদপে হত লংকা অহংকাৰে পতনৰ মূল
Montri paica Val paicu ,kintu Gourobor homotuilo nohoi . CM or tolowar calakiha hoica .
"গৌৰৱক ঠাণ্ডা কৰি দিম" মানে কি ? এইয়াই জ্ঞাতি হিংসুকৰ পৰিচয় । অহংকাৰৰ এইয়াই শেষ সুযোগ কিন্তু । আৰু নিজিকিবা কোনোদিন । "মাৰ্ঘেৰিটা" --কি উপাধি এইটো ?
প্ৰথমতে অসমীয়া মানুহ হিচাপে শুভেচ্ছা জনালোঁ।কিন্তু এটা কথা সকলোৱে মনত ৰখা ভাল।মোডীয়েও যাক নিন্দা কৰিছিল।তাৰ লগতেই মিলি চৰকাৰ কৰিব লগা হৈছে।গতিকে ৰাইজ ৰাজনৈতিক ভাবে সাবধান হৈছে।এই বাৰ শাষক বিৰোধী যিয়েই নহক লাগিলে ৰাইজৰ হৈ কাম কৰিব লাগিব।
জনসাধাৰণৰ মতত জিকিফোটনি কৰিলে ভাল ভয়7:15
অহংকাৰ আহিলে। বেছি অহংকাৰ পতন ঘটে দেই
U r Big ziro with compaire of Gourav Gogoi
Gourav Gogoi zindabad
এবাৰ নিৰ্বাচন জিকি চাওক। তোমালোকৰ নিজাববীয়াকৈ অকচিজেনে নাই, লোকৰ অকচিজেন লৈ চৰকাৰ গঠন কৰিছা ? দেখা যাব --------
In future Gaurav Gogoi r against t nirbachan kheli apuni joyee hoi dekhaonk tetiahe apuni dambhikotare kowa কথাখিনি থাকিব
Tel Mari Mari mantri huwatu election jiki huwa bahut parthokyo
Gaurov Gogoi corrupted aru ahongkari nohoi. Nijok loi dambho nai. Amak anekuwa Neta lage. Prabitra Margherita Gourov Gogoi r logot tulona nahoi.
Eman Ahankar,Manuhei Gauravar Logat ase,Ki thanda kriba
Gourav gogoi zindabad
ৰাবণক বধিবলৈ ৰামৰ জন্ম হৈছিল মনত থকা ভাল
ঢোৰা সাপৰ ফোচ ফোচনি টান। আপোনাৰ লগত জনতা নাই।
Gaurav gogoi zindabad ❤❤❤❤❤
Only one month
গৌৰৱ গগৈ ৰ তুলনাত আপুনি বিগ জিৰু।
Gorob jindabad
2026 কংগ্ৰেছ চৰকাৰ গঠন কৰিব আৰু মোদী চৰকাৰ এইবাৰ বেছি দিনলৈ নাথাকে
Gourav hadai thakibo apuni manah robink thogibo parae kintu janatal nuwate
Mantri pai assamar bhaal kaam kariba lage opposition gali pari time pass kariba nalage
Ahankare patan habo
Besi din nosole nda sarkar. Ahangkar kori laaf nohobojen.lagise.Poton hoboli time nalege dey.
Helo Mr Ohonkari Gaurav Gogoi etiya amar heart throb. Jolaba khujile nize joliba, dhongso koribo khujile nije xeh hona, dubabo khujile nije dubiba. Mind it Margaret mohassy.
নাটক কৰিছে যেন লাগিছে ।
পবিত্ৰ মাৰ্ঘেৰিটা নিবৰ্বাচন খেলিলে কেইটা ভোট পাব
তাচিল্য সূচক কথাবোৰ বন্ধ কৰাটো বাঞ্চনীয় ।তাচিল্য সূচক কথাবোৰে ভাল দিনবোৰো বেয়ালৈ নিয়াত বেচি সময় নেলাগে।
মূখ্য মন্ত্ৰীয়ে কেইদিনমান আগতে কৈছে। 7:19 মাৰিবলৈ গ'লে মাৰ খাব ও লাগিব। সেই দৰে আনক ঠাণ্ডা কৰিবলৈ বিচাৰিলে কৰুনা ময়ে মোকো ঠাণ্ডা কৰিব পাৰে।
Garuv gogoi jindabad ♥️
Hai hai
Congratulations ❤❤❤BJP Zindabad.
congratulations .
তলৰ মাল, বিষ নোহোৱা সাপ
গৌৰৱৰ নোম এদালো ধুকি নেপাই মাৰ্ঘেৰিটাই😂😂😂😂
Hardly 2 months.
Piton.hobi
Electionot giki dekhuwale gom pam...
Bor laj lagesa
Pabitra balgherita Gourav Gogoi bharidhowa panir jogya nahaye
Pobitra Magherita kun aami sini napau aru sini pabole nibisaru. Gourob Gogoi jindabad..
হব দিয়ক
Gorav zindabad
Bastu dam kotha vabok
গৌৰৱ গগৈ দৰে হ'ব পাৰিব নে বিশ্বাস নকৰু এক মাত্ৰ গৌৰৱ গগৈ জিন্দাবাদ সকলোৰ ক্ষেত্ৰত মাত মাতিবলৈ সাহস আৰু প্ৰেৰণা আছে ।
বিষ নোহোৱা সাপৰ ফু ফোপনি বেছি ৷এইজন তেনেকুৱাই যেন পাওঁ৷
নোৰা। সাপৰ। ফছফছনী। বেচি।
পবিএ মাৰ্ঘেৰিতাক, যদি পাৰে এখন ৱাৰ্ডৰ পৰা জিকি অহাৰ পৰামৰ্শ দিব ।
২০২৬ চনত কংগ্ৰেছৰ উন্নতি হ’ব
গৌৰৱ গগৈক ঠাণ্ডা কৰিব নালাগে, প্ৰথমতে নিজকে মিছা দম্ভ অহংকাৰ মুক্ত কৰি নিজ দায়িত্বত মনোনিবেশ কৰাৰ প্ৰয়াস কৰক, অনাগত পাঁচ বছৰত আপোনাৰ দায়িত্ব সুকলমে পালন কৰাৰ চিন্তা কৰক, আপোনাৰ কৰ্তব্যবোধ দেখিলে অসমৰ অসমীয়াই আপোনাক এনেয়ো আঁকোৱালি ল'ব। আপোনাৰ দপ্তৰটো গৌৰব গগৈক ঠাণ্ডা কৰা নহয়, গতিকে মাননীয় মহোদয় এইবোৰ বাজে কথা চিন্তা কৰাতকৈ নিজৰ দায়িত্বত মনোনিবেশ কৰক,এয়া অসম তথা অসমীয়াৰ হৈ আপোনাৰ ওচৰত বিনম্ৰ অনুৰোধ।
এনেকুৱা অহংকাৰ কৰিলে আৰু কেতিয়াও Election ot জিকিব নোৱাৰিব
অহঙকাৰ পতনৰ মূল ১/শতাংশ ও গৌৰৱৰ সমকক্ষ নহয় ।
অহস্কাৰ হ'লে পতন হয় ।
গৌৰৱ গৌৰৱেই হব ।গৌৰৱ জিন্দাবাদ ।
নিজে ই জিকি দেখা ওক। দিলিপ শ ইকীয়া এতিয়া লৈকে দুবাৰ সংসদ। কোনে মন্ত্ৰী পাব লাগিছিলে।
গৌৰৱ গগৈৰ লগত ফেপেৰিবলৈ লাজ লাগিব লাগিছিল। হাতী আৰু এন্দুৰৰ লগতহে তুলনা কৰিব পাৰি।
পবিত্ৰ কাম নাই,গৌৰৱৰ ভৰিৰ আঙুলি সমানো নহয়।
অলপ বেছি হ,লনেকি
আনৰ বদনাম গোৱাতোৱেই বিজেপিৰ একমাত্ৰ কাম।
অসমত খাদ্যৰ বস্তুৰ আকাশ লঙ্ঘী দাম মহাপুৰুষজনাই খবৰ পাইছেনে?
গৌৰৱ গগৈক ঠাণ্ডা কৰিম বুলি যি অহংকাৰী হৈ কথা কৈছা তাক তুমি কৰিব নোৱাৰিবা নহয় । কিয় তোমালোকে গৌৰৱ গগৈৰ নিচিনাকৈ ভদ্ৰ ভাৱে অমায়িক ভাৱে আনক গালি নপৰাকৈ কথা ক'ব নোৱাৰা নেকি। কেৱল মামাক সেৱা কৰা আৰু ভৰিত ধৰি চেলেকি থকাতোৱে তোমাৰ ৰাজনীতি। বৰ ঘৃণা লাগে অ।
,বি জে পি বতমান আৰ চিগাচুলি তাৰ চিগাচুলি মাৰিযাও ধৰুৱা খোপাৰ চৰকাৰ
ঠাণ্ডা কৰা, গৰম কৰা ওপৰৰ মাল এইবোৰ গুণ্ডা বাহিনীৰ ভাষ্য।
ঠাণ্ডা কৰা -গৰম কৰা -ওপৰৰ মাল এইবোৰ গুন্দা পাৰ্টিৰ কেদাৰৰ মুখত ওলায়।আপোনালোকে গৈৰবৰ পৰা আচৰণ শিকি লব।ধন্যবাদ।
কোনেবা এটা সমষ্টিৰ পৰা এবাৰ খেলি চালেই গম পাব
কিমান দিন বাৰু এইখন চৰকাৰ জীয়াই থাকিব মাৰ্ঘেৰিটা ডাঙৰীয়াই তাৰ হিচাব কৰক । অহংকাৰেই পতনৰ মূল কাৰণ । মাৰ্ঘেৰিটা ডাঙৰীয়াই গৌৰৱৰ গাৰ নোম এডালো লৰাব নোৱাৰে। তাৰ প্ৰমাণ পিজুছ হাজৰিকা ।
গৌৰব সকোলোৰে গৌৰব আন কৰো পৰিচয় নহয় গৌৰব
গৌৰৱৰ বিষয়ে বেয়া ভাবিলে বেয়া ক'লে তোমাক আৰু তোমাৰ পৰিয়ালৰ বিষয়ে পুনৰ ভাবিবা ।
🙏কথাৰে নহয় বন্ধু -কাম কৰি দেখোৱাওঁক🙏
গৌৰৱ ঠাণ্ডা হয় নে আপুনিয়ে ঠাণ্ডা হ'ব লাগে সেইটো সময়ত দেখা যাব।
এওঁ একোডাল কৰিব নোৱাৰে। এওঁ মুখচহী।
গৌৰৱৰ কথা বাদ দি নিজৰ ৰাজ্য ৰক্ষা কৰক
পাবত গজা মাঘেৰিতা
অতি দৰ্পে হত লংকা।
ইমান অহংকাৰ ভাল নহয়
নিৰ্বাচিত প্ৰতিনিধি নহয় এই জন । নিৰ্বাচনত জয়ী হ'লহে জনিব পৰা যাব এই জনৰ বিষয়ে । গৌৰৱ গগৈৰ লগত এও তুলনা ই নহয় ।
সম্পত্তি আৰু অনুশাসন স্হায়ী নহয়।
কুকুৰে ভুকিলে হাতীয়ে ভয় নকৰে।
Gourav gogoi zindabad🙏🙏🙏
অহংকাৰী মানুহৰ অতি সোনকালে পতন হয়।
গছত কঠাল ওঠত তেল লগাই থাকা ৷
অহঙকাৰীয়ে অহঙকাৰ নেৰে
Ohongkar hoise margheritar
আহোমৰ।বদন। পবিত্ৰ। মাৰ্ঘেৰিটা
😂 আশীৰ্বাদ নিদিয়ে ৰাইজে দিব কেৱল অভিশাপ। কাৰণ তুমি আহোমৰ শত্ৰু।
Next cm gourov gogoi 100 hoboi
যিমানে কলেও পতনৰ দিন আহিল বাপা ।
আহিছেহে ইমান"অহংকাৰ ভাল নহব"নেকি মহাশয়
এই বাৰ তেনে ১২৬ভিতৰত১২৭ খন পাব।
মূৰ্খবোৰে তেনেকৈয়ে ভাবে ।
দুবাৰৰ সাংসদ নিষ্ঠাবান বিজেপি কৰ্মী তথা বিজেপিৰ কেন্দ্ৰীয় সম্পাদক দিলীপ শইকীয়া পবিত্ৰ মাৰঘেৰিটাতকৈ বহুগুণে যোগ্য ব্যক্তি বঞ্চিত কৰি কিয় কাৰোবাৰ আৰ্শীবাদ পুস্ট হৈ ৰাজ্যসভাৰ সাংসদ এজনে মন্ত্ৰীত্বৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ পাব লগা হ’ল ৷এইয়া ন-পুৰনি বিজেপিৰ লবী কেন্দ্ৰীক ৰাজনীতিৰ বাদে আান একো নহয় ৷
গৌৰব গগৈ কাৰো বহতিয়া নহয় !
মাৰ্ঘেৰিটাইটো বৰ সুন্দৰ বক্তব্য তথা সাক্ষাৎকাৰ আগবঢ়াইছে। ইয়াতটো কাকো আক্ৰমণ কৰি কথা কোৱা নাই। কিন্তু চেনেলটোত মিছা হেডলাইনেৰে সামাজিক মাধ্যমত প্ৰচাৰ চাইছে। সালটি চেনেল, মানুহক বিপথে পৰিচালনা নকৰিব।।
দম আছে যদি এবাৰ Electionত ওথি চা 20টা ভুত পাবী নাই সন্দেহ আছে 😂😂😂
Gaurav gogoi zindabad
গৌৰব গগৈ তেল ফটা নাই ।তহঁতৰহে মূল্য বৃদ্ধিৰে জনতাৰ তেজ শুহি খাই তেল ফাটিছে।
ইংৰাজী ত শোধা প্রশ্ন অসমীয়া ত উত্তৰ দি কেনে লাগিছে?
নোৱাৰিব অ'।গৌৰৱৰ নিকা ৰাজনীতিত এনেই ম্লান নপৰিব।
Ellectionot jiki dekhaoksun
আপুনি কেতিয়াপৰা মিচলিয়া হল, বেচিদিন নাই হিমন্তই যিদৰে গছলৈ উঠিবলৈ শিকালে ঠিক সেইদৰে গছত উঠি থাকোতেই গুৰি কাটি তলত পেলাব, অহংকাৰ পতনৰ মূল কাৰণ হবলৈ গৈ আছে আপুনি, আপুনি আপোনাৰ স্বাৰ্থ কাৰণে ৰাজনীতি কৰিছে, কিন্তু গৌৰৱ গগৈয়ে ৰাইজৰ সমস্যা সমাধানৰ বিষয়ে সংসদত অৱগত কৰিবলৈ ৰাজনীতি পথাৰখনলৈ আগবাঢ়িছে, আপুনি সংসদত কি কৰিব, গৌৰৱ গগৈয়ে কৰা প্ৰশ্ন বিৰোধ কৰিব , এয়াই আপোনাৰ ৰাজনীতি,আৰু অতীতৰ পৰা অসমৰ বিজেপি দলৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক সমৰ্থন কৰো কৰি আহিছো আগলৈ সমৰ্থন কৰি যাম ।।আপোনাৰ দৰে বিজেপি দলৰ বাল্মিকী বহুত দেখিলো।।
।। জয় আই অসম ।।
সকলো মাৰ্ঘেৰিটাবাসীয়ে মাৰ্ঘেৰিটা ঠাইখনক নিশ্চয় ভাল পায় । সেইবুলি সকলোৱে নিজৰ উপাধি সলাই মাৰ্ঘেৰিটা কৰি ল'ব নেকি ? এজন শিৱসাগৰ বা যোৰহাটবাসীয়ে নিজৰ উপাধি কি কৰিব ? এইবোৰ বহুৰূপী মানুহৰ কাম । নহয় নে বাৰু ?
লোকসভা আৰু বিধানসভা বেলেগ অ' ককাই।
Cm ছাৰ বাদে আপোনালোৰৰ অহংকা হোৱা বাবে হাৰিলে ।এতিয়া যদি অহংকাত কথা কৈ থাকে ২০২৬ আৰু বেয়া দিন আহিব 😂😂
Gorav Gogoi elected member,not selected.
অতিদপে হত লংকা অহংকাৰে পতনৰ মূল
Montri paica Val paicu ,kintu Gourobor homotuilo nohoi . CM or tolowar calakiha hoica .
"গৌৰৱক ঠাণ্ডা কৰি দিম" মানে কি ? এইয়াই জ্ঞাতি হিংসুকৰ পৰিচয় । অহংকাৰৰ এইয়াই শেষ সুযোগ কিন্তু । আৰু নিজিকিবা কোনোদিন । "মাৰ্ঘেৰিটা" --কি উপাধি এইটো ?
প্ৰথমতে অসমীয়া মানুহ হিচাপে শুভেচ্ছা জনালোঁ।কিন্তু এটা কথা সকলোৱে মনত ৰখা ভাল।মোডীয়েও যাক নিন্দা কৰিছিল।তাৰ লগতেই মিলি চৰকাৰ কৰিব লগা হৈছে।গতিকে ৰাইজ ৰাজনৈতিক ভাবে সাবধান হৈছে।এই বাৰ শাষক বিৰোধী যিয়েই নহক লাগিলে ৰাইজৰ হৈ কাম কৰিব লাগিব।
জনসাধাৰণৰ মতত জিকিফোটনি কৰিলে ভাল ভয়
7:15
অহংকাৰ আহিলে। বেছি অহংকাৰ পতন ঘটে দেই
U r Big ziro with compaire of Gourav Gogoi
Gourav Gogoi zindabad
এবাৰ নিৰ্বাচন জিকি চাওক। তোমালোকৰ নিজাববীয়াকৈ অকচিজেনে নাই, লোকৰ অকচিজেন লৈ চৰকাৰ গঠন কৰিছা ? দেখা যাব --------
In future Gaurav Gogoi r against t nirbachan kheli apuni joyee hoi dekhaonk tetiahe apuni dambhikotare kowa কথাখিনি থাকিব
Tel Mari Mari mantri huwatu election jiki huwa bahut parthokyo
Gaurov Gogoi corrupted aru ahongkari nohoi. Nijok loi dambho nai. Amak anekuwa Neta lage. Prabitra Margherita Gourov Gogoi r logot tulona nahoi.
Eman Ahankar,Manuhei Gauravar Logat ase,Ki thanda kriba
Gourav gogoi zindabad
ৰাবণক বধিবলৈ ৰামৰ জন্ম হৈছিল মনত থকা ভাল
ঢোৰা সাপৰ ফোচ ফোচনি টান। আপোনাৰ লগত জনতা নাই।
Gaurav gogoi zindabad ❤❤❤❤❤
Only one month
গৌৰৱ গগৈ ৰ তুলনাত আপুনি বিগ জিৰু।
Gorob jindabad
2026 কংগ্ৰেছ চৰকাৰ গঠন কৰিব আৰু মোদী চৰকাৰ এইবাৰ বেছি দিনলৈ নাথাকে
Gourav hadai thakibo apuni manah robink thogibo parae kintu janatal nuwate
Mantri pai assamar bhaal kaam kariba lage opposition gali pari time pass kariba nalage
Ahankare patan habo
Besi din nosole nda sarkar. Ahangkar kori laaf nohobojen.lagise.
Poton hoboli time nalege dey.
Helo Mr Ohonkari Gaurav Gogoi etiya amar heart throb. Jolaba khujile nize joliba, dhongso koribo khujile nije xeh hona, dubabo khujile nije dubiba. Mind it Margaret mohassy.
নাটক কৰিছে যেন লাগিছে ।
পবিত্ৰ মাৰ্ঘেৰিটা নিবৰ্বাচন খেলিলে কেইটা ভোট পাব
তাচিল্য সূচক কথাবোৰ বন্ধ কৰাটো বাঞ্চনীয় ।তাচিল্য সূচক কথাবোৰে ভাল দিনবোৰো বেয়ালৈ নিয়াত বেচি সময় নেলাগে।
মূখ্য মন্ত্ৰীয়ে কেইদিনমান আগতে কৈছে। 7:19 মাৰিবলৈ গ'লে মাৰ খাব ও লাগিব। সেই দৰে আনক ঠাণ্ডা কৰিবলৈ বিচাৰিলে কৰুনা ময়ে মোকো ঠাণ্ডা কৰিব পাৰে।
Garuv gogoi jindabad ♥️
Hai hai
Congratulations ❤❤❤
BJP Zindabad.