উৰণীয়া সেতুত জন্মদিন উদযাপন ! ৰোগাক্ৰান্ত সন্তানক আনন্দ দিয়াৰ বাবেই লৈ গৈছিল জন্মদিনলৈ

แชร์
ฝัง
  • เผยแพร่เมื่อ 2 ต.ค. 2024
  • - উৰণীয়া সেতুত জন্মদিন উদযাপন ! ৰোগাক্ৰান্ত সন্তানক আনন্দ দিয়াৰ বাবেই লৈ গৈছিল জন্মদিনলৈ
    - ফটো ভাইৰেলক লৈ প্ৰতিক্ৰিয়া পৰিয়ালৰ
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

ความคิดเห็น • 454

  • @ashokkumarrabha9103
    @ashokkumarrabha9103 2 ปีที่แล้ว +184

    আনৰ দুখ উপলব্ধি কৰিব নোৱাৰা সকলেহে তেনেকৈ ট্ৰল কৰে।
    নিৰাশ নহ'ব ল'ৰাটো ভাল পোৱা কাম বোৰ কৰি যাওক। সি যাতে ভাল হয়।

    • @korobidas5121
      @korobidas5121 2 ปีที่แล้ว +2

      Right

    • @jugantibayan5243
      @jugantibayan5243 2 ปีที่แล้ว +1

      Yes

    • @momibuki8120
      @momibuki8120 2 ปีที่แล้ว

      Nijor mak bapeke lorar karone kiman anandot bartde patit goise apunar loratu hunkale val hoba lukor khata kan napatiba baideu apunar lorak furtyt rakhiba lukor khata kan nidiba

    • @nityanandbora628
      @nityanandbora628 2 ปีที่แล้ว

      .......

    • @cristianomass6350
      @cristianomass6350 2 ปีที่แล้ว

      Right ✅

  • @munmigogoi2377
    @munmigogoi2377 2 ปีที่แล้ว +156

    ঈশ্বৰে প্ৰিয়াঞ্চুক কুশলে ৰাখক ।

  • @hbk..6107
    @hbk..6107 2 ปีที่แล้ว +48

    💐💐💐💐💐গুটখা. তামোল পাণৰ পিকেৰে নস্ত্ নকৰি.....কণমানিটোৰ birthday party কৰি উৰনিয়া সেতু সনক সুন্দৰকৈ সজাই তোলাৰ বাবে ধন্যবাদ dada.....আপোনালোকৰ লগত সদায় আছো💐💐💐💐💐💐Happy birthday to you 💐💐💐💐💐💐

  • @manjulabaruah6216
    @manjulabaruah6216 2 ปีที่แล้ว +142

    নিৰাশ নহব, মাথো লৰা তোৱে ভাল পোৱা কামটো কৰক। মানুহ তেনেকুৱাই ।

  • @bulbulboruahbora2555
    @bulbulboruahbora2555 2 ปีที่แล้ว +57

    অকমানি ৰ আনন্দ কন ও মানুহৰ সহ্য নাই হোৱা😭

  • @pabanchetia7157
    @pabanchetia7157 2 ปีที่แล้ว +43

    কনমানিটো ক ঈশ্বৰে কূশলে ৰাখক

  • @honeybeeassam9362
    @honeybeeassam9362 2 ปีที่แล้ว +53

    ভূকি থকা বোৰে ভূকি এ থাকিব কুকুৰৰ দৰে, ভগৱানে প্ৰীয়াংশুক অতি সোনকালে সুস্থ কৰি তুলিব। 🙏🙏

  • @KARTIKDAS-ow6lt
    @KARTIKDAS-ow6lt 2 ปีที่แล้ว +22

    Happy birthday 🎉🎁
    -- কণমানি শিশুটোৰ আনন্দৰ কাৰণে এইখিনি মা দেউতাকে বাৰু কৰিলে তাত ইমান ট্ৰোল দিবো লগা ডাঙৰ কথা হোৱা নাই টো।। তামোল পান খাই পিট মাৰি আমাৰ ধুনীয়া গুৱাহাটি খনক লেতেৰা কৰা বোৰক হে আমি চিনাক্ত কৰিব লাগে।।

  • @rituparnabhardwaj760
    @rituparnabhardwaj760 2 ปีที่แล้ว +97

    সুবিধা জোনে নাপাই তেওঁৱেই ট্ৰল কৰে, সেই কাৰণে আজিও পিছ পৰি আছোঁ...

    • @Dhruvajyotilifewithvlogs7
      @Dhruvajyotilifewithvlogs7 2 ปีที่แล้ว

      👌

    • @kuntalachakraborty9739
      @kuntalachakraborty9739 2 ปีที่แล้ว

      Happy birthday God bless you beta,I wish every year your birthday will be celebrated that way,never ever do care any negativity

    • @assamprogyan7960
      @assamprogyan7960 2 ปีที่แล้ว

      আজি কালি মানুহ বোৰ তেনেকুৱাই আনৰ কথা ভাবিলে সময় নাই কিন্তু আনক ট্ৰল কৰিব জানে । আমাৰ অসমীয়া মানুহ বোৰ তেনেকুৱাই আনৰ হোৱা খোৱা দেখিব নোৱাৰে । আমাৰ অসমীয়া মানুহ বোৰ ইনে পিছপৰা নহয়। মাইনাটো সোনকালেই আৰোগ্য লাভ কৰে তাৰে কামনা কৰিলোঁ।

  • @kabitaraj8263
    @kabitaraj8263 2 ปีที่แล้ว +47

    সন্তানৰ সুখৰ বাবেই মাকদেউতাককে নিজৰ সকলো সুখ ত্যাগ কৰা উচিত আনে যি নক ও কান নিদিব নিজৰ মতে কৰি যাওক

  • @saikiavlogs6277
    @saikiavlogs6277 2 ปีที่แล้ว +59

    আজিৰ মানুহে আনৰ সুখত দুখ পায় আৰু আনৰ দুখত সুখ পায়,
    কোনো কথা নাই চিন্তা নকৰিব আপোনালোকে

  • @buliborah5758
    @buliborah5758 2 ปีที่แล้ว +15

    হয় কিছুমান মানুহে নুবুজাকৈ যি তি কই ভাল নেলাগে।আপোনালোকে দুখ নকৰিব। দুখ লাগিছে মানুহৰ চিন্তা ধাৰা বহুত তললৈ গৈছে। মানুহৰ কথাত বেছি গুৰুত্ব নিদিব 🙏🙏🙏

  • @shivampoultryfarmandhatche9580
    @shivampoultryfarmandhatche9580 2 ปีที่แล้ว +74

    ইমান সৰু সৰু কথাবোৰ ত গুৰুত্ব দিয়া বাবে আমি বোৰ সদায়ে আনৰ হাহিয়তৰ পাএ হৈ আছোঁ।

  • @rituparnabhardwaj760
    @rituparnabhardwaj760 2 ปีที่แล้ว +123

    একো নহয়, লোকচান নোহোৱা কোনো কাম নকৰিলে একো অসুবিধা নহয়... একো নাই বেয়া কাম কৰা নাই নহয়...

    • @navaborah976
      @navaborah976 2 ปีที่แล้ว +2

      tatte sakaluwa eke kaam korib.. fatuwa kotha nokobo

    • @banasreedevi6568
      @banasreedevi6568 2 ปีที่แล้ว +2

      Asolote gutei kothakhini agote buji loi xomalusona koribo lage. Teolukehe jane teolukor oboshatu.Priyanagshu sompurnna bhal hoi uthok takei kamona korilu. Social media k anurodh enekam aru agoloi nokoribo

    • @meghalirajkumariofficial9145
      @meghalirajkumariofficial9145 2 ปีที่แล้ว +2

      @@navaborah976 toi ki bokiso ha kotha kbo njano manuhok

    • @pranabsaikia8984
      @pranabsaikia8984 2 ปีที่แล้ว

      th-cam.com/video/8PauAQZYy_w/w-d-xo.html

    • @prettybaro5668
      @prettybaro5668 2 ปีที่แล้ว

      @@navaborah976 oh dhyan se bola karo thik hai

  • @Hiya392
    @Hiya392 2 ปีที่แล้ว +25

    তেনেকুৱা লৰা বা ছোৱালী যাৰ ঘৰত আছে তেওলোকে হে বুজিব । বাকী ভুকাই ভুকি থাকিব ।

  • @rajibrabha9238
    @rajibrabha9238 2 ปีที่แล้ว +69

    কোনো চিন্তা কৰিব নালাগে আমি সকলোৱে আছোঁ happy birthday to you

    • @Dhruvajyotilifewithvlogs7
      @Dhruvajyotilifewithvlogs7 2 ปีที่แล้ว

      👌

    • @dimbesawrlahon1156
      @dimbesawrlahon1156 2 ปีที่แล้ว

      Vale hoise, prsar hoise, amio birth day manisu, eku beya kam nohoi

    • @purabidutta5226
      @purabidutta5226 2 ปีที่แล้ว

      আনেৰ কথা বাদ দিয়ক। কোৱাবোৰ যিদিনা নিজে ভুক্তভুগি হ'ব তেতিয়াহে অনুশোচনা কৰিব। ভালেই হওক বেয়াই হওক নিজৰ সন্তান নিজৰেই । ভুকি থকাবোৰ আচলতে মানুহৰ শাৰীত নপৰেই ছাগে।

  • @pujabaruah9619
    @pujabaruah9619 2 ปีที่แล้ว +45

    আপোনালোকে সন্তানে ভাল পোৱা কাম কৰি যাওক।মানুহৰ কথাত অকনো গুৰুত্ব নিদিব।

    • @ark__brk
      @ark__brk 2 ปีที่แล้ว +1

      বেয়া কামত লিপ্ত হলে‌ কি সন্তানক কাম কৰিবলৈ ‌দিব লাগিব নেকি

  • @manoranjandas8375
    @manoranjandas8375 2 ปีที่แล้ว +31

    বাইদেউ কিছুমান পাগলামী ল'ৰাৰ কমেন্ট কেৱাৰ নকৰিব,হয়দে মোৰও বেয়া লাগিল আপোনালোকৰ কথাখিনি শুনি।

  • @livinglegend2002
    @livinglegend2002 2 ปีที่แล้ว +11

    Dear NewsLive....... Don't just make News on this Relevant Issues...... Give Some Befitting Replies to Those Bloody Trollers ..... Hats Off to the Lovely Parents.....

  • @manalishadas2421
    @manalishadas2421 2 ปีที่แล้ว +19

    God bless you priyanshu 🙏❤

  • @rasmirekhadevi6727
    @rasmirekhadevi6727 2 ปีที่แล้ว +3

    ৰাইজৰ মানুহে নতুন উৰণীয়া দলং খনত থু পেলাই, পিকাই নোহোৱা কৰিলে সেইটো একো আলোচনাৰ বিষয় নহল। কিন্তু সৰু লৰা এটা ৰ মনত অলপ আনন্দ দিবৰ বাবে কিবা এটা সৰু প্রয়াস কৰোতে ইমান ট্রল কৰিব লগা হল। এইবোৰ কেনেকুৱা নীচ মানসিকতাৰ মানুহ। মানৱীয়তা বোলা গুণটো নোহোৱা হল। দুখ নকৰিব। আপোনালোকে আনৰ অপকাৰ নোহোৱাকৈ কিবা এটা কৰিছে তাত একো দোষ কৰা নাই। ভগৱানে আপোনালোকৰ মংগল কৰক। আৰু এনে নীচ মানসিকতাৰ মানুহবোৰক অলপ সুমতি দিয়ক।আপোনালোকৰ অৱস্থাটো মই ভালদৰে বুজিছো কাৰণ প্রিয়াংশুৰ নিচিনা মোৰো এজন দাদা আছে।তাক সুখী কৰিবলৈ সি ভাল পোৱা সকলো কাম কৰো। আপোনালোকেও প্রিয়াংশু ক আগুৱাই লৈ যাওক।

  • @nightclub7418
    @nightclub7418 2 ปีที่แล้ว +9

    Aku nai simple ktha mnuh bure troll kra bahire blg aku njane

  • @shobrajgiri1895
    @shobrajgiri1895 2 ปีที่แล้ว +27

    আপোনালোক নিৰাশ নহব আমি আপোনালোকৰ সমৰ্থন কৰোঁ 🎉🎉💐💐

  • @hemantiroy8004
    @hemantiroy8004 ปีที่แล้ว

    God bless priyanshu Bhaity bhonty maa dewta hisabe tumalokor ji mon jay tar karone ji korile val lage kori joa kunubai kiba koy don't mind dukh nokoriba

  • @momidas7120
    @momidas7120 2 ปีที่แล้ว +1

    Ki kob aru manuh burr kotha

  • @nitubaruah4695
    @nitubaruah4695 2 ปีที่แล้ว +1

    সেই লৰাটোৰ দৰে কাৰোবাৰ থাকিলে বুজিলে হয় দুখ কি৷ মোৰ নিজৰ ভাগিন এটাও তেনেকুৱা৷ মাক বাপেকৰ কিমান দুখ কোনেও বুজি নাপাব৷ আমি ভুগি আছো সেই দুখত

  • @s....raykosrasbonsi8455
    @s....raykosrasbonsi8455 2 ปีที่แล้ว +4

    দাদা বিবেক নথকা কিছুমান আমাৰ অসমত মানুহ আছে আপুনী এই বিলাকত কান দিব নালাগে জাৰ ঘৰত এনে কুবা হয়
    সেই ঘৰ মানুহে জানে

  • @rakeshchoudhury3768
    @rakeshchoudhury3768 2 ปีที่แล้ว +4

    একো ডাঙৰ কথা হোৱা নাই... ভাল হে হৈছে... নতুন অভাৰ ব্ৰিজত Birthday Celebration কৰিছে... তাত Troll কিয় কৰে.... আছে সমাজত কিছুমান ফাল্টু মানসিকতাৰ মানুহ...

  • @kakumonisaikia6758
    @kakumonisaikia6758 2 ปีที่แล้ว +10

    May Almighty gives strenght to you and Priyangshu ...

  • @rintu1232
    @rintu1232 2 ปีที่แล้ว +10

    Kisuman mentally person sitting idle.. And time pass with social media...assamese people sitting for trolling other

  • @MrNiv05
    @MrNiv05 2 ปีที่แล้ว +4

    Bacha ata bhogobanor rup hoi..mak bapeke buji pai..jun keitai trol korise hei keitai mak bapek kenekuwa hoi buji napai..aponak loge val korise..ata notun hisape bacha r birthday monale..moyo muru bachar tenekuwa style t korim..god bless you..🥳🥳🥳🥳

  • @nitulsangma3742
    @nitulsangma3742 2 ปีที่แล้ว +2

    একো ভূল কাম কৰা নাই আপোনালোকে দাদা বাইদেউ এইবোৰত গুৰুত্ব নিদিব আপোনালোকে লৰাজনক কেয়াৰ লওক আৰু ঈশ্বৰৰে সেই সন্তান টিক সুস্থতা দান কৰক। মানুহে কেতিয়াও নিজৰ ভুলতো দেখা নাপাই সদায় আনৰ ভূল বোৰ সেই দেখা পাই আপোনালোকে চিন্তা নকৰিব ঈশ্বৰে আপোনালোকৰ পৰিয়ালত আশীৰ্বাদ কৰিব ধন্যবাদ।❤❤❤

  • @sailenneog5497
    @sailenneog5497 2 ปีที่แล้ว

    দাদা,বৌ....চিন্তা কৰি নাথাক.যিবোৰে এনে কৰিছে সেইবোৰ অলগধ.....এটা এটা গাধ....... মৰমৰ ভতিজা লৈ জন্ম দিনৰ অলেগ শুভকামনা জনালো...........

  • @nayanmonideka3982
    @nayanmonideka3982 2 ปีที่แล้ว +4

    💖💖💖 Happy Birthday To You 💖💖💖

  • @MBAdrita
    @MBAdrita 2 ปีที่แล้ว +2

    প্ৰিয়াংশু সুখ-আনন্দৰ মাজত থাকক,কুশলে থাকা ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ।

  • @SomiranBoruahvlogs
    @SomiranBoruahvlogs 2 ปีที่แล้ว +11

    Dada & bow ...eku nai log to kush kehenge logo ka kam h kehna ....Happy birthday Prianshu ............

  • @rinkigogoi989
    @rinkigogoi989 2 ปีที่แล้ว +4

    বেটাক সুস্থ কৰক ভগৱানে 🙏

  • @madhurjya4810
    @madhurjya4810 2 ปีที่แล้ว +5

    God bless Priyanshu with a great life ahead. To hell with all trollers......

  • @beginners3352
    @beginners3352 2 ปีที่แล้ว +5

    I wish he is cure very soon and having happy life ❣️ god blees you priyangksu.

  • @mukibulhussain2622
    @mukibulhussain2622 2 ปีที่แล้ว +4

    ভগবানে লৰা জনক. সুস্থ. কৰক. আশীৰ্বাদ. কৰিছোঁ চিন্তা নকৰিবা

  • @kamalnchoudhury2528
    @kamalnchoudhury2528 2 ปีที่แล้ว +5

    Troller bur kintu hosake eman faltu manuh noh... Third class ekdom... Poriyalor tur dukh vaaldore bujisu... Eibur dukh dekhi pysu... Kintu parents r eta vuul hol... Kisuman jagat kisuman kaam thik nhoi... Parents ae emotionally right but horu bhul tu hol celebration jagatu thik nhol... Baki bhaiti jonor bohut unnoti houk heituye akha

  • @VisionBeastRider
    @VisionBeastRider 2 ปีที่แล้ว

    Prithivi khon Mrityulok uu hoi, Edin xokolue eribo lagibo aa aikhon prithivi...Taar Pisot gom paabo...Nijor Paap, Aru Puinyoi kiman matter kore.... Bhogowane Papi Burok tar uchit xasti diye ...😊🕉️🔱🕉️❤️⚡

  • @ggamers5219
    @ggamers5219 2 ปีที่แล้ว +7

    God bless you priyanshu......🙏🙏

  • @GG-vz1gx
    @GG-vz1gx 2 ปีที่แล้ว +19

    আনৰ ট্ৰল ৰ কথা চিন্তা নকৰিব। আপোনালোক ভাগ্যবন , কাৰণ উৰণীয়া সেঁতু ত প্ৰথম cake 🍰 কাটিছে । মইনাৰ মঙ্গল কামনা কৰিলো ।

  • @PranabSharma
    @PranabSharma 2 ปีที่แล้ว +5

    Felt really sad to see this news...I can feel the pain in their works...This family has not done anything wrong and please everyone do not troll them.

  • @pallabkumarborgohain5780
    @pallabkumarborgohain5780 2 ปีที่แล้ว

    ৱাহ দলংখন ওপৰত birthday..... 5miniute birthday kailoi pora aamiu tenekoi birthday patim দলংখন এফালটো guteitu ammar bacha bilakor birthday pota akha puron habo

  • @VisionBeastRider
    @VisionBeastRider 2 ปีที่แล้ว

    Tention nolobo ❤️🥰🕉️ Apunaloke aku vul kora naai😌😊 .... Trolling kora manuh khiniye pisot postabo tu❤️ Xihot morar pisot Jamdutor hatot xihotor obostha beya hobo tu...moi taar Guarantee loisu❤️Aru lora tu xunkale val paabo❤️😊taak akhirbaad uu korisu❤️Jai Shree Ram❤️😊🕉️

  • @Chirnjb333
    @Chirnjb333 2 ปีที่แล้ว +8

    Father,donot worry about potential action against you because you have the trump card .Critics do buzzes .Just turn a deaf ear ,stay calm

  • @mitaliassam4251
    @mitaliassam4251 2 ปีที่แล้ว

    Aeikitak dekhi ru 10 tai b'day patok bridge uprt ru jetiya accident hbo lora moribo manuh moribo.. Tetiya blg k dukh dibo.. Baape kr lecturer sah.. Kukur family

  • @beautyofassam-waterfall571
    @beautyofassam-waterfall571 2 ปีที่แล้ว +6

    May God bless your son ..& family

  • @bhaskarkathar5145
    @bhaskarkathar5145 2 ปีที่แล้ว

    Beya bilakot soku diyk....🙏val bilak xodaie val ...trol kori nijr porichoy beya nkoribo.

  • @ItsMe-ml9vl
    @ItsMe-ml9vl 2 ปีที่แล้ว +4

    Happy birthday beta ... God bless you 🥧🥧🥧🍰🥧🍰🥧🍰🥧

  • @Kankanahandique-wr5cr
    @Kankanahandique-wr5cr 10 หลายเดือนก่อน

    Happy birthd day beta❤❤❤ vogobane tumak vll korok❤❤❤❤

  • @mayukhscoverworld643
    @mayukhscoverworld643 2 ปีที่แล้ว +7

    We are with u.be brave.dont care for useless trolling.as parents we salute u.god bless him.he is lucky that he is blessed with a parent like u.

  • @Gamer-on-p5y
    @Gamer-on-p5y 2 ปีที่แล้ว +33

    Don't be depressed... I wish him good health and a bright future...

  • @rey2794
    @rey2794 2 ปีที่แล้ว +5

    He is not disabled. He is special ❤

  • @pinkiboruah3107
    @pinkiboruah3107 2 ปีที่แล้ว

    Apunaluke aku beya Kam kora nai.... Just cake cutting korise... Kam nothoka manuhr Kam troll kora

  • @asaikia1123
    @asaikia1123 2 ปีที่แล้ว +10

    God Bless U Priyangsu.Happy Birthday To You 🎂🎂🎂🎂🎂🎂🎂

  • @kashilalagarwala1726
    @kashilalagarwala1726 2 ปีที่แล้ว +8

    Best wishes to priyangshu

  • @gitanjalipatiri415
    @gitanjalipatiri415 2 ปีที่แล้ว +20

    যোগাত্মক দৃষ্টিভংগীৰে সকলোৱে সমালোচনা কৰাটো দৰকাৰ!

  • @sabitakalita7096
    @sabitakalita7096 2 ปีที่แล้ว +3

    একো বেয়া কাম কৰা নাই মোৰ মতে ।কেক এটা কাটিছে নিজৰ লৰাটোক অলপ ভাল লগাব কাৰনে আমি ভাল হে পাব লাগে লৰা ছোৱালীৰ ভাল লগাই আমাৰ ভাল।লৰা ছোৱালীৰ মুখৰ হাহিয়ে আমাৰ মনত কিমান যে সুখ দিয়ে।কিছুমান মানুহ সচাকৈ আনৰ ভাল নাভাবে।ভগৱানে যে কি কি ধৰনৰ মানুহ জীয়াই ৰাখিছে এই দুনিয়াত।

  • @joonmoni1234
    @joonmoni1234 2 ปีที่แล้ว +4

    God bless your son🙏

  • @binoybori130
    @binoybori130 2 ปีที่แล้ว +3

    Nijor ghrt thka hole kijani bujile hetn kiman ksta hoi 🙏. Anor kotha gurutta ndib apunalike,

  • @dimpivlogs5617
    @dimpivlogs5617 2 ปีที่แล้ว

    Kinu dangr kamtu hol...aitu kiba news Kora ktha nki...aitu aku trol Kora ktha nhoi😡manuh kisumnr kam Nai j kune hagile mutile take sai fure😡

  • @jamunaborgohain1574
    @jamunaborgohain1574 2 ปีที่แล้ว

    May God bless you,muru ata vagin ase priyanshu dor akei problem.dhukh nkriba

  • @bubulboruah1123
    @bubulboruah1123 2 ปีที่แล้ว +5

    আপোনাোকে ভালেই কৰিছে

  • @kavitaduttagoswami6716
    @kavitaduttagoswami6716 2 ปีที่แล้ว

    আচল কথাটো কোনেও জনা নাছিল যিহেতু, নতুন উৰণীয়া সেঁতুত এজনক এইবোৰ কৰা দেখিলে লাহে লাহে সকলোৱে কৰিবলৈ আহিব । সেইখন ঠাইত চেল্ফী লোৱা আৰু অনুষ্ঠান পতা একে কথা নহয়‌। মানুহৰ ভীৰ হৈ থাকিলে কণ কণহঁতৰ বাবেই বিপদ যে হ'ব সেইটো নিশ্চিত। পৰিয়ালৰ ফালৰ পৰা কথাটো আগতে জনাহ:লে এইবোৰ কথা নোলালহেতেন ।যিয়ে হওক ল'ৰাটো সোনকালে সুস্থ হৈ উঠক‌। আশীৰ্বাদ থাখিল।

  • @himashreekalita5914
    @himashreekalita5914 2 ปีที่แล้ว +3

    Ma deotar dukh kone bujibo. Dukh nokoribo.Happy birthday betta... God bless u

  • @সন্যাসীনী
    @সন্যাসীনী 2 ปีที่แล้ว

    Ane kothat hotakh huwa darker nai.valei hoise vogobane aapunalukok mongle Rakhib

  • @krishanagaming5441
    @krishanagaming5441 2 ปีที่แล้ว +3

    Happy birthday ..Enjoy kora ...vaiti to hunkale val houk .

  • @pramoddeka8984
    @pramoddeka8984 2 ปีที่แล้ว +3

    চিন্তা কৰিব নালাগে। happy birthday

  • @daizypatgiri3197
    @daizypatgiri3197 2 ปีที่แล้ว

    ji dekhisu mane manuh hantit furtit thakibo nuwaribo. kisuman mantal manuh buror karone..

  • @akshaymedhi7025
    @akshaymedhi7025 ปีที่แล้ว

    Ji pay takei kobo diok sun, vukile je poisa dibo nalage,.....

  • @aschryapran9553
    @aschryapran9553 2 ปีที่แล้ว +5

    এইতো অপ্ৰিয় সত্য যে "লৰাই পানি পেলালে দাঙৰেও পিচলে"।

  • @Aleya997
    @Aleya997 2 ปีที่แล้ว

    Facebook te nohoi,kisumane mukhor agotei troll kori diye,xihotor buja hokti kom.

  • @ankurentertainment2791
    @ankurentertainment2791 2 ปีที่แล้ว

    একো তু বেয়া কাম কৰা নাই যোগাত্মক দৃষ্টিৰে চাব লাগে নিজৰ সন্তান তেনে হলে কি কৰিব

  • @rumimedhi3624
    @rumimedhi3624 2 ปีที่แล้ว +1

    God bless you Pr

  • @animadutta3773
    @animadutta3773 2 ปีที่แล้ว

    Teuluke cake kota2 bright eta Val kothahe ,valhe pabo lage....sei2 troll ki hey

  • @nj-kalita.ASM2319
    @nj-kalita.ASM2319 2 ปีที่แล้ว

    Belegor troll kora bilak care kori lav o nai diyok. Karo bapekor sampatti nahay. Kukure bhukiboi seibilak janmahoto nature.

  • @namitahaloi2448
    @namitahaloi2448 2 ปีที่แล้ว +1

    God bless you Priyanshu,sob kam ye lora sowalir xukhor babe nokoribo,pisot ako xei ghotona boror xonmukhin hobo lagibo,tetiya kintu mak dewtak ye jogoriya hobo

  • @indiraphukan9476
    @indiraphukan9476 2 ปีที่แล้ว

    Mur mote lora tuwe alp hapy hoise muru val lgese. Belegor pblm hb nlge. Crime kora nai sinta nkribo

  • @tikuborah2556
    @tikuborah2556 2 ปีที่แล้ว

    Apuni manuhok care nokoribo jihe2 apuni eku crime kora nai lora 2k enjoyment diat agg bahi jaok amar pora akhirbad disu.....porialoloi khanti birajman hoi jate

  • @animagutta5024
    @animagutta5024 2 ปีที่แล้ว

    Beya kotha aibur... Eku beya kaam kora nai aeoluk e... lora jonor kotha vabibo lagisil manuhbur e... amar manuh kisumaan ketyau change hbo nuaribo... laaj puar jugyo hoi... support koribo lageh horu lorajonor situation 2 sai kin2 aneke ja ta kotha likhi okhanti dibo nalage.. Nijor ghorot ankua holeh ha buji sageh pale hoi...

  • @gpentertainment2132
    @gpentertainment2132 2 ปีที่แล้ว

    Aku vul kora nai apunar lorar hukhei apunar hukh gotike anor kothat care nokoribo..God bless you beta

  • @ajaydeka5896
    @ajaydeka5896 2 ปีที่แล้ว

    Kaku trol koribo napai ami manuh hoi manuhor dhuk bujibo lage aru vhal manuh ketiao anor beya bhabibo nalage God blesses you always priyanshu.

  • @rohitashkumar7330
    @rohitashkumar7330 2 ปีที่แล้ว

    Akur navabib anr kthat gurt! Nidirb amar smajkhner aku jaanib nukhujer.

  • @RanjitKumar-ud3kj
    @RanjitKumar-ud3kj 2 ปีที่แล้ว

    Ji jone loratuk disabled buli hahise hee.murkha hoi,mak,deotakehe Jane santanor karone ki koribo nuware ,janukuwai nohok santan santan nai hoi ,nahahubo kunu manuhok, baideo feeling nokoribo manuh bilak anekuwai ,apuni loratu uprorot dhyay diyok.good bless your son ,donot mind go ahead.

  • @gogoisheela9289
    @gogoisheela9289 2 ปีที่แล้ว

    Aji kali manuh bilake eku sinta nokorakoi kotha koi.eku sinta nokoribo.ene manuhor kothat patta nokoribo

  • @gitumoni9581
    @gitumoni9581 2 ปีที่แล้ว

    Dada ai faltu stupid bilakor kotha mind nakoribo .kisoman notoriu manuh thake baideu.mor baba toloi bht beya lagise .apunaloke babuk abohela nakoribo.

  • @bhupalideka6722
    @bhupalideka6722 2 ปีที่แล้ว

    Manuh buli kua prani2 kunodin thik nhy diok na nijr ktha vlke vbibo pre na blgr ktha bujibo pre jar km trool kra hei jati2i kriboi kin2 aibr k gurruuto dbo nlge....panit namile he gm pbo doh kimn....apunalke agr dre jnke rakhise tak tnkye rakhok baideu ru dada....aibrk gurrtto d lv ni...

  • @bibhanath3160
    @bibhanath3160 2 ปีที่แล้ว +1

    Ananda furti korise…Eko paap kora nai diyaok sor dakayeet dhrak beya manuh dharak aro troll korak .don’t worry..god bless him🙏🏻

  • @priyankivlog1038
    @priyankivlog1038 2 ปีที่แล้ว

    Manuh bur kiman nilojyo.. jar hoise teuhe bujibo..okonmani horu loratur olp furti saboloi cake eta kotau aji trol h khabo loga hol..aru asolote jibur hosakei trolor proyujon heibur ako kunu ndekhe dei..

  • @animagutta5024
    @animagutta5024 2 ปีที่แล้ว

    Vaal hobo hunkaleh apunalukor lorajon...

  • @rekhasaikia7336
    @rekhasaikia7336 ปีที่แล้ว

    সুস্হ ব্ৰেইনৰ মানুহ বোৰে এনেবোৰ সমালোচনা নকৰে। আপোনালোকে একো বেয়া কাম কৰা নাই। আপুনালোকে মা দেউতাৰ সম্পূৰ্ণ দায়িত্ব পালন কৰিছে। ভৱিষ্যতেও কৰি যাওক। 🙏🙏🙏🙏

  • @putulrock1796
    @putulrock1796 2 ปีที่แล้ว

    Pagol bure horu horu kothat lagi thake

  • @gamingyoutube5497
    @gamingyoutube5497 2 ปีที่แล้ว +2

    Don't judge a book by its cover.... 👍👍

  • @banditamedhi9570
    @banditamedhi9570 2 ปีที่แล้ว

    Xui xui photo lowa Ba pik pelai letera Kora xoklk na pale bisari OKnmani Lora2r karne Kora furti khini he sokut poril ne ki

  • @tridipborah1124
    @tridipborah1124 2 ปีที่แล้ว +3

    Ji hol hoi gol, xoru lora teu pua anondo konor logot ameu anondito hoisu, logote jonmo denor xuvesah jonalu, God bless you lit kid

  • @pinky5091
    @pinky5091 2 ปีที่แล้ว

    Pualitur asolote ki hoise jane nke kunubai

  • @nikitabora6516
    @nikitabora6516 2 ปีที่แล้ว

    Ji skale anekuya santan paise seai sakale he jane santanr moram ki . Belegar kothat gruta nidib apunaluke tak moram di juk. Agraki bukta bugi makehe buji pay. Kukure jimanei nakamurak sadai athur talat sinta nakarib