ৰাম আৰু ৰহিমে। Ram aru Rahime । Mahendra Hazarika

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ต.ค. 2024
  • অতিকৈ জনপ্ৰিয় মহেন্দ্ৰ ককাইদেউৰ কন্ঠৰ ৰাম আৰু ৰহিমে' গীতটিত ৰাম আৰু ৰহিম দুয়োজনেই চেনেহৰ বিহুটিত একেখন বিহুৱান লোৱা কথাষাৰৰ তাৎপৰ্য বুজি আমি সকলোৱে মিলাপ্ৰিতিৰে একেলগে সমন্বয়ৰ সাঁকো গঢ়ি জন্ম ভূমিৰ ভেটি মজবুত কৰাৰ মানসিকতাৰে ককাইদেউৰ এই জনপ্ৰিয় গীতটি মোৰ এই মাধ্যমেৰে পুনৰ প্ৰচাৰ কৰিলোঁ।
    আশাকৰোঁ সমুহ শ্ৰোতাই অথচ জনতাই মোৰ এই মন্তব্যৰ সহযোগী হৈ, ককাইদেউৰ গীতৰ ভাষাৰ অনুপ্ৰেৰণা লৈ
    সোণৰ অসমক ন কৈ গঢ় দিয়াৰ প্ৰয়াস কৰে যেন।
    ধন্যবাদেৰে,
    জয় আই অসম।।
    বন্দেমাতৰম।।

ความคิดเห็น • 16

  • @moinaboruah3800
    @moinaboruah3800 3 หลายเดือนก่อน +6

    ❤❤😮😮😮😊😊 nice bohut val lagil 😢😢😮😮❤❤

  • @purnaassam3127
    @purnaassam3127 3 หลายเดือนก่อน +9

    সদায় নতুন যেন লাগে যদিও আপোনাৰ এটি পুৰনি গীত।মোৰ অতি প্ৰিয় গীত।

  • @youtubeworld5085
    @youtubeworld5085 8 วันที่ผ่านมา

    Very nice 👍👍👍

  • @buddhaboruah3008
    @buddhaboruah3008 3 หลายเดือนก่อน +4

    Nice❤❤❤❤❤

  • @NarenRajbanshi-rq1we
    @NarenRajbanshi-rq1we 3 หลายเดือนก่อน +3

    So sweete dada

  • @JagadishDeka-l7d
    @JagadishDeka-l7d หลายเดือนก่อน +1

    Nice ❤❤❤

  • @mohanrabha9549
    @mohanrabha9549 10 วันที่ผ่านมา

    I love this song

  • @dulalnath435
    @dulalnath435 หลายเดือนก่อน +1

    Old is gold ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @pranabsaikia-n7k
    @pranabsaikia-n7k 2 หลายเดือนก่อน +2

    old is gold 🥰🥰🥰🥰

  • @NirupravaDas
    @NirupravaDas 3 หลายเดือนก่อน +1

    Niru prava das❤☺️

  • @anupdas1563
    @anupdas1563 2 หลายเดือนก่อน +2

    ❤❤❤🎉

  • @tariniray6945
    @tariniray6945 7 หลายเดือนก่อน +5

    অনুগ্ৰহ কৰি এই গীতটিৰ কৰাওকে দিব পাৰিব নে ?
    চিৰ কৃতজ্ঞ হলোঁহেতেন !
    ধন্যবাদ

  • @PrafullaNath-j3p
    @PrafullaNath-j3p 3 หลายเดือนก่อน +1

    Oi cangcan oi

  • @MatiburRahman-t6j
    @MatiburRahman-t6j หลายเดือนก่อน

    2024 xhonilu aji aku..❤❤❤