কলৈ যাব সেইটো ডাঙৰ কথা নহয়েই কিন্তু কিয় যাব খুজিছে সেইটোহে ডাঙৰ কথা । মোৰ বোধেৰে 2026 ৰ বিধান সভাৰ আগে আগে ৰাজ্যৰ ৰাজনীতিত এক বৃহৎ পৰিবৰ্তন অহাৰ সম্ভাবনা আছে। তেতিয়া বিজেপিৰ সংকত আহিব পাৰে।
Mamai jail kabo neki ??? Aru mamar logot koijon jail kabo ??? Mamai Assamese giri aru dada giri bohut korile neki ??? Sarada kelengkari aru encounter aru bout kelengkari ase neki ???
Ako he bule congress mokta Akhom Bharot bonai😅😅 kot gol 400 par?? Pisor election 50 paru nohobogoi 😅 Birodhi hunya korim bula doltu atyai. Mohahunyat ulomi porise. 😅😅😅
Zindabad Congress ❤🎉
পিযুছ আৰু জয়ন্তমল্লই বিজেপিৰ ডুবাব।
ৰাজনীতিত একো ডাঙৰ কথা নহয় ।
ডুবাব লৈ নাই ডুবালেই
বিজেপিত থকা নেতা বোৰক কংগ্ৰেছত্ত স্থান নিদিয়ায়ে ভাল
নতুনক লৈ কংগ্রেছে আগবাঢ়ি যাওক
বৰ সুন্দৰ পদক্ষেপ কিন্তু হিমন্ত বাহিনীক যদি কংগ্ৰেছত আকৌ সুবিধা দিয়ে বৰ বেয়া কথা হব।
অহাবাৰ কঙ্গ্ৰেছ চৰকাৰ
য'ত আছে তাতেই থাকক। সুবিধা বাদি এইবিলাক মানুহ।
২৬ ত গৌৰব গৈ গৈ cm হবলৈ গৈ আছে
মোক ২০১৪ চনতে বিজেপিয়ে আমোৱালে। কিছুমান এতিয়াও কি বুলি বিজেপিত যে আছে তাৰ উত্তৰ উলিয়াব পৰা নাই মই।পুৰণি চাম যে কিহৰ আশাত ৰৈ আছে ভাবি আচৰিত। এই সম্পৰ্কে ধৰ্ম গ্ৰন্থ সমূহত উল্লেখ আছে যে- - - কেনে ঠাইত মানুহ থাকিব নাপায় ।যত পানী"নাই;যত শিক্ষিত মানুহ নাই;যত চোৰৰ উপদ্ৰব;যত সহায়ৰ অভাব;যত সন্মান নাই ইত্যাদি ইত্যাদি- - -।
সচা কথা কৈছে ধন্যবাদ জনালো
Congress jindabad
ওপৰৰ মাল বোৰৰ কি হব,
বৰ ভাল খবৰ, দেশ বেছি খোৱা, দেশত দ্ৰোহি, মিছলিয়া ৰজা, মহাৰজায় মাইকী আৰু বন্ধুৰ বাহিৰে কাৰো উপকাৰ হোৱা নায়, "হিমন্তয়" আমাক মাতেৰেও মাৰিছে আৰু ভাতেৰেও মাৰিছে , দেশত দ্ৰোহি তেওঁ।
very good
সদাই মানুহৰ দিন একে নাযাব।
চাহ জনগোষ্ঠীৰ মন্ত্রী কিয় নিদিলে
ডলাৰ বগৰি ।
VERY GOOD NEWS ❤❤❤❤❤
মই বিজেপি এৰিলোঁ ৰাইজ
কেইখনমান ভতুৱা মুখৰ ৰাউচলি শব্দ শুনি এমখাই আনদ’ললৈ গমন কৰিব যে খাটাং ৷
Very. Good. Video
Good news
Very. Good. Vidio .
26 to bjp haribo
সুন্দৰ ।
Correct News
Rahul gandhi jindabad
দলাৰ বগৰী 🍑🍑🍑🍑🍑🍑 সুবিধাবাদী সকলৰ চিন্তা নাই 😋😋😋 @ আজি বগা দলত কালি গেৰুৱা দলত পৰহি সেইজীয়া দলত**********
দলাৰ বগৰীবোৰ তেল ও ভোত জলকীয়া দি অসমীয়া মানুহে আচাৰ বনাই খায় পেলাব লাগে।
Welcome to ✋
Well come to congress Congress zinda bad
বি জে পি ছয় মাহৰ পাছত টাছ পাতৰ দৰে কহি পৰিব ।মিছলীয়া দুৰ্নীতিৰ পৰায়ন ,অসম মাটিৰ কিনা বেচা কৰা অসমৰ সম্পদ সমূহ লিজত থোৱা বা অসমৰ সম্পদ সমূহ কোম্পানীৰ হাতত গতাই দিয়া,সৱ কা সাথ সৱ কা বিকাশ,
জাতি, মাটি,বেটী কি হল ঐ লুভীয়া
নিৰ্লজ গুন্ডাবাহিনীৰ দল অসমীয়াৰ বাক স্বাধীনতাৰ অধিকাৰ খৰ্ব কৰা সৰ্ব কালৰ সৰ্ব শ্ৰেষ্ঠ মিছলীয়া ৰ দল বেছি পৰ নাই মাত্ৰ কেই মাহ মান ৰাইজে তোমালোক ক এ জি পি ক খেদাৰ দৰে বাঢ়নীৰে খেদন দিব
নাযানো পাই এই বোৰ কি হ'বলৈ গৈ আছে।
Very good news
বাগৰিফুৰা এই বগৰী বিলাকক কংগ্ৰেছত স্থান দি দলক নেগেলাব ।
কলৈ যাব সেইটো ডাঙৰ কথা নহয়েই কিন্তু কিয় যাব খুজিছে সেইটোহে ডাঙৰ কথা । মোৰ বোধেৰে 2026 ৰ বিধান সভাৰ আগে আগে ৰাজ্যৰ ৰাজনীতিত এক বৃহৎ পৰিবৰ্তন অহাৰ সম্ভাবনা আছে। তেতিয়া বিজেপিৰ সংকত আহিব পাৰে।
Ami Mangaldai r babe congress r hoi Gurujyoti dada k support korim
Axomot Congress lage 26 ot
একদম সত্য
কথাতে আছে লৰি ফুৰা কেকৰাৰ তেল নাই।বাবা যতে আছা যতে থাক।দলটো আৰু নাভাঙিবী।
Politicians ?? Drama & Loot
Right
বৰ শুন্দৰ bjp ফকতিয়া কোনে শুনিব
Modi bjp Himanta
Mamai jail kabo neki ??? Aru mamar logot koijon jail kabo ??? Mamai Assamese giri aru dada giri bohut korile neki ??? Sarada kelengkari aru encounter aru bout kelengkari ase neki ???
Kangsha Mama r time ukali ahise
Mojja news
এই কথাই শেষ দেখোন ।
Bjp Kam nai
ru ai BJP keitak congress t jega dbo nlge,dile kintu homoie Kaku khyoma nkore
সময় বৰ নিষ্ঠুৰ /
Pijus Molloy b j p dubabo
ঠেং দাঙি থকাটো পুৰণি খবৰ।
Himantai edin jenekoi prrayata tarun gogoik konduaisile himanta nije C M hobar babe dal bagorisile , etya hei himantai B J Pr netak konduaise , bhayate 26 at jorhatat Election nekhelu buli koise ,karan himantai jane 26 at bhaldare asamar Raijar usarat mukh thekesa khaba ,ji khon chokit bohi aase hei choki bhangi sur mar hobo , natun chokit hanmanita gaurav gogoi bohoba ,gaurav gogoi zindabad ,
Congresot join koribo dibo nalage subidha badi bhilakok.
Bjp misolia assam se harao
Vocal master haril
Val karisa hot
Pheti sap e BJP k khale
ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ
Bjp Netaak Cong st Aadaro nolobo
Ghontar sarkar suvidabdir dol
Congress t BJP r para aha xakalak sthan nidibaloi anurudh janalu...new generation k loi Congress Aag bahak...
😢 Ba aa lagil
Faltu News.😮😢
Bjp dolor korm korta সকলে hosake coñggesloi যাব নেকি।মনত নাই নেকি সিহঁতৰ
Modir homoy 6 pora 12 maah
2026 ot 3 gogoir g sarkar hb gom paise . sei karone dhapoli melise .
কৰি ফুৰা কেকৰাৰ তেল নাই।
BJP akhamat 26 t nesel hab , hei katha tu 100 percent hasa .
Modir honour
Kaako lobo nalage, bota bula saai aase.
Thag bhangi dibo
😁😁😁😁😁😁😁
Lari phura kekorar tel nai .hay kintu khatioke pok maribor karane sei bor kekora sulat di patharat puti thay.seihe sakolore darkar aase, ne ki koy.
আৰু 50বছৰটো কংগ্ৰেছে চৰকাৰ পাতিব নোৱাৰে
Aitu Miya channel neki baru
Laj lagise neki
B J P poton huwatu khatang.2026 t Congress sorkar hoboi
১৪ খন পিৰাৰ ৩ খন পাওতেই কংগ্ৰছ আহিব নে
Ako he bule congress mokta Akhom Bharot bonai😅😅 kot gol 400 par?? Pisor election 50 paru nohobogoi 😅 Birodhi hunya korim bula doltu atyai. Mohahunyat ulomi porise. 😅😅😅
Congress Zindabad
Congress zindabad