Baraxun - বৰষুণ | 22nd July 2023 | Ep No 300

แชร์
ฝัง
  • เผยแพร่เมื่อ 10 ก.พ. 2025
  • Click here to Subscribe to Rang TV Channel:- bit.ly/2zKPoy8
    Episode No :- 300
    ----------------------------
    অৱশেষত অংশুমান ধৰা পৰিবনে?
    #Rangtv #Boroxun #Prideeastentertainments
    More Useful Links :
    Visit us at: www.rangtv.org
    Like us on Facebook: / rangtvofficial
    Follow us on Twitter: / rangtv2

ความคิดเห็น • 2.1K

  • @smbcreation231
    @smbcreation231 ปีที่แล้ว +182

    বহুত miss কৰিম প্ৰিয় ধাৰাবাহিক খন আজিৰ পৰা 😢💞💞 বিদায় বৰষুণ.....

  • @bhagyashree9869
    @bhagyashree9869 ปีที่แล้ว +375

    বহুত ধুনীয়া কাহিনী এটা প্ৰথম Episode r পৰা শেষলৈ কোনে কোনে চালে like এটা মাৰি থব । আৰু part 2 ওলাব লাগে ❤️ বহুত ভাল লাগিব।

  • @faridabegum3766
    @faridabegum3766 ปีที่แล้ว +151

    ধাৰাবাহিক খ্ন শেষলৈ উপভোগ কৰিলোঁ । বহুত ভাল লাগিল । ধাৰাবাহিক খনে দিয়া মেছেজটো অতি গুৰুত্বপূৰ্ণ।❤️

  • @floradise_yt
    @floradise_yt ปีที่แล้ว +54

    পঙ্কজ গগৈক অনুৰোধ কৰিছোঁ অতি সোনকালেই আমাৰ বাবে এখন নাটক পুনৰ দিয়েযেন। বৰষুণ আমাৰ মনৰ মাজত সজীৱ হৈ থাকিব। সকলোৰে অভিনয় অতিকে সুন্দৰ। কনমানি জানিলৈ অযুত মৰম❤

  • @_PARI_2006
    @_PARI_2006 ปีที่แล้ว +86

    আটাইতকৈ ভাল লগা sereal খন শেষ হোৱা বাবে বহুত দুখ লাগিছে 😢 বহুত miss কৰিম সকলোকে।😢😢

  • @SwapnaBordoloi-yr6bf
    @SwapnaBordoloi-yr6bf ปีที่แล้ว +667

    বহুত ভাল পাইছিলো ।। আজি পৰা মনৰ পছন্দ ছিৰিয়েল একো নাই আৰু ।। বৰষুণ is a best serial , ,I miss you ,,

    • @mitaligogoi7605
      @mitaligogoi7605 ปีที่แล้ว +10

      ঈন্দানী শৰ্মাৰ “আবিৰ” নতুন ধাৰাবাহিক চাব ৷খুৱেই ধুনীয়া কাহিনী ৷

    • @ankurnath3661
      @ankurnath3661 ปีที่แล้ว +1

      Hoi re

    • @npheditor395
      @npheditor395 ปีที่แล้ว +1

      ​@mitaligogoi7605

    • @npheditor395
      @npheditor395 ปีที่แล้ว +1

      ​@mitaligogoi7605

    • @npheditor395
      @npheditor395 ปีที่แล้ว +1

      ​@mitaligogoi7605

  • @JamunaRabha-h9q
    @JamunaRabha-h9q ปีที่แล้ว +85

    Miss you so much 'Baraxun' 😥❣️❤️♥️💕 Baraxun is a very very very very best serial 🙏👍⭐⭐👌💓🥰😍🤩

  • @rajutaidofficial4
    @rajutaidofficial4 ปีที่แล้ว +102

    কোনে কোনে আজিৰ পৰা বৰষুণক miss কৰিব like kora..... Bout miss korimge janik...💓🇮🇳👍

  • @rashmihazarika818
    @rashmihazarika818 ปีที่แล้ว +69

    Finishing টো বৰ ধুনীয়া হৈছে অন্য serial ৰ দৰে আধৰুৱা হৈ ৰোৱা নাই। সকলো চৰিত্ৰৰে সফল সমাপ্তি।😊

  • @dipaphukan61
    @dipaphukan61 ปีที่แล้ว +6

    Police officer jon oboseshot ajon adorsho police officer hisabe chinaki dile bht val lagile ❣️

  • @jaduboro5483
    @jaduboro5483 ปีที่แล้ว +345

    বৰষুণ প্ৰথমৰ পৰা চালোঁ খুবেই ভাল লাগিছিল,,, আজিৰ পৰা মন পছন্দৰ ধাৰাবািক খন শেষ,,😭😭❤️❤️❤️❤️

  • @BudhiramSoren-wr9ol
    @BudhiramSoren-wr9ol ปีที่แล้ว +75

    অতি সুন্দৰ ,ইয়াৰ দৰে আৰু আগলৈ যাতে এনেকুৱা অভিনয় কৰে তাৰ বাবে মোৰ তৰফৰ পৰা সীমাহিন আশীৱাদ, আৰু লগতে ভগবানৰ ওচৰত প্ৰাৰ্থনা

  • @harshitaray6680
    @harshitaray6680 ปีที่แล้ว +360

    বৰষুণ ধাৰাবাহিকৰ আটাইকে বহুত miss কৰিম..... সকলোৰে অভিনয় মানিবলগীয়া...... সকলোকে বহুত বহুত মৰম💕💕🥰
    আকৌ এবাৰ সকলোকে একেলগে পোৱাৰ আশাৰে....😞

  • @Nilim5555
    @Nilim5555 ปีที่แล้ว +7

    বোৱাৰীয়ে হক বা পুত্ৰ, জীয়ৰী হিচাপে হক এই ছিৰিয়েল খনৰ যোগেদি যিটো মেচেজ দিলে বহুতৰ বাবে নিশ্চয় ভাল হল❤ বহুত ভাল লাগিল আৰম্ভণি পৰা শেষলৈ চালোঁ এটা episode miss নকৰা কৈ😢 বহুত বেছি শিকিলোঁ প্ৰতিটো চৰিত্ৰ পৰা❤

  • @nabanitagogoi8467
    @nabanitagogoi8467 ปีที่แล้ว +1

    Bohut bohut val lagil say... Bohut dukhu lagil.. Antor sui gol borokhuna❤❤❤

  • @rituraazgogoi8538
    @rituraazgogoi8538 ปีที่แล้ว +45

    শেষ বুলি কলে জানো শেষ হয় ।হয়তো নহয় । আকৌ আৰম্ভ হব এটি কাহিনী বৰষুণৰ সলনি । সুন্দৰ এটি কাহিনীৰে সকলোৰে মন জয় কৰিলে ।

  • @nayangohain2120
    @nayangohain2120 ปีที่แล้ว +667

    ৰত্নাক কোনে কোনে মিছ কৰিবা লাইক‌ কৰি দিয়া ।

    • @chandrimadeka1677
      @chandrimadeka1677 ปีที่แล้ว +5

      Like krile tmr ki hbo ami tai k like kro tmr comment k nhy😅

    • @masumasultana3990
      @masumasultana3990 ปีที่แล้ว

      ​@@chandrimadeka1677qqqqqaqqqq q and I I aw q❤❤❤❤❤qaaq qqqq 1qqqqqqqaq❤

  • @punyalatagogoi4853
    @punyalatagogoi4853 ปีที่แล้ว +80

    প্ৰথমৰ পৰাই চাইছিলো বৰষুণ,, বহুত ভাল পাওঁ। সকলোকে বহুত ধন্যবাদ ইমান ধুনীয়া অভিনয় আৰু কাহিনী দিয়া বাবে। I Miss you 😢😢

  • @hiteshdeka2368
    @hiteshdeka2368 ปีที่แล้ว +9

    সকলোৰে বহুত ধুনীয়া অভিনয় ।চাই বহুত ভাল লাগিছিল। আজি আৰু ভাল লাগিল। সকলো লৈ বহুত বহুত ধন্যবাদ।🙏🙏🙏🙏💐♥️🙏🙏🙏

  • @violinadeka8179
    @violinadeka8179 ปีที่แล้ว +1

    ধন্যবাদ বৰষুণ পৰিয়াললৈ ইমান এখন ভাল ধাৰাবাহিক আমালৈ আগবঢ়োৱাৰ বাবে।। বৰষুণ খন মই আদিৰ পৰা অন্তলৈকে এটাও খণ্ড বাদ নিদিয়াকৈ চালো কোনো দিনে কিন্তু এটাও খণ্ড মোৰ বাবে আমনিদায়ক নাছিল।। বাকী যিমানবোৰ ছিৰিয়েল ছাইছো মাজত মানে কিছুমান খণ্ড বৰ কিবা কিবি বোৰ হয়গৈ ।। বাকী বঙকীম দা আৰু প্ৰিয়ম পললবী বাৰ লগতে বৰষুণৰ সকলোৰে অভিনয় বৰ সুন্দৰ।। শেষত সকলো লৈকে মোৰ ফালৰ পৰা সীমাহীন মৰম আৰু শ্ৰদ্ধা নিবেদিছো।।❤🎉 ।। মই আশাবাদী আকৌ এবাৰ অসমীয়া ছিৰিয়েলত বঙকীম দা আৰু প্ৰিয়ম বাক একেলগে দেখা পাম বুলি।। আৰু আপোনালোকেও যদি আশা কৰে please comment কৰি জনাব।।

  • @ViralOfficial-jh6bm
    @ViralOfficial-jh6bm ปีที่แล้ว +43

    আপোনালোকে বৰষুণ ধাৰাবাহিকৰ জৰিয়তে দেৱজানি চৰিত্ৰটো ইমান মৰমেৰে আকোঁৱালি লৈছে তাৰ বাবে আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ ।
    @Thank you so much 💗

    • @rang3343
      @rang3343 ปีที่แล้ว +3

      বহুত Miss কৰিম আপোনালোকক 😭😭

    • @vvlogs8407
      @vvlogs8407 ปีที่แล้ว +3

      এদিনো নুচোৱাকে থাকিব পৰা নাছিলো অৱশেষত সমাপ্তি ঘটিল , miss you ratna ba , miku, avi, arnab, Riya

    • @janphukan3375
      @janphukan3375 ปีที่แล้ว

      Love you dabu ❤ miss you 😢😢😢

    • @dipaphukan61
      @dipaphukan61 ปีที่แล้ว +1

      Thank u Debojani 💓💖💔

  • @dipsikhanath2936
    @dipsikhanath2936 ปีที่แล้ว +125

    বহুত বেছি প্ৰিয় আছিল এইখন ছিৰিয়েল,,,, অৱশেষত সমাপ্তি হল,,,,, miss কৰিম বহুত বেছি😢😢😢😢😢😢😢😢❤❤❤❤❤❤❤❤❤

    • @JunmoniGogoi-i1d
      @JunmoniGogoi-i1d ปีที่แล้ว

      bahuta bahuta val lagila si

    • @purobibarman5862
      @purobibarman5862 ปีที่แล้ว +1

      Miss Korim bhut borexun

    • @puspachutia6160
      @puspachutia6160 ปีที่แล้ว +1

      আটাইতকৈ ভাল লগা ধাৰাবাহিক খন শেষ মিছ কৰিম এটা খণ্ডও মিছ নকৰিলোঁ

  • @amarpayeng5948
    @amarpayeng5948 ปีที่แล้ว +67

    বৰষুন ধাৰাবাহিখন কব নোৱাৰা এটা অনুভৱ আছিল কিন্তুু আজি শেষ হোৱাৰ সময়টো পায় বহুত বেয়া লাগিছে! বহুতmiss কৰিম😢❤️😢

  • @nabanitagogoi8467
    @nabanitagogoi8467 ปีที่แล้ว +1

    Borokhun dharabahik khon say bohut val palu❤❤❤akha kory anekua cireal ako amar majot agbohay diya jen❤❤bohut bohut morom aru arkhibad thakil borokhunr kormokortaloi❤❤❤

  • @bhumitakalita1474
    @bhumitakalita1474 ปีที่แล้ว +6

    এই খন ছিৰিয়েল সচাই বহুত বহুত ভাল লাগিছিল। বহুত মনত পৰিব ।সকলোলৈ বহুত বহুত শুভেচ্ছা থাকিল যেন আগলৈ আৰু আগুৱাই যোৱা 🙏

  • @junmonibora4164
    @junmonibora4164 ปีที่แล้ว +16

    Rang TV অকল ভাল লগা ছিৰিয়েলখন আজি সমান্ত😭😢 miss you 😢❤️

  • @momidas1919
    @momidas1919 ปีที่แล้ว +1927

    Ajir pora kune kune miss koriba borokhun😢❤ like dya moi O bhut miss krimm😢😢😢❤❤

  • @kabitabaishya4594
    @kabitabaishya4594 ปีที่แล้ว +61

    আজি দেৱজানি লৈ বহুত মনত পৰিছে বহুত দুখ লাগিলে miss u😢😢 বৰষুণ

    • @AjitDas-sh6fk
      @AjitDas-sh6fk ปีที่แล้ว

      Bohut bohut thank you ❤️❤️❤️👍👌bohut val lagil 🥲❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @rupaliboruah3658
    @rupaliboruah3658 ปีที่แล้ว +5

    অতি সুন্দৰ কাহিনী সকলোৰে অভিনয় বৰ ধুনীয়া আৰু মনোগ্ৰাহী হৈছে বৰ ভাল লাগিল ছিৰিয়েল খন চাই ছিৰিয়েল খনৰ লগত জড়িত সকলোলৈকে আন্তৰিক ধন্যবাদ জনাইছো

  • @tutumanibarman5384
    @tutumanibarman5384 ปีที่แล้ว +8

    একে দিনাই দুখন চিৰিয়েল শেষ কৰি দিলে বহুত বেয়া লাগিল মিছ কৰিম দুইখনকে 😥😥😥😥😥😥আটাইকেইজন সদস্যৰে অভিনয় ❤❤❤❤❤❤💥💥💥💥💥💥💥মা আৰু দেৱযানী থাকিলে আৰু বেছি ভাল লাগিল হয় ।

  • @funusenapoti9220
    @funusenapoti9220 ปีที่แล้ว +13

    ইমান দিনে বৰষুণ ধাৰাবাহিক খন চাই আছিলোঁ , খুউব ভাল লাগিছিল শেষৰ খণ্ডটিও সুন্দৰকৈ যবনিকা পৰিল ভাল । বৰষুণত তিতি ভাল লাগিল ❤️❤️❤️❤️

  • @bujiboruah3621
    @bujiboruah3621 ปีที่แล้ว +7

    বহুত দুখ লাগিল দেবুলৈ বেয়া লাগিল পৰিয়ালটো একেলগ হ’ল ৰিয়াক আদৰি ললে জানিয়ে পৰিয়ালটো পালে দেবুৱেও ন্যায় পালে বুলি ধৰি ললো ৷দ্বিতীয় খণ্ড উলিয়ালে ভাল লাগিব ৷ সকলোৰে অভিনয় সমুহ বহুত ভাল লাগিল ❤️❤️🙏

  • @BarshaBaishya-gc9hg
    @BarshaBaishya-gc9hg ปีที่แล้ว +36

    So beautiful nd sweet serial......BOROKHUN.❤❤❤❤

  • @rashmizannat9569
    @rashmizannat9569 ปีที่แล้ว +3

    বহুত miss কৰিম firstr পৰা চাইছিলো আজি last পালেহি

  • @PrasannaRay-bi2rz
    @PrasannaRay-bi2rz ปีที่แล้ว +50

    Bohut bohut miss krim ai serial khon.....😭....😢😣.......😭..Mur nisinake ai serial khon kune kune miss kriba....like ata kri jowa....

    • @HimashreeBania
      @HimashreeBania ปีที่แล้ว +2

      💖💖💖💖💖💖💖💖💖💖💖💖💖💖

    • @HimashreeBania
      @HimashreeBania ปีที่แล้ว

      💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖😍😍😍💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💚💚💚💚💛💛💛💚💚💚💚💚💚💚💚💚💚💚💚💚💚💚💚💚💚💚💚💚💚📱💖💖💖💖💜💜💜💜💖💖🍫🍫🍫🍧🍧

    • @sagarikaborah3272
      @sagarikaborah3272 6 หลายเดือนก่อน

      Parthana

  • @pijutati338
    @pijutati338 ปีที่แล้ว +10

    শেষৰ উপস্থাপন বহুত ধুনীয়া হৈছে আৰু এখন এনে কোৱা ছিৰিয়েল আশা কৰিম সকলোৰে অভিনয় বহুত ধুনীয়া হৈছিল। আজিৰ পৰা বহুত মিছ কৰিম ❤❤❤😂😂

  • @Junofficial-r6b
    @Junofficial-r6b ปีที่แล้ว +11

    বৰষুণ,,,,,, আদিৰ পৰা অন্তঃলৈকে সকলোঁ দৰ্শকৰ মাজত জনপ্ৰিয়তা হৈ ৰল,,by the way বহুত বেছি এইখন ধাৰাবাহিকখন miss কৰিম ।।😢😊

  • @piu....6240
    @piu....6240 ปีที่แล้ว +10

    আৰম্ভণি পৰা শেষলৈ চালো❤..... বহুত ভাল লাগিল... সঁচাকৈ বহুত বেয়া লাগিব.... Episode টো চাবলৈ ৰাতি১২ টা লৈ ৰৈ চাইছিলো .....মোৰ দৰে আৰু কাৰ বেয়া লাগিব বাৰু❤

  • @dipshikhaduwarah9865
    @dipshikhaduwarah9865 ปีที่แล้ว +8

    বহুত বহুত বহুত miss কৰিম মোৰ এই প্রিয় ধাৰাবাহিক খনক।। 🥰🥰বৰষুণ ধাৰাবাহিক খন আমাৰ পৰিয়ালৰ সকলোৱে বহুত প্রিয় আছিল🥰🥰।।

  • @digantaphakun9546
    @digantaphakun9546 ปีที่แล้ว +1

    😢😢😢😢😢bhut bhut mis krim dei. Mur piyo seril akol akol borukhon khone asil o. 😢😢😢😢😢

  • @mbegum5806
    @mbegum5806 ปีที่แล้ว +25

    বহুত বহুত মিছ কৰিম বৰষুণ ছিৰিয়েল খন 😢অৱশেষত যে বৰুৱা পৰিয়াল তো একলগ হল ভাল লাগিছে । দেউৰি চাৰ অংশুমানক তেজপুৰত থই আহ গৈ 😂

  • @ramkrishna3197
    @ramkrishna3197 ปีที่แล้ว +23

    দিনটোৰ এটা কাম যেন নাইকিয়া হৈ গ’ল ৷ বহুত মনত পৰিব ৷ miss u devajani . Miss u all of baraxun family . Miss u so much

  • @navajyotipathakchannel4998
    @navajyotipathakchannel4998 ปีที่แล้ว +27

    বৰষুণ শেষ সকলোকে বহুত miss কৰিম। কোনে কোনে miss কৰিব 👍like এটা কৰি দিব 🥺💔
    বহুত দুঃখ লাগিছে। 😢 অবশেষত ৰীয়া সলনি হল। জানী ঘৰলৈ আহিল।❤

  • @indirapayeng4470
    @indirapayeng4470 7 หลายเดือนก่อน +1

    Dhuniya serial aikon serial kenekoi manuhor mon holoni hbo pare tare logt milito hoise anekoi a manuhor mon holni hbo lage buhut bohut val lagil aru anekoi axomia serial hulai takibo buli akha korisu Thank you so much❤😊😊😊❤❤❤

  • @prativagogoidutta6513
    @prativagogoidutta6513 ปีที่แล้ว +6

    বৰষুণ ধাৰাবাহিক শেষ হোৱাৰ বাবে বহুত দুখ লাগিল। দুচকু পানীৰে উপচি পৰিল।

  • @simashreegogoi6616
    @simashreegogoi6616 ปีที่แล้ว +14

    ধাৰাবাহিকখনত অভিনয় কৰা প্ৰতি গৰাকী ব্যক্তিৰ অভিনয় সুন্দৰ।Miss কৰিম বৰষুণক।

  • @anuragdutta8042
    @anuragdutta8042 ปีที่แล้ว +12

    আটাইতকৈ প্রিয় ধাৰাবাহিক আছিল "বৰষুণ" ❤১২ বজালৈ ৰৈ থাকো কিন্তু আজিৰ পৰা কি হ'ব? বহুত বেয়া লাগিব🥺সকলোয়েই বৰ সুন্দৰকৈ অভিনয় কৰিলে,প্রথম অভিনয় হিচাপে বংকিম দাৰ অভিনয় সচাঁকৈ বহুত বেছি ধুনীয়া ❤❤

  • @Rituraj___03
    @Rituraj___03 ปีที่แล้ว +25

    Boroxun kuna kuna miss koribo like koriba 😓❤️

  • @jumiboro5446
    @jumiboro5446 ปีที่แล้ว +1

    bohut bohut vall lga hoise boroxun🙂😊

  • @rbrinki1898
    @rbrinki1898 ปีที่แล้ว +1

    Debojani ru mak jni jdi aji jiai thakile hoi...🙂ghr khn xompurno ru amr mon buru xompurno hol hoi..🙂❤bhut vl lgil....1st episode r pra lastt loike etaw miss ni kora ...aikhn dharabahik....🙂bhut val palu sai..❤️

  • @nilutpalsaikia9957
    @nilutpalsaikia9957 ปีที่แล้ว +13

    বহুত দুখ লাগিল😢 এটা ভুল কৰি পেলালে Debojani গাওঁৰ ঘৰ খন আৰু বুঢ়াই Debojanik লগ কৰি কোৱা কথা বিলাক বিশেষকৈ Debojani আগৰ গাওঁৰ ঘৰ খনৰ কাহিনীটো দেখাব লাগিছিল, কিনো এইবোৰ কাহিনী বনালে লিখা জনহে জানিব Debojani নমৰা হলেও আৰু ভাল লাগিল হয় কিন্তু এতিয়া সকলো শেষ হল ভালে হল বহুত দুখ লাগিল ১ নম্বৰ খণ্ডৰ পৰা আজিলৈ ৩০০ মানে ১তা বছৰ প্ৰায় হলহি কান্দিযে থাকিলোঁ, Borosun নামিছে নামিব দিয়ানা বৰষুণ Part ২ লাগে Debojani Returns লাগে বৰষুণ আকৌ লাগে ১০০০ খণ্ড হোৱাকৈ 😢😢😢😢😢😢❤❤❤❤🎉❤😢😢

  • @juhirabha8649
    @juhirabha8649 ปีที่แล้ว +25

    বৰষুণ প্রথম দিনাখনৰ পৰা চাইছিলো,,, আৰু আজিয়ে অন্তিম বাৰৰ বাবে বৰষুণ চাইছো । এই বৰষুণ জাক ইমান সোনকালে আহিব বুলি ভবাই নাছিলোঁ।কাহিনীটো খুবেই দুখ লাগিছে কিন্তু তাতকৈ বৰষুণখন শেষ হোৱাৰ বেদনাইহে বেছিকৈ বুকুত ধৰিছে। সচাঁকৈ আজিৰ পৰা যেন কিবা এটা খালী খালী লাগিব। বৰষুণ পৰিয়ালৰ সকলো কেইটা চৰিত্ৰই আপোন হৈ পৰিছিল, সেয়েহে আজিৰ পৰা যিহেতু আপোনালোকক লগ নাপাওঁ গতিকে দুখতো লাগিবই। ৰাইজ কোনে কোনে আজিৰ পৰা বৰষুণ miss কৰিব সকলোৰে মতামত জনাব। (?)

  • @mainumohan6155
    @mainumohan6155 ปีที่แล้ว +15

    বৰষুণ আজিৰ পৰা বহুত missকৰিম,,আটাইতকৈ মনৰ পচন্দ ছিৰিয়েল আছিল এইখন।😭😭😭😭

  • @sarmahsarbananda3960
    @sarmahsarbananda3960 ปีที่แล้ว +1

    Bohut bhal lagel "ainekuwa serial homajor babe bohut dorkar"so buy "buy"all of you"

  • @bhitalidekatra390
    @bhitalidekatra390 ปีที่แล้ว +2

    বহুত‌ ভাল লাগিল বৰষুণ চাই🥰... 😢😢

  • @hiyadeka00
    @hiyadeka00 ปีที่แล้ว +8

    First comment....Miss korim serial khon....Last episode.....By By barakhun 😭😭😭😭😭😭

  • @Priyanka-sn2ou
    @Priyanka-sn2ou ปีที่แล้ว +16

    সচাকৈ বহুত কান্দিলু 😢😢 আৰু কান্দি কান্দি বিদায় দিলো বৰষুণ ক ❤❤❤❤ সকলো লৈকে অশেষ মৰম যাচিলো আশা কৰো সকলোকে পুনৰ এবাৰ এখন নতুন ধাৰাবাহিক ত লগ পাম 😊❤

  • @padmeswarsaikia
    @padmeswarsaikia ปีที่แล้ว +15

    আৰম্ভণিৰ পৰা আজিৰ এই শেষলৈকে উপভোগ কৰিলোঁ🎉😊 😊😊😊 আজিৰ পৰা মোৰ প্ৰিয় ধাৰাবাহিক খনক বহুত miss কৰিম😢😢😢😢

  • @pansomirabhapansomirabha5023
    @pansomirabhapansomirabha5023 8 หลายเดือนก่อน +4

    Ei serial khon Kune Kune Miss koriba like ata di jowa😢❤

  • @pranabdeka5592
    @pranabdeka5592 ปีที่แล้ว +47

    চকুপানী বৈ গৈছে 😢❤❤❤❤

  • @JanbiGogoi
    @JanbiGogoi ปีที่แล้ว +5

    বৰ ধুনীয়া লাগিল। এনেকুৱা আৰু এখন ধাৰাবাহিকৰ অপেক্ষাত❤

  • @binodkalita1268
    @binodkalita1268 ปีที่แล้ว +35

    বৰষুণ ধাৰাবাহিক খন কোনে কোনে চাই ভাল পাই লাইক কৰক 👍 বহুত বহুত বেছি মিচ কৰিম🥺

  • @sampritigogoi1366
    @sampritigogoi1366 ปีที่แล้ว +5

    Debu , Arnav ,Abhi, Jani excellent 🤍🤍🤍🤍 miss you 😌

  • @dipaphukan61
    @dipaphukan61 ปีที่แล้ว +1

    Baraxun dharabahikor sokolure ovinoi bht bht sundor hoisile 👍👍👍👍👍👍👍👍

  • @ankitaroy7516
    @ankitaroy7516 ปีที่แล้ว +23

    Will missed it😢 specially bonkim dada, Yasashri baa & little cutie Jani ❤ see you all 😢

  • @sharmilarabha2580
    @sharmilarabha2580 ปีที่แล้ว +10

    আজি অৰ্ণৱ কন্ধুৱাই দিলে শেষত যে ঘৰত আহিলে ❤😢 বহুত বেছি miss কৰিম এই ধাৰা বাহি খন ❤😢

  • @jonalidas7077
    @jonalidas7077 ปีที่แล้ว +8

    আৰম্ভণিৰ পৰা আজি লৈকে সদায়েই চাই আছিলোঁ বৰষুণ, আজিৰ পৰা আৰু চাব নাপাওঁ বহুত বেয়া লাগিব, সকলোৱে বহুত ভাল অভিনয় কৰিছে, আৰু জানি জনিক বহুত মিছ কৰিম ❤❤❤❤

  • @SolenKalita-t4s
    @SolenKalita-t4s ปีที่แล้ว +1

    Bohut val lagisil sai Miss you 😢

  • @SalmanKhan-k5o6o
    @SalmanKhan-k5o6o ปีที่แล้ว +1

    Ata khndo mis nkrakoi salo ..bhut Miss krim ajir pra..rakhi thako sabloi ketia dei buli .eman Val paisilu aeikhn Sai..mis you..akou Jodi aei teamtorei akhn serial palo hoi..

  • @RupokBoruah
    @RupokBoruah ปีที่แล้ว +25

    বৰষুণ ছাই ‌বহুত ভাল লাগিল। কিন্তু আজি বহুত বেয়াও লাগিছে । কাৰন আজিৰ পৰা আৰু বৰষুণ চাবলৈ নাপাওঁ।😢😢😢😢

  • @munmiborah1410
    @munmiborah1410 ปีที่แล้ว +35

    সুন্দৰ কাহিনী আৰু সকলোৰে ধুনীয়া অভিনয় 🙌❤️ সঁচাকৈ আজি পৰা miss কৰিম বহুত চেৰিয়েল খন 🥺🥲

  • @manojburman8495
    @manojburman8495 ปีที่แล้ว +17

    One of the best serial…thank you team borokhun ❤

  • @anamikaassam..3905
    @anamikaassam..3905 ปีที่แล้ว +5

    I don't forget this serial..really so miss borokhun

  • @purbidas5636
    @purbidas5636 ปีที่แล้ว +5

    Happy ending ❤❤❤ kin2 Debojanik miss kricu❤

  • @priyankaborah6020
    @priyankaborah6020 ปีที่แล้ว +15

    আটাইতকৈ প্ৰিয় serial খন শেষ হৈ গল,, বহুত বহুত miss কৰিম,, বংকিম দাদা আৰু প্ৰিয়ম বা থকা আৰু এখন serial যাতে আকৌ আহে

  • @arindomdhadumia7720
    @arindomdhadumia7720 ปีที่แล้ว +4

    এখনি খুব সুন্দৰ সময়ৰ লগত খাপ খুৱাই ৰাইজৰ বাবে আগবঢ়াই দিয়া ছিৰিয়েল হল বৰষুণ । সকলোৱে একেলগে বহি চাব পৰা । সচায় বহুত ভাল লাগিল চাই

  • @Maina604
    @Maina604 ปีที่แล้ว +10

    কিয়..... শেষ হল 🥺 বৰষুণ ধাৰাবাহিক খন❣️ বহুত মিছ কৰিম✨....কোনে কোনে মিছ কৰিবা likeটা কৰা🥰.....I'm saying goodbye to the last episod🥺❣️💫

  • @jesminvlog-m1c
    @jesminvlog-m1c 2 หลายเดือนก่อน +1

    Amar cute miku❤

  • @chaya1698
    @chaya1698 ปีที่แล้ว +7

    Miss korim de bohut... Spcly arnab daa karne saislu😊
    Arnab daa kune kune miss koriba

  • @EliMHiel
    @EliMHiel ปีที่แล้ว +6

    Loved it ❤
    Congratulations baraxun family ❤

  • @dhejskl
    @dhejskl ปีที่แล้ว +4

    Ajir para bahut Miss korim.....bar beya lagiba mor Priya Serial asel...🥺😥

  • @kanmoninath1838
    @kanmoninath1838 ปีที่แล้ว +2

    Bohut Miss korim baroxun😭😭😭😭😭😭hoday saiselu 😢😭😭😭🙏🙏

  • @PriyaSutradhar-sp3fg
    @PriyaSutradhar-sp3fg 8 หลายเดือนก่อน +1

    Khub vl lgil dai❤❤❤😂

  • @JitenBora-tu2jj
    @JitenBora-tu2jj ปีที่แล้ว +5

    Bohut vl lagisa baraxun serial khon Bohut miss korim 😢❤

  • @sofiulhussain7993
    @sofiulhussain7993 ปีที่แล้ว +14

    Happy ending ❤😊

  • @Video.Creations
    @Video.Creations ปีที่แล้ว +23

    Great serial of all time ❤

  • @hirumonikalita3413
    @hirumonikalita3413 ปีที่แล้ว +1

    আজি পৰা বৰষুণ শেস হল মনত পৰি থাকিব😢😭❤️

  • @PutulSaikia-f9e
    @PutulSaikia-f9e ปีที่แล้ว +1

    Miss you all boroxun femily 😢 miss you so much 😢😢😢

  • @RajumoniRajumonidas
    @RajumoniRajumonidas ปีที่แล้ว +6

    Bohut bohut Miss korim ****boroxun****bye bye all teams, thanks and good night all friends,,,, 🌠🌠🌠🌠🌌🌌🌌🌌

  • @principriyaduarah8890
    @principriyaduarah8890 ปีที่แล้ว +5

    বহুত ভাল লাগিছিল 😭😥😭 প্ৰথমৰ পৰা চাইছিলো 👍👍🔥🔥🔥😭😭😭

  • @dipaphukan61
    @dipaphukan61 ปีที่แล้ว +2

    Waiting 💞 for 💙. Baraxun dharabahikor porial 💞💚💞💜💞

  • @rashmiborah7299
    @rashmiborah7299 ปีที่แล้ว +1

    Bohut miss korim 😢😢😢

  • @GitaliBhuyan-uj3kq
    @GitaliBhuyan-uj3kq ปีที่แล้ว +4

    Miss korim bohut Baraxun...😭

  • @gayatrigogoi2659
    @gayatrigogoi2659 ปีที่แล้ว +4

    My fvrt serial miss you borokhun team ❤❤❤❤❤❤❤❤❤❤❤😭😭😭😭😭😭😭😭😭

  • @AssameseMaker1
    @AssameseMaker1 ปีที่แล้ว +7

    শেষ আৰু বহুত মনত পৰিব মই সদাই চাইছিলো , ৰং ত অকল এইখনএ চাইছিলো 🥺😭

  • @LakhiramBodo-c4l
    @LakhiramBodo-c4l 6 หลายเดือนก่อน +1

    I miss you 😢😢😭😭😭borokhun aerial 😭😭😭😭kune kune miss koribo 👍 kora

  • @chayanikagogoi9442
    @chayanikagogoi9442 ปีที่แล้ว +4

    Miss krim bhut 😢 Best serial ❤😩

  • @bitumanipathak9400
    @bitumanipathak9400 ปีที่แล้ว +4

    খুৱ বেছি ভাল লাগিছিল বৰষুণ ধাৰাবাহিক খন চাই আজিৰ পৰা আৰু শেষ আৰু চাব নাপাম বহুত Miss কৰিম। 🤧

  • @monimainarah5093
    @monimainarah5093 ปีที่แล้ว +4

    I miss you so much boroxun 😥😭

  • @SagarikadekaSagarikadeka
    @SagarikadekaSagarikadeka ปีที่แล้ว +1

    Miss krim bhut ❤️😍