ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
ভাল পদক্ষেপ। লগতে পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ, সভাপতি, সকলে কিমান টকা কৈ ললে অনুসন্ধান কৰক ।
দৰিকনা পুঠি মাছহে বিচাৰি আছে কিন্তু ৰৌ বৰালি সাৰি গৈ আছে।
New jail banaok nahale iman manuh koit rajhib
ৱাৰড মেমবাৰ বোৰক কৰক।আৰু এইসকল লোকেই চৰকাৰী ঘৰ আৰু অন্যান্য আচনি সমূহ পায় বাকী প্রকৃত দুখীয়া খিলনজীয়া মানুহে নাপায়।
এইবোৰে টকা খোৱা দলৰ লিডাখেতি নকৰা মানুহে পাই ধনমায়া দিম ধন্যবাদ
Hosa kotha
Apuni akdom khosa kotha koise bhut bey lge gaon eman dhukiya mnuh ase kunu napai sob ward member lgt thokq mnuh bur pai
সচা কথা
সঁচা কথা
গাঁওবুৰা মেইন
Yes.right.
আটাইতকৈ এই বছৰৰ সৰ্বশ্ৰেষ্ঠ পদকেপ গ্ৰহণ কৰিছে, ভাল লাগিল...
G
Misa katha iyar eibor
সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ পদক্ষেপ। শুনি ভাল লাগিল।
সুন্দৰ 😮 আমাৰ একো নাই আজি লৈকে একো নাপালোঁ..ফৰ্ম ফিলাপ কৰো কিন্তু সময়ত একো নাপালোঁ..ভাল কৰিছে..মামা জিন্দাবাদ ❤❤
না খাউঙা না খানে দিউঙা বলি কৈছিলে ফেকু মোদীয়ে😅
বহুত ভাল কাম কৰিছে। এনেকুৱা কাম কৰিলেহে মানুহৰ চকু মেল খাব আৰু দুৰ্নীতি বিৰোধী অভিযান অলপ হ'লেও সফল হ'ব। ধন্যবাদ চাৰ,, পৰমপিতাই শক্তি দিয়ক
😅😅😅😅😅😅😅😅😅😅😅😅
Ha ha, bhaley korese, thank you , you are great sir 😂
আচল কৃষকে নাপায় কিন্তু পথাৰলৈ গৈ নোপোৱা লৰাই কৃষৰ আচনিৰ জড়িতে টকা পাই আহিছে। এইবোৰ বিজেপি নেতা পালি নেতা সকলৰ কাৰণে এইবোৰ কেলেংকাৰি হৈছে।
ইহঁতক ধৰিব লাগে লগতে যি জনে সহায় কৰিছে তাকো ধৰিব লাগে কিন্তু আমাৰ খেতি মাটি থাকিও পোৱা নাই😢
Dada ami hudhile koi j aibilak fillup hoi goise.amar mati 7 bigha kintu ami ek tokao powa nai aji loike
Right
মূখ্যমন্ত্ৰী ভাল পদক্ষেপ লৈছে ধন্যবাদ
Akubhal.karanai.nijar.karane.karise.bidai.hunkale.dieak.bjpik.nahale.dekh.jati.mati.hekh
মাটি নাই মানে ...! মাটিৰ খাজনা আৰু মাটিৰ জমা বন্দি দিলে হে কৃষকৰ পইছা পায় । কৃষি বিষয়া জনে তন্ন ত্ন্ন কৈ পৰীক্ষা কৰিহে ফৰ্মখন ত চহী কৰে । মণ্ডলে হাত পৰীক্ষা কৰাৰ পাছতহে SDC জনে চহী কৰে । গতিকে মাটি নথকাকে কেনেকৈ অফিচাৰে চহী কৰি পইছা দিলে ? সেই অফিচাৰ কেইজনক ধৰক । চৰকাৰে হিতাধিকাৰি সৃষ্টি কৰিছে, অসমৰ সম্পদ বিক্ৰী কৰিছে, ধাৰৰ বোজা সাধাৰণ জনতাৰ মূৰত মাৰিছে বুলি নেলু ফালি ফালি চিঞৰিব । বস্ত্ত ৰ দাম বাঢ়িছে বুলি ধৰ্ণা দি বাহ বাহ লব । আৰু নিজেই দুখীয়াৰ ভাগৰ কাঢ়ি খাবলৈ ঢাপলি মেলিব । প্ৰকৃত হিতাধিকাৰিক বাদ কৰি নিজেই হিতাধিকাৰী হৈ যাব । এতিয়া পিছে লাজ লাগিবনে নাই !
😂😂😂
সচা কথা দাঙি ধৰিছে।
ভাল কাম কৰিছে পিছে এই মন্ত্ৰী , এম এ লে, এম্পি বিলাকে যে ৰাইজৰ টকাবোৰ খাইপেলালে আৰু খাই আছে সেইবোৰক নধৰে কিয় ! লোন লৈ চৰকাৰ চলাব আৰু ৰাইজৰ মাথাত ৰাম টাঙুন দিব কেলা
তেওলোক য়ে জননেতা।
আৰে ভুৱা হিতাধিকাৰী প্ৰথমতে কোনে আগবঢ়ায় গাও পঞ্চায়তৰ সদস্য বিলাকে নহয়জানো ? গতিকে সেইবিলাকক কি কৰিব ? তেওলোক বেছিভাগ চৰকাৰৰে নহয়জানো ?
খেতি কিন্তু কোনেও নকৰে,কিন্তু কৃষকৰ সন্মান নিধিৰ ধন সকলোৱে লৈছে ৷
সেই দৰে অৰুণোদয় আচনিৰ টকা নাপাবলগীয়া বহুতোলোক পাই আছে সেইসকলককো এই দৰে ব্যবস্থা কৰিব লাগে।
Very good step ---------- সাহসী ও বাস্তৱবাদী কৰি দেখুৱাওক ---- আমি wel come janam.
বিজেপি চৰকাৰে প্ৰথমে আঁচনি দিব তাৰ পিছত গম পাব যে টকা শেষ হ'বলৈ হৈছে। এইবোৰ হেতেলি নেখেলি আৰু কি খেলিব এইখন মুৰ্খ চৰকাৰে। চৰকাৰেই চালি জাৰি দিব আকৌ চৰকাৰেই ল'ব। কোনেও পইচা দি লোৱা নাই চবেই প্ৰয়োজনীয় দকোমেন্ট জমা দিছে নোডল অফিচাৰে চাইন কৰি এপ্ৰোভ কৰিছে। ইয়াত সাধাৰণ জনতাৰ ভুল নাই বিষয়াৰ ভুল আছে। যেতিয়া ধান পোকে খায় সেইসময়ত ধন নিদিয়ে,যেতিয়া চাহ লাল পোক লাগে সেইসময়ত ধন নিদিয়ে কিবা ইলেক্চ্যন আহিব কিবা ট্ৰেণ্ড চলিব তেতিয়া দিব। যেতি তেতিয়া টকা দিলে কৃষকৰ একো সমস্যাৰ সমাধান নহয়। আমাৰ যিমান পাইছোঁ বিদ্যুতৰ বিল দিওঁতেই গ'ল।
এই বিলাকক জেইলত থবলৈ হলে গোটেই অসম খনকে জেইল বনাব লাগিব ।
সুন্দৰ পদক্ষেপ mama ভাল লাগিল আপোনাৰ কৰ্ম কৰ্তা বিলাক যাতে বাত পৰি নাযায় thank you 🙏🤟🤟🤟💐 🙏🙏🙏
ইমান ভাল লাগিল ভাষা নাই বুজাবলে 👍👍👍👍
এই কাম বোৰ যি বিষয়াই আৰু কাযকতাই কৰি দিছিল তেখেতে সকলোকো গ্ৰেপ্তাৰ কৰিব লাগে
চৰকাৰক লোন ল'বলৈ বাধ্য কৰোৱা বোৰক❤ গ্ৰেপ্তাৰ কৰিব পাৰিলে মানি লম।
Baba kekhor poise deboloi sorkarea loan lowa nai
ভাল পদক্ষেপ।
বহোত বহোত ধন্যবাদ চাৰ
আটাইতকৈ ভাল কাম কৰিবলৈ ওলাইছে চৰকাৰে....ভাল লাগিল.....
বহুতো দুখীয়া মানুহে নিজৰ আধা বিঘা, এক বিঘা মাটিৰ কাগজ দি সকলো সঠিক প্ৰমান পত্ৰ দি আৱেদন কৰিছিল, আৰু সেইমতে টকা পাই আছে, দুখীয়া মানুহে আছনিৰ পইচা বুলি, লবই ।চৰকাৰে দিয়ুতে সকলো ছালি জাৰি দিব লাগিছিল, বা দুটা তিনিটা কিস্তি হওঁতেই সকলোৰে ঘৰত Survey কৰি ভূৱা সকলক Notice দিব লাগিছিল, তেতিয়া দুখীয়া ভূৱা বোৰে কমচেকম ঘূৰাই দিব পাৰিলে হেঁতেন । এতিয়া পচিবুল নহয়। এতিয়া দূখিয়া মানুহে কৰ পৰা ঘূৰাব? জি দেখিছো এতিয়া অৰুনোদই আঁচনি বুলি দি আছে, পাছত আকৌ ভূৱা, মুৱা কিবা বাহানা বনাই জেইল নিদিলে হল।
ইমান বিলাক মানুহক গ্ৰেপ্তাৰ কৰি কত ৰাখিব ।
Camp bonai thobo
8,42,439 ta police 🚨 a nai aamar mamar hatot😂
মামীৰ লগত
😂😅 hahaha Crazy Boss @@tilaksarma7146
😂😂😂@@tilaksarma7146
সুন্দৰ। ভাল লাগিল।
গেপতা কৰি দেখুৱায়ক তেতিয়া ভাল বুলি কম।❤❤❤❤❤
কিহৰ ভিত্তিত এই সকলক চিনাক্ত কৰিছে বাতৰি পৰিৱেশন কৰোঁতে উল্লেখ কৰা হ'লে ভাল হয়। মইয়ো এই সকলক ভিতৰত পৰিছে যেন পাওঁ। মইয়ো দেউতাৰ নামত থকা মাটিৰ তথ্যৰ বাবে পাই আছো ।
Jodi apunar namot kheti mati ase tnte aku problem ni
ভাল পদক্ষেপ লৈছে।
আমাৰ গাৱঁত আধাতকৈ বেছি মানুহে পি এম কিষানৰ ধন পায় ৷যাৰ খেতিৰ নামত জলকীয়াৰ পুলি এটাও নাই ৷মই নিজেই ৩ টা কৃষ্টিৰ ধন পাইছিলো। 😅
কাৰো হাতত হেণ্ডকাফ নালাগে।এইবোৰ জনতাক তেল দিয়া কথা।এই সকলোবোৰ বিজেপিৰে মানুহ!ৰাইজৰ পৰা tax তুলি এইবোৰ লোকক চহকী কৰিছে।দুখীয়া বোৰ দুখীয়াই হৈ গৈ আছে আৰু আমাৰ দৰে লোকবোৰ ক্ৰমে দৰিদ্ৰ হৈ গৈ আছো। সুবিধা পোৱাবোৰে বিজেপিক ভোট দিয়াটো স্বাভাবিক! আমিবোৰে কিয় দিম?
Good Decision sir
CM sir বহুত ভাল কাম কৰিছে। আমি খেতিয়ক খেতিয়কৰ পাইছা নাপাওঁ । মাজুলী
অতি সুন্দৰ পদক্ষেপ❤
সুন্দৰ পদক্ষেপ,
Very good mama
ধন্যবাদ
Mama 👍👍👍Ami kheti koriu poisa napau Dalal bure nkrileu pai vale hoise Good DISICION
Mojjaaa
কেনেকৈ দুৰ্নীতি মুক্ত চৰকাৰৰ দিনত ইমান হ'বলৈ পালে। সকলোতে একে অৱস্থা ।
অবৈধভাবে কৃষকৰ ধন লাভ কৰা সকলক জেলত ৰাখিবৰ বাবে ঠাই আছেনে।
অতি সুন্দৰ পদক্ষেপ।
good news ❤❤❤❤
Thanks Boriya lagice 👍👍👍
Mojjjaa 🎉🎉 Mama
Bahut bhal lagil 😮😮
ভুৱা হিতাধিকাৰি কোনে বনাইছে চৰকাৰৰ মানুহে।যদি মোৰ ভুল হোৱা নাই। গাওঁ সদস্য, সভাপতি নিৰ্বাচিত হোৱাত গাৰ বলত এই বিলাক কাম হৈছে। আচল সেতিয়কে কৃষি লোণ পোৱা নাই। চৰকাৰে প্ৰথমে গাওঁ সদস্য, সভাপতি বিলাকক ধৰক।সাতিখোৱা কেইজনক ধৰিলে কি হ'ব ।
বহুত ভাল হ'ব
আট লাখ ভুৱা হিতাধাৰীকাৰক গ্ৰেপটাৰ কৰি কোন জেলত ৰাখিব ভাই, ব্ৰম্মপুত্ৰ নদীৰ বালিত ৰাখিলে ভাল হব যেন লাগে?
Good step by Assam Gov Thank you Mama
আমাৰ মাটি থাকিও আমি পোৱা নাই 😢
Mojja❤❤❤❤❤
ভগৱান আছে পৃথিৱীত।এসাজ খাই😅 এসাজ নাখাই ভঙা বেৰৰ জুপুৰি এটাত বাস কৰি আছো গোটৰ পৰা টকা ল ও আৰু সপতাহে2 ধাৰ মাৰো এনেকৈয়ে আমাৰ জীৱন গ'ল।
Jodi income ni tnte kio xumabo lage gut ot?Bandhan gut hajira kori khua manuhor karone nhoi
Good step...👏🏻
Perfect step
Thanks... very good news
Good discussion
Good job Mama
বহুত ভাল desigion লৈছে
💯 right MORIGAON Boribandha
ভুৱা হিতাধিকাৰীবোৰক গাহৰি গৰালত ভৰাই থব লাগে।
Good news 🎉
অতি সুন্দৰ পদক্ষেপ কি কৰিছে
Mama bohut vhal lagese
Bhal hoi sei sir khowang ghat dibrugarhot ase❤
বহুত ভাল খবৰ❤
Good job mama
ভাল পদক্ষেপ গ্ৰহণ কৰিছে 🙏 কিন্তু প্ৰশ্ন হয়--কিমান দুৰ সফল হ'ব অসম আৰক্ষী ?
Good mama👍👍👍
Goog job
👍 good job
Good. 👍
ভাল পদক্ষেপ,kycৰ নামত আমাক ভালকে দৌৰালে ,তথাপিও কাম নহ'ল।এক নম্বৰ হাৰামী কৃষি কাৰ্যালয়ৰ মানুহ বিলাক কেলা ।
❤❤❤❤❤
Great 😊
যদি সছা নিউজ হয় তেতিয়া হ'লে বহুত বহুত ভাল কাম। কৰিছে
উচিত সিদ্ধান্ত গ্ৰহণ কৰিছে 😊
Good step mama❤
বৰ ভাল ভলকৈ এহেকা দিয়ক
Good decision.
Good step Assam sarkar
Thanks
YES💯 👍🤝👌🌹
Not only pm kisan...may be.same incident in case of "Mukhya mantri atma nirbhar asom" scheme...also. so we hope....at the same time there will be a good enquiry on "Mukhya mantri atma nirbhar asom" scheme...!!!
Good mama❤❤❤
Good news for assam 👌👌👌👌
Nice 👍👍👍
Good mama
Very god news.
সুন্দৰ, নতুনকৈ কাৰাগাৰ বনাব লাগিব 😂😂😂😂
Hundor pdokhep
Good Job
Good job ...mama....
বৰ ভাল কথা
Mojaaà
Mojaa
Very good job Mama
ভাল পদক্ষেপ। লগতে পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ, সভাপতি, সকলে কিমান টকা কৈ ললে অনুসন্ধান কৰক ।
দৰিকনা পুঠি মাছহে বিচাৰি আছে কিন্তু ৰৌ বৰালি সাৰি গৈ আছে।
New jail banaok nahale iman manuh koit rajhib
ৱাৰড মেমবাৰ বোৰক কৰক।আৰু এইসকল লোকেই চৰকাৰী ঘৰ আৰু অন্যান্য আচনি সমূহ পায় বাকী প্রকৃত দুখীয়া খিলনজীয়া মানুহে নাপায়।
এইবোৰে টকা খোৱা দলৰ লিডা
খেতি নকৰা মানুহে পাই ধন
মায়া দিম ধন্যবাদ
Hosa kotha
Apuni akdom khosa kotha koise bhut bey lge gaon eman dhukiya mnuh ase kunu napai sob ward member lgt thokq mnuh bur pai
সচা কথা
সঁচা কথা
গাঁওবুৰা মেইন
Yes.right.
আটাইতকৈ এই বছৰৰ সৰ্বশ্ৰেষ্ঠ পদকেপ গ্ৰহণ কৰিছে, ভাল লাগিল...
G
Misa katha iyar eibor
সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ পদক্ষেপ। শুনি ভাল লাগিল।
সুন্দৰ 😮 আমাৰ একো নাই আজি লৈকে একো নাপালোঁ..ফৰ্ম ফিলাপ কৰো কিন্তু সময়ত একো নাপালোঁ..ভাল কৰিছে..মামা জিন্দাবাদ ❤❤
না খাউঙা না খানে দিউঙা বলি কৈছিলে ফেকু মোদীয়ে😅
বহুত ভাল কাম কৰিছে। এনেকুৱা কাম কৰিলেহে মানুহৰ চকু মেল খাব আৰু দুৰ্নীতি বিৰোধী অভিযান অলপ হ'লেও সফল হ'ব। ধন্যবাদ চাৰ,, পৰমপিতাই শক্তি দিয়ক
😅😅😅😅😅😅😅😅😅😅😅😅
Ha ha, bhaley korese, thank you , you are great sir 😂
আচল কৃষকে নাপায় কিন্তু পথাৰলৈ গৈ নোপোৱা লৰাই কৃষৰ আচনিৰ জড়িতে টকা পাই আহিছে। এইবোৰ বিজেপি নেতা পালি নেতা সকলৰ কাৰণে এইবোৰ কেলেংকাৰি হৈছে।
ইহঁতক ধৰিব লাগে লগতে যি জনে সহায় কৰিছে তাকো ধৰিব লাগে কিন্তু আমাৰ খেতি মাটি থাকিও পোৱা নাই😢
Dada ami hudhile koi j aibilak fillup hoi goise.amar mati 7 bigha kintu ami ek tokao powa nai aji loike
Right
মূখ্যমন্ত্ৰী ভাল পদক্ষেপ লৈছে ধন্যবাদ
Akubhal.karanai.nijar.karane.karise.bidai.hunkale.dieak.bjpik.nahale.dekh.jati.mati.hekh
মাটি নাই মানে ...! মাটিৰ খাজনা আৰু মাটিৰ জমা বন্দি দিলে হে কৃষকৰ পইছা পায় । কৃষি বিষয়া জনে তন্ন ত্ন্ন কৈ পৰীক্ষা কৰিহে ফৰ্মখন ত চহী কৰে । মণ্ডলে হাত পৰীক্ষা কৰাৰ পাছতহে SDC জনে চহী কৰে । গতিকে মাটি নথকাকে কেনেকৈ অফিচাৰে চহী কৰি পইছা দিলে
? সেই অফিচাৰ কেইজনক ধৰক । চৰকাৰে হিতাধিকাৰি সৃষ্টি কৰিছে, অসমৰ সম্পদ বিক্ৰী কৰিছে, ধাৰৰ বোজা সাধাৰণ জনতাৰ মূৰত মাৰিছে বুলি নেলু ফালি ফালি চিঞৰিব । বস্ত্ত ৰ দাম বাঢ়িছে বুলি ধৰ্ণা দি বাহ বাহ লব । আৰু নিজেই দুখীয়াৰ ভাগৰ কাঢ়ি খাবলৈ ঢাপলি মেলিব । প্ৰকৃত হিতাধিকাৰিক বাদ কৰি নিজেই হিতাধিকাৰী হৈ যাব । এতিয়া পিছে লাজ লাগিবনে নাই !
😂😂😂
সচা কথা দাঙি ধৰিছে।
ভাল কাম কৰিছে পিছে এই মন্ত্ৰী , এম এ লে, এম্পি বিলাকে যে ৰাইজৰ টকাবোৰ খাইপেলালে আৰু খাই আছে সেইবোৰক নধৰে কিয় ! লোন লৈ চৰকাৰ চলাব আৰু ৰাইজৰ মাথাত ৰাম টাঙুন দিব কেলা
তেওলোক য়ে জননেতা।
আৰে ভুৱা হিতাধিকাৰী প্ৰথমতে কোনে আগবঢ়ায় গাও পঞ্চায়তৰ সদস্য বিলাকে নহয়জানো ? গতিকে সেইবিলাকক কি কৰিব ? তেওলোক বেছিভাগ চৰকাৰৰে নহয়জানো ?
খেতি কিন্তু কোনেও নকৰে,কিন্তু কৃষকৰ সন্মান নিধিৰ ধন সকলোৱে লৈছে ৷
সেই দৰে অৰুণোদয় আচনিৰ টকা নাপাবলগীয়া বহুতোলোক পাই আছে সেইসকলককো এই দৰে ব্যবস্থা কৰিব লাগে।
Very good step ---------- সাহসী ও বাস্তৱবাদী কৰি দেখুৱাওক ---- আমি wel come janam.
বিজেপি চৰকাৰে প্ৰথমে আঁচনি দিব তাৰ পিছত গম পাব যে টকা শেষ হ'বলৈ হৈছে। এইবোৰ হেতেলি নেখেলি আৰু কি খেলিব এইখন মুৰ্খ চৰকাৰে। চৰকাৰেই চালি জাৰি দিব আকৌ চৰকাৰেই ল'ব। কোনেও পইচা দি লোৱা নাই চবেই প্ৰয়োজনীয় দকোমেন্ট জমা দিছে নোডল অফিচাৰে চাইন কৰি এপ্ৰোভ কৰিছে। ইয়াত সাধাৰণ জনতাৰ ভুল নাই বিষয়াৰ ভুল আছে। যেতিয়া ধান পোকে খায় সেইসময়ত ধন নিদিয়ে,যেতিয়া চাহ লাল পোক লাগে সেইসময়ত ধন নিদিয়ে কিবা ইলেক্চ্যন আহিব কিবা ট্ৰেণ্ড চলিব তেতিয়া দিব। যেতি তেতিয়া টকা দিলে কৃষকৰ একো সমস্যাৰ সমাধান নহয়। আমাৰ যিমান পাইছোঁ বিদ্যুতৰ বিল দিওঁতেই গ'ল।
এই বিলাকক জেইলত থবলৈ হলে গোটেই অসম খনকে জেইল বনাব লাগিব ।
সুন্দৰ পদক্ষেপ mama ভাল লাগিল আপোনাৰ কৰ্ম কৰ্তা বিলাক যাতে বাত পৰি নাযায় thank you 🙏🤟🤟🤟💐 🙏🙏🙏
ইমান ভাল লাগিল ভাষা নাই বুজাবলে 👍👍👍👍
এই কাম বোৰ যি বিষয়াই আৰু কাযকতাই কৰি দিছিল তেখেতে সকলোকো গ্ৰেপ্তাৰ কৰিব লাগে
চৰকাৰক লোন ল'বলৈ বাধ্য কৰোৱা বোৰক❤ গ্ৰেপ্তাৰ কৰিব পাৰিলে মানি লম।
Baba kekhor poise deboloi sorkarea loan lowa nai
ভাল পদক্ষেপ।
বহোত বহোত ধন্যবাদ চাৰ
আটাইতকৈ ভাল কাম কৰিবলৈ ওলাইছে চৰকাৰে....
ভাল লাগিল.....
বহুতো দুখীয়া মানুহে নিজৰ আধা বিঘা, এক বিঘা মাটিৰ কাগজ দি সকলো সঠিক প্ৰমান পত্ৰ দি আৱেদন কৰিছিল, আৰু সেইমতে টকা পাই আছে, দুখীয়া মানুহে আছনিৰ পইচা বুলি, লবই ।
চৰকাৰে দিয়ুতে সকলো ছালি জাৰি দিব লাগিছিল, বা দুটা তিনিটা কিস্তি হওঁতেই সকলোৰে ঘৰত Survey কৰি ভূৱা সকলক Notice দিব লাগিছিল, তেতিয়া দুখীয়া ভূৱা বোৰে কমচেকম ঘূৰাই দিব পাৰিলে হেঁতেন । এতিয়া পচিবুল নহয়।
এতিয়া দূখিয়া মানুহে কৰ পৰা ঘূৰাব?
জি দেখিছো এতিয়া অৰুনোদই আঁচনি বুলি দি আছে, পাছত আকৌ ভূৱা, মুৱা কিবা বাহানা বনাই জেইল নিদিলে হল।
ইমান বিলাক মানুহক গ্ৰেপ্তাৰ কৰি কত ৰাখিব ।
Camp bonai thobo
8,42,439 ta police 🚨 a nai aamar mamar hatot😂
মামীৰ লগত
😂😅 hahaha Crazy Boss @@tilaksarma7146
😂😂😂@@tilaksarma7146
সুন্দৰ। ভাল লাগিল।
গেপতা কৰি দেখুৱায়ক তেতিয়া ভাল বুলি কম।❤❤❤❤❤
কিহৰ ভিত্তিত এই সকলক চিনাক্ত কৰিছে বাতৰি পৰিৱেশন কৰোঁতে উল্লেখ কৰা হ'লে ভাল হয়। মইয়ো এই সকলক ভিতৰত পৰিছে যেন পাওঁ। মইয়ো দেউতাৰ নামত থকা মাটিৰ তথ্যৰ বাবে পাই আছো ।
Jodi apunar namot kheti mati ase tnte aku problem ni
ভাল পদক্ষেপ লৈছে।
আমাৰ গাৱঁত আধাতকৈ বেছি মানুহে পি এম কিষানৰ ধন পায় ৷যাৰ খেতিৰ নামত জলকীয়াৰ পুলি এটাও নাই ৷মই নিজেই ৩ টা কৃষ্টিৰ ধন পাইছিলো। 😅
কাৰো হাতত হেণ্ডকাফ নালাগে।এইবোৰ জনতাক তেল দিয়া কথা।এই সকলোবোৰ বিজেপিৰে মানুহ!ৰাইজৰ পৰা tax তুলি এইবোৰ লোকক চহকী কৰিছে।দুখীয়া বোৰ দুখীয়াই হৈ গৈ আছে আৰু আমাৰ দৰে লোকবোৰ ক্ৰমে দৰিদ্ৰ হৈ গৈ আছো। সুবিধা পোৱাবোৰে বিজেপিক ভোট দিয়াটো স্বাভাবিক! আমিবোৰে কিয় দিম?
Good Decision sir
CM sir বহুত ভাল কাম কৰিছে। আমি খেতিয়ক খেতিয়কৰ পাইছা নাপাওঁ । মাজুলী
অতি সুন্দৰ পদক্ষেপ❤
সুন্দৰ পদক্ষেপ,
Very good mama
ধন্যবাদ
Mama 👍👍👍Ami kheti koriu poisa napau Dalal bure nkrileu pai vale hoise Good DISICION
Mojjaaa
কেনেকৈ দুৰ্নীতি মুক্ত চৰকাৰৰ দিনত ইমান হ'বলৈ পালে। সকলোতে একে অৱস্থা ।
অবৈধভাবে কৃষকৰ ধন লাভ কৰা সকলক জেলত ৰাখিবৰ বাবে ঠাই আছেনে।
অতি সুন্দৰ পদক্ষেপ।
good news ❤❤❤❤
Thanks Boriya lagice 👍👍👍
Mojjjaa 🎉🎉 Mama
Bahut bhal lagil 😮😮
ভুৱা হিতাধিকাৰি কোনে বনাইছে চৰকাৰৰ মানুহে।যদি মোৰ ভুল হোৱা নাই। গাওঁ সদস্য, সভাপতি নিৰ্বাচিত হোৱাত গাৰ বলত এই বিলাক কাম হৈছে। আচল সেতিয়কে কৃষি লোণ পোৱা নাই। চৰকাৰে প্ৰথমে গাওঁ সদস্য, সভাপতি বিলাকক ধৰক।সাতিখোৱা কেইজনক ধৰিলে কি হ'ব ।
বহুত ভাল হ'ব
আট লাখ ভুৱা হিতাধাৰীকাৰক গ্ৰেপটাৰ কৰি কোন জেলত ৰাখিব ভাই, ব্ৰম্মপুত্ৰ নদীৰ বালিত ৰাখিলে ভাল হব যেন লাগে?
Good step by Assam Gov
Thank you Mama
আমাৰ মাটি থাকিও আমি পোৱা নাই 😢
Mojja❤❤❤❤❤
ভগৱান আছে পৃথিৱীত।এসাজ খাই😅 এসাজ নাখাই ভঙা বেৰৰ জুপুৰি এটাত বাস কৰি আছো গোটৰ পৰা টকা ল ও আৰু সপতাহে2 ধাৰ মাৰো এনেকৈয়ে আমাৰ জীৱন গ'ল।
Jodi income ni tnte kio xumabo lage gut ot?
Bandhan gut hajira kori khua manuhor karone nhoi