ছেবাই মেট্ৰিকৰ গণিতৰ পৰীক্ষাত কিয় এনেকুৱা কৰিলে ? 🥺🥺| HSLC 2024 Maths Exam | Let's Approach

แชร์
ฝัง
  • เผยแพร่เมื่อ 28 ก.พ. 2024
  • ছেবাই মেট্ৰিকৰ গণিতৰ পৰীক্ষাত কিয় এনেকুৱা কৰিলে ? 🥺🥺| HSLC 2024 Maths Exam | Let's Approach
    #letsapproach
    #hslc2024
    #sebahslc2024
    #sebahslc2024
    #mathsexam
    #hslc2024maths

ความคิดเห็น • 4K

  • @itz_koushik_x01
    @itz_koushik_x01 5 หลายเดือนก่อน +365

    Sebar uporot Xong uthise jdi like kora 👈

    • @anamikagogoi7314
      @anamikagogoi7314 5 หลายเดือนก่อน +8

      Bohut 😭

    • @xwalkergaming6581
      @xwalkergaming6581 5 หลายเดือนก่อน +9

      Sebar baperor biya lgisil hoitu

    • @Kanika09-i8
      @Kanika09-i8 5 หลายเดือนก่อน +3

      Ki je kobo sebak 😐

    • @niharikasaikia888
      @niharikasaikia888 5 หลายเดือนก่อน +3

      Tan oha nasil emn example besi ahisil khali
      Btw paper easy asil

    • @PurnimaDas-hz2el
      @PurnimaDas-hz2el 5 หลายเดือนก่อน +3

      I hate seba

  • @Iloveyoum789
    @Iloveyoum789 5 หลายเดือนก่อน +208

    Sir aji exam bhut beya hoise 😢😢 jar beya hoise like koriba😢😢😢

    • @Lemonoids457
      @Lemonoids457 5 หลายเดือนก่อน +5

      Exam beya hoise kintu tumak like lage

    • @MridusmitaDeuri583
      @MridusmitaDeuri583 5 หลายเดือนก่อน +1

      Mur beya hoise😢

    • @brolinff2759
      @brolinff2759 5 หลายเดือนก่อน

      Mur pass mark hobona nohobo 😭

    • @VhaiBora
      @VhaiBora 5 หลายเดือนก่อน

      82 man pam

  • @barasharanibaruah7563
    @barasharanibaruah7563 5 หลายเดือนก่อน +263

    Blue print ৰ অবিহনে পাঁচটা টাকৈ পৰীক্ষা দি সম্পূৰ্ণ কৰিলোঁ...আগতে জানুৱাৰী মাহত ক্লাছ আৰম্ভ হৈ ফেব্ৰুৱাৰী/মাৰ্চ মাহত মেট্ৰিক পৰীক্ষা হোৱাৰ বিপৰীতে , এইবাৰ আমি এপ্ৰিল মাহৰ পৰা ক্লাছ কৰি ফেব্ৰুৱাৰী মাহত জীৱনৰ প্ৰথমটো পৰীক্ষা দিছোঁ...ইমান কম সময়ত syllabus সম্পূৰ্ণ কৰাটো সম্ভৱ নহয়...আমাৰো মগজু হে , যাদুকৰী যন্ত্ৰ টো নহয়....আমাৰ situation বোৰৰ জটিলতা বোৰ আমাৰ parents য়ে বুজি নাপায়...ভাল লগা বাহিৰা কামবোৰ এৰি , কেৱল পঢ়াৰ বাবে এটা বছৰ আশাৰ ৰেঙনিৰে সপি দিছিলোঁ , কিন্তু অৱশেষত দুৰ্ভাগ্যক স্বীকাৰ কৰি বাধ্য হৈছোঁ...
    অনাগত দিনত আমাৰ দৰে কাৰোৰে লগতে যাতে এনে নহওঁক...আমাৰ সপোন বোৰক লৈ যাতে হেটালি খেলা নহওঁক....
    নহয় জানো?

  • @mukuldas2653
    @mukuldas2653 5 หลายเดือนก่อน +98

    Ji keita question nidi bologia dilee hei keita marks amak dibo lagibo buli kune kune bhaba like kora

  • @deepsaikiya6006
    @deepsaikiya6006 5 หลายเดือนก่อน +217

    সঠিক সময়ত কথা খিনি বুজাই দিয়াত আমাৰ অকণমান ,মনটো ভাল লাগিছে আমাৰ ,বহুত বহুত ধন্যবাদ জনালো কৃষ্ণ

  • @voiceeditzz36
    @voiceeditzz36 5 หลายเดือนก่อน +641

    Let's unite together and raise voice against SEBA 😢

    • @hawk_tv_
      @hawk_tv_ 5 หลายเดือนก่อน +29

      Andolan krim ami

    • @Ayush-ye6sr
      @Ayush-ye6sr 5 หลายเดือนก่อน +10

      Yes bro 💔💔

    • @SurprisedClam-ux8pu
      @SurprisedClam-ux8pu 5 หลายเดือนก่อน +20

      I am with you but I don't want reexam

    • @Himesh384
      @Himesh384 5 หลายเดือนก่อน +21

      Group create kri link share kra Students Union Zindabad

    • @ak2_op_gamers_
      @ak2_op_gamers_ 5 หลายเดือนก่อน +6

      Dream broken

  • @azitmotivationstutus
    @azitmotivationstutus 5 หลายเดือนก่อน +63

    Sebai আমাক ভাবিছে আমি গণিতজ্ঞ 😂😂

    • @chinmoybrogaming9986
      @chinmoybrogaming9986 5 หลายเดือนก่อน +2

      হয়

    • @mainalali1165
      @mainalali1165 5 หลายเดือนก่อน +2

      Sabai আমাক ভাবিছে আমি গণিতজ্ঞ

    • @LambudharChetia-io2jz
      @LambudharChetia-io2jz 5 หลายเดือนก่อน +1

      Matro 3 dise raij

  • @Riturag
    @Riturag 5 หลายเดือนก่อน +24

    পঢ়াৰ প্রতি যিটো ৰাপ একেবৰে নোহোৱা কৰি দিছে
    পুনৰ পৰীক্ষা পাতিলেও মনত এটা সংকোচ থাকি যাব

  • @dipanjalimonjai6186
    @dipanjalimonjai6186 5 หลายเดือนก่อน +45

    এনেকুৱা ধৰণৰ প্ৰশ্নকাকত আহিব বুলি আমি অভিভাৱক সকলে আশা কৰা নাছিলোঁ। মোৰ ছোৱালী জনীয়ে আপুনি কোৱাৰ দৰে Textbook, previous question paper , question bank followকৰিছিল। কিন্তু সকলো আশাত চেঁচা পানী পৰিল । মৰ্মাহত হৈছোঁ।

  • @hakaitv637
    @hakaitv637 5 หลายเดือนก่อน +28

    অভিভাৱক হিচাপে সঁচাকৈ মনটো বৰ বেয়া লাগিছে।কাৰণ সকলো পৰীক্ষা ভাল হৈছে গণিতৰ প্ৰশ্নসমূহ ইম্মান কিয় টান দিলে। বহু ছাত্ৰ ছাত্ৰী গণিতত ফেইল কৰিব। গতিকে সকলোকে চেবাই পাছ কৰাই দিব লাগে ।

  • @surjanath3566
    @surjanath3566 5 หลายเดือนก่อน +18

    My dear friends,
    Ji hol hoi gol, baki thoka elective subject tut bohut bhal marks uthe je takei kamona korisu
    All the best for all 👍👍

  • @moniramdas8834
    @moniramdas8834 5 หลายเดือนก่อน +8

    কোন কেইটা পণ্ডিতে পেপাৰ কাতিছিলে তেওঁ এই পেপাৰ খন কৰি দেখাওক চোন ৩০ নম্বৰ যদি কৰিব পাৰে। তেওঁৰ পণ্ডিত গিৰি ওলাই যাব।

  • @everyonespathshala
    @everyonespathshala 5 หลายเดือนก่อน +80

    চাৰ বহুত সুন্দৰ বিষয় এটা উপস্থাপন কৰিছে। সকলো অভিভাৱক আৰু ছাত্ৰ ছাত্ৰী আগবাঢ়ি আহিব লাগে

  • @MoumatMagazine
    @MoumatMagazine 5 หลายเดือนก่อน +82

    পৰীক্ষা বহীত নম্বৰ ধৰি দিব লাগে। ছাত্ৰ-ছাত্ৰীসকলৰ কথা এবাৰ ভাৱক। সকলো ছাত্ৰ-ছাত্ৰীৰ মন ভাগি গৈছে।

  • @abinashneog.21
    @abinashneog.21 5 หลายเดือนก่อน +5

    আপুনাৰ কথা কেইটা শুনি হৃদয় চুই গল। 💔

  • @PallabikaKalita
    @PallabikaKalita 5 หลายเดือนก่อน +40

    আমি সকলোৱে যদি এই বিষয়টোৰ হৈ মাত মাতো বা একগোট হও , তেওঁলোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হম । ছাত্ৰ সংগঠন সমূহেও এই বিষয় টো অলপ ভাবি চাব লাগে । যাতে ছাত্ৰ ছাত্ৰী খিনিক আমি ন্যায় প্ৰদানৰ ৰাস্তা টো মুকলি কৰি দিব পাৰোঁ।

    • @sunishakalita53
      @sunishakalita53 5 หลายเดือนก่อน +2

      Iman khini loike bhabise karane dhanyabad jonalo dei aponak.

    • @purnimagohain6510
      @purnimagohain6510 5 หลายเดือนก่อน

      Potibad koreba nki korela sobai ak gut hoi korem

    • @chinmoybrogaming9986
      @chinmoybrogaming9986 5 หลายเดือนก่อน

      হয় আপুনি থিকে কৈছে সকলো বিলাক এক হব লাগে 🙏🙏🙏😖

  • @user-it2bm1jq7q
    @user-it2bm1jq7q 5 หลายเดือนก่อน +169

    Reexam hobo lage ne gyus 😭💔like kra lgy jdi

    • @user-ui1cx6we2o
      @user-ui1cx6we2o 5 หลายเดือนก่อน

      Hoi hbo lge

    • @user-so9rq7sr3v
      @user-so9rq7sr3v 5 หลายเดือนก่อน

      Laga

    • @user-it2bm1jq7q
      @user-it2bm1jq7q 5 หลายเดือนก่อน +3

      @Kushalnrzy0278 all pohi goisu maths teenkee kotha nokoba tution abeli ghoduli gutei chapter complete krilu

    • @Richi_Bora
      @Richi_Bora 5 หลายเดือนก่อน +3

      ​@Kushalnrzy0278The whole year we had extra classes, tutions and preparation simultaneously. We want re exam Seba decieved us! The former HSLC Math's paper were so easy! Justice!

    • @technosim9797
      @technosim9797 5 หลายเดือนก่อน

      ​@Kushalnrzy0278Mathsot Top koru kintu main examote nohol ... Bohute complete book pohise ..

  • @03daily_
    @03daily_ 5 หลายเดือนก่อน +42

    সঁচাকৈ আজি মনটো ভাগি পৰিল 💔

  • @ropjyotimoran4771
    @ropjyotimoran4771 5 หลายเดือนก่อน +8

    ছাৰ আপোনী বহুত সুন্দৰ কৈ উপস্থাপন কৰিলে তাৰ বাবে ধন্যবাদ।আজি পৰিক্ষা টোয়ে ছাত্ৰ ছাত্ৰী সকলৰ মন ভাঙি পেলালে ।কিয় তেনেকোৱা কৰিলে কিয় এবাৰু ভাবি নাছালে পেপাৰ কটা জনে। অভিভাৱক সকলে বুজাব পৰা নাই ল'ৰা ছোৱালীক।

  • @kalpanabhuyan2372
    @kalpanabhuyan2372 5 หลายเดือนก่อน +9

    এজন অভিভাবক হৈ কৈছো...প্ৰশ্নখন দেখিলো এতিয়া
    সচাকৈ টান দেখিছো ....টান মানে কৰিব পাৰিব কিন্তু সময় ২ ঘন্টা আৰু বঢ়াব লাগিব ভাবিবলৈ....আৰু adv.maths ৰ কিয় দিছে ...সচাকৈ চেবাই কিয় এনেকুৱা কৰিছে সৰু সৰু লৰাছোৱালীক...মোৰ ঘৰত যদিও পৰীক্ষাৰ্থী নাই..তথাপিও দুখ পাইছো..আপোনাৰ কথাখিনি শুনি ভাল পালো

  • @user-dz3jx8ie3t
    @user-dz3jx8ie3t 5 หลายเดือนก่อน +85

    ছাৰ কেৱল‌ আপুনিহে আমাক
    বুজি‌ পায়
    Thank you sir 🥺

    • @user-uj1nr9qu9f
      @user-uj1nr9qu9f 5 หลายเดือนก่อน

      Thik

    • @SN-zn3bd
      @SN-zn3bd 5 หลายเดือนก่อน

      Right kotha

  • @DebojitMandal-jz4ww
    @DebojitMandal-jz4ww 5 หลายเดือนก่อน +68

    ছাৰ এনেকুৱা কিয় হ'ল লিখিব পৰা নাই ছাৰ ইমান টান লাগিছে । ইমান ধুনীয়াকৈ পঢ়ি গৈছিলো

    • @ananya8572
      @ananya8572 5 หลายเดือนก่อน +1

      Moi u 😭

    • @sani07446
      @sani07446 5 หลายเดือนก่อน +1

      Same 😭😭

    • @panchita_375
      @panchita_375 5 หลายเดือนก่อน

      Hmm moiu

    • @Sonalidas-bt9om
      @Sonalidas-bt9om 5 หลายเดือนก่อน

      Moi u 🥺

  • @MinaDeka-mx1uc
    @MinaDeka-mx1uc 5 หลายเดือนก่อน +16

    চেবাত চাকৰি কৰা ব্যক্তি সকলৰ চাগে ল'ৰা ছোৱালী নায় সেইবাবে আনৰ ল'ৰা ছোৱালী ৰ কথা বুজি নাপালে কাৰণ আমাৰ হে ল'ৰা ছোৱালী কান্দিছে তেওঁলোকৰ কি আহে কি‌ যায়

    • @chinmoybrogaming9986
      @chinmoybrogaming9986 5 หลายเดือนก่อน +1

      হয় আপোনি থিকে কৈছে

  • @rchiring768
    @rchiring768 5 หลายเดือนก่อน +5

    Truly this year's maths paper was very hard. I want the board to do a re-exam for maths.

  • @user-wh2gc3lb4m
    @user-wh2gc3lb4m 5 หลายเดือนก่อน +72

    Seba a Aitu bht beya kam korise......🥺students r mon akevare beya kori dile...vabisilu majot ak din gep dise so paper essay ahibo but emn taan ke katile ...jodi emn tan kei ketisil then Alop tu time dibo lagisil...students bur mecine nhoi nhoi...hoi ne fnds jodi hoi like kora... 🙂😓😓😓😓😓

    • @guptaramrabha7313
      @guptaramrabha7313 5 หลายเดือนก่อน +1

      Moi yo bhabisilu ek din gep too pepar tan nohobo but exam hall goi dekhu moye moye😢

    • @missparbeen64
      @missparbeen64 5 หลายเดือนก่อน

      Thike koisa 😢😢😢😢I agree

    • @matrrix_yt
      @matrrix_yt 5 หลายเดือนก่อน

      Machine hoi buli Kune koise nu.....gutei year tu ki Kori asil ? 1 din bondho dile buli e je easy ahbo Kune koise......gutei bosor tu ki koribo disil ?

    • @crazyboy-uj4nd
      @crazyboy-uj4nd 5 หลายเดือนก่อน +1

      I agree with moye moye 😂

    • @SATYAMTANTI862
      @SATYAMTANTI862 5 หลายเดือนก่อน

      Mojaaa ami tu COVID 19 pass hoi golu😅😅😅😅😂😂😂

  • @kalpanaboruah3516
    @kalpanaboruah3516 5 หลายเดือนก่อน +48

    যিসকলে এনেধৰণৰ প্ৰশ্ন প্ৰস্তুত কৰিলে তেওঁলোক গৰিহণাৰ যোগ্য।

  • @PratimNath-ei3il
    @PratimNath-ei3il 5 หลายเดือนก่อน +8

    ছাৰ আপুনি আমাৰ কাৰণে এইটো video আগবৰয়াৰ বাবে ধন্যবাদ

  • @user-dx6ch9kf9n
    @user-dx6ch9kf9n 5 หลายเดือนก่อน +25

    গণিতৰ পৰীক্ষা পুনৰ অনুস্থিত কৰিব লাগে 😢😢

  • @irfanhabeeb10
    @irfanhabeeb10 5 หลายเดือนก่อน +76

    This is the only teacher that is speaking the facts

  • @assamesebloggersabitalifes6454
    @assamesebloggersabitalifes6454 5 หลายเดือนก่อน +47

    Maths পৰীক্ষা টো আকৌ হব লাগে
    বহুতৰে মন ভাঙিছে 😢

  • @siddiqueali-qe3ib
    @siddiqueali-qe3ib 5 หลายเดือนก่อน +8

    ছাৰ‌ গোটেই বছৰৰ‌ কষ্ট এনেই‌ গল । কোনো কামে নাহিল

  • @GallySpa-jj7cc
    @GallySpa-jj7cc 5 หลายเดือนก่อน +17

    বহুতো আশা আছিল গনিতত এটা ভাল নম্বৰ পাবলৈ। আৰু ৯০+ পাম বুলি ভাবিছিলো। কিন্তু আজি question paper খন চাই মন ভাঙি গ'ল। 😢😢😢

    • @nitumonidevi6663
      @nitumonidevi6663 5 หลายเดือนก่อน

      Atia kmn pba

    • @GallySpa-jj7cc
      @GallySpa-jj7cc 5 หลายเดือนก่อน

      atia common pai ki korim

    • @nitumonidevi6663
      @nitumonidevi6663 5 หลายเดือนก่อน

      Ako exm ptile exm dba neeh??

    • @GallySpa-jj7cc
      @GallySpa-jj7cc 5 หลายเดือนก่อน

      ​@@nitumonidevi6663 Patile tu diboi lagibo

  • @khagenhazarika8033
    @khagenhazarika8033 5 หลายเดือนก่อน +31

    অভিভাৱক হিচাপে আজি মোৰ বৰ দুখ লাগিছে কাৰন ল'ৰাটো সপোন থান বান হৈ গ'ল।ইমান কষ্ট কৰিছিল সকলো অসাৰ হ'ল।পেপাৰ কটা জনে পাহৰিলে এইটো মেট্ৰিক পৰীক্ষা বুলি ল'ৰা ছোৱালী বোৰৰ মন ভাঙি পেলালে।

    • @Rajibroy656
      @Rajibroy656 5 หลายเดือนก่อน +1

      মই ও এজন ছাত্ৰ সেৱাই এনেকুৱা কৰিব বুলি ভৱা নাছিলো

  • @onlyfflover5810
    @onlyfflover5810 5 หลายเดือนก่อน +62

    নাহিবা উভতি আকৌ এবাৰ
    কান্দিব নোৱাৰোঁ প্ৰতিবাৰ😢😢

  • @prachurjyanath3664
    @prachurjyanath3664 5 หลายเดือนก่อน +14

    Seba ৰ সৈতে জড়িত নোহোৱা কোনো ব্যক্তিক প্ৰশ্ন কাকত প্ৰস্তুতিৰ দায়িত্ব দিয়া যেন অনুভৱ হ'ল !

  • @hifigamer7456
    @hifigamer7456 5 หลายเดือนก่อน +7

    এই নোৱাৰা প্ৰশ্ন কেইটৰ বাবে মোৰ পৰা প্ৰশ্ন থাকি গল 🥲

  • @user-is3ux9ib6b
    @user-is3ux9ib6b 5 หลายเดือนก่อน +56

    100 %কৰিম বুলি ভাবিছিলো কিন্তু সকলোবোৰ কৰিব নোৱাৰিলো ।আপুনি দেখুওৱা কেইটাই কৰিব নোৱাৰিলোঁ।😢😢আপুনি আৰু আমি বহুত কষ্ট কৰিছিল এই পৰীক্ষা টো ভাল কৰিবলে কিন্তু seba ৰ সামান্য ভুলৰ বাবে বহুতো ছাত্ৰ ছাত্ৰী সপোন ভাগি গল।😢😢

  • @kushalpuja03
    @kushalpuja03 5 หลายเดือนก่อน +46

    আশা আধৰুৱা হৈ ৰ'ল ছাৰ 😭😭। মই ভবাই নাছিলো ইমান ভালকে পঢ়িছিলো । মোৰ আৰু পঢ়িবলৈ মন নাইকিয়া হৈ গৈছে😭😭

    • @MedhaFoundation
      @MedhaFoundation 5 หลายเดือนก่อน +1

      Dhojyo dhora sob thik hoi jabo

    • @kalpanakalita1585
      @kalpanakalita1585 5 หลายเดือนก่อน +3

      Mur nijor uprt dhikkar lagise

    • @mousumijannatmousumi4188
      @mousumijannatmousumi4188 5 หลายเดือนก่อน +1

      Bohot beya hol.o exam😢

    • @Cute_cherry365
      @Cute_cherry365 5 หลายเดือนก่อน

      Moro ekei obosta 😢😭

    • @upasana6890
      @upasana6890 5 หลายเดือนก่อน

      Akei dokha muru🥲poha tu badei basibolei mon nai jowa xosa ke. Karon exam beya hole eman manuhe eman bur kotha xunabo🥲xeibur keneke xoitjyo korim💔

  • @sahadat073
    @sahadat073 5 หลายเดือนก่อน +4

    ছাৰ মই সদায় exam ত 95+ marks পাইছিলো, কিন্তু যোৱাকালিৰ প্ৰশ্নকাকত খন দেখি confidence level ইমান low মাৰিলে যে পিছত যি কেইটা পাৰোঁ সেইকেইটাও কৰিব নোৱাৰিলো 😢 sir বহুত বেয়া হল , ভবা নাছিলোঁ এই দশাটো হব বুলি। ঘৰত কৈছিলো exam ৰ আগতে 100 পাম বুলি (মই যেনেকৈ revise মাৰিছিলো তাৰ অভিজ্ঞতাৰ পৰা) কিন্তু এতিয়া কি হব 😢😢

    • @user-mx4gh4tl3x
      @user-mx4gh4tl3x 5 หลายเดือนก่อน +2

      It's really very Hurd and unfair

  • @mrinmayeed
    @mrinmayeed 5 หลายเดือนก่อน +9

    Seba ৰ ওচৰত এটা ডাঙৰ অনুৰোধ। যিহেতু এই পৰীক্ষাটোৰ এতিয়াও আমাৰ সমাজত বহু বেছিয়ে গুৰুত্বপূৰ্ণ। আমাৰ নিচিনা ছাত্ৰ - ছাত্ৰীৰ বাবে কিবা এটা পদক্ষেপ লওক। কাৰণ মোৰ নিচিনা আৰু বহুতেই বহুতো কিবা আশা কৰিছিল কিন্তু আশা কৰা মতে লিখিব নোৱাৰিলোঁ। কিবা এটা স্থান পোৱাৰ ইচ্ছা সকলোৰে থাকে কিন্তু এটা মাত্ৰ পৰীক্ষাৰ কাৰণে যদি এই সপোনবোৰ ভাঙি যায় বহুত বেয়া লাগিব। ইয়াৰ উপৰি আমাৰ মা দেউতাৰ আমাৰ ওপৰত বেছি আশা থাকে। মোতকৈ বেছি আজি মা দেউতাৰ দুখ লাগিছে। আপোনালোকলৈ বিনম্ৰ অনুৰোধ (SEBA)।🙏

    • @Biinit825
      @Biinit825 4 หลายเดือนก่อน

      Hii❤❤

  • @kulasaikia740
    @kulasaikia740 5 หลายเดือนก่อน +50

    নমস্কাৰ চাৰ, মইও এজন Tutor । মোৰ ছাত্ৰ-ছাত্ৰীসকলে কান্দিছে । শান্তনা দিবলৈ ভাষা নাই । সকলো ছাত্ৰ-ছাত্ৰী, শিক্ষক, অভিভাৱকে অৰ্থহীন SEBA ক পুণৰ গণিতৰ পৰীক্ষা অনুষ্ঠিত কৰাবলৈ বাধ্য কৰাব লাগে ।🙏

    • @Masum12345-p
      @Masum12345-p 5 หลายเดือนก่อน

      Yes sir 😢😢

    • @Bhoben585
      @Bhoben585 5 หลายเดือนก่อน

      Kio koribo aku 🙄🙄nokore 😎😎

    • @deka4_
      @deka4_ 5 หลายเดือนก่อน +1

      Good Afternoon sir, I also understand your frustrations but some of the students after much struggle were able to solve 87-92 marks. And maybe I am also one of them as I've checked till. So After much struggle and hard work we are able to solve that much. Yeah it was tough but according to me those who failed grace marks should be given, or out of syllabus marks should be given. But no re examination. We don't want to get that headache again

  • @namratabharali3
    @namratabharali3 5 หลายเดือนก่อน +30

    সঁচাই ...Sir আপুনি একদম শুদ্ধ কথা কৈছে । আজি অংক পেপাৰ খনে আমাক হতাশাত পেলাইছে । ছেবাএ আমাক কিয় এনেকুৱা কৰিলে।😢 অসমীয়া মাধ্যমৰ আমিবোৰ ছাত্ৰ -ছাত্ৰী বহুত হতাশাত ভূগিছো। এপিনে পৰীক্ষা ও সোনকালে পাতিলে আনহাতে syllabus ও সম্পূৰ্ণ নহল। আমাৰ এই দশা seba এ দৃষ্টিগোচৰ কৰে যেন । আজি বহুতো ছাত্ৰ-ছাত্ৰীৰ হাঁহোনৰ সলনি কান্দোনৰ ৰোল। Science ত পঢ়াৰ হেঁপাহখিনি হেৰাই যাব ধৰিছে ।😢

    • @MtiduiNath-vq9bf
      @MtiduiNath-vq9bf 5 หลายเดือนก่อน

      Xsai bhut tan question katise sebai gutei years bhut rivaic krilu mathe t lettar loi pas kri science phim buli but nuarilu jene tene pas krim aru tq sir kthaxini valkoi kuar karne

    • @gyandeepnath2868
      @gyandeepnath2868 5 หลายเดือนก่อน

      @@MtiduiNath-vq9bf tension noloba juniors aru tmluke bhoi khabo nalage maths , science number kom pale u tmi science lobo prba . Aru moi mur experience r pora koisu 10th koi 11th maths bohut besi khohos hoi . Moi nijei 2023 matric examt maths 100 paisilu .

  • @ae-cha5913
    @ae-cha5913 5 หลายเดือนก่อน +5

    প্ৰতিটো বিষয়ত 85+ কৰি অহাৰ পাছত ভাবিছিলোঁ এটা ভাল ৰিজাল্ট পাম কিন্তু কালিৰ paper খনে সম্পূৰ্ণ ওলোটা এটা বাস্তৱৰ সন্মুখীন কৰাই দিলে। হয়, মই maths ৰ topper নাছিলোঁ কিন্তু ইমান কম mark পাম বুলি সপোনটো ভাবিব পৰা নাছিলোঁ ।
    Seba এ এনেধৰণৰ paper কাটি কি বুজাব খুজিলে ধৰিব পৰা নাই, আমাৰ কোনো ধনৰ প্ৰস্তুতি এ নাছিল এনে paper আহিলে কি কৰিব লাগে সেইটোৰ ওপৰত ।
    Seba এ আমাৰ ভৱিষ্যৰ লগত হেতালি খেলিছে, আমাৰ লগতে আমাৰ অভিভাবক সকলৰো মন ভাঙি দিলে।
    #Wewantjustice
    #reconducthslcmaths(SEBA)

  • @mrinalhazarikam
    @mrinalhazarikam 5 หลายเดือนก่อน +9

    গণিতৰ পৰীক্ষা পুনৰ হ'ব লাগে।

  • @pronoti2844
    @pronoti2844 5 หลายเดือนก่อน +41

    তুমি কথাখিনি বুজাই দিয়া কাৰণে অলপ শান্তি লাগিছে ।আচলতে ডিষ্টিংচনৰ সংখ্যা কমাবলৈ কৰা বুদ্ধি যেনহে লাগিছে । ভাল প্ৰশ্ন কাটোটাই ছাত্ৰ-ছাত্ৰীক কেতিয়াও এনেকুৱা নকৰে ।যোগ্য সকলেহে প্ৰশ্ন কাটিব লাগে ।

    • @user-oh7mk7zo7x
      @user-oh7mk7zo7x 5 หลายเดือนก่อน

      Ekdom thik koiseee distinction or kotha tu

  • @Universe_comedy_
    @Universe_comedy_ 5 หลายเดือนก่อน +172

    Please i want justice for all the students 🥺🙏🙏🙏🙏🙏

    • @ak2_op_gamers_
      @ak2_op_gamers_ 5 หลายเดือนก่อน +1

      We want justice

    • @Nyzeex-007
      @Nyzeex-007 5 หลายเดือนก่อน +1

      Now I'm loosing my confidence

    • @SHRINXX
      @SHRINXX 5 หลายเดือนก่อน

      ​@@Nyzeex-007don't give up😢

    • @Nyzeex-007
      @Nyzeex-007 5 หลายเดือนก่อน +1

      @@SHRINXX hmm last 30 minutes exam Hall t Kandi asu etyau kandiyei asu

    • @SHRINXX
      @SHRINXX 5 หลายเดือนก่อน +1

      @@Nyzeex-007 this is not your fault don't cry a exam can't decide your future😊

  • @pallav0123
    @pallav0123 5 หลายเดือนก่อน +5

    honestly sir moi komeu 15-20 khon district or test paper korisilu aru 97 paisilu amr district or test paper khon ot kin2 ei khon ot moi jene tene he sake 80 + pam....😢😢

  • @Closproximitygaming
    @Closproximitygaming 5 หลายเดือนก่อน +5

    Aibar maths paper tough ase xsa but moi val paisu kionu number matter nkore sob ktha matter kore tumr Kim concept jna.. still moi expect korislu. Maths 100 💯 pam boli but andfuture exam tu ase jne jne dim boli vbi sa .. ONE OF THE MOST TOUGHEST EXAM IIT --JEE ADVANCED .. READY FOR 2026-27
    Tumluke lucky hoi kionu new question dekhe sa aru kne ke koribo Lage jni ba ... Jdi book pra ahile hoi knowledge increase nohol hoi ...
    At. Last .. all the very best for the next exam ❤❤❤

    • @jaykrishna
      @jaykrishna 5 หลายเดือนก่อน +1

      You won my heart ❤️

  • @manishyamantarabha5117
    @manishyamantarabha5117 5 หลายเดือนก่อน +468

    MCQ kar kar 30+ hol like kor

  • @mrlegend9221
    @mrlegend9221 5 หลายเดือนก่อน +36

    Sobe jiman pra share like Kora jaate video tu trending ot ahi jai .

  • @tanishadas4151
    @tanishadas4151 5 หลายเดือนก่อน +7

    I wish that seba board will RE -EXAM the maths examination though they given out of syllabus so this is not fair at all 😢

  • @yeonghan_1
    @yeonghan_1 5 หลายเดือนก่อน +13

    As a student of class 10, this year's HSLC maths paper was indeed hard. It was harder than we imagined. At the exam hall, seeing the question paper I was quite shocked that, how could a mistake like this can even happen? (Something that was out of the syllabus and the concepts were whole on a different level) Everyone was staring at the paper, remembering all of our hardwork in addition to our sleepless nights. Yes, it's indeed true that we could have solved the given sums but only if they were based on the concepts that we were taught. Our hands were shaking, staring at the paper, limited time. We did all we could and now we're exhausted.

    • @beyond2035
      @beyond2035 5 หลายเดือนก่อน

      SEBA is tollay Retarded Bro , What would they expect from us , they were Asking the bookish question from last 15 years and suddenly out of nowhere they wannable CBSE . Atleast CBSE students are aware of such type of question they are practicing from out of the box from 7-8th classes , but what about us ?

    • @paparidas7461
      @paparidas7461 5 หลายเดือนก่อน

      We were taught every concept on the paper. The questions were unseen. The concepts were not

  • @ajijulrahamanajijulrahman4239
    @ajijulrahamanajijulrahman4239 5 หลายเดือนก่อน +46

    মোৰ সপোন টো ভাঙি দিলে ...😢😢 Maths আকৌ Maths পৰীক্ষা আকৌ হব লাগে। মা দেউতাৰ আশা ...💔💔

    • @tulumonimahanta7061
      @tulumonimahanta7061 5 หลายเดือนก่อน +3

      Akou hbo lage maths r porixaaa
      Ma deuta aru logote mr o bohut axa asil kin2 koribo nuarilo

    • @Mr.beeastji
      @Mr.beeastji 5 หลายเดือนก่อน +2

      Yes bro Sam. 😢

    • @HDcartoonvideo18
      @HDcartoonvideo18 5 หลายเดือนก่อน +1

      Same bro bohut aakha asil😢😢

    • @kalpanakalita1585
      @kalpanakalita1585 5 หลายเดือนก่อน +2

      Nijor uprt dhikkar jagise😢

    • @Nyzeex-007
      @Nyzeex-007 5 หลายเดือนก่อน +1

      Umm akow patibo lage......muru axa asil yaarr 😫😖😞😭😭😭

  • @mahendramuday4077
    @mahendramuday4077 5 หลายเดือนก่อน +479

    I pray to SEBA to reexam Math exam. Please SEBA board don't break our dream.

    • @bishnudas-tg2vg
      @bishnudas-tg2vg 5 หลายเดือนก่อน +5

      👍👍👍👍

    • @Kritishna01
      @Kritishna01 5 หลายเดือนก่อน +5

      Yes. Please

    • @Sungjinnnwoo
      @Sungjinnnwoo 5 หลายเดือนก่อน +11

      Don't bruh🥲🥲🥲🥲

    • @teenagersgaming6501
      @teenagersgaming6501 5 หลายเดือนก่อน +6

      Nlge broo

    • @BibekKumar-dx4bj
      @BibekKumar-dx4bj 5 หลายเดือนก่อน +3

      Yes you are right 👍👍👍❤❤❤❤❤❤❤❤❤❤❤

  • @minakhshitalukdar302
    @minakhshitalukdar302 5 หลายเดือนก่อน +4

    ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ লগত খেল খেলাটো SEBA ৰ মূল লক্ষ্য যেন পৰিলক্ষিত হৈছে

  • @RamjanAli-gx7zo
    @RamjanAli-gx7zo 5 หลายเดือนก่อน +10

    This is very disappointing...SEBA has become very irresponsible... Thank you Zakir for highlighting this...

  • @mousamkalita7224
    @mousamkalita7224 5 หลายเดือนก่อน +158

    Seba don't break the pattern they broke our hearts 🤡

    • @Dorothea1989
      @Dorothea1989 5 หลายเดือนก่อน +1

      We're literally clowns to the government 🤡. They say we are the future of the country, Is this what they do to the future of the country????

    • @Lukman_edit
      @Lukman_edit 5 หลายเดือนก่อน +7

      Blue print tak nhi diya
      Expert blue prnit mai 20%difficulty level tha
      Par paper mai 50% difficulty

    • @SubrataSutradhar-qc2xo
      @SubrataSutradhar-qc2xo 5 หลายเดือนก่อน

      ​@@Lukman_edit70 percentsge plus

    • @skarifulislam1239
      @skarifulislam1239 5 หลายเดือนก่อน +1

      Right 😢

    • @AllRounderThing
      @AllRounderThing 5 หลายเดือนก่อน +1

      🙂🥲😭

  • @rajkumaryein6846
    @rajkumaryein6846 5 หลายเดือนก่อน +47

    এই বিষয়টোৰ বাবে শিক্ষা বিভাগ সম্পূৰ্ণ জগৰীয়া ,গতিকে ছাত্ৰ ছাত্ৰীক গণিত বিষয়টোৰ নাম্বাৰ বঢ়োৱাৰ ব্যৱস্থা কৰি দিবলৈৈ বাধ্য কৰিব লাগে

  • @godjonny3403
    @godjonny3403 5 หลายเดือนก่อน +6

    Time to get united and protest against Seba 😐

  • @samiultech
    @samiultech 5 หลายเดือนก่อน +6

    Out Of Book Paper
    Question From
    1. NCERT EXEMPLER
    2. RD Sharma
    3. RD Agarwal
    These books are used in CBSC BORD

  • @childrenmosti9106
    @childrenmosti9106 5 หลายเดือนก่อน +20

    Overall 80% students exam beya hoise

  • @diptisaikia9036
    @diptisaikia9036 5 หลายเดือนก่อน +20

    বহুত বহুত ধন্যবাদ ছাৰ । আমাৰ ভাঙি যোৱা মনবোৰ যোৰা লগাবলৈ চেষ্টা কৰাৰ বাবে। আজিৰ প্ৰশ্ন কাকত খনে মোৰ সপোনবোৰ ,আশাবোৰ সকলো ভাঙি পেলালে।😢

    • @AssamTV111
      @AssamTV111 5 หลายเดือนก่อน +2

      same vai 😢😢😭🙏🏻

    • @rontulahon4085
      @rontulahon4085 5 หลายเดือนก่อน +1

      Same 😢

    • @achinidas9186
      @achinidas9186 5 หลายเดือนก่อน +1

      Same 😂😂😂

  • @amitjain6791
    @amitjain6791 5 หลายเดือนก่อน +5

    Re-exam is not the solution, yeh phir se students ke liye headache hoga...
    Better option hai ki tough questions ko remove kar ke marks counting honi chahiye...
    aur average nikal kar marks dena chahiye.
    Jo questions remove hote hai, SEBA ko newspaper ke through details share kar deni chahiye, taaki students ko pata chal jaaye kitne questions remove huwe hai.
    Hope yeh hone se students ko bohut help mil jaayegi.

  • @sunishakalita53
    @sunishakalita53 5 หลายเดือนก่อน +4

    Studentsr thait nijok thoi je sokolu khini buji paise aponak bahut bahut dhanyabad. Iman dhuniake video tu bonaise bahut bhal lagil. ❤

  • @_Top-1
    @_Top-1 5 หลายเดือนก่อน +101

    _এটা আশা আধৰুৱা হৈ ৰ'ল ছাৰ..............💔_

    • @nilimakalita4583
      @nilimakalita4583 5 หลายเดือนก่อน +5

      Essss

    • @pronatikonwar
      @pronatikonwar 5 หลายเดือนก่อน +2

      Ene u tumi arts loba jen lagise....tmr literature bhal

    • @_Top-1
      @_Top-1 5 หลายเดือนก่อน

      @@pronatikonwar নাই Science লম। HSLCত বাকীবোৰ বিষয়ত ৯০/৯৫+ পাম।

    • @user-qd7tq4kv2t
      @user-qd7tq4kv2t 5 หลายเดือนก่อน

      Hoi dia

    • @AR2MBS
      @AR2MBS 5 หลายเดือนก่อน

      ​@@_Top-1 নিজৰ Interest ৰ ওপৰত লবা

  • @Dorothea1989
    @Dorothea1989 5 หลายเดือนก่อน +132

    Please SEBA reexam the math exam. We could've done much better. Please do justice to us🙏

    • @NamitaKalita-uu2pi
      @NamitaKalita-uu2pi 5 หลายเดือนก่อน +2

      Yesss please SEBA...

    • @MampiAhmed-hg8tf
      @MampiAhmed-hg8tf 5 หลายเดือนก่อน

      Seba kane ke saba yaatee

    • @violinadas9327
      @violinadas9327 5 หลายเดือนก่อน +1

      yess please

    • @Tamie__kan
      @Tamie__kan 5 หลายเดือนก่อน +5

      With easy paper 💀

    • @Rooneyk7__yt
      @Rooneyk7__yt 5 หลายเดือนก่อน +1

      No pass the math's paper of all the students 😢

  • @--RIDER-rqruquq
    @--RIDER-rqruquq 5 หลายเดือนก่อน +313

    Kone Kone 45+paba like kora😢😢

  • @ananyamedhi573
    @ananyamedhi573 5 หลายเดือนก่อน +8

    মনবোৰ ভাঙিলে সিহঁতৰ। বহুত কষ্ট কৰিছিল। ইমান দায়িত্বহীন হ'ব নালাগিছিল ।আচৰিত! কি জ্ঞান বুদ্ধি লৈ প্ৰশ্নকাকত বনাইছিল?? এতিয়া SEBA এ কিবা ব্যৱস্থা কৰক। হয়তো নতুনকৈ পৰীক্ষা পাতক নহ'লে অলাগতীয়াল প্ৰশ্নবোৰৰ নম্বৰবোৰ দিয়াৰ ব্যৱস্থা কৰক ।

    • @Biinit825
      @Biinit825 4 หลายเดือนก่อน

      Hii❤❤❤

  • @krishmipatar206
    @krishmipatar206 5 หลายเดือนก่อน +10

    ছেবাৰ প্ৰশ্ন কটা মূল মানুহ জনৰ মুৰ চুৰ ভাঙি দিব মন গৈছে মোৰ 😠বহুত খং উঠিছে আৰু দুখ লাগিছে,,😥পৰীক্ষা হলত কান্দি পেলাব লৈছিলো মই,,😢😢Kar murtu posno katise 😠😠😢😢

  • @sampritidutta2825
    @sampritidutta2825 5 หลายเดือนก่อน +32

    Maths পৰীক্ষা টো আকৌ হব লাগে ।

  • @user-vi2kb9ms7j
    @user-vi2kb9ms7j 5 หลายเดือนก่อน +3

    আজি মোৰ সপোন ভংগ হৈছে
    ৰিজাল্ট ভাল কৰিম বুলি ভাবিছিলো কিন্তু ভাল নহয়৷

  • @dondx1896
    @dondx1896 5 หลายเดือนก่อน +7

    Guys don't worry
    For those students who will thinking of failing
    If you get 21-22 you'll earn
    Grace mark for pass at list third 🥉

  • @DjAlok-we3jt
    @DjAlok-we3jt 5 หลายเดือนก่อน +11

    Sir সঁচা কে আপোনাক বহুত বহুত ধনবাদ এইবোৰ কোৱাৰ কাৰণে আজি আমাৰ exam বহুত বেয়া হৈছে😢 পাছ কৰিব নোৱাৰিম😢

  • @MEHFUZ0709
    @MEHFUZ0709 5 หลายเดือนก่อน +28

    Sir bhut beya gol aji 😢😢🥺🥺

  • @Anya-373
    @Anya-373 5 หลายเดือนก่อน +5

    Vabisilu aibar math t 80+ pam ..but 50+ napam jenei lgise..hosakoi bohut kosto korisilu exam r karone ,kintu 3 hours r paper khone bohutu students k demotivate kori dile. I hope hokolu students, parents and teachers e jate ai bikhoitut action loi . Atlast sir tq for giving us some positive vibe❤

  • @sharmabhaivlogs
    @sharmabhaivlogs 5 หลายเดือนก่อน +3

    Aapunar nisina manuh lage jiye seba k question karibo lage... Good 👍👍👍

  • @kizermusic
    @kizermusic 5 หลายเดือนก่อน +48

    ধিকাৰ seba😢😢😢😢

    • @user-xc6ig6mh1k
      @user-xc6ig6mh1k 5 หลายเดือนก่อน

      Olabi Mur logot c4 logai ahim

  • @sumapaul4299
    @sumapaul4299 5 หลายเดือนก่อน +92

    I request seba to re exam 🥺
    .
    .
    Plese vote
    🙏

  • @NamrataDas-ju4wj
    @NamrataDas-ju4wj 5 หลายเดือนก่อน +8

    Out of syllabus ahisil ...কিছুমান প্ৰশ্ন পৰীক্ষাৰ দৃষ্টি কোণৰ পৰা নহয় বুলি আছিল কিন্তু আজিৰ পেপাৰখনত সেই প্ৰশ্ন বোৰো দেখা গল .....seba k kebol atai অনুৰোধ কৰিম যে এনেও আপোনালোকৰ পৰীক্ষাৰ ক্ষেত্ৰত বদনাম হৈ থাকে ...tar poti lokhyo rakhi olp sai sinti paper katib lage ...bohutu student r ভবিষ্যৎ r logot খেলা কৰাৰ দৰে হয় ..
    Plz.........vul hole ক্ষমা korib ...kintu monor kotha bur kolu ..bohut kosto korisilu kintu vobar dore exam val korib nuwarilu ...ghorot আহি গম পালো যে তাত মোৰ দুখ নথকা নহয় কিন্তু seba r u আছে .....🙏

  • @Jayasri_Sarma
    @Jayasri_Sarma 5 หลายเดือนก่อน +4

    Sir apuni anekoi bujau te olop montu val lgise...amer logot actually oinai hua buli kole u vul kua nohobo...kionu ami aiber bohut kom time paisu pohribo ...tate akou questions or pattern anekua korise..CBSE style koribo bisarise okay but amak Books and notes bur u tenekua style ot provide koribo lagisel...kunudhoronor questions ba notes provide nokori HSLC r questions paper khon anekua kora tu actually xudho hua ni....

  • @kapilytgamer4121
    @kapilytgamer4121 5 หลายเดือนก่อน +42

    😥😥Kar kar exam baya hoisa jonua muru baya hoisa 😔 aru eyar baba ke kora ousit jonua 🤔😔😔 👇👇

    • @Nitisha260
      @Nitisha260 5 หลายเดือนก่อน +1

      Mm ako retest hb lge

    • @AmarjitBorgohain-hm5kx
      @AmarjitBorgohain-hm5kx 5 หลายเดือนก่อน +2

      Mur mon goisa

    • @ParchiBharali-wx9yw
      @ParchiBharali-wx9yw 5 หลายเดือนก่อน +3

      Akou math exam patibo lage 😢 moi vhabisilu 80+ pam kintu etiya 80+ ki 60 puar asha u bad disu ,, eman u kothin hridoy manuh thakibo nalage olp tu easy dibo lage paper. Ji pohi goisilu tar etau a nahi 😐 akou exam hbo lage ami eibur najanu muthor uporat Amar maa deuta xopun purabo lage. Baki subject t jimane val number napau kio ekhan sub t jdi bea sob xekh ,, mur logat kun kun asa please like Kora 👍 exam retest hbo lage

    • @AnkitaBiswas-yr1lt
      @AnkitaBiswas-yr1lt 5 หลายเดือนก่อน +1

      Murtu bohut beya hol
      Bohut confusion 😢😢😢😢

    • @rajibsarma.812
      @rajibsarma.812 5 หลายเดือนก่อน +1

      Re hbo lge

  • @piyushsartzz1502
    @piyushsartzz1502 5 หลายเดือนก่อน +31

    Sirr aji exm bohut beya hl😢

  • @user-kv1qw4cm1e
    @user-kv1qw4cm1e 5 หลายเดือนก่อน +2

    Amak extra marks nlage re examination patibo lge sobe mili seba k jur korile hihote ako re exam patibole badhyo hoboi lgibo so let's unite together against seba 🙏

  • @jayantasonowal1036
    @jayantasonowal1036 5 หลายเดือนก่อน +5

    ভাবিছিলোঁ গণিতত বাকীবোৰ তকৈ ভাল হব 95+ পাম ,,,,, কিন্তু আশা কৰা নাছিলোঁ ইমান টান হব বুলি ,,,,,,,,,, মাজত মাথোঁ এদিন বন্ধ দিছে ,,,,😓😓

  • @abhijitytstudio6919
    @abhijitytstudio6919 5 หลายเดือนก่อน +12

    অসমৰ শিক্ষা সংসদ ৰ হৈছে কি মনে ? অৰ্থহীন প্ৰশ্ন পেপাৰ প্ৰস্তুত কৰি ছাত্ৰ - ছাত্ৰী সকলৰ আশাত চেঁচা পানী ধালিছে যে? এটা পৰীক্ষা আপোনাকে ভাল কে পাতিব নোৱাৰে নেকি, সকলোতে দেখোন কবাত নহয় কবাত এটা কেজেং থাকেই? কোনোবা টো পৰীক্ষা শুনিবা পেপাৰ ফাদিল আকৌ কোনোবা টো পৰীক্ষা শুনিবা আকৌ সমাজ বিজ্ঞানৰ ঠাইত সাধাৰণ বিজ্ঞানৰ পেপাৰ ইমান যদি আপোনালোক অৰ্থহীন হৈছে তেন্তে আপোনালোকৰ দায়িত্ব পালন কৰিবলৈ বেলেগক অৰ্পন কৰক? Maths পৰীক্ষা ত আকৌ ঐচ্ছিক প্ৰশ্ন দি লৰা ছোৱালী আশাত চেঁচা পানী ঢালিছে, ঐশ্বিক প্ৰশ্ন টোৰ লগত or নিদিলে কিয়? এয়া আপোনাকৰ এক জ্ঞানহিন পৰিচয় বুলি আমি ক'ব পাৰোঁ ____

    • @chinmoybrogaming9986
      @chinmoybrogaming9986 5 หลายเดือนก่อน +2

      আমাৰ শিক্ষা ব্যৱস্থাটো বেয়াৰ দিশত গতি কৰিছে 💔

  • @Majidul324
    @Majidul324 5 หลายเดือนก่อน +27

    দ্বিতীয়টো প্ৰশ্ন মাত্ৰ এদিন সময় দি ইমান টান question কিয় কাটিলে?

    • @AnkitaBiswas-yr1lt
      @AnkitaBiswas-yr1lt 5 หลายเดือนก่อน

      Besibhage fail korok buli bhabi saage😅😢

    • @NamitaKalita-uu2pi
      @NamitaKalita-uu2pi 5 หลายเดือนก่อน +1

      Hoy diyok... Nai nai students , parents aru teacher bilak uthibo lage... Mat matibo lage...iman injustice kio amar logot....

    • @Majidul324
      @Majidul324 5 หลายเดือนก่อน

      ​@@AnkitaBiswas-yr1lt কিমান নম্বৰ কৰি আহিছে?

    • @AnkitaBiswas-yr1lt
      @AnkitaBiswas-yr1lt 5 หลายเดือนก่อน

      @@Majidul324 mcqt confused. Pass marks u nuthibo Jen paysu🥲
      Aaru bondho dise okol edin😅
      Aaru eman hard paper.
      Assamese 3din suti disile eman hard question oha ny
      Aaru or opinions u asile.
      But general maths hard paper katise
      Aaru or option u ny😔😔😔😔

  • @mousumimedhi700
    @mousumimedhi700 5 หลายเดือนก่อน +4

    Sir moi 90+ pam buli akha asil kintu emn besi beya hol j 30 aa sge napam moi bohut vagi porisu bohut besi kandilu muk dekhi mur maa papa vagi porise🥺 apunar video tu sai olp man hahokh palu dhoinnobd sir video tu diyar babe🥺🙏amr kotha kio olopu seba aa vabi nasale😔atiya anekuwa hoise Last exma tu dibole mon aaa nujuwa hol porat dhyan dibo pora ni😭apunak bohut besi thnkuu sir❤️

    • @_gayatri_dutta
      @_gayatri_dutta 5 หลายเดือนก่อน

      SME situation 🥺💔

  • @GaneshChetry-xu7vp
    @GaneshChetry-xu7vp 5 หลายเดือนก่อน +2

    Not only maths but science also,most of the questions were unexpected and not important if u compare them from test papers or pyq

  • @rajitanath4502
    @rajitanath4502 5 หลายเดือนก่อน +3

    Bki keikhon exam emn vl hoisil.. but maths khn ji emn beya hbo vba a naslu....
    Kiba ata vl result hbo buli vbi aslu ..kintu sob expectations xekh hoi geisi..🥺
    Next time Karo lgt a ana nhoi jte...
    Aru emn dangor exam ata olp vabi sinti paper ktpo lge...
    Exam atat Jana solir lgt bohut olp weak soli o thke ... Sbore kotha vbi Saba lge olp...

  • @user-vi2kb9ms7j
    @user-vi2kb9ms7j 5 หลายเดือนก่อน +7

    পৰীক্ষা পুনৰ হব লাগে সকলে দাবী জনাব লাগে পৰীক্ষা বহুত টান হৈছে

    • @ahmedperbhiz1976
      @ahmedperbhiz1976 5 หลายเดือนก่อน +1

      Exam akow holau exam nidiu...

  • @rockstarest9052
    @rockstarest9052 5 หลายเดือนก่อน +3

    I don't care exm knkua hol eta kotha asil Thank you sir imn khini help Kora karone thank you for everything ❤

  • @bidyabatisahu1145
    @bidyabatisahu1145 5 หลายเดือนก่อน +1

    সকলোখিনি দিশ দর্শাই দিয়াৰ বাবে বহুত - বহুত ধন্যবাদ ছাৰ | আমাৰ শিক্ষা - মন্ত্রীৰ ওচৰত এটাই অনুৰোধ সকলো ছাত্ৰ-ছাত্ৰীকে ভাল নম্বৰ দি পাছ কৰাব লাগে নতুবা পুনৰ বাৰ গণিতৰ পৰীক্ষা পাতিব লাগে | ধন্যবাদ ছাৰ |

  • @Animesh_kakati
    @Animesh_kakati 5 หลายเดือนก่อน +16

    Sir ADV maths দিব দিয়ক sir important questions 😮😢😊❤💯

  • @user-piyush8011
    @user-piyush8011 5 หลายเดือนก่อน +39

    Legend never die.

  • @Gammer-g9x
    @Gammer-g9x 5 หลายเดือนก่อน +2

    Hokolu studentsr lifer lgt dhemali korile sebai ami tu kitap he pohisilu . Ami tu jona nasilu enedore examt ketiyau noha question ahibo buli. Sob xopun vagi gol hokolu studentse center tur pora kadi kandi ulai ahibo loga hl. Napai enedore hajar hajar studentsr lifer lgt dhemali khelibo. Ami blue printu pua nasilu. Hosai Aprilr pora class kori Februaryt exam dibo loga hol. Syllabus kenekoi complete korilu ami students burehe gom pau. Kiman kosto korisilu gutei bosor atea hokolu xopun heh hoi gol. Axat sesa pani poril.

  • @allstatus6322
    @allstatus6322 5 หลายเดือนก่อน +4

    ছাৰ আপুনিয়ে আমাৰ মনৰ ভাব বুজি পায় 😢😭

  • @Jubilantjamming
    @Jubilantjamming 5 หลายเดือนก่อน +29

    Thank you sir for motivating us❤

  • @BabyleenaSaikia
    @BabyleenaSaikia 5 หลายเดือนก่อน +33

    Sir bahut Hard questions paper ... Mur pass Mark e ulua nai 😭

  • @bondonabora8274
    @bondonabora8274 5 หลายเดือนก่อน +1

    Bohut bohut dhanyabad bad jonalu

  • @rathindradasgupta478
    @rathindradasgupta478 5 หลายเดือนก่อน +2

    xorure pora xuni ahisilu j board exam t 3 ta seriest ot paper kate 30% man dull stdnts r krne (oknman easy)40%man average(moidhyomiya bhabe) stuntsa r krne aru 30%man tricky kate but aibar ki hol??😢10%u sun easy nhil exm r agot confidenceasil 95+puar but atia...... ai eta subject a amr percentage t bohut dangor impact pelabo😭😭😭😭😭😭