ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
শেষত ডাক্তৰ বাবুয়ে আহিয়ে গুণ গুণ অধিৰথক মিলন কৰিবহি যেন লাগিছে
পদ্মাই বহুত বেছি কৰিছে । অধীৰথক অলপ বুজি পালে ভাল লাগিল হয় পদ্মাই । খং আৰু অভিমানে সমস্যা নকমাই , বঢ়াই হে । ♥️
Ummm
সচাকৈ পদ্মা ৰ চিন্তা ধাৰাত মামৰে ধৰিছে 😤😠 আৰাম্ভনীতে ভাল লাগিছিল পদ্মা নামৰ চৰিত্ৰ টো এতিয়া বেয়া লাগে 😂
@@RajumoniRajumonidas তাই মূৰ্খ হয় কাৰন তাই নিজে কৈছিল গুনগুনক যে তই গুনগুন দোষী নহয় বুলি অধিৰথক প্ৰমাণ কৰি দে কিয়নো অধিৰথৰ বহুত টকা পইচা হৈছে। আৰু গুনগুনে নিজে চাকৰি এৰি দিলে লগতে তাই এতিয়া জ্বলিছে অধিৰথক লৈ
Pagol podma kela🤬😡
অধিৰথ লে বহুত বেয়া লাগিছে।পদ্মাক বহুত বেয়া পাইছো।অহংকাৰী হৈ গৈছে পদ্মা ।
ইমান স্বাৰ্থপৰ হৈ পৰিছে মাকজনি
পদ্মাই জীয়েকক সেই ডাক্তৰ জনলৈকে বিয়া দিয়ক এতিয়া ; অধীৰথলৈ দিব নালাগে । অহংকাৰী হৈ পৰিছে পদ্মা জনী । ❤
Hoio
❤❤সুপ্ৰভাত ❤❤গুন গুন ছিৰিয়েল পৰিয়াল সকল ❤❤❤❤
পদ্মাই বৰ বেয়া কাম কৰিলে।পদ্মাক ভাল নলগা হ'ল।
Moinak buwarixajot bhut dhuniya loga hoise
আজিৰ খণ্ডটো বৰ বেয়া লাগি গল, ইপিনে আৰু ডাক্তৰ জনৰ মাকে গুণ গুনৰ মাকৰ লগতো বিয়াৰ কথা পাতিবই চাগে 😢😢 🤔🤔
Best serial 2024😊😊😊
Anirban ru makor somporko 2 bht val lagise dei 💓
পদ্মা ৩ শ্ৰেণীৰ মানুহ সন্মান কি নাজানে। লগতে নিজৰ কোনো পঢ়া শুনা নাই বাবে তাই বলিয়ালি কৰিছে। মাঙ্গলিক কাৰ্য্য এটাত অমঙ্গল আনিলে। এনেকুৱা 3rd Class মানুহ ৰ বাবে আমাৰ সমাজ খনত বহুতৰ জীৱন ধ্বংস হৈছে। বহুত মানুহৰ ঘৰ সংসাৰ বেয়া হৈছে
সঁচা
Akdom hosa kotha dy
Padma r bebohar bor emn beya😢
তেও মাক কোনো মাকে নিবিচাৰে নিজৰ লৰা ছোৱালীৰ বেয়া হোৱাটো . মাক দেউতাকে দিনে ৰাতি কাম কৰি লৰা ছোৱালীক পঢাই ভাল চাকৰি কৰাটো . চাকৰিটো গলে মাক দেউতাকৰ বেয়া লাগিব ...... Gungun r মাকৰ কথাবোৰ মোৰ ইমান বেয়া লগা নাই. হয় অলপ বেছিকৈ কৰে অধীৰথক........ Gungun and অধীৰথৰ বিয়া হলে ভাল
মইনাৰ বাপেক কত মৰি ল | নেদেখু বাই দেখুন | পদ্মা ই কিয় পাহৰিলে যে গুন গুনে নিজেই প্রথমে চাকৰি এৰিছিল | সেইহে অইনে সুবিধা ল'লে চাকৰি এৰো বুলি কওতে দেখুন পদ্মাই একো আপত্তি কৰা নাছিল প্রথমে | পদ্মা জ্বলিচে নেকি অধিৰ থৰ উন্নতিত |
Right
Right 👍👍
Yes
অকণমান দীঘলকৈ দিব sun চাবলৈ লওঁ হে শেষ হৈয়ে
Gun gun kotha morom r ❤❤ sirel khin kune kune val pai❤
পাওঁ 😊
পদ্মা স্বাৰ্থপৰ মানুহ আৰু তাই বেছি খং কৰি দেখুৱাইছে পদ্মা জনীক দেখিবলৈ মন নোযোৱা হৈছে। কিন্তু অধিৰথ আৰু গুণগুণৰ বিয়া হ'লে হে ভাল লাগিব
Gungun aru adhirath r biya khn hla bhut bhut vl lagebbb
পদ্মাই বেছি কৰিছে
My favourite serial
সচাঁকৈ বহুত বেছি ভাল লাগিল
Gungun baa eman dux 😢😢
দৰ্শন ৰ চৰিত্ৰ বহুত ভাল লাগে আৰু বহুত ৰুমান্তিক আৰু বৰ মৰমৰ মইনাক বহুত মৰম কৰে
গুনগুন কথা মৰমৰ -- ছিৰিয়েল খন চাই ভালপোৱা সকলে এটা 👍 কৰি দিব । ♥️♥️
❤❤
Val Lage sai gungun
Aneee মৰাম্মমম লাগে lageeeee
Padma acting mur bahut val lage iman natural
Waiting 💞 for 💙 today 💞 episode 💞💙💞
গুনগুন ডাক্তৰলৈ বিয়া দিবলৈ মন পদ্মা বাইদেউৰ যাৰ লগতে হওক আমি বিয়া খাবলৈ পালেই হয় ❤❤
আচলতে পদ্মা হে স্বাৰ্থপৰ।। অধিৰথে সহায় কৰি থকালৈকে অধিৰথ ভাল আছিল আৰু এতিয়া অধিৰথ বেয়া হ'ল।।
Moi Sai asu gun gun ❤❤❤❤
I like doctor maa❤❤
Kune kune gun gun sabole অপেক্ষা kori thake 👍❤
Moi
Niec❤❤❤❤
Gungunor mak joni ahonkari olp vabi sinti sabo lage kot ki kotha kbo lage
Gun gun ❤❤❤
অধিৰথৰ দেউতাক তীৰ্থ ভমন কৰিবলৈ গল নেকি?
❤❤❤❤❤❤❤
Podmar alop bashi hoise
Mojja ❤
❤❤❤❤❤
❤❤❤❤
Kone Kone gun gun saboli wite Kori assa arro asi la ata koi like Kori jowa ❤❤❤
গুণগুণ নিজেই ৰিজাইন দিছে তাত কাৰো দোষ নাই
Podmar alop bashi hol... Podmak bujae lav nae.... Bujae lav nae...
Darshanor deutak jone kintu akdom thik kotha koise 👍
❤❤❤
❤
Val lagise serial sai ❤
Padma besi ohonkari🙄gungun a sakori puwato ekei asile aru etiaw😢
Gungunr mak jni bht ovadra aijnik dekhib mon niy
My favorite serial❤❤❤
Moina baa jonik eman dhunia lagise love you baa
❤❤ nice ❤❤❤
দৰ্শনৰ দেউতাক জন বহুত ভাল মানুহ
পদ্মাৰ কি হৈছে আচলতে?আনৰ কথা শুনি খং কৰা মূল। পদ্মাই বুজি পাবনে বাৰু?
3rd Class manuh bur anekuwa
Gun gun khn bor hundor xsaii❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Joldi joldi comment dio rhh like pamm 😅😅
❤Bhot vl lgil sai plz like kra😊
কাক দুখ দিম পদ্মা , গুণগুণ নে অধিৰথ নে এই সময়খিনিক
Nice❤😊
Mojja ❤😂🎉🎉😮
IlovuGungunAnita❤❤❤❤❤❤❤❤
Nice ❤❤
❤Moja
Hekh hole bohut miss korim
Mojja 😮😅😅
❤❤❤❤🎉🎉❤🎉❤🎉❤🎉
Padma r murur tar keidal sigil , haikarone ji ti boloki ase ,murut dukh pale j ,brand tu we Kam kora nai sage
My favourite serial ❤
এই পদ্মা জনীয়ে ইমান ভাল পৰিবেশ এটা বেয়া কৰি দিলে।
Sundor gungun ba
My 💟 favourite 💙 serial 💟💙💟🧡💟💙💟
Gungun bai nije arile sakori
Padma k mental hospital t admit koribo lge😂
Like kara❤❤
Ako ata mokel ulale oo gun gunk bisari ki je hb gun gun hodai adhirotore hb lagib .
Padma khurie nijor khong 2 control koribo nuare eman buha boisot 😊
পদ্মা ৰ অভিনয় বেলেগ হৈ গল ।
Good night
Gungun or maak joni bht selfish hoi thei napai tene hobo .
Good night all friends 🌃
❤❤😂
পদ্মাক দেখিব মন নোযোৱা হল oo অহংকাৰী জনী
পদ্মা বেছি অংকাৰী আগত সহায় কৰাবোৰ পাহৰি গ’ল৷
when maturity is also realised padma is also right
❤️❤️🔙
Adhirat dada aru gungun baa karone like ❤😊
Padmai o sarthpor hoi kotha koise Okl nijrtu xini pai odhirothor kotha bur buji napai😢
Adhirthlehe bohut beya lagise 😭
Podma johoni jati ai ketia u hukhi hb nuare morib aijni mor mor mor
Gungun Sai kuna kuna Val pua like kora❤❤❤
শেষত ডাক্তৰ বাবুয়ে আহিয়ে গুণ গুণ অধিৰথক মিলন কৰিবহি যেন লাগিছে
পদ্মাই বহুত বেছি কৰিছে । অধীৰথক অলপ বুজি পালে ভাল লাগিল হয় পদ্মাই । খং আৰু অভিমানে সমস্যা নকমাই , বঢ়াই হে । ♥️
Ummm
সচাকৈ পদ্মা ৰ চিন্তা ধাৰাত মামৰে ধৰিছে 😤😠 আৰাম্ভনীতে ভাল লাগিছিল পদ্মা নামৰ চৰিত্ৰ টো এতিয়া বেয়া লাগে 😂
@@RajumoniRajumonidas তাই মূৰ্খ হয় কাৰন তাই নিজে কৈছিল গুনগুনক যে তই গুনগুন দোষী নহয় বুলি অধিৰথক প্ৰমাণ কৰি দে কিয়নো অধিৰথৰ বহুত টকা পইচা হৈছে। আৰু গুনগুনে নিজে চাকৰি এৰি দিলে লগতে তাই এতিয়া জ্বলিছে অধিৰথক লৈ
Pagol podma kela🤬😡
অধিৰথ লে বহুত বেয়া লাগিছে।পদ্মাক বহুত বেয়া পাইছো।অহংকাৰী হৈ গৈছে পদ্মা ।
ইমান স্বাৰ্থপৰ হৈ পৰিছে মাকজনি
পদ্মাই জীয়েকক সেই ডাক্তৰ জনলৈকে বিয়া দিয়ক এতিয়া ; অধীৰথলৈ দিব নালাগে । অহংকাৰী হৈ পৰিছে পদ্মা জনী । ❤
Hoio
❤❤সুপ্ৰভাত ❤❤গুন গুন ছিৰিয়েল পৰিয়াল সকল ❤❤❤❤
পদ্মাই বৰ বেয়া কাম কৰিলে।পদ্মাক ভাল নলগা হ'ল।
Moinak buwarixajot bhut dhuniya loga hoise
আজিৰ খণ্ডটো বৰ বেয়া লাগি গল, ইপিনে আৰু ডাক্তৰ জনৰ মাকে গুণ গুনৰ মাকৰ লগতো বিয়াৰ কথা পাতিবই চাগে 😢😢 🤔🤔
Best serial 2024😊😊😊
Anirban ru makor somporko 2 bht val lagise dei 💓
পদ্মা ৩ শ্ৰেণীৰ মানুহ সন্মান কি নাজানে। লগতে নিজৰ কোনো পঢ়া শুনা নাই বাবে তাই বলিয়ালি কৰিছে। মাঙ্গলিক কাৰ্য্য এটাত অমঙ্গল আনিলে। এনেকুৱা 3rd Class মানুহ ৰ বাবে আমাৰ সমাজ খনত বহুতৰ জীৱন ধ্বংস হৈছে। বহুত মানুহৰ ঘৰ সংসাৰ বেয়া হৈছে
সঁচা
Akdom hosa kotha dy
Padma r bebohar bor emn beya😢
তেও মাক কোনো মাকে নিবিচাৰে নিজৰ লৰা ছোৱালীৰ বেয়া হোৱাটো . মাক দেউতাকে দিনে ৰাতি কাম কৰি লৰা ছোৱালীক পঢাই ভাল চাকৰি কৰাটো . চাকৰিটো গলে মাক দেউতাকৰ বেয়া লাগিব ...... Gungun r মাকৰ কথাবোৰ মোৰ ইমান বেয়া লগা নাই. হয় অলপ বেছিকৈ কৰে অধীৰথক........
Gungun and অধীৰথৰ বিয়া হলে ভাল
মইনাৰ বাপেক কত মৰি ল | নেদেখু বাই দেখুন | পদ্মা ই কিয় পাহৰিলে যে গুন গুনে নিজেই প্রথমে চাকৰি এৰিছিল | সেইহে অইনে সুবিধা ল'লে চাকৰি এৰো বুলি কওতে দেখুন পদ্মাই একো আপত্তি কৰা নাছিল প্রথমে | পদ্মা জ্বলিচে নেকি অধিৰ থৰ উন্নতিত |
Right
Right 👍👍
Yes
অকণমান দীঘলকৈ দিব sun চাবলৈ লওঁ হে শেষ হৈয়ে
Gun gun kotha morom r ❤❤ sirel khin kune kune val pai❤
পাওঁ 😊
পদ্মা স্বাৰ্থপৰ মানুহ আৰু তাই বেছি খং কৰি দেখুৱাইছে পদ্মা জনীক দেখিবলৈ মন নোযোৱা হৈছে। কিন্তু অধিৰথ আৰু গুণগুণৰ বিয়া হ'লে হে ভাল লাগিব
Gungun aru adhirath r biya khn hla bhut bhut vl lagebbb
পদ্মাই বেছি কৰিছে
My favourite serial
সচাঁকৈ বহুত বেছি ভাল লাগিল
Gungun baa eman dux 😢😢
দৰ্শন ৰ চৰিত্ৰ বহুত ভাল লাগে আৰু বহুত ৰুমান্তিক আৰু বৰ মৰমৰ মইনাক বহুত মৰম কৰে
গুনগুন কথা মৰমৰ -- ছিৰিয়েল খন চাই ভালপোৱা সকলে এটা 👍 কৰি দিব । ♥️♥️
❤❤
Val Lage sai gungun
Aneee মৰাম্মমম লাগে lageeeee
Padma acting mur bahut val lage iman natural
Waiting 💞 for 💙 today 💞 episode 💞💙💞
গুনগুন ডাক্তৰলৈ বিয়া দিবলৈ মন পদ্মা বাইদেউৰ যাৰ লগতে হওক আমি বিয়া খাবলৈ পালেই হয় ❤❤
আচলতে পদ্মা হে স্বাৰ্থপৰ।। অধিৰথে সহায় কৰি থকালৈকে অধিৰথ ভাল আছিল আৰু এতিয়া অধিৰথ বেয়া হ'ল।।
Moi Sai asu gun gun ❤❤❤❤
❤❤
I like doctor maa❤❤
Kune kune gun gun sabole অপেক্ষা kori thake 👍❤
Moi
Niec❤❤❤❤
Gungunor mak joni ahonkari olp vabi sinti sabo lage kot ki kotha kbo lage
Gun gun ❤❤❤
অধিৰথৰ দেউতাক তীৰ্থ ভমন কৰিবলৈ গল নেকি?
❤❤❤❤❤❤❤
Podmar alop bashi hoise
Mojja ❤
❤❤❤❤❤
❤❤❤❤
Kone Kone gun gun saboli wite Kori assa arro asi la ata koi like Kori jowa ❤❤❤
❤❤❤❤
❤❤❤❤❤❤❤
গুণগুণ নিজেই ৰিজাইন দিছে তাত কাৰো দোষ নাই
Podmar alop bashi hol... Podmak bujae lav nae.... Bujae lav nae...
Darshanor deutak jone kintu akdom thik kotha koise 👍
❤❤❤
❤
Val lagise serial sai ❤
❤❤
❤❤❤
Padma besi ohonkari🙄gungun a sakori puwato ekei asile aru etiaw😢
Gungunr mak jni bht ovadra aijnik dekhib mon niy
My favorite serial❤❤❤
Moina baa jonik eman dhunia lagise love you baa
❤❤ nice ❤❤❤
দৰ্শনৰ দেউতাক জন বহুত ভাল মানুহ
পদ্মাৰ কি হৈছে আচলতে?আনৰ কথা শুনি খং কৰা মূল। পদ্মাই বুজি পাবনে বাৰু?
3rd Class manuh bur anekuwa
Gun gun khn bor hundor xsaii❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Joldi joldi comment dio rhh like pamm 😅😅
❤Bhot vl lgil sai plz like kra😊
কাক দুখ দিম পদ্মা , গুণগুণ নে অধিৰথ নে এই সময়খিনিক
Nice❤😊
Mojja ❤😂🎉🎉😮
Ilovu
Gungun
Anita❤❤❤❤❤❤❤❤
Nice ❤❤
❤Moja
❤❤❤❤❤
❤❤❤❤❤
Hekh hole bohut miss korim
Mojja 😮😅😅
❤❤❤❤🎉🎉❤🎉❤🎉❤🎉
Padma r murur tar keidal sigil , haikarone ji ti boloki ase ,murut dukh pale j ,brand tu we Kam kora nai sage
My favourite serial ❤
এই পদ্মা জনীয়ে ইমান ভাল পৰিবেশ এটা বেয়া কৰি দিলে।
Sundor gungun ba
❤❤❤
My 💟 favourite 💙 serial 💟💙💟🧡💟💙💟
Gungun bai nije arile sakori
Padma k mental hospital t admit koribo lge😂
Like kara❤❤
Ako ata mokel ulale oo gun gunk bisari ki je hb gun gun hodai adhirotore hb lagib .
Padma khurie nijor khong 2 control koribo nuare eman buha boisot 😊
অকণমান দীঘলকৈ দিব sun চাবলৈ লওঁ হে শেষ হৈয়ে
পদ্মা ৰ অভিনয় বেলেগ হৈ গল ।
Good night
Gungun or maak joni bht selfish hoi thei napai tene hobo .
Good night all friends 🌃
❤❤😂
পদ্মাক দেখিব মন নোযোৱা হল oo অহংকাৰী জনী
পদ্মা বেছি অংকাৰী আগত সহায় কৰাবোৰ পাহৰি গ’ল৷
when maturity is also realised padma is also right
❤️❤️🔙
Adhirat dada aru gungun baa karone like ❤😊
Padmai o sarthpor hoi kotha koise
Okl nijrtu xini pai odhirothor kotha bur buji napai😢