MOI NOJONAKE | JAANMONI 2005 | ASSAMESE MUSIC VIDEO | GOLDEN COLLECTION OF ZUBEEN GARG | BIHU

แชร์
ฝัง
  • เผยแพร่เมื่อ 4 ธ.ค. 2020
  • LIKE | SHARE | COMMENT | SUBSCRIBE
    Song Credits:
    ♫ Song : MOI NOJONAKE
    ♫ Album : JAANMONI 2005
    ♫ Singer : ZUBEEN GARG, VITALI DAS
    ♫ Music : BIMAN BARUAH
    ♫ Label : NK Production
    ♫ Category : Album
    ♫ Sub Category : Bihu Song
    ♫ Langauge : Assamese
    ► Cast : SHYAMANTIKA SHARMA, CHANDRANAV BORTHAKUR
  • เพลง

ความคิดเห็น • 990

  • @dreamisangma
    @dreamisangma 6 หลายเดือนก่อน +591

    Anyone here in 2024??

  • @suruzjyotideka5006
    @suruzjyotideka5006 2 หลายเดือนก่อน +3

    Moi nojonake tumi hola ..........bihu buli kole zubeen da ❤❤❤

  • @user-vs7uf2fc1q
    @user-vs7uf2fc1q หลายเดือนก่อน +8

    2024 ji kun kun Sai asey

  • @sankardas3222
    @sankardas3222 11 หลายเดือนก่อน +10

    জুবিন দাৰ গীত শুনিবলৈ আহিছা যদি তলত এটি লাইক 👍 দি যোৱা। কাৰণ জুবিন দাৰ গীত সুখতো আৰু দূখতো চলে । এনেকুৱা অসমীয়া বিহু গীত মৃত্যুৰ আগলৈকে শুনি থাকিম । জয় জুবিন দা ♥️♥️♥️ । জয় আই অসম ❤️

  • @marulidharrabha8339
    @marulidharrabha8339 2 ปีที่แล้ว +119

    ১৬ টা বছৰ পাৰ হৈ গ'ল গানটোৰ বয়স,,। আজিও কতো জীৱন্ত।❤️❤️
    চিৰসেউজ এই গান চিৰদিনৰ বাবে চিৰনতুন, চিৰঅমৰ হৈ থাকিব এই গান।ভিতালী বা আপোনাক খুউব মিছ কৰিছোঁ। আপোনি যতেই আছা ভালে থাকক,,শান্তিত থাকক। জয় জুবিন দা।❤️❤️

    • @Dipankarmedhi877
      @Dipankarmedhi877 ปีที่แล้ว +3

      😔

    • @marulidharrabha8339
      @marulidharrabha8339 ปีที่แล้ว +2

      @@Dipankarmedhi877 অলেখ ধন্যবাদ জনাইছোঁ আপোনাক।

    • @Dipankarmedhi877
      @Dipankarmedhi877 ปีที่แล้ว +1

      @@marulidharrabha8339 ❤️

  • @user-nl2cp4hi6h
    @user-nl2cp4hi6h 3 ปีที่แล้ว +29

    এনে গান বোৰ কিমান ভাল লাগিছিল । আজি কালিৰ বিহু গানবোৰ বিহু যেন নলগা হল ।

  • @nabajyoti9117
    @nabajyoti9117 3 ปีที่แล้ว +60

    কত গলা গৈ ভিটালী বা। ইমান দূৰত গলা গৈ ভিটালী বা। য'তেই থাকা শান্তিৰে থাকা।

  • @axmmrinmyzg4823
    @axmmrinmyzg4823 3 ปีที่แล้ว +118

    জন্ম হোৱা তিনি বছৰ পিছত এইটোৰ সৈতে আৰু কেইটামান গান শুনিছিলোঁ...তেতিয়াই চিনি পাইছিলোঁ...জুবিন গাৰ্গ মানৰ এই মানুহজনক...বিহু গাব নোৱাৰে বুলি বহুতে সমালোচনা কৰিছিল...এইজন মানুহক কিন্তয় এতিয়া বিহু মানেই জুবিন গাৰ্গ হৈ পৰিল❤️😍।।পাগলৰ দৰে ভাল পাওঁ মানুহজনক
    জয় জুবিন দা❤️✊

  • @natureover7360
    @natureover7360 2 ปีที่แล้ว +160

    বুজাব নোৱাৰা অনুভূতি য়ে বুকু খন হেঁচা মাৰি ধৰিছে কত যে হেৰাই গল সেই সোনালী দিন বোৰ😭😭😭😭😭

    • @riderboypg175
      @riderboypg175 ปีที่แล้ว +1

      Really

    • @papubhuyan3314
      @papubhuyan3314 ปีที่แล้ว +2

      same to you bro ki je din asil aru aibu gaan huniye par hoi gol hoikhob din bur😢🥰

    • @kasturisaikia8785
      @kasturisaikia8785 ปีที่แล้ว +2

      Same

    • @soundofsilence5505
      @soundofsilence5505 6 หลายเดือนก่อน +1

      Same here., akhom khon borkoi mnt pore.....

    • @anuragbarman9449
      @anuragbarman9449 3 หลายเดือนก่อน +2

      Hosakoi❤

  • @Dunknownboy
    @Dunknownboy 2 ปีที่แล้ว +102

    কেমেৰাৰ কোৱালিটি এতিয়াৰ নিচিনা 4k নহব পাৰে ত‍থাপি এতিয়াৰ মিউজিক ভিডিঅতকৈ বহুত ওপৰৰ এইবোৰ গান 💝💝

  • @sanjaymedhi2214
    @sanjaymedhi2214 2 ปีที่แล้ว +72

    আজি পহিলা বহাগৰ দিনা কোনে কোনে এইটো গান শুনি আছা like দি যোৱা এটা। এইবোৰ গানতে পাও ভাল লগা স্মৃতিবোৰ শৈশৱৰ।

  • @poranjyotiborah5435
    @poranjyotiborah5435 3 ปีที่แล้ว +216

    জুবিন দাদা আৰু ভিতালি বাৰ বিহু গান যি সকলে ভাল পোৱা তলত like কৰি যোৱা.....👇👇

    • @mexi1344
      @mexi1344 3 ปีที่แล้ว +1

      Yes

    • @mexi1344
      @mexi1344 3 ปีที่แล้ว +2

      @@expresswords9960 AYURVEDIC MEDICINE expairy নাই যিমান পুৰণি সিমানে কাজ্যকৰি No side effects

    • @ridipmaina3827
      @ridipmaina3827 3 ปีที่แล้ว

      কৃষ্ণ

    • @gamingmanash2225
      @gamingmanash2225 2 ปีที่แล้ว +1

      Like nokoru

    • @gamingmanash2225
      @gamingmanash2225 2 ปีที่แล้ว +1

      Jubin dar nam LOI like loba bisarisa

  • @navakumarkumbang4263
    @navakumarkumbang4263 3 ปีที่แล้ว +53

    ভিটালী বাইদেউক সদায় মিছ কৰিম।আপুনি য'তে আছা শান্তিত থাকা।

  • @marykalita8521
    @marykalita8521 3 ปีที่แล้ว +5

    Vitali ba apuni jote ase sukhot thakok

  • @nilabhjyotikalita944
    @nilabhjyotikalita944 3 ปีที่แล้ว +55

    "অ মৰমৰ মইনা জান সাগৰ গভীৰ যিমান মৰম গভীৰ যিমান বুলি" চেনাইক কৈ বাইদেউ জোনবাইৰ দেশলৈ গুচি গল

  • @ABHI.961
    @ABHI.961 6 หลายเดือนก่อน +5

    Please like 2024 rt Kuna Kuna ai gan tu hunixa
    ....king of জুবিন garg

  • @prandeepsonowal6210
    @prandeepsonowal6210 3 ปีที่แล้ว +115

    এই ছবিবোৰে যি সুখ দিছিল আজিকালিৰ ছবি বোৰে নোৱাৰে। মনৰ দুখ ভাগৰ সকলো আতৰাই দিছিল।❤

  • @Mr.Madhurjya
    @Mr.Madhurjya 3 ปีที่แล้ว +31

    এই সুমধুৰ আৰু চিৰসেউজ বিহু গীত সমুহত ভিটালী বাৰ কন্ঠ আৰু স্মৃতি যুগমীয়া হৈ থাকিব। শৈশৱৰ স্মৃতি

  • @312ANSH
    @312ANSH 2 ปีที่แล้ว +77

    এই গান কেইটাই বহাগৰ আগমন দিয়ে ❤️❤️❤️

  • @2.0940
    @2.0940 3 หลายเดือนก่อน +11

    Bihu age age kine hunisa like kora 🤍mathu 12 din bihu loi advance happy bihu 💐

  • @lokapriyagogoi7047
    @lokapriyagogoi7047 3 ปีที่แล้ว +103

    এনেকুৱা বিহু গান বিলাকে ভাল আছিল, আকৌ ঘূৰি আহিব লাগে ।। আমনি নালাগে শুনি

    • @najrulliv4127
      @najrulliv4127 3 ปีที่แล้ว +2

      niec

    • @dipakrajkonwar9101
      @dipakrajkonwar9101 3 ปีที่แล้ว +2

      😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭
      😭😭😭😭😭❤️❤️❤️

    • @dipakrajkonwar9101
      @dipakrajkonwar9101 3 ปีที่แล้ว +1

      😘

  • @rupankarray2
    @rupankarray2 2 ปีที่แล้ว +11

    এই গান বোৰ শুনিলে আকৌ সেই সোণালী শৈশৱৰ ইস্মৃতি বৰলৈ বৰকে মনত পৰি যায়

  • @user-qj4et7hb5h
    @user-qj4et7hb5h หลายเดือนก่อน +2

    Sirf Zubeen Garg Ke Liye Mein Aapna Jaan Bhi de sakta Hun 💓😘 Bahut hi behtarin kam

  • @monkalita7602
    @monkalita7602 3 ปีที่แล้ว +27

    Bahut Val lage mon tu Val lagi jai ki kom aru Xoru kalor loi monot pore ।😘

  • @dishaborah1349
    @dishaborah1349 3 ปีที่แล้ว +33

    প্ৰিয় গানটো❤

    • @MetamGogoi
      @MetamGogoi 10 วันที่ผ่านมา

      😊

  • @Arghadey1991
    @Arghadey1991 4 หลายเดือนก่อน +9

    i was in assam when this album got released…now i am in kolkata,2024….So many memories attached

  • @Bishalbaruah7889
    @Bishalbaruah7889 3 ปีที่แล้ว +60

    জুবিনদাৰ এই বোৰ গান শুনিয়েই লৰালি কাল পাৰ কৰিছো, এতিয়াও প্ৰিয় l

  • @daskanak8386
    @daskanak8386 3 ปีที่แล้ว +6

    Aibor ganor lyrics emn dhuniya😍😍😍huni thakileo Mon novore aru ajiklir singer a ki gay dudinor hit only.words bisari npy sage

  • @sukhenmoran6944
    @sukhenmoran6944 2 หลายเดือนก่อน +4

    OLD IS GOLD

  • @BabuDas-yu4qu
    @BabuDas-yu4qu 3 ปีที่แล้ว +73

    ভিটালী বা,,,😭😭😭,,,,,,,আপোনাৰ গান সদায় আমাৰ মাজত চিৰযোগমীয়া হৈ ৰব । আপোনাৰ বাবে আকৌ আহিলোঁ

  • @jindaginamilgengidubara1217
    @jindaginamilgengidubara1217 2 ปีที่แล้ว +63

    পুৰণি স্মৃতি আকৌ এবাৰ মনত পেলাই দিলে Love জুবিন আৰু স্বৰ্গীয় ভিটালি বাইদেউ 😭❤️❤️

  • @nazmulahmed1103
    @nazmulahmed1103 3 ปีที่แล้ว +207

    ইমান ধুনীয়া বিহু গানবোৰ শুনিয়েই সৰুৰ পৰা ডাঙৰ হ'লো । ভিটালী বাইদেউৰ অকাল বিয়োগত মৰ্মাহত হ'লো ।Rest in peace Vitali Baideu 😭😭...

    • @ridipmaina3827
      @ridipmaina3827 3 ปีที่แล้ว +11

      কৃষ্ণ, bhitali বাৰ আত্মাই চিৰশান্তি লাভ কৰক তাৰেই কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো

    • @jurirabha6118
      @jurirabha6118 2 ปีที่แล้ว +2

      @@ridipmaina3827 h

    • @natureover7360
      @natureover7360 2 ปีที่แล้ว +5

      বুজাব নোৱাৰা অনুভূতি য়ে বুকু খন হেঁচা মাৰি ধৰিছে কত যে হেৰাই গল সেই সোনালী দিন বোৰ😭😭😭😭😭

    • @nagannb8149
      @nagannb8149 2 ปีที่แล้ว

      oO99

    • @riyanvloglifex7452
      @riyanvloglifex7452 2 ปีที่แล้ว

      @@ridipmaina3827 666t

  • @abinao6220
    @abinao6220 3 ปีที่แล้ว +136

    এইবোৰ গান শুনিলে সৰু কাললে মনত পৰে কেতিয়াবা ভাবো এই দিনবোৰ কেতিয়ানো ঘূৰাই পাম বুলি ।
    সকলো বিহু প্ৰেমি ৰাইজক বহাগ বিহুৰ শুভেচ্ছা জনালো ২০২১ ।

    • @natureover7360
      @natureover7360 2 ปีที่แล้ว

      বুজাব নোৱাৰা অনুভূতি য়ে বুকু খন হেঁচা মাৰি ধৰিছে কত যে হেৰাই গল সেই সোনালী দিন বোৰ😭😭😭😭😭

    • @kashmirmahanta4151
      @kashmirmahanta4151 2 ปีที่แล้ว

      @@natureover7360 ললশশষষষনশষন ঝড় হোন ঝহহলজল। জ

  • @tapashmandal4491
    @tapashmandal4491 2 ปีที่แล้ว +78

    কৈশোৰ জীৱনৰ সেই স্মৃতিবোৰ, য'ত হাইস্কুলত পঢ়ি থকা অৱস্থাত।স্কুলীয়া লগৰ বন্ধু-বান্ধৱীৰ লগত একেলগে সেই বিহু গানবোৰ গাই ফুৰিছিলো আৰু নৃত্য কৰিছিলো।

  • @gautamzgrabha4054
    @gautamzgrabha4054 2 ปีที่แล้ว +11

    সেই দিন ঘুৰি নাহে আৰু বহুত মধুৰ আছিল দিন কেইটা।

  • @THUNDERSTORM_Music
    @THUNDERSTORM_Music 2 ปีที่แล้ว +3

    শৈশৱ লুকাই আছে ইয়াত ❤️🥺

  • @kakuboruah7130
    @kakuboruah7130 3 ปีที่แล้ว +58

    Kune kune 2021 ot sai asa like ata kori dya

  • @tinkuboro124
    @tinkuboro124 9 หลายเดือนก่อน +23

    নমৰা লৈকে এই গীতবোৰ শুনি যাম🥲🥲
    বহুত miss কৰো সেই দিনবোৰলৈ

  • @user-fp8xh8hb8t
    @user-fp8xh8hb8t 3 ปีที่แล้ว +5

    2021 t kune kune huni ase ata like

  • @sabitadeka4752
    @sabitadeka4752 หลายเดือนก่อน +3

    Jiman xunileu hepah nopolai❤

  • @sangitasaha7223
    @sangitasaha7223 2 ปีที่แล้ว +125

    আজিকালিৰ গানবোৰে এই গানবোৰৰ কাষ এ চাপিব নোৱাৰিব...old is gold ❤

    • @mrinmoyneog890
      @mrinmoyneog890 2 ปีที่แล้ว +4

      সঁচা কথা । জুবিন দাৰ সমান হ'বই নোৱাৰে।

    • @ujjalnath3468
      @ujjalnath3468 ปีที่แล้ว +1

      Hoi

    • @wellcome2sbts235
      @wellcome2sbts235 ปีที่แล้ว +1

      Old is gold new is daimond

    • @jayantanath2444
      @jayantanath2444 ปีที่แล้ว +1

      Hosakoi

    • @jayantanath2444
      @jayantanath2444 ปีที่แล้ว +2

      Old is gold my fabrait song

  • @user-lj9pi8ki4f
    @user-lj9pi8ki4f 4 หลายเดือนก่อน +18

    সৰুৰে পৰা জুবিন দাৰ গান শুনি ডাঙৰ হৈছো ❤

  • @papuvlogsmix7212
    @papuvlogsmix7212 6 หลายเดือนก่อน +11

    এই বোৰ গান শুনিলে বহুত বছৰ পিছোঁৱাই যাব মন যায়

  • @Sv.9Vlogs
    @Sv.9Vlogs 5 หลายเดือนก่อน +15

    I'm From Maharastra first time I'm listening this song ❤ very beautiful song। Again and again I'm listening this song many more , lyrics , music singers and acters are so nice
    Asaamee ❤

    • @Srk12381
      @Srk12381 5 หลายเดือนก่อน +1

      Love from Assam bro thank you so much u hear our song

  • @monjitbharalimusic6570
    @monjitbharalimusic6570 3 ปีที่แล้ว +28

    Horu kaloi mont pori jai o😌😍😍😍 Zubeen da and Vitali ba buli kole bihu main...🔥🔥🔥

  • @manabpegu7552
    @manabpegu7552 2 ปีที่แล้ว +12

    জুবিন দাৰ সকলোবোৰ গানেই মোৰ অতিকৈ প্ৰিয়

  • @genexgenerationnext
    @genexgenerationnext 2 ปีที่แล้ว +50

    বিহু গীতৰ জয়জয় ময়ময় সময়লৈ মনত পৰি যায়।

  • @ThESOLOblog
    @ThESOLOblog 3 ปีที่แล้ว +5

    Miss you #Vitali baa...😂😂😂😂😂 Apunar geet & Kontho amar majot siro jugomiya hoi jiyai thakibo...❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️🌼🌼🌼🌼🌼 #RIP

  • @mjduttamishu4315
    @mjduttamishu4315 2 ปีที่แล้ว +6

    মোৰ সৰুতেই শুনা এটা প্রিয় গীত যাৰ দ্বাৰা আটাইতকৈ সোণালী দিনবোৰলৈ লৈ গল l janmoni বা I love you I love u zubeenda

  • @jgabhijitxxx485
    @jgabhijitxxx485 ปีที่แล้ว +26

    ২০২৩ শুনি আছা নে কোনোবা কি ভাল্ লগা আছিল সেই দিন বোৰ বাৰু বহাগ বিহুৰ শুভেচ্ছা জনালো সকলোলৈকে

  • @phatiksaikia9340
    @phatiksaikia9340 6 หลายเดือนก่อน +2

    2024ot kune kune Huni asa Like koribasun.....❤❤❤

  • @assamvideos1816
    @assamvideos1816 3 ปีที่แล้ว +47

    সৰুকালৰ স্মৃতি ❤️❤️❤️❤️❤️❤️❤️❤️

  • @jesminasultana5761
    @jesminasultana5761 2 ปีที่แล้ว +5

    Ei gan boror majerei vitali baa hodai amar logot ase & hodai thakibo..😍
    Miss you vitali baa..
    Reast in peace😭

  • @roysinghsingularity2844
    @roysinghsingularity2844 3 ปีที่แล้ว +35

    Very beautiful song love from ledu Assam

  • @taanveerraaj4665
    @taanveerraaj4665 5 หลายเดือนก่อน +1

    Janmoni buli kole monot xoday syamantika ba thakibo. ane keyao tair bahire Janmoni hobo nuware ❤️❤️

  • @sumanboro861
    @sumanboro861 2 ปีที่แล้ว +2

    Hosa kee aji bohut realize koresu ❤❤❤❤❤❤❤❤old is dimand😍😘😘😘😘

  • @taylor1456
    @taylor1456 3 ปีที่แล้ว +12

    Horu kaloloi mnot pari jai💛💛💛💛

  • @arunkukku3500
    @arunkukku3500 2 ปีที่แล้ว +76

    I can't understand this lyrics.... But i like this song ❤️👌
    Love from kerala ❤️

    • @user-ju2ug5zb4w
      @user-ju2ug5zb4w 2 ปีที่แล้ว +1

      Thank you brother ❤️

    • @user-fc7wr3kg8g
      @user-fc7wr3kg8g 2 ปีที่แล้ว

      Arun kukku really. where are you from

    • @opindia1000
      @opindia1000 2 ปีที่แล้ว +2

      This is an old evergreen Assamese song ❤️❤️❤️

    • @arunkukku3500
      @arunkukku3500 2 ปีที่แล้ว

      @@user-ju2ug5zb4w ❤️

    • @arunkukku3500
      @arunkukku3500 2 ปีที่แล้ว

      @@user-fc7wr3kg8g kerala 😊

  • @MondeepHazarika-do1di
    @MondeepHazarika-do1di หลายเดือนก่อน +1

    Miss koru bohut ki dhuniya asil hei lorali din bur 😢😢😢

  • @ZeetZambu
    @ZeetZambu 5 หลายเดือนก่อน +3

    কোনে কোনে আহিছা ২০২৪ত শুনিবলৈ

  • @bashistadoley3611
    @bashistadoley3611 2 ปีที่แล้ว +10

    জুবিন দাৰ বি‌হু গীত হুনি সৰুকাললৈ মনত পৰি যায়। জয় জুবিন দা 😔😔❤️❤️

  • @santanudas4340
    @santanudas4340 3 ปีที่แล้ว +87

    Zubben is the greatest singer of Assam❣️❣️❣️

  • @rupbordoloi6556
    @rupbordoloi6556 2 หลายเดือนก่อน +2

    14 April দিনা শুনা সকলে লাইক কৰক🥰🥰🥰

  • @kenny-robba-starr
    @kenny-robba-starr 3 ปีที่แล้ว +11

    Jay Ai Axom😊♥️
    Simple life Beautiful Life..!!💞🇮🇳

  • @mithi8166
    @mithi8166 2 หลายเดือนก่อน +3

    সৰুতে ভাবিছিলো acting kori থকা বোৰেই গানটো গাই বুলি😅। আগৰ গান বোৰৰ আমেজে বেলেগ আছিল দেই। এইবোৰ গান শুনিলেহে বিহু বিহু লাগে। সকললৈ অসমীয়া নববৰ্ষৰ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। জয় জুবিন দা❤🎉

  • @himangshugohain8259
    @himangshugohain8259 3 ปีที่แล้ว +10

    Aji kalibur bihu hoise neki....
    Zubeen daa love you❤️❤️❤️❤️❤️❤️❤️❤️

  • @ABINASH-123
    @ABINASH-123 ปีที่แล้ว +1

    গীতৰ কি সুন্দৰ শব্দ আৰু অপূৰ্ব ছন্দ।
    আজি কালি বজৰুৱা কিছুমানে কি গায়, গান হে গায় নে কাৰোবাক গালিহে পাৰি থাকে ধৰিয়ে নোৱাৰি।

  • @bipashaneog3991
    @bipashaneog3991 3 ปีที่แล้ว +1

    Childhood days monot muru pore jetiya jaanmoni anjana gaan xunu
    Aru ase teneka priyo gaan
    Aji ami zubeen daa nohoi june pran herale covid ot tekhetor kotha koise
    Ami jodi okoman 1second holeu june june covid hoi dukhaise ya covid positive hoi juji ase
    Tekhet hokolu karone pray korisu jate aei covid ot strong hoi juje aru june june dukhaise covid ot tekhet hokoluke aatma xanti pai aru tekhetor family members jate strong hoi 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @bipindas1691
    @bipindas1691 3 ปีที่แล้ว +37

    Zubin da you are God of assamiya singer

  • @manishhazarika3190
    @manishhazarika3190 3 ปีที่แล้ว +20

    Moi tatia 3 bosor tatia zubeen garg namtu xunisilu kintu kun sini pua nasilu. Aji zubeen garg mur hiar amothu❤❤❤❤

  • @bidyuthazarika3532
    @bidyuthazarika3532 หลายเดือนก่อน +2

    10000000 khuni leu hepah nopolyi ❤❤

  • @kabyasbro8806
    @kabyasbro8806 2 ปีที่แล้ว +2

    Nostalgia...prothom prem t porar xomoyor gaan...

  • @mayurvibe
    @mayurvibe 3 ปีที่แล้ว +113

    Rest in peace Vitali Das ma'am❤thanks for making our childhood memorable with these chartbuster Songs ✨you will be remember forever

  • @muninbora3263
    @muninbora3263 3 ปีที่แล้ว +37

    মোৰ দৰে কোনে কোনে এই গানটো 2021 শুনি আছা

  • @user-uy4jf2px5p
    @user-uy4jf2px5p 4 หลายเดือนก่อน

    Jiman huni thakile u amoni nalage ❤😊 zubeen daa aruu bhatali baa gann ❤😩

  • @bipulsonowal141
    @bipulsonowal141 ปีที่แล้ว

    Valpuwa kiii....Buji napaisiluu jetiya ai Gantu ..Prothom baji othisill....Anubov he korisilu ...🔥🔥🔥 ZUbeen Da Rock....

  • @Vs-mr9vh
    @Vs-mr9vh 3 ปีที่แล้ว +21

    This song is memories bring back❤️

  • @user-cj8ge2ts4c
    @user-cj8ge2ts4c 3 ปีที่แล้ว +13

    Bhut dinor pasot gaan tu huni bohut vhal lagil ❤️ god job 👍👍👍

  • @kanxikanxi120
    @kanxikanxi120 2 ปีที่แล้ว +2

    Nasi maan gol ooooo ....😍🥰💋♥️👌👌❤️

  • @nabanitachakravorty8525
    @nabanitachakravorty8525 ปีที่แล้ว +1

    সৰু থাকোতেই শুনা...ভাল লাগিছিল...নিজৰ ঘৰত টি.ভি নাছিল বাবেই ভি.চি.ডি চাবলৈ দূৰলৈ গৈছিলো...কাৰেন্টো অহা নাছিল আমাৰ ফালেই...এতিয়া সময় সলনি হৈ গ'ল....টি.ভি ক'ত পৰি আছে গুৰুত্বই নাই....কিন্তু এই গানবোৰ শুনিলে নষ্টালজিক হৈ যাওঁ....ভালে থাকক জুবিন দা 🌼💚💚💚💜
    #জানমণি

  • @jibonsaikia1797
    @jibonsaikia1797 3 ปีที่แล้ว +5

    Mojja gaan 😅

  • @rajibbaro7455
    @rajibbaro7455 3 ปีที่แล้ว +5

    Mojja my childhood song

  • @SomirRay-yq2yt
    @SomirRay-yq2yt 2 หลายเดือนก่อน +1

    Mojaa bihi ❤

  • @bedantamedhi8475
    @bedantamedhi8475 2 ปีที่แล้ว +1

    প্রিয় হৈ থাকিব সদায়💓💓।ভোগালী বিহু আহি পালে বুলি উমান পোৱা যায়।

  • @gajendradas7017
    @gajendradas7017 2 ปีที่แล้ว +3

    বহুত কথা মনত পৰি যায় ❤️❤️

  • @sanjaykumarworld6567
    @sanjaykumarworld6567 2 ปีที่แล้ว +97

    Don't worry..... We will meet here after 30 years listing this gem ❤❤❤

    • @monishbordoloi9111
      @monishbordoloi9111 2 ปีที่แล้ว +1

      Thik koise dada 🥺

    • @rajuphathak4635
      @rajuphathak4635 2 ปีที่แล้ว +5

      Don't worry...We will meet here after 30 years listing this gem ❤️❤️❤️

    • @opindia1000
      @opindia1000 2 ปีที่แล้ว

      Ohkk 👍👍👍

    • @rihaan8099
      @rihaan8099 ปีที่แล้ว +3

      No. English. আমি অসমীয়া। So, অসমীয়াত comment কৰক না, চাইও ভাল লাগিব। আমি অসমীয়া হৈ কিয় বাৰু কেবল ইংলিছ মাৰি থাকো..!

    • @fokrulislam6902
      @fokrulislam6902 ปีที่แล้ว

      ​@@rajuphathak4635

  • @Jubojit
    @Jubojit 2 หลายเดือนก่อน

    All people Assamese here 🙏🙏🙏jai aye axom

  • @vlogstravelwithme
    @vlogstravelwithme 13 วันที่ผ่านมา

    Bohut bhal loga super super hit video song of Golden days of Album videos

  • @risaporimixassamese3044
    @risaporimixassamese3044 ปีที่แล้ว +5

    এই গান বোৰ সদায় প্রিয় ❤❤❤

  • @bhabeshrajbongshi
    @bhabeshrajbongshi ปีที่แล้ว +3

    Bhogali bihut aibur gaan khuni besi val lage

  • @nayankumarpawe2671
    @nayankumarpawe2671 ปีที่แล้ว +1

    Mur class friend or logot bench bojai bojai eibur gaan guwa monot pore o bohut val lagisil

  • @user-sy7oe8eb3l
    @user-sy7oe8eb3l 5 หลายเดือนก่อน +2

    মই আজিও চাইসো ১৫/১/২০২৪ ।পুৰণা কথাবোৰ মনত পৰি যায় অ।

  • @euphoricexplorer9608
    @euphoricexplorer9608 5 หลายเดือนก่อน +3

    My fav song from Janmoni😢❤ damn feeling nostalgic

  • @uchihaclan0744
    @uchihaclan0744 ปีที่แล้ว +18

    One and only Zubeen Da ❤️❤️

  • @surajitdeka3262
    @surajitdeka3262 5 หลายเดือนก่อน +1

    One of the best ❤

  • @asfakahmed7883
    @asfakahmed7883 2 หลายเดือนก่อน +1

    হীয়াৰ আমথো জুবিন দা গীত বোৰ কেনেকৈ পাহৰো আৰু কিয় নুহোনকে থাকিম

  • @akindian6828
    @akindian6828 3 ปีที่แล้ว +3

    Memory..... Agor khoru kotha monot pore o

  • @axom_gautam
    @axom_gautam 3 ปีที่แล้ว +10

    Moi nojonake tumi 🔥🔥🔥🔥🔥

  • @prahladray3339
    @prahladray3339 5 หลายเดือนก่อน

    যিমান বাৰ সুনিনেও এই গান বোৰ হেপাহ নপলায়,,,, ভিতালী বাইদেউক বহুত মনত কৰোঁ,,,😂 আপুনি যতে আছে শান্তি ত থাকক 🙏🙏🙏

  • @sumthiraborah8131
    @sumthiraborah8131 2 หลายเดือนก่อน +2

    Bohag bihu uruka ninja pit ha puri thakuta Huni asu❤ 2024