Missa kowar ata xima thakee..kotha lukai lav nai raije gom paise kun vul kun kenekuwa..Apuni 10 khon Tuli varat anisil ami akhon bisonat 3 ta 4 ta asu...apunaloke laj nai loga vat khuwabo o nuwarile 10 Jon mnuhk jewra khabo loi goisil..dhei ki faltu mnuh..missa kowar xima nai..emn dawr manuh hoi missa kotha koi ..laj paisu bohut..
স্থানীয় সংবাদ মেল পাতি নিজৰ দুখ লুকুৱাই থলে লগতে ফাকিৰ আশ্ৰয় ললে। চৰিত্ৰ ৰাতি এটা আৰু দিনত এটা।ভিডিঅ ফুটেজত সেইয়া স্পষ্ট প্ৰমান আছে।ল'কেল এম এল এক কৈ আই বি ঠিক কৰিম বুলি নকলে যে!সেইদিনা ৰাতি হিচাপ-নিকাচৰ অন্তত উগ্ৰ মদাহীৰ মাজত তৰ্ক নকৰি হব দিয়ক বুলি কৈ দেউতা তেওঁলোকৰ মাজৰ পৰা ওলায় আহিছিল মানে মানি লোৱাটো নুবুজায়।মুঠতে চুক্তি মতে কথা নাৰাখি মদ খাই মাতলামীহে কৰিলে তেওঁলোকে।
ঠিক কথা কৈছা বন্দিতা । কমিটীৰ মানুহটোৰ চেহেৰা দেখিয়েই গম পাইছোঁ যে সি কিমান ফ'ৰ টুৱেণ্টি । আমি তোমাৰ লগত আছোঁ । সংগীতপ্ৰেমী সকলো মানুহ তোমাৰ লগত আছে । সিদিনা সেয়া এক দু:স্বপ্ন বা দুৰ্ঘটনা বুলি বাদ দি আগুৱাই যোৱা ।❤❤❤❤❤
চুক্তিৰ টকা দিয়াটো কমিতিৰ কৰ্তব্য আৰু মন্দিৰৰ বাবে দান দিয়া নিদিয়াটো শিল্পীৰ কথা । যদি চুক্তি কৰোতে দান দিয়া কথাটো আলোচনা কৰা নাছিল ।
আমি জানো কমিটিৰ দায়িত্ব বহুত। এটা অনুস্থান চলাবলৈ কেতিয়াবা আৰ্থিক অনাটন হ'ব পাৰে। বহুত কমিটিয়ে শিল্পী সকলক অলপ ৰেহাই দিবলৈ অনুৰুধ কৰা শুনি আহিছো। এইটো একো ডাঙৰ কথা নহয়। এনেবোৰ অজুহাতত দৰ্শকক হতাশ কৰিব নালাগে। আমি সকলোৱে মিলি চলিব লাগে। দুই গৰাকী শিল্পীলৈকে আমাৰ শুভেচ্ছা থাকিল।
. , o
পূজাৰ নামোত যদি চাঁনদা লাগে
শিল্পীক নিমন্ত্ৰণ দিয়াৰ আগতে
আলোচনা কৰিব লাগিছিল
আপুনি Local TH-cam বাৰ নেকি
কমতিৰ হৈ কথা কৈছা
Local youtube বাৰ লগত কোনো কথা নাই যিটো সঁচা কথা সেইতো কৈছে
@@sondipkalita8419 আপোনাৰ কমতিখনৰ কাষতে ঘৰ নেকি
নতুন গায়িকা বাবে অসংকাৰী নিজৰ ৰাস্তাৰ বন্ধ
বিহু কিহৰ কাৰণে পাতে................বিবেচনা কৰক।ভাই সকল আচল কথাটো কি নাজনো।কিন্তু সমাজখন যাতে দূৰগন্ধ নকৰা।নহলে ভৱিষ্যতে কাল সর্প নামিব।
Missa kowar ata xima thakee..kotha lukai lav nai raije gom paise kun vul kun kenekuwa..Apuni 10 khon Tuli varat anisil ami akhon bisonat 3 ta 4 ta asu...apunaloke laj nai loga vat khuwabo o nuwarile 10 Jon mnuhk jewra khabo loi goisil..dhei ki faltu mnuh..missa kowar xima nai..emn dawr manuh hoi missa kotha koi ..laj paisu bohut..
moi gan gau oha bosor kenebakoi progam tu uliyai dibo dada
Tohot commitee manuh faltuuu...
Jodi 1.5 lakh di pati ahiso ttya hole 65000 dibo nuwarili
hob teo Luke saru suwali komitur manuhr Bebo harote buji pai su misa kob nalage
Collection from singer,was it prosiding in the meeting? Want to know .
টকা ধানদা মানুহ আগলৈ নাজাই
Duyore Maat to imn mitha.xuni khub val lage
আপোনাৰ মতে বন্দিতাহত কোন গ্ৰেডৰ শিল্পী-জনাওক।যদি এ-গ্ৰেডৰ নহয় পাচ হাজাৰ দান নিবিচাৰি এক হাজাৰ নিবিচাৰিলে কিয়? আগতে দান লোৱা চুক্তি আছিল নেকি?
Share kori dibo xokolube 🙏🙏🙏
That is committee wrong discussions,
Eitu utube tu ই fokotiya unlike unsubcribe...g×
দেউতাক বেয়া ,মাক ভাল বুলি চাৰ্টিফিকেট দিয়া হেডচাৰৰ কথা শুনিলো বাৰু।দেউতাকে খং কৰা ক্লিপটো ক'ত? দেখুওৱাকছোন।
Hilpir class thik koriboloi Tumi kon hoi
Fotuwa committee
Duojonike vaal lage
Xokolo valkoi jaani val lagil
Kamitea misa Katha kio koi .
Dada kotatu balke sane opuni
😂😂😂😂😂 noob
দুয়ো পক্ষৰে দোষ আছে।
Kamitiyfe. Val kara nai