Asam Sahitya Sabha News: অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ আজি তৃতীয় দিন

แชร์
ฝัง
  • เผยแพร่เมื่อ 1 ก.พ. 2025

ความคิดเห็น • 3

  • @Unknown.7367
    @Unknown.7367 8 ชั่วโมงที่ผ่านมา

    মহাশয় ইলাৰাম দাস ৰ বিষয়ে আলোচনা কৰা অলপ, তেখেতেও অসমৰ বাবে কিবা কৰিছিল। তাৰ পিছতহে একশৰণ ভাগৱতী সমাজৰ মাজত গৈছে।

  • @someswariborah8239
    @someswariborah8239 10 ชั่วโมงที่ผ่านมา

    সাহিত্য সভাৰ শোভাযাত্ৰা চাই ভাল লাগিল কিন্তু বৰ্ণনা কৰোঁতে সাংবাদিক সকল সাৱধান হোৱা আৰু ভাল।শ্ৰুতিকটু হ'ব নালাগে।

  • @kishorkalita9302
    @kishorkalita9302 10 ชั่วโมงที่ผ่านมา

    4 তাৰিখে কি অনুষ্ঠান আছে জনাবচোন