ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
কৃষ্ণ প্ৰভু দয়া কৰা মোক প্ৰভু ৰামে নাম প্ৰভু কৃষ্ণ 🙏🙏🙏🙏🙏🙏 বাপ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
জ্যোতিদাৰ এই নামভাগি শুনিয়েই থাকিবলৈ মন যায়👌👌
সচাই অপূৰ্ব সৃষ্টি। কিমান যে টেপত আৰু মাইকত শুনা পাইছিলোঁ।
ভগৱানৰ কি মহিমা অপাৰ ইমান সুন্দৰ কণ্ঠৰ অধিকাৰী জ্যোতি দা তোমাক কোটি কোটি প্ৰনাম 🙏
এই নামভাগি শুনিয়েই থাকিবলৈ মন যায় 🙏🙏🙏🙏🙏 কৃষ্ণ প্ৰভ
সৰুতে কেছেট লগাই শুনিছিলো।আজি বহুত দিনৰ মুৰত শুনি ভাল লাগিল।
কৃষ্ণ 🙏🙏🙏🙏 বাপ আৰু আগবাহি জক
সৰুতে শুনিছিলো এই ভক্তি গীতটো
সৰুতে টেপত শুনিছিলো এইবোৰ গীত৷কৃষ্ণ কৃষ্ণ ৰাম ৰাম৷অমৰ সৃষ্টি এইবোৰ গীত৷
ধন্যবাদ
সচাঁই বৰ সুন্দৰ আছিল এই গীতটি। বহুত দিনৰ মূৰত শুনিবলৈ পালোঁ আৰু আছে যদি দিবা জ্যোতি দাৰ গীত।
নিশ্চয়, দিবলৈ চেষ্টা কৰিম।
Mor goru aasil
।।অতি মজ্জা মান-দণ্ডৰ গীত।।
Evergreen devotional song from our Jyoti hazarika dev.. 🙏🙏🙏🙏🙏🙏
Hundor hune thakebo mon
সৰুতেই শুনা মনটো সেই মধুৰ সময়ছোৱালৈ গুছি যাই তেওঁ যতে আছে ভালে থাকক
Bohut besi val lagise ei dihanam tu khuni ei dihanam tu mur bohut besi val lage
জ্যোতি দা আজিও জিলিকি আছে ৰাইজৰ মাজত পোহৰ হৈ
Ki xundr Aei Hrinam .....Mn jur pri gl .....krishna
Agoliu akha thakil
Ata somoir atike jonopriya geet tu huni Val lagil
Khub hundor hoise. 🙏🙏
মই সৰুতে এই গীতটো বজাইয়ে আমাৰ ঘৰকে ধৰি সমাজৰ অনুষ্ঠানবোৰতো ভকতসকলক খৰখেদা লগাই দিও ।বহুতবাৰ শুনিছো ।🙏🙏🙏🙏🙏
সৰুতেই কেছেট লগাই টেপত শুনিছিলোঁ । টেপ টো এতিয়া নাই যদিও কেছেটটো এতিয়াও থৈ দিছোঁ । 💖💖💖
ধন্যবাদ।কেছেট ভাগ সযত্নে ৰাখি থোৱা বাবে।🙏🙏
Puroni dinoloi monat pore🙏🙏
Sweet and best song than of all
সৰুতে টেপৰেকডাৰত নামটি শুনিছিলো আজি আপোনাৰ যুগে শুনিবলে পায় শুখি হলো। আপোনালৈ ধন্যবাদ থাকিল। পাৰিলে আৰু পুৰণি নাম বিলাক দিবছোন।
Jyoti daar maat aru raghumoni bahut val lagil
Bohuto dhuniya lagise
❤
সুন্দৰ ।
Nices. 🙏🙏🙏🙏🙏
Jay Sri Ram Jay Sri Ram 🙏🙏🙏
Jyoti da amar mahot anedorei jiyek thakib.
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏👍
COOL SONG
Likhits rupot dibo bohut val lagise
🙏🙏🙏
জ্যোতি দাদাই যি গানেই নাগায়ক কিয় ইমান সুন্দৰ সুৰ মোৰ বহুত প্ৰিয় জ্যোতি দাদাৰ আত্মাই আকৌ জন্ম লওক জ্যোতি দাদাৰ ৰূপত মুনিন দাদা ভাল নে আপোনাৰ মই শৰৎ বৰুৱাৰ ভনীয়েক
Sundor kontho
এই ৰঘূমনি কেছেটখনিত থকা বাকীকেইটা নামও দিবছোন।সৰুতে কিমান যে শুনিছিলোঁ তাৰ কোনো হিচাপ নাই।নিজৰ ঘৰত টেপ নাছিল যদিও কাষৰ ঘৰত লগালেই দৌৰ মাৰি গৈছিলোঁ।
Good
Very nice tukari geet
My fvrt
Hundar
ধন্যবাদ।
Nice
Krishna❤😂🎉😢
Krishna hey shilpi tumi Amar hua
খুবেই ভাল লাগিছে
Very nice
Oti Sundor aru Munomuha.
Ram ram
লিখিত ৰূপত নাম ভাগ দিবছোন 🙏🙏🙏
সৰু হৈ থাকোতে টেপত কেছেট লগাই শুনিছিলো বৰ ভাল লাগে আমনিও নালাগে
পাৰিলে আটাইখিনি গীত দিবচোন । এনে গীত হয়তো আৰু কেতিয়াও নোলাব । আজিকালি ৰ খিনি বেয়া বুলি কোৱা নাই । কিন্তু সেইখিনি ৰ লগত কেতিয়াও নিমিলে । ধন্যবাদ
Copyright mari die heikrne diboloi okhubidha hoi
soan production ত সকলো গীত পাব ।
Hosa kotha❤
Gitti val lage
nice
@@assameseculturejorhat6130 ভাল লাগিল
RIP জ্যোতি দা
আশীৰ্বাদ জানালো,,,,,🙏🙏🙏
J
ভগৱান কিনো তোমাৰ নাম . . . গীতটিও দিবচোন ।
চেষ্টা কৰিম
Doibiki Aaai gokuloi niya.. Muk thowa poluwai.. Geet to dbasun
8
Bikash Dutta
মোৰ অতিকে প্ৰিয়।
Jyoti hazarika debor bishnu puran git ti hunabo paribo nki
TH-cam oot paboo
Plesass likhita rupot diyok
QS8jæ AA x
Likhita rupot dile nothoi val pam
potnik ai buli mate janu? tumi thaka mayor logot hè janoki dukh paba donduka bonot
Dislike kora kaita Miya hoi...
🙏🙏🙏🙏

সৰুতেই কেছেট লগাই টেপত শুনিছিলোঁ । টেপ টো এতিয়া নাই যদিও কেছেটটো এতিয়াও থৈ দিছোঁ ।
💖💖💖