অসমত মুছলমানক লৈ সকলোৱে ৰাজনীতি কৰে, মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুৰ সৈতে ‘মেজমেল’

แชร์
ฝัง
  • เผยแพร่เมื่อ 28 ม.ค. 2025

ความคิดเห็น • 82

  • @NurulIslam-xe1vc
    @NurulIslam-xe1vc หลายเดือนก่อน +12

    অতি সুন্দৰ আলোচনা সচাই আজি মুছলমান ক লৈ সকলো ৰাজনৈতিক, দলে ৰাজনীতি কৰি আছে ভাৰতত থকা মুছলমান সকলো ভাৰতীয় তাত বাৰে প্রমান কিয় দিব লাগে, অন্যয়ৰ বিচাৰ এদিন আললাই কৰিব ইনশাল্লাহ

  • @navajyotisarmah2033
    @navajyotisarmah2033 หลายเดือนก่อน +6

    সুন্দৰ বিশ্লেষণ।

  • @abdulmannaf5519
    @abdulmannaf5519 หลายเดือนก่อน +2

    Really,it should be most essential to discussed such historical Topic.thanks very must.

  • @KhushiBiswas-t6x
    @KhushiBiswas-t6x หลายเดือนก่อน +29

    দেশৰ কাৰণে r s s b j pr কি বোমিকা আছিল কব পাৰিবনে মোদী ডাঙৰীয়াই

  • @AbulSarkar-zw7js
    @AbulSarkar-zw7js หลายเดือนก่อน +9

    সাহিল খানৰ লগত একমত।বি জে পি দলে পুৰণি নিয়ম পৰিবৰ্তন,নাম পৰিবৰ্তন,আইন পৰিবৰ্তন,সমষ্টি পৰিবৰ্তন, আৰু বহুতো নতুন নতুন সৃষ্টি কৰিলে যেনেকৈ সম্ৰাট আকবৰে, অশোকে,ঔৰঙ্গজেব, ৰবাৰ্ট ক্লাইৱে বিশ্ব ৰেকৰ্ড কৰি গৈছে তেনেকৈ বৰ্তমান মুখ্যমন্ত্ৰী জনে বিশ্ব বিখ্যাত সঙস্কাৰক এজন।

  • @BillalHussain-m3e
    @BillalHussain-m3e หลายเดือนก่อน +1

    Thanks Mayur sir

  • @shahabahmed8942
    @shahabahmed8942 หลายเดือนก่อน +7

    বৰ গুৰুত্ব পূৰ্ণ আলোচনাৰ বাবে সকলো লৈ ধন্যবাদ।

  • @KabirChoudhary-mb9fs
    @KabirChoudhary-mb9fs หลายเดือนก่อน +3

    Very nice . says.

  • @AbdulHamidMiah-n7f
    @AbdulHamidMiah-n7f หลายเดือนก่อน +1

    আবিদ আজাদ দাদাক ধন্যবাদ

  • @MujibulHoqueChowdhury
    @MujibulHoqueChowdhury หลายเดือนก่อน

    এই কথাবোৰ অন্ধ ভক্ত সকলে জনা উচিত, যি সকলে ভাৰতবৰ্ষক কেতিয়াও বিপদৰ সময়ত বিশেষ অৱদান আগবঢ়োৱা নাই দূৰ্ভাগ্যজনক কথা আজি সেই সকল ভাৰতৰ হৰতা কৰ্তা বুলি কব বিচাৰে ।

  • @ZunuAhmed-w5z
    @ZunuAhmed-w5z หลายเดือนก่อน

    Very nice. Mr m bora sir

  • @ZunuAhmed-w5z
    @ZunuAhmed-w5z หลายเดือนก่อน

    Nice meeting... 😊

  • @imdadali9519
    @imdadali9519 หลายเดือนก่อน +4

    আপুনি মনিপুৰত কি হৈছে তাৰ এটা talk show কৰক।

  • @AbdulMaleque-k5d
    @AbdulMaleque-k5d หลายเดือนก่อน

    Long live Moyur Bora Sir

  • @abdussattar6766
    @abdussattar6766 หลายเดือนก่อน

    Very good news 🎉🎉🎉🎉

  • @ruhitdihingia8210
    @ruhitdihingia8210 หลายเดือนก่อน

    ৰাজগুৰু দেৱ, মেজমেলত 😢😮😅 issue টো ভয়ঙ্কজনক বুলি কলে উচিত হব নে কাল ৰূপ ধৰা আগ্নেয়গিৰী সদৃশ বুলি কলে সঠিক হব নাজানিম। ৰাজগৰু দেৱ, সাংবাদিক জনতাৰ পথ প্ৰদৰ্শক, আন্ধাৰ বিতাৰণৰ পোহৰ, অজ্ঞতাৰ বিতাৰণৰ জ্ঞানৰ শিখা, ৰোগ নিৰায়ৰ মহৌষধী ঔষধ, আৰু ৰণ- মহাৰণ, যুদ্ধ- বিগ্ৰহৰ হিলৈ- বাৰুদ, কাব্য - মহাকাব্য, ৰামায়ণ- মহাভাৰত, ইতিহাস, অন্ধৰ দৃষ্টি ইত্যাদি ইত্যাদি ইত্যাদি। লগতে ৰাজনীতিক, অৰ্থনীতিক, বাণিজ্যিক ইত্যাদিৰ সীমাহীন এক ক্ষমতাসম্পন্ন - গুণসম্পন্ন জনগণৰ বিপদৰ বন্ধু বুলি অন্ততঃ আমি কৈ থলো। আমাৰ মতে আপুনি ইয়াৰ ব্যতিক্ৰম বুলি কেতিয়াও নাভাবো। এনে প্ৰেক্ষাপটত মেজমলৰ নিৰ্বাচিত বিষয়টো আলোচনাৰে এক প্ৰকাৰ যি ক'লা কাপোৰৰ ইচ্ছাকৃত আৰ আৰু ইছলাম ধৰ্মী সম্প্ৰদায়ৰ ওপৰত বিচ্ছিন্নতা বোকা চতিওৱা অপকৰ্ম আঙুলিয়াই দি নিৰসন বা নিৰ্মূলৰ প্ৰচেষ্টা হাতত লৈছে, ইয়াত ভোকাতুৰৰ কিমান ভোক নিৰাময় হয় নাজানো, তৃষ্ণাতুৰৰ কিমান পিয়াহ পলায় তাকো নাজানো, Formality ৰ অৰ্থেই ধন্যবাদ দি একেধাৰে কও যে, উদাহৰণ হিচাপে অসম প্ৰদেশৰ ক্ষেত্ৰত উচ্চ পদাধিকাৰৰ নেতৃত্বত এক মতলবী সূচী অনুসৰি এক বাহিনীয়ে এই আত্মঘাটী তথা মাৰাত্মক নিকৃষ্ট কাৰ্য্য আগবঢ়ায় নি , বিশেষকৈ নতুন প্ৰজন্মৰ এটা অংশক নিজৰ ফলীয়া কৰি সত্যৰ বিপৰীত দীক্ষাৰে দীক্ষিত কৰি পেলাইছে। গাৰ কাষতে এক উদাহৰণ হিচাপে:- ড° হীৰেন গোহাঁই দেৱক সময়ে সময়ে কৰা অৱমাননা উল্লেখনীয়। কুমল মনৰ কিশোৰৰ গাৰ পৰা তাচ্ছিল্য চতিয়াই বিদগ্ধ পণ্ডিত পৱৰ গোহাঁইক সমাজত মাত্ৰ এক বৃহৎ শূন্যহে তাৰ বাদে অন্য একো নহয় প্ৰতিষ্ঠা কৰা উদ্দেশ্য।ই কিমান ভয়ঙকৰ হব পাৰে অসমীয়া জাতিটোৰ বাবে। জাতিৰ পিতা মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু আদিক তুচ্ছ আৰু মূল্য হীন কৰাৰ দীক্ষা প্ৰদান কাৰ্যসূচীৰে ইতিহাস মোহাৰি পেলোৱা সম্ভাব্য ছবিখন এবাৰ কল্পনা কৰা হওক।ইচ্ছলাম ধৰ্মাৱলম্বী জনগণে "বাৰে বাৰে অগ্নি পৰীক্ষা দিয়া" বুলি আলোচনাত কৈ বিশাল অনাকাঙ্কখিত সূচী হাতে- কামে সদায়ে অব্যাহত থকা কাণ্ডক উচিত ব্যাখ্যা বা প্ৰতিফলন হৈছে জানো??? নে কৰবাট শঙ্কাই ক্ৰিয়া কৰে নেকি ????? সাংবাদিকৰো শঙ্কাধীন নেকি??? ৰাজগুৰুদেৱ, আপোনালোকৰ হাতত প্ৰতিটো দিনতে দায়িত্ব বৃদ্ধি পাবলৈ ধৰিছে। প্ৰতিদিনেই দায়বদ্ধতাৰে ন ন দায়িত্ব পালন কৰি জাতিটোক মিছাৰে, অসত্যৰে, জীৱন্ত হৈ থকা ইতিহাসক ধাৰাবাহিক বিকৃতিকৰণ ৰোধ আৰু চিৰ নমস্ বৃন্দক , জাতি নিৰ্মাতা সকলৰ স্মৃতিত কৰা প্ৰতিটো আঘাত প্ৰতিহত কৰি শক্তিশালী সাংবাদিকতাৰে জাতি নিৰ্মাতা বৃন্দৰ সংগ্ৰামী সত্বাক ৰক্ষা কৰক, এপাচি শাকত এটা জালুক দি পাল নামাৰিব। তাৰ বাবেহে সশ্ৰদ্ধা শুভেচ্ছা জ্ঞাপন কৰিলো😢।

  • @SamsuddinAhmed-gx4ss
    @SamsuddinAhmed-gx4ss หลายเดือนก่อน +2

    Apuni.. Manipur.. Bikhoya. Ata. Talk. Show. Karak

  • @md.azimuddinahmed224
    @md.azimuddinahmed224 หลายเดือนก่อน +1

    Minority is always awaiting for any country of the world.

  • @muzzkirhussain3104
    @muzzkirhussain3104 หลายเดือนก่อน +2

    আকৌ মুছলমান ৰ পৰীক্ষা,অসম তথা ভাৰতৰত মুছলমান ৰ ওপৰত অত্যাচাৰ হ'লে হিন্দু সঙগঠনে প্ৰতিবাদ কৰে নেকি?

    • @Truepetriot
      @Truepetriot หลายเดือนก่อน

      Bjp currently bohi ase Delhi t protest kori tohotor krne...madhyajugar kitap thou..news sabi alop

  • @Anime-j5d
    @Anime-j5d หลายเดือนก่อน +1

    Mushilam,, 10/.tik asha baki tik nohai,, autu patik poti dakhi jai,,,

  • @SahilKhan-u8h1t
    @SahilKhan-u8h1t หลายเดือนก่อน +5

    মেজমেল হৱ লাগে নিৱনুৱা, মেডিকেল, বানপানী, শিক্ষা, পথ আদিৰ ওপৰত আমাৰ ইয়াত মেজমেল হয় গৰু, লাভ জিহাদ, মিয়া ,বাংলাদেশ আদিৰ ওপৰত 😢😢

  • @AltafHussain-le8fc
    @AltafHussain-le8fc หลายเดือนก่อน +3

    ময়ুৰ বৰা ডাঙৰয়াই অতি গুৰুত্বপূৰ্ণ কথা উত্থাপিত কৰিছে। বৰা ডাঙৰীয়াক আৰু আবিদ ডাঙৰীয়াক আন্তৰিক ভাৱে ধন্যবাদ জনাইছো।

  • @mohannath2757
    @mohannath2757 หลายเดือนก่อน +6

    পাকিস্তান আৰু বাংলাদেশৰ ধৰ্মৰ হ'ল ইসলামই শ্ৰেষ্ঠ ;সেইবাবে নামাজ দিবৰ সময়ত আনসম্প্ৰদায়ৰ পূজা বা প্ৰাৰ্থণা হয় বন্ধ কৰিব লাগিব নতুবা শব্দৰ ধ্বণি কমাব লাগিব। এনে মানসিকতাই লগতে সংখ্যা লঘু সকলক হয় ইসলাম ধৰ্ম গ্ৰহণ কৰিবলৈ মানসিক নিৰ্যাতানৰ ফলত আন সম্প্ৰদায়ৰ সংখ্যা কমিশূণ্য কৰিব বিচাৰি যেন সফল হব গৈ আছে। ওপৰে ওপৰে দুই এজনে মানবতাবাদী দেখুৱালে কি হব? তেওঁ লোকেযে একো কৰিব নোৱাৰে এই বিষয়ত জনসাধনে তেওঁলোকৰ সমথৰ্থনত নাই , কাৰণ পাকিস্তান আৰু বাংলাদেশ আলুৰ দৰে গেলিব ধৰিছে আৰু প্ৰতিবেশি হিচাবে আমাকো গেলাব ধৰিছে। সন্দেহ আৰু শাংকাই ভাৰতীয় সভ্যতা-সংস্কৃতিকো কঁপাই আছে!

    • @md.azimuddinahmed224
      @md.azimuddinahmed224 หลายเดือนก่อน

      India t kon dhorma shrestho hoi

    • @mohannath2757
      @mohannath2757 หลายเดือนก่อน +1

      ভাৰতীয় সভ্যতা সংস্কৃতিৰ পৰা পোৱা জ্ঞানয়ে আমাক শিকায় যে, "ধৰ্ম সকলৰ বাবেই এটাই, সম্প্রদায়ক ভাগ কৰিব পাৰি, কিন্তু ধৰ্ম সকলৰ একেই। ধৰ্ম অৰ্থ হল ধাৰণ কৰা, কি ধাৰণ কৰিম? সদগুণ ধাৰণ কৰা যেনে, মানুহ হিচাবে আনক কষ্ট নিদিয়া, দয়া,ক্ষমা, প্ৰেম আদি ভাল গুণবেোৰ আঁচৰনত যিজনে দেখুৱাব পাৰিব সেই জনেই ধাৰ্মিক লোক। প্ৰকৃততে এনে আঁচৰনেৰে গঢ়া ধৰ্মই শ্ৰেষ্ঠ ধৰ্ম হব। আকৌ যি সকলেই হিংসা, দেষ, লোভ, ক্ৰোধ, নিজৰ সম্প্ৰদায়টোক শ্ৰেষ্ঠ আৰু প্ৰকৃত ধৰ্ম বুলি ভবা সকল অধৰ্মিক লোক। এনেদৰে ধৰ্ম নহয় অধৰ্মিক সৃষ্টি হয়। ধৰ্ন সকলৰ বাবেই একে আঁচৰন শিকায়, ধৰ্ম সাৰ্বজনীন, সম্প্ৰদায় হে অল্পজনীন। উদাহৰণ স্বৰূপে জুইয়ে নিজে জ্বলে আৰু আনকো জ্বালায় এইয়া জুইৰ ধৰ্ম। আকৌ ক্ৰমে প্ৰথমে নিজক জ্বালায় আৰু আনকো জ্বালায় এয়া ক্ৰোধৰ ধৰ্ম। এতিয়া কোনে কব ইসলামৰ জুই বা ক্ৰোধ বেলেগ আৰু হিন্দুসকলৰ জুই বা ক্ৰোধ বেলেগ? গতিকে সম্প্ৰদায় হে ভাগ ভাগ কৰিব পাৰি!ধৰ্মক কোনে ভাগ ভাগ কৰিব পাৰিব?

  • @JiarulHoque-j6n
    @JiarulHoque-j6n หลายเดือนก่อน

    Veri good

  • @mithunpegu5935
    @mithunpegu5935 หลายเดือนก่อน +1

    মোদিক শিকাব লাগে

  • @dkdk5486
    @dkdk5486 หลายเดือนก่อน +1

    muslim is not minority anymore

  • @bhaityherenj3719
    @bhaityherenj3719 หลายเดือนก่อน

    গাই যদি মাতা হয় তেন্তে মানুহ যদি কাটি খাই দিয়ে। ত কোনে ডাঙৰ হ'ব মানুহ নে গাই ?

  • @jugalbaruah6541
    @jugalbaruah6541 หลายเดือนก่อน

    It is high time to deeply study the social structure of our country in order to formulate an effective legislation for ever lasting social order. It appears it is lacking.

  • @ChandraiHembrom-g1i
    @ChandraiHembrom-g1i หลายเดือนก่อน

    Good job, j m m soren amen.

  • @borunkoch1126
    @borunkoch1126 หลายเดือนก่อน

    ১৯/৪৭ চনত দেশখনক কোনে ভাগ কৰিছিলে।ভাৰতত আজি ৬ লাখ মছজিদ কিহৰ কাৰণে।কাক শুনাই থাকে।মানে ঘৰৰ প্ৰতি এটাকৈ?উদাহৰণ উত্তৰ প্ৰদেশ।শেষত কৱলৈ গলে কাঁহী খন গুল?

  • @labonyaduttalabonyadutta6075
    @labonyaduttalabonyadutta6075 หลายเดือนก่อน

    😊😊😊😊

  • @AsrafulAhmed-j2d
    @AsrafulAhmed-j2d หลายเดือนก่อน +1

    Hindu.and.muslem.ak.kudaa.❤

  • @MuhiburRohman-ph2sm
    @MuhiburRohman-ph2sm หลายเดือนก่อน

    😮

  • @noseraliali3504
    @noseraliali3504 หลายเดือนก่อน +1

    Sir beya napabo dinot 5 bar koi namaz porile hriday aru antor pomi jay prokrito muslim manuhe pobitro kuranshoripor OHadisor kotha mote solibor cheshta kore.

  • @motiurrahmankabir2518
    @motiurrahmankabir2518 หลายเดือนก่อน

    বৰ্তমান ভাৰতবৰ্ষত যিবোৰ ঘটনা মুছলমান সকলৰ ওপৰত ঘটি আছে তেনে ঘটনা বাংলাদেশৰ হিন্দু সকলৰ ওপৰত ঘটি আছে। দুয়ো দেশৰ ঘটনাৰ আৰত এক ধৰণৰ idiology জৰিত হৈ আছে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ যিসকলে বৃটিছৰ পক্ষ লৈছিল সেই সকলে মুছলমান সকলৰ বিৰুদ্ধে থিয় দিছে । আনহাতে বাংলাদেশৰ স্বাধীনতা আন্দোলনৰ সময়ত যিসকলে পাকিস্তানৰ পক্ষ লৈছিল সেই সকলে হিন্দু সকলৰ বিৰুদ্ধে থিয় দিছে। দুয়োখন দেশৰ এই বিদ্বেষী লোক সকলৰ দুয়োখন দেশৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত কোনো চিন নাই । থকাৰ কাৰণো নাই !!সেয়ে এই লোক সকলে দেশৰ ইতিহাস পৰিবৰ্তন কৰিব বিচাৰে।

    • @m.a.channel2244
      @m.a.channel2244 หลายเดือนก่อน

      Vai bangla dekh kotha tate thakib de indiat ani aku lav nai nijr dexar kotha sinta kor

  • @dkdk5486
    @dkdk5486 หลายเดือนก่อน +1

    aamsur 🤣🤣🤣

  • @tayyeburrahman7362
    @tayyeburrahman7362 หลายเดือนก่อน

    মাননীয় মূখ্য মন্ত্রীয়ে দেশষ বৃহৎস্বার্থত গোমাংস নিষিদ্ধ ৰ নতুন সিদ্ধান্ত পুনৰ বিবেচনা কৰি বাতিল কবিব লাগে | কাৰণ "ফিৰিঙ্গতীয়ে কেতিয়াবা খান্তব বন দাহ কৰিব বুলি মই ভাবো | ইয়াৰ ফলত মুছলমানৰ চৰু শুঙা লোক বৃদ্ধি পাই ছাগলী মাংসব গৰু বুলি Up | হিমাচল বদৰে হত্যা কষিব | তেতিয়া গাওঁৱে গাৱে মুচলিম জাগৰণ মঞ্চ হৈ কাম বাঢ়িব

  • @sofiorrahman8728
    @sofiorrahman8728 หลายเดือนก่อน

    Bangladekhat hindur oporot nohoy abami league r oporot he attachar hoi ase.

  • @mohiruddin7882
    @mohiruddin7882 หลายเดือนก่อน

    OYY????.…..

  • @achmaneharbegumlaskar8918
    @achmaneharbegumlaskar8918 หลายเดือนก่อน

    90 persent manuh barotio mediar opoprochar buli jane

  • @BabuluBarman-pp2jg
    @BabuluBarman-pp2jg หลายเดือนก่อน

    Airtel recharge majority aksa😢

  • @sailenmedhi2684
    @sailenmedhi2684 หลายเดือนก่อน

    Maur bara sir namaskar 100 bar

  • @giasahmed1944
    @giasahmed1944 หลายเดือนก่อน

    ময়ূৰ ছাৰৰ কথাখিনি সত্য ।

  • @MallikaBegum-d7w
    @MallikaBegum-d7w หลายเดือนก่อน

    Ban gladesh r mainoraty babe India r Muslim kiya potibad koribo. India n hisabe potibad koribo Lage.thank you gauhati.

  • @Ranjitkr.Brahma
    @Ranjitkr.Brahma หลายเดือนก่อน

    Muslim are not lost in Assam, India, Clarks, teachers,. subjects teachers, Professors, Doctors, Engineers Polic, Military, Advocate, Police officer, DC, Ministers, President of India all are available engaged under Indian Govt, job. Then why Muslim lost or hurtful in Assam or India.

  • @Ranjitkr.Brahma
    @Ranjitkr.Brahma หลายเดือนก่อน

    Namaste Ghurudeva Rajguru, Bangla deshe Hinduk jobo kari aase, kintu aponi muslimr dorot. Samporke alosona kari ase, eitono ki hol.

  • @SambaruBania
    @SambaruBania หลายเดือนก่อน

    মিচিল উলিয়াই প্ৰতিবাদ কৰিব নোৱাৰে।

  • @PranobBorah-m6x
    @PranobBorah-m6x หลายเดือนก่อน

    Ata bhl hoise abidh manso loia keidin man news channel keita soli jabo

  • @babuhoquehoque8364
    @babuhoquehoque8364 หลายเดือนก่อน

    1947 ot Mohammod ali zenna rss henddur pora muslim hoi modhahe zenna manob xhommpot xhex koresil

  • @ekramhussainmir3903
    @ekramhussainmir3903 หลายเดือนก่อน

    Sir
    General Usmani , General Zakir or musalmanor contribution r Kota atia aru lav nai, apunar Kota Kune hunibo , so ami myar glani loi besi Toka tu inevitable hoi porise

  • @voyager5015
    @voyager5015 หลายเดือนก่อน +1

    Iman-ei jodi Bharat prem eibur mualman-r 1947-t lakh lakh Hindu-r roktopat aru dhorxon kenekoi hol. 1990-t 5 lakh Hindu Kashmir-r pora polayan koribo logiya kiyo hol? Axom-khon miya-re kiyo bhori poril? AAMSU-r top leadership-t axomiya musalman-e kiyo shthan lole? Eibur bakwas kori Hindu naamdhari miya premi-bure Axomiya-k bisolito kaora-r kusesta baad dibo laage.

    • @md.azimuddinahmed224
      @md.azimuddinahmed224 หลายเดือนก่อน

      Hoi hoi Islam dhormi sakalor dekh Prem nai, aponar Pura ase.

  • @sailenmedhi2684
    @sailenmedhi2684 หลายเดือนก่อน

    just like birodhi akya mancha in assam

  • @UmeshBarman-tr5mv
    @UmeshBarman-tr5mv หลายเดือนก่อน

    Mu h choudhuri sirak sudhiba bisariso . Bharat aru pal .. jatiya swadhin hoisile Tatiya Bangla desh pak .. adhinat asisile . Tar pisato Bangl deshar hindu lok kiyo hara hasri haba laga boise ? .😊

  • @UmeshBarman-tr5mv
    @UmeshBarman-tr5mv หลายเดือนก่อน

    P. Rajguru sir my aponar jariye H R choudhuri sir r para janiba bisariso . My ata katha bhal dare jano . Je bharat rastrat ,dharmar bhittit 2 dharanar niyam huwa usit buli kiyo nbhabe ? Ji hetu bharatar kono dharmat kowa sui ahiso . Sakalo dharmar mul mantra akai dharmak ghrina nakaroba baktik hhrina karoba . Tene sthalat dhar mar bhittit dang bodhinik kanun ak howa usit kiyo mahai ? .

  • @kumudbaruah2001
    @kumudbaruah2001 หลายเดือนก่อน

    পৃথিবীত খৃষ্টান ধৰ্মৰ লোকৰ সংখ্যা , সংখ্যাৰ ভিত্তিত প্ৰথম , ইছলাম বা মুছলমানৰ সংখ্যা দ্বিতীয় আৰু সনাতন হিন্দু ধর্মৰ জনসংখ্যা তৃতীয়। কিন্তু হিন্দু ধর্ম প্ৰাচীন হৈয়ো তৃতীয় অৱস্থানত আছে। হিন্দু ধর্মৰ লোক অতীত আৰু বৰ্তমানেও খৃষ্টান আৰু মুছলমানৰ দ্বাৰা নিপীড়িত হৈছে আৰু চল বল কৌশলেৰে হিন্দু ক খৃষ্টান আৰু মুছলমানলৈ ধৰ্মান্তৰিত কৰা হৈছে। জনসংখ্যা বিস্ফোৰণ, শাৰিৰীক আৰু মানষিক নিৰ্জাতন , ভূমিদখল দেশ দখলেৰে তেওলোকে তেওলোকৰ ধৰ্ম বিস্তাৰ অতীতত কৰি গৈছে আৰু বৰ্তমানেও কৰি গৈ আছে। ইয়াৰ জলন্ত উদাহৰণ উত্তৰ পূৱ ভাৰত। অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ খৃষ্টান আৰু মুছলমানৰ অগ্ৰসনত সনাতন হিন্দু সম্প্রদায় নি:শেষ হবলৈ গৈ আছে। প্ৰতিৰোধৰ কথা বাদেই চেকুলাৰৰ নামধাৰী বহু হিন্দুৱে আজি নিজৰ অস্তিতক অসৃকাৰ কৰিব বিছাৰিছে। তেওঁ লোকে নিজকে এবাৰ প্ৰশ্ন কৰক সনাতন হিন্দু ধর্ম প্ৰাচীন হৈয়ো আজি কিয় নিপীড়িত আৰু নিৰ্জাতিত নিজ মাতৃভূমিত। এইতো হিন্দু ৰ বাবে কোটিটকীয়া প্ৰশ্ন। জয় শ্ৰীৰাম জয় সনাতন। ভাৰত মাতা কি জয়।

  • @UmeshBarman-tr5mv
    @UmeshBarman-tr5mv หลายเดือนก่อน

    P raj guru sir my ata katha bisari so ajir B J P r neta dakal tatha R S S dai samayat britishat negurat dhari bharat r birudhe dasayog karisile . Yar pisato assm musal log o borodhíta nakara nahai . Atiya my kaba bisara katha to hol ajir B J P ba R D S r lok sakale jani buji naloi taj niti nakara mangal haba .

  • @MrigantaBoraBora
    @MrigantaBoraBora หลายเดือนก่อน

    Hi ji

  • @UmeshBarman-tr5mv
    @UmeshBarman-tr5mv หลายเดือนก่อน

    P RK giri sir my aaji eak beleg dharane kaba bisariso . Ajir tak sot salise aittanta gurutta purna . Islam dharmiya lokar majat anekuwa asam lok ade jar babe gotei islam dharmar lole sakal kalu khita haba laga hoo ahise ,,buli my bhabo. Gatike mor anurodh assamar islam dharmiya loke jate ji sakal ugra badi loke usatai ,assamar majat kate bibhajan kariba bisarise , year upori O asam taj niti bid natha ka nahai .

  • @PabanNath-dv7wi
    @PabanNath-dv7wi หลายเดือนก่อน

    তোমালোকৰ মিঠা কথা আমি এতিযা আমি এতিয়া নুশুনো। আৰু তুমালোকৰ মিঠা কথা শুনি আজি আমি নিজেই সংখ্যালঘু হৈ গৈ আছো।আজি আমি ৬১% বাচি আছোঁ। অসমখন আমি বাংলাদেশৰ হ'ব দিব নোৱাৰো। আপোনালোকক মাথো কংগ্ৰেছে ৰাজনীতি কৰিবলৈ ৰাখি থৈছে আৰু এতিয়াও ৰাজনিতি কৰি আছে। সকলো হিন্দু ধৰ্মাৱলম্বী লোক সজাগ হযক নহবা অসম বাংলাদেশৰ হ'বলৈ বেছি দিন নাই । অসমত ৬১% হিন্দু ধৰ্মাৱলম্বী মানুহ বাচি আছে। উদাহৰণস্বৰূপে আপোনালোকে বাংলাদেশৰ সংখ্যালঘু হিন্দু অবস্থা চাওক। ইহঁতে মাট মাতিছে নেকি আমিও ইহঁতৰ বাবে মাত মতাৰ কোনো প্ৰয়োজন নাই। ইতিহাসৰ পৰা শিকক

    • @shashwatbortamuly9853
      @shashwatbortamuly9853 หลายเดือนก่อน

      বাংলাদেশৰ বাঙালী হিন্দু তাতে সুৰক্ষিত হৈ থাকক তাৰেই কামনা কৰিলোঁ। কিন্তু মোৰ প্ৰশ্নটো হ'ল যে মণিপুৰত এবছৰ ধৰি মেইটেই হিন্দুসকলক খ্ৰীষ্টান কুকি উগ্ৰপন্থীবোৰে বৰ্বৰতাৰে হত্যা কৰিছে, শেহতীয়া উদাহৰণ:- তিনি গৰাকী মহিলা আৰু তিনিটা শিশুক হত্যা কৰি বৰাক নৈত উটুৱাই দিয়াৰ ঘটনা। হিন্দু ধৰ্মৰ খাতিৰত তোমালোকে ৰাণী কুৰঙ্গনয়নীৰ বংশধৰসকলৰ বাবে কেতিয়া মাত মাতিবা?নে মেইটেই মানুহসকল হিন্দু নহয় ?

    • @shashwatbortamuly9853
      @shashwatbortamuly9853 หลายเดือนก่อน

      বাংলাদেশৰ বাঙালী হিন্দু তাতে সুৰক্ষিত হৈ থাকক তাৰেই কামনা কৰিলোঁ কিন্তু মোৰ প্ৰশ্নটো হ'ল যে মণিপুৰত এবছৰ ধৰি মেইটেই হিন্দুসকলক খ্ৰীষ্টান কুকি উগ্ৰপন্থীবোৰে গণহত্যা কৰিছে। শেহতীয়া উদাহৰণ:- তিনিগৰাকী মহিলা আৰু তিনিটা শিশুক বৰ্বতাৰে হত্যা কৰি বৰাক নৈত উটুৱাই দিয়াৰ ঘটনা। তোমালোকে ইয়াৰ বিৰুদ্ধে কেতিয়া মাত মাতিবা?

  • @a.b.b.5248
    @a.b.b.5248 หลายเดือนก่อน

    Kyu ki Bangladesh pakistani maulim Log aa rhi he ishleye yeh Sab karna parega Assam mai

  • @a.b.b.5248
    @a.b.b.5248 หลายเดือนก่อน

    Bangladeshi ki Muslim maulana Log Hindu ke saath kya kr rhi he nhi dakha yeh maulana Log hinduthan mai karega

  • @dr.ofabrmicdiseases8408
    @dr.ofabrmicdiseases8408 หลายเดือนก่อน

    Aei interview incomplete... iyat ruling govt ba BJP r ajon pratinidhi thakibo laagisil. Bharatat j kewol musalmanor uporat utpiron soli aase... e misa kotha... iyat dushi shokolu...

  • @UmeshBarman-tr5mv
    @UmeshBarman-tr5mv หลายเดือนก่อน

    P RK giri sir my aaji eak beleg dharane kaba bisariso . Ajir tak sot salise aittanta gurutta purna . Islam dharmiya lokar majat anekuwa asam lok ade jar babe gotei islam dharmar lole sakal kalu khita haba laga hoo ahise ,,buli my bhabo. Gatike mor anurodh assamar islam dharmiya loke jate ji sakal ugra badi loke usatai ,assamar majat kate bibhajan kariba bisarise , year upori O asam taj niti bid natha ka nahai .