Hariyali Aiyo || Dulal Manki || Dulal Manki’s New Song 2021
ฝัง
- เผยแพร่เมื่อ 17 ต.ค. 2024
- Dulal Manki Music Present’s
Hariali Aiyo “হাৰিয়ালী আইঅ’ "
Singer:- Dulal Manki
Co-Singer:- Himadri Das Panika & Sila deya Sarkar
Lyrics & Tune :- Dulal Manki
Music :- Ramdhenu Music studio,Tsk
Lyrical Video:- Bishwa Prabal Baidya ( Bedia ) [ 7002037265 ]
কন্ঠশিল্পী :- দুলাল মানকি
সহঃ কন্ঠশিল্পী :- হিমাদ্ৰী দাস পানিকা , শিলা দে সৰকাৰ
কথা/সুৰ/সংগীত :- দুলাল মানকি
বানীবন্ধন :- ৰামধেনু
লিৰিকেল ভিদি’অ ও গ্ৰাফ্ৰিক :- বিশ্ব প্ৰৱাল বৈদ্য ( ৭০০২০৩৭২৬৫ )
Copyright Disclaimer under Section 107 of the copyright act 1976, allowance is made for fair use for
Copyright Disclaimer under Section 107 of the copyright act 1976, allowance is made for fair use for purposes such as criticism, comment, news reporting, scholarship, and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favour of fair use.
#Regards
#DulalManki
Tinikolite tuli pata deshe bidese mohoke
Hayre mor sonake assam chomoke😊ufff❤️
বাৰ বাৰ শুনিলেও গানটো শুনি থাকিব মন যায় দুলাল মানকি চাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ !
এটি মন পৰশা গীত।দুলাল মানকীদেৱলৈ আন্তৰিক ধন্যবাদ।
সুন্দৰ হৈছে গীত টি ,,,,,, চাৰ লৈ অখেক অভিনন্দন জনাইছোঁ।
ঝুমুৰ ৰ সম্ৰাট আমাৰ গৌৰৱ পদ্মশ্ৰী দুলাল মানকি sir আপোনাৰ এই গীতটি ‘আমি যে অসম ৰ আদিবাসী ’বুলি proud feeel কৰাইছে sir ৰ লগতে হিমাদ্রী বাইদেউকো ধৈনবাদ জনাইছোঁ সুন্দৰ গীত অসমবাসী লৈ আগবঢ়োৱা বাবে 🙏❣️
ধন্যবাদ*
ইমান সুন্দৰ কৈ হৈছে । এয়ে আমাৰ অসম সংগীত 👍👍👍👍👍 ❤️❤️❤️❤️❤️❤️
Johar Dulal manki sir ke mor dige se moi Aji Dulal manki sir Kar gana suinke bohut Val lagi glok And Dil ke chui glok I Love Dulal manki sir Love u.
বৰ ভাল লাগিল দাদা | সুন্দৰ গীত, মন প্ৰাণ ভৰি গ'ল 🙏🙏🙏
ধুনীয়া হৈছে 👌👌 আটাইকেইজন শিল্পী লৈ অভিনন্দন জনালো ❤️❤️
বৰ ধুনিয়া গীত দেই দুলাল মানকি দাদা❤❤ বৰ ধুনিয়া গীত
Our jhumur samrat🙏 love from Baksa
বহুত সুন্দৰ গীত । চাহ জনগোষ্ঠী লোকসকলৰ অৰ্থ সোমাই আছে ।
গীতৰ কথা , সুৰ ,কন্ঠ , সংগীত ব্যৱস্থাপনা সকলো অতি সুন্দৰ হৈছে...
Our legend dulal da sir......sona ker gaan lage kekhon b nai bhulabo Hamra
Tor gaan k cultural night stage me bajate thakboi...
Long live
Song.
🙏🙏🙏 খুব সুন্দৰ কন্ঠ, মনচে উপভোগ কৰলি!! এই গীতটাকে চুইনকে চাহ জনগোষ্ঠী আৰ আচাম কেৰ জনপ্ৰিয় পদ্মশ্ৰী সন্মান লাভ কইৰকে চবকেৰ মাঝে একদম সাধাৰণ মানুচ ৰকন কথা-বতৰা কৰকে আপন ভাৱ চবদিনেই জাগাই ৰাখিকে জনগোষ্ঠীকে আৰ ছুন্দৰ ছুন্দৰ ঝুমইৰ চুনা পাব বলি আচা কৰলিহি!! আচাম ৰাজ্য কেৰ চব জাত জনগোষ্ঠীকেৰ মাঝে চুন্দৰ চুন্দৰ গীত আচা কৰিহি!!
Y
P
🙏🙏🙏 বহুত সুন্দৰ গীত। গীতটিত পদ্মশ্ৰী দুলাল মানকী চাৰৰ সৈতে কণ্ঠদান কৰি নথৈ সুখী হৈছোঁ
Great 👌
বহুত সুন্দৰ লাগিল
I Love you 2 ❤️❤️❤️❤️
বহুত দিনৰ পিছত আপোনাৰ নতুন গান এটা সুনিলো বহুত বহুত ভাল লাগিল ,,,, ,,,,,,,,আপুনি আমাৰ গৌৰৱ দুলাল মানকি ছাৰ 🙏🙏🙏🙏🙏🙏
আগুৱাই যোৱা বাইদেউ।
Vll lagil baa
গানটো শুনি বৰ ভাল লাগিল। আশা কৰো এনে ধৰণৰ গীতসমূহ আগন্তুক দিনত পাই থাকিম বুলি আশা থাকিল। ধন্যবাদ।🙏🙏🙏🙏🙏🙏
বৰ সুন্দৰ কন্ঠ। আপোনাৰ গীত শুনি বহুত ভাল লাগিল। ❤❤❤
ইমান ধুনীয়া গীতৰ উপহাৰ দিয়াৰ বাবে আপোনালৈ ধন্যবাদ জনালোঁ দাদা,,, এয়াই তু জাতিৰ গান,মাটিৰ গান । পুনৰবাৰ আপোনালৈ ধন্যবাদ জনালোঁ,,এনেধৰণৰ গান ভৱিষ্যতেও পাই থাকিম বুলি আশা কৰিলোঁ।
খুৱ সুন্দৰ ঝুমুৰ গীত আপু দা
Very nice 👌👌👌
Bohut bohut hundor geet upohar dile akhombakhik.....apunaloi okhekh dhanyabad ❤
নমস্কাৰ 🙏 অতি সুন্দৰ গীত অন্তৰত লাগিলে ❤️❤️
নমস্কাৰ দাদা, বহুত দিনৰ পৰা আশা কৰি আছিলো। এটি নতুন গীত ৰ বাবে, বহুত ভাল লাগিছে।
অতি সুন্দৰ ❤️👍
সঁচাকৈ হৃদয়স্পৰ্শী ❤️👍
বহুত বহুত সুন্দৰ ❤️ গীত টি শুনি 💞 বহুত সুখময় বহুত আনন্দিত হলো ,,🙏🙏🙏 ছাৰ ❤️
খুুউব সুন্দৰ লাগিচে গানটো 👌
খুব সুন্দৰ গীত দাদা। অন্তৰ চুই জাই।। ❤❤❤❤❤❤❤❤
বহুত ধুনীয়া হৈছে বহুত দিনৰ পাছত আৰু শুনিব পাইছো আপোনাৰ গান মন টো বহুত ভাল লাগি গল ,,❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
বহুত সুন্দৰ গীত ছাৰ❤️❤️❤️🥰🥰🙏🙏🙏
মজা লাগিছে আৰু এনেকোবা নতুন নতুন গান পাম বুলি আখা কৰিছো বহুত ভাল লাগিল গানটু হুনি 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Dada apunar gaan direct heartot ❤️lage ,,🙏🙏 agoloi anedore gaan pai thakim buli akha thakil,,you r my bst singer...
অতি সূন্দৰ গীততি দুলাল চাৰ ✨🙏🙏🙏 I am proud feel moi adivashi🙏🙏❤️❤️❤️
নমস্কাৰ দাদা হামদেৰ চাহ জনগোষ্ঠীৰ বাবে বহুত সুন্দৰ গান
Moja dada 👌👌👌
খুব ভাল লাগিল। এনে ধৰণৰ গীতৰ আনন্দ পায় থাকিম বুলি আশা কৰিলো দাদা 🙏
Very nice
সুন্দৰ প্ৰাণোচ্ছল ঝুমুইৰ🙏
অতি সুন্দৰ।বহুত ভাল লাগিল।
বহুত সুন্দৰ গীত। ❤
Proud of you sir. Very nice song.
জহাৰ দাদা,বহুত বহুত ভাল লাগিল গীতৰ কথা সুৰ আৰু কন্ঠ।
খুবেই চুন্দৰ গান দাদা ৷তদেৰকে প্ৰণাম জানাচিঁ ৷
আপোনাৰ গীতত অৰ্থ আছে।।। শুনিলে চকুলো বৈ যায়।। সমাজৰ একোটাকৈ ইতিহাস আছে আপোনাৰ সংগীতত। আপোনাক সন্মান কৰো সদায়।।
Khub xundor lagil geet ti .... nice song ..... manki sir .....
Bor hundor lagil...gaan tu huni...🙏
Bhut Hundor Respected Sir Dulal manki, nd Himadri , dila Sis... All is well
Dulal Daa Ane sundar jumur geet asmar .raijak upohar diyar babe dhynabad gonaisu.
🌿
বহুত সুন্দৰ গীত ❤❤
খুব সুন্দৰ গীতটি🙏🙏🙏
🙏অতি সুন্দৰ গীত ❤️❤️
Gan to huni mojaaa lagise dulal da aru Eneka gan hunibole pam buli akha korilu
evrythings is outstandig❤❤❤ baa
Bahut sundar dada beautiful singing nice voice 👍👍👍👍👍👍👍👍👍
Very nice.. dulal manki sir.. ❤
কি সুন্দৰ গীত শুনিলে শুনি থাকিব মন যাই
Bohut din r murot hunilu....val loga jhumur gaan ❤️❤️ Dulal sir 🙏
Gaan2 huni bohut dhunia lagil 🙏🙏🙏
বহুত সূন্দৰ হৈছে দাদা।
Bohut vhal lagil apunar gan khunile soku pani boy jay 👌👌👌
Bohut hundro Jumur ❤❤❤
Bhout dinor pora dulal ssiror gaan hunibo akha Kori asilu aji pura hol akha to .
Bhout val lagil .. love you dulal sir ❤️❤️
Best lgixa,,,, Jhumor ka badshaa🙏🙏🙏🙏🙏
অই নানা তৰ ঘৰ কাহা আসে 👍👍👍😁👌👌👌👌 আপোনাৰ নোবেল নবৰ দে 🥰
বহুত সুন্দৰ ---- ভাল লাগিলে শুনি
Bohut duniya geet❤🎉
Dulal Da apunar Gan hunile mon tu anondo t vori pore 🙏🙏💕
Mur horirr num thio hoi uthil...
Ki kom I love u dulal da...
My best of singer...🙏🙏🙏🙏
বহুত মধুৰ গান।।।। আমাৰ পদ্মশ্ৰী দুলাল মানকি জহাৰ
সুন্দৰ ৷ সত্যম শিৱম সুন্দৰম্ ৷
Bhut bhut vhal lagile gaantu ...huni
Bohut hundor geet.
ধুনিয়া ধুনিয়া হৈছে৷
বহুত সুন্দৰ হৈছে গীতটি শুনি ভাল লাগিল দাদা ।
বহুত সুন্দৰ ৷
❤❤❤❤ Proud of you Sir ... what a composition you have gifted us
Bhut moja gan🎉🎉❤❤❤
Proud of you sir 👌🏻 very nice song
Gan ta suneker monta bohut bhal laglo .mor digese sir ke ovinondon gyapon korli.........
Jumur song my fabrte❤❤❤❤❤
Val lagile hunibole
Bor vl lagile gan tu huni ❤❤❤❤❤❤❤❤
Wow.... Bohut dhuniya lagise dei.... Thank you amale ene dhoronr gan ani diyar babe... Akha koru aru huniboloi pam
Hamder Adibasi ker big big legend Dulal manki sir khub moja all jhumur song💞💞💞💞💞
bohut hundor geet
Moja bhut vl lgil
Dullal Sir ganata suinke ekdom dil Mon poson voraidelek aro eherokom gan paboi boilke asa kairahi dhonyobaad joy adibasi joy johar manki Sir 100 sall jiyo
আপোনাৰ গানৰ মাদকতাই প্ৰতিপন্ন কৰে চাহ জনগোষ্ঠীৰ অৰ্থ বহুল জীৱনধাৰণাক। ভূপেন দাৰ গানে ৰে শেষৰ কলিটি সামৰিলে সচাকৈয়ে বহুত ভাল লাগিল।
মই ইয়াতেই লিখিবলৈ লৈছোঁ আমাৰ বহু উদীয়মান গীতিকাৰ সুৰকাৰ আছে তেওঁলোকে অলপ অধ্যয়ন কৰি শব্দ গধূৰ ভাষাৰ শৈলীৰে আগবাঢ়ি যাওক তাৰেই কামনা কৰিলোঁ।
বহুত বহুত ধুনীয়া হৈইছে দাহ
Bohut moja lagil dada
Bhut morom thakil❤
❣️❣️❣️❣️ভাল লাগিলে গীত টি🥰🥰🥰🥰🥰🙏🙏🙏
Very.... lovely song 👌👌👌..... it's tauch my school days........
mozza sir ....nice song bohut mazza laglaik suin k ...
বহুত সুন্দৰ গীত 🙏🙏
Bor hundor geet ti sir...bohut vl lagil
Bohut sundor dadu
বহুত সুন্দৰ গীত আৰু এনেকুৱা গাব 🤘🤘🤘🤘🤘👍
ইমান ধুনীয়া গীত শুনিলে শুনিয়েই থাকিব মন যাই
সুন্দৰ গীত❤❤❤❤❤❤
ধুনীয়া দাদা
Khub সুন্দৰ হৈছে দাদা aru himadri
বহুত সুন্দৰ দুলাল দা
ধুনীয়া হৈছে দা ।
অতি সুন্দৰ আৰু যাতে এই দৰে গান শুনিব পাম তাৰে কামনা কৰিলে