#অসমীয়া

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ก.พ. 2025
  • Hi
    Guys
    Welcome Back to my Channel Assamese Gk BM🙏🙏🙏
    অসমীয়া GK// Assamese General knowledge//Top 20 MCQ//Garde IV Exam Paper// Important Assamese Gk
    আজিৰ এই Video টোত অসমীয়া সাধাৰণ জ্ঞানৰ কেইটা মান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ লৈ আহিছোঁ ।
    যি সকল ছাত্ৰ -ছাত্ৰী Job ৰ Exam কাৰণে প্ৰস্তুতি চলাই আছে । তেঁও লোকৰ Help হোৱা কৈ কেইটা মান Important প্ৰশ্নোত্তৰ লৈ আজিৰ video টো আগবঢ়ালো।
    যদি video টো চায় ভাল পায় Like , Share, আৰু Subscribe কৰি দিৱ ।
    কিমান চনত ইংৰাজ সকলো অসমৰ শাসন ভাৰ গ্ৰহণ কৰে ?
    আইন অমান্য আন্দোলন কেতিয়া হৈছিল ?
    #কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল ?
    #মহাভাৰতৰ যুদ্ধত কোনজন অসমৰ ৰজাই অংশ গ্ৰহণ কৰিছিল ?
    #অসমৰ কাগজ ক'ল ক'ত অৱস্থিত ?
    #পানী পথৰ প্ৰথম যুদ্ধ কোন চনত সংঘটিত হৈছিল ?
    #শান্তি গঢ়া আয়োগ কেতিয়া গঠন কৰা হৈছিল ?
    #ডঃ ভূপেন হাজৰিকা দেৱক 'সুধাকণ্ঠ' উপাধি কোনে দিছিল ?
    #এখন বিত্ত বিল ক'ত উথাপন কৰিব পাৰি ?
    Flipkart ৰ প্ৰতিষ্ঠাপক কোন ?
    বন গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত ?
    সংবিধান সভাৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল ?
    ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক কোন ?
    #মহাত্মা গান্ধীৰ জন্ম ক'ত হৈছিল ?
    #গেটৱে অৱ ইণ্ডিয়া কোনে নিৰ্মাণ কৰাইছিল ?
    #কোনজন গৱৰ্ণৰ জেনেৰেলে সতী আৰু বাল্য বিবাহ বিলুপ্তিৰ সমৰ্থন কৰিছিল ?
    #চুলতান মামুদে কিমান বাৰ ভাৰত আক্ৰমণ কৰিছিল ?
    #কোনখন দেশত ক্ৰিকেট খেলৰ আৰম্ভ হৈছিল ?
    #কাক পজ্ঞাৱ কেশৰী উপাধি দিয়া হৈছিল ?
    #ভাৰতৰ প্ৰথম বাতৰি কাকত খনৰ নাম কি ?
    Copyright disclaimer under section 107 of the copyright act 1976, allowance is made for 'fair use' for purposes such as criticism, comment, news, reporting, teaching, scholarship, and research, fair use is a permitted by copyright statute that might otherwise be infringing , non-profit, educational or personal use tips balance in favor of fair use. All credit for copyright materiel used in video goes to owner,
    contact info:
    / makdale.kharia .

ความคิดเห็น •