O Megh Alokhwa II GUNGUN II Pulak Banerjee 1080p Full HD Video
ฝัง
- เผยแพร่เมื่อ 13 ม.ค. 2022
- O Megh Alokhwa
GUNGUN PRODUCTION
Producer: Debraj Bhagawati, Gitanjali Borkotoky Bhagawati
Singer -Pulak Banerjee
Lyrics -Gitanjali Borkotoky Bhagawati
Tune - Dipok Gogoi
Mixing n Mastering_-Bhupen Uzir
Music_-Ripunjay Bhuyan
RECORDED AT STUDIO SAPTASUR,DULIAJAN
BY KARAN GOGOI
FLUTE -LAKHINANDAN LAHON
GUITAR-ADITYA SONAR
Cast - Gitanjali Borkotoky Bhagawati & Jiniya Sonowal
Cinematography -JD & Mrinmoy
Assist - Ansuman Deep
Drone & Edit - Joydeep Tanti (JD)
GFX - Pranjal Protim Konwar
Special Thanks - Rain Forest Eco Resort
Anjumoni Sonowal
সুন্দৰ প্ৰচেষ্টা বাইদেউ । হৃদয়স্পৰ্শী ।
Bor dhuniya hoise bow.... 😍❤️
বৰ ভাল লাগিল...
সকলো পিনৰ পৰা এটি বৰ সুন্দৰ গীত। গীতৰ কথা,সুৰ সংগীত... সকলো মন আলোড়িত কৰা। বিশিষ্ট অন্যতম প্রিয় শিল্পী গৰাকীৰ মধুৰ কন্ঠ আৰু সুৰীয়া গায়কী গীতটিৰ প্ৰাণ স্বৰূপ হৈ পৰিছে। গীতৰ mixing ও বৰ সুন্দৰ হৈছে। অপূৰ্ব সকলো...। কোনোদিন দেখা পোৱা নাই যদিও কণমানি গুণগুনৰ স্মৃতিৰ বিষাদভৰা এটি বিমূৰ্ত ৰাগীয়ে ভিতৰখন হেঁচি ধৰাৰ দৰে লাগিছে। কণমানি গুণগুণৰ প্ৰতি এটি সাৰ্থক সুৰীয়া উপহাৰ আগবঢ়ালা গীতাঞ্জলি। তোমাৰ এই সুন্দৰ কৰ্মই তেওঁকো নিশ্চয় শান্তি দিব...। গুণগুন য'তেই আছে শান্তিৰে থাকক তাকেই অন্তৰেৰে কামনা কৰিছোঁ।💐💐💐
Xundor....
ভাল লাগিল।
সুন্দৰ
বৰ ভাল লাগিল মামু গানটো। গুনগুন জনিলৈ মনত পৰিলে চকু ৰ পানী ওলাই যায়। তহঁত দুয়ো ৰে ভালেই ছাগৈ।
বহুত সুন্দৰ ।
Birat val hoise
BOHUT BOHUT BHAL LAGIL BHAI
সুন্দৰ, গীতৰ কথা সুৰ সকলোবোৰেই ভাল লাগিল,
মামু,
অতি সুন্দৰ হৈছে ।
মুগ্ধ হ'লো, অন্তৰ চুই গ'ল । ❤❤❤
❤️
Val lagil.xundar Geet.apunaku val lagil dekhi
Val lagil
Heart touching feelings. Nice .keep it up Geetanjali
ভাল লাগিল বাইদেউ......ভিদিঅ টো চাই....
❤❤❤❤❤
Thank you
👌🧑🍼
Beautiful song
Khub hundar hoise.....but dhuk o lagile...
Sabole val lagil gaan2
Moja de like
Bor xundor
Puwai Mon porosa geet tue aapluto Kori tulile..
❤❤❤Val lagil bohut
Thank you
বঢ়িয়া বাইদেউ। অন্তৰ খান্দিছে
অতি সুন্দৰ গীত। বুকুখন গধুৰ কৰি দুলেৰে বৈ আহিল দুধাৰি তপত চকুপানী। গুণাগুণ তুমি যতে আছা কুশলে থাকা। পুলক খুৰাৰ কণ্ঠত গীতৰ কথা এজাক জীপাল বৰষুণ হৈ পৰিছে । অতি সুন্দৰ
সহৃদয়তাৰে ধন্যবাদ জনালোঁ
গুণগুণ তুমি সদায় জীয়াই থাকিবা আমাৰ স্মৃতিত ❤❤
Nice❣️
Wonderful ❤️❤️
Thannk you
সুন্দৰ।খুব মিঠা সুৰ।Enjoyed।
❤❤❤❤❤❤
Thank you so much
Heart touching
বহুত ভাল লাগিল মামু বা ❤
Excellent
💗
Thank you so much
Bohut dhunia hoisa
বৰ ধুনীয়া হৈছে মামু বা👌
❤🎉❤🎉❤🎉
Thank you
Khub val lagil . Speechless..
Xundor geet .
Khub bhal lagil gaantu... Tekhete khub dhunia gaise.... Lyrics, music, video khub dhunia Gungun loi bohut bohut morom.... Tumi jotei asaa xantire thaka majoni..... ❤️🥰
সুন্দৰ প্ৰচেষ্টা গুণগুণ সদাই আমাৰ মাজত এনেকৈয়ে জীয়াই থাকক ।
Thanks
বহুত সুন্দৰ হৈছে
ভাল লাগিল বাইদেউ , সুন্দৰ প্ৰচেষ্টা।
অশেষ ধন্যবাদ জনালোঁ ৷
খুব সুন্দৰ
💓💓💓
Dhuniya 💕
ভাল লাগিল মামু
Borhia hoise
বৰ সুন্দৰ....গীতৰ কথা , শিল্পীজনাৰ কন্ঠত প্ৰাণ পাই উঠিছে..
আন্তৰিক ধন্যবাদ
অপূৰ্ব। এই গীতটি ৰাইজৰ মাজলৈ আগবঢ়াই দিয়া প্ৰতিজন ব্যক্তিলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ।
Bhut Dhunia
Sundor hoise,sai bhal lagil, Geet tire ji bujab bisarise sofaol hoise.
Khub dhuniya hoise Gungun tumi jotei asa bhalkoi thaka...❤️❤️❤️
Thanks
তোমালোকৰ এই প্ৰচেষ্টা অতি প্ৰশংনীয় ৷গীতৰ কথা আৰু সুৰ বৰ সুন্দৰ হৈছে ৷
আন্তৰিক ধন্যবাদ
Hundar
dhunia hoise
Thanks
Ma'am khub hundar hoise ❤️❤️aru jiniya tumaku ধুনীয়া lgise 🥰Gungun miss u😔jote asa tumi val dre thka 🙏
গীতৰ কথা , সুৰ, মিউজিক সকলোখিনি অপূৰ্ব । শ্ৰদ্ধাৰ পুলক বেনাৰ্জীৰ কণ্ঠই গীতটিক প্ৰাণ দিলে । সকলোলৈকে অভিনন্দন ।
অতি সুন্দৰ প্ৰচেষ্টা ! গুণগুণ এনেদৰেই সকলোৰে অন্তৰত জীয়াই থাকিব...
হৃদয়স্পৰ্শী👌👌👌❤️❤️ অনুপম
আন্তৰিক ধন্যবাদ
আন্তৰিক ধন্যবাদ
খুব সুন্দৰ হৈছে । অভিনয় সুন্দৰ । অভিনন্দন 🎉
অশেষ ধন্যবাদ বাইদেউ
Bor val hoise geetu. Eti amar sristi.xokoluloi Abhinandan jonalu
বৰ সুন্দৰ হৈছে মামু। গীতৰ কথাবোৰে অন্তৰ চুই গ'ল।
আন্তৰিক ধন্যবাদ ৷
Dhunia hoise❤
অনুপম । গীতৰ কথা-সুৰ ভাল পালোঁ । লগতে জিনিয়াৰ নৃত্য -অভিনয় যথাযথ ৰূপত প্ৰত্যক্ষ কৰি সুখী হলো । গীতটোৰ লগত জড়িত সকলোকে অভিনন্দন জনালোঁ।।
আন্তৰিক ধন্যবাদ
Dhuniya hoise mam ❤❤💕
বৰ সুন্দৰ হৈছে,,,,, গীত আৰু ইয়াৰ কলিবোৰে অন্তৰ স্পৰ্শ কৰিছে। ভিডিঅ' অতি সুন্দৰ হৈছে।
Thanks
সুন্দৰ হৈছে...অভিনন্দন জনালো...অকনমানি গুনগুনজনী আমাৰ মাজত সদায় থাকিব
ইমান সুন্দৰ হৈছে গীতটো গীতাঞ্জলি ৷ অকনমানি গুণগুণজনী আমাৰ লগত সদায় থাকিব এনেকৈ ৷ অভিনন্দন জনালোঁ সকলোকে ৷
Thanks
খোবেই ধুনীয়া গীত।শ্ৰদ্ধাৰ চাৰৰ গীত আগৰ পৰাই মোৰ প্ৰিয়।ৰিপু দা খোবেই ধুনীয়া সংগীত ব্যৱস্হাপনা বহুত বহুত শুভেচ্ছা আৰু শুভকামনা জনালোঁ।লগতে ভিডিও টি ও ধুনীয়া হৈছে।
আন্তৰিক ধন্যবাদ ৷
ভাল লাগিল বৌ, গুণগুণজনীলৈ মনত পৰি গ'ল , গীতটিৰ কথা খুব সুন্দৰ।
আন্তৰিক ধন্যবাদ
আন্তৰিক ধন্যবাদ
This is amazing. Please keep them coming!!
Thank you
Khub val lagil
সুন্দৰ অভিনয়ৰ লগতে হৃদয়স্পৰ্শি গিত ,
আন্তৰিক ধন্যবাদ
video tu bor bhal lagil ma'am
Miss you mam.....
অন্তৰস্পৰ্শী।
কি কম
ভাষা হীন 🙏
Bf'l
Bhal nai Loga 😒😒 boring
সুন্দৰ
Bor xundor
Excellent
Beautiful song
Thanks
❤️❤️❤️❤️❤️❤️
Bor xundor
Thank you
সুন্দৰ
Excellent