এইখন ৰাজ্যৰ পৰাই ১৩ বছৰ খোজ কাঢ়ি অসম পাইছিল স্বৰ্গদেউ Explore Mongmao Yunan, Ruili china. Sukaphaa😮

แชร์
ฝัง
  • เผยแพร่เมื่อ 18 ม.ค. 2025

ความคิดเห็น • 1.2K

  • @dkalitha
    @dkalitha หลายเดือนก่อน +81

    আপোনাক অসম গৌৰৱ সন্মানেৰে সন্মানিত কৰা হওঁক

  • @bakulboruah2026
    @bakulboruah2026 หลายเดือนก่อน +145

    এজন আহোম হিচাপে ভূকণলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।তোমাৰ কষ্টৰ শলাগ লৈছোঁ।

    • @bkkhawbung6114
      @bkkhawbung6114 หลายเดือนก่อน

      Bharotr bhumiputro bongali ketiyau hobo nuware bangladekhike bangladekhi nkole ki kom bangladekhor pora aha hot thui

    • @crazyhk1003
      @crazyhk1003 หลายเดือนก่อน +1

      ​@ruponsarkar937Leura apuni Assam r krne ki krsa,,Assam history porhibo, tetia gom pabo Ahom e ki ki kori goise Assam r krne 👺

    • @anjanasom-t4z
      @anjanasom-t4z หลายเดือนก่อน

      @ruponsarkar937 এই কথা ভালকৈ বুজি ল বাঙালী বৰ্তমান তাৰিখত অসমৰ জনগনৰ তেজৰ পৰা আৰম্ভ কৰি সকলো সম্পদ লুণ্ঠনকাৰী শত্ৰু ভাৰতীয়ৰ দেশৰ বস্তু ঠিক আছে। চীন দেশৰ পৰা কোন আহিছে, কোন আহিব, কোন অসমীয়া কোন হয়, কোন নহয় তহত বিদেশী বাঙালী বিলাকে মাত দিয়াৰ যোগ্য নহয়।

    • @anjanasom-t4z
      @anjanasom-t4z หลายเดือนก่อน

      @@crazyhk1003 মহাশয় আপুনি ঠিকেই কৈছে এই বাঙালী বিলাকে পৰিচয় দিয়ে ‌''বাঙালী অসমীয়া '' অথচ আমাৰ মানুহক সদায় আক্ৰমণ,ইতিকিং , ক্ষতি কৰাত ব্যস্ত থাকে । য'তেই ইহঁতৰ মানুহ দেখিছোঁ একেই । ধন্যবাদ

    • @क्षत्रियभृगु
      @क्षत्रियभृगु หลายเดือนก่อน

      চাওলুং চুকাফাক তাৰ পৰা খেদি দিছিল পিছত অসমত অসমৰ ভূমিপুত্ৰ সকলৰ​ওপৰত অত্যাচাৰ কৰী অসমৰ ৰজা হৈছিল।@@crazyhk1003

  • @phulenchoudhuryoudhury7797
    @phulenchoudhuryoudhury7797 หลายเดือนก่อน +98

    বহুত বহুত অপেক্ষাৰ অন্তত স্বৰ্গদেউৰ জন্মস্থান চাবলৈ পাই সুখী। আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ বাক্সা জিলাৰ পৰা। অসম চৰকাৰে বেষ্ট ইউটিবাৰ হিচাপে আপোনাক সন্মান জনাব লাগে।

    • @jblover8658
      @jblover8658 หลายเดือนก่อน +4

      Right.

    • @kushalsaikia3561
      @kushalsaikia3561 หลายเดือนก่อน +5

      বহুত সুন্দৰ পদক্ষেপ। অসমৰ মানুহে চীন দেশৰ মানুহৰ লগত ইতিহাস কথা কব লাগে

    • @BudhinSaikia-g3x
      @BudhinSaikia-g3x หลายเดือนก่อน

      😮

    • @rubigogoi9600
      @rubigogoi9600 25 วันที่ผ่านมา

      Bahut bhal lagise.jabaloi keneke bebastha Kariba lage janabasun

  • @kirongogoi9262
    @kirongogoi9262 4 วันที่ผ่านมา +1

    You are a great man that you all information regarding about king of SUKAFA. Thank you so much.

  • @NabajitBarukial
    @NabajitBarukial หลายเดือนก่อน +54

    চাওলুং চুকাফাৰ জন্মস্থান খন আপোনাৰ জৰিয়তে চাবলৈ পাই নিজকে সৌভাগ্যবান বুলি অনুভৱ কৰিছো। ধন্যবাদ জনালো।

  • @manuborah4135
    @manuborah4135 หลายเดือนก่อน +121

    স্বৰ্গদেউ চ্যুকাফাৰ দেশ খন চাই ইমান ভাল লাগিল বুজাব নোৱাৰো ।আপুনি ইমান কষ্ট কৰি চীন দেশৰ সকলো দেখুওৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল ।ইমান পৰিষ্কাৰ ঠাই আচৰিত মানিলো ।

    • @digantaborgohain4040
      @digantaborgohain4040 หลายเดือนก่อน +4

      ❤❤❤❤

    • @montudoley769
      @montudoley769 หลายเดือนก่อน +2

      India t toka hole iman safa nhol heten

    • @MridulaBoruah-p5m
      @MridulaBoruah-p5m หลายเดือนก่อน

      ❤❤❤❤❤

    • @lifestylevlog6859
      @lifestylevlog6859 หลายเดือนก่อน

      Eman xur di Kobo lage na

    • @As06biker
      @As06biker หลายเดือนก่อน +4

      ​@ruponsarkar937 oi axomr history bhal koi pohi sabi axomt ahom ne bihari, miya, maruwari kun aahi sile
      ....aru Kar Karone axom nam tu hol bhal koi axomr history pohi sabi....parile tohot burok amr hunor axom porah khedaboh lage tohotok ..... axomt axomiya giri soliboh 50,60 bosor age ahoha bureh Yat level nemaribi.....jai aai axom ✊

  • @gayatriborgohain8748
    @gayatriborgohain8748 หลายเดือนก่อน +48

    ভূষণ তোমাক ধন্যবাদ দিবলৈ ভাষাই নাই । তথাপি ধন্যবাদ । বহুত ভাল লাগিল । দুলীয়াজানৰ পৰা মৰম দিলো ❤❤❤

  • @rajubora5628
    @rajubora5628 หลายเดือนก่อน +19

    ভাল লাগিল বহুত ।
    China ত গৈ অসমীয়া এজন লৰা এনেকৈ কোনেও সাহস নকৰে
    বেলেগ এটা ভাষা jegat গৈ ।
    ধন্যবাদ bhukan দা।
    কোনো সাহস নকৰে । গৌৰৱ কৰিছোঁ❤❤❤❤

    • @AssameseMixture
      @AssameseMixture  หลายเดือนก่อน +1

      🙏🙏🙏🙏🙏🙏🙏

  • @bhubanchandragogoi5947
    @bhubanchandragogoi5947 หลายเดือนก่อน +28

    পাঠক খুবেই ভাল লাগিল চুকাফাৰ জন্মস্থান আৰু তেওঁ শাসন কৰা ৰাজ্যখন আপোনাৰ জৰিয়তে দেখিবলৈ পায় । আপোনাক অশেষ ধন্যবাদ জনালোঁ ।

  • @joigogoi4622
    @joigogoi4622 หลายเดือนก่อน +44

    আমাৰ পূৱপুৰুষৰ স্থান সমূহ দেখুৱাৰ বাবে ধন্যবাদ দাদা

  • @gopalsaikia7298
    @gopalsaikia7298 หลายเดือนก่อน +33

    চীন দেশ দেখুৱাই বহুত ভাল কাম কৰিলে।তোমাক বহুত বহুত ধন্যবাদ।

  • @jharnaghandique8729
    @jharnaghandique8729 หลายเดือนก่อน +12

    ভূষণ লৈ বহূত বহূত ধন্যবাদ । স্বৰ্গদেউ চুকাফাৰ পূৰ্বৰ ৰাজ্য খন দেখুওৱাৰ বাবে । ❤❤❤❤

  • @AkashStudio-cl8or
    @AkashStudio-cl8or หลายเดือนก่อน +36

    অসমৰ বাবে অসমীয়া জাতিৰ বাবে গৌৰৱ video টো ❤

  • @rupjyotisvlogs7532
    @rupjyotisvlogs7532 หลายเดือนก่อน +46

    ধন্যবাদ আমাৰ আহোম community ৰ পৰা 🙏 ভূষণ

    • @Upper_assam_delta_boy
      @Upper_assam_delta_boy หลายเดือนก่อน

      ​@ruponsarkar937তয়ো বাংলাদেশৰ পৰা সীমান্তৰ কাটা তাঁৰৰ তলেৰে অসমলৈ অহা এটা বাংলাদেশী গেদা🎉🎉।

  • @DMBaruah
    @DMBaruah หลายเดือนก่อน +27

    বৰ সুন্দৰ video ৷ চাওলুং চ্যুকাফাৰ মুং মাউৰ পৰা অসমলৈ (তেওঁলোকৰ ভাষাত মুং ডুন চুন খাম) কৰা যাত্ৰাৰ আধাৰত মই লিখা উপন্যাস 'মুং ডুন চুন খাম' কেইদিনমান আগতে প্ৰকাশ হৈছে৷ এই উপন্যাসখনত চ্যুকাফাৰ জন্মৰ পৰা চৰাইদেউত ৰাজধানী স্থাপন কৰালৈ কাহিনী বৰ্ণিত হৈছে৷
    প্ৰকাশক - মণিকূট প্ৰকাশন৷ বহুতেই পঢ়ি ভাল পোৱা বুলি জনাইছে৷ 😊

    • @HuntuRk-q2x
      @HuntuRk-q2x หลายเดือนก่อน +3

      Sir I wish to buy that valuable book...would you please tell from where can I get one...??

    • @Upper_assam_delta_boy
      @Upper_assam_delta_boy หลายเดือนก่อน

      কিতাপ পামনে দাদা ????

  • @luise7143
    @luise7143 หลายเดือนก่อน +27

    Video tu চাই বহুত ভাল লাগিল স্বৰ্গদেউ চাওলুং চুকাফা ৰ দেশ দেখি হতভম্ব হৈ পৰিলোঁ আমি বহুত শিকিব লগা আছে ইমান ধুনীয়া পৰিষ্কাৰ জেগাবোৰ বহুত ভাল লাগিল ভূষণ দা ❤ আৰু আগোৱাই যাওক আপুনি 😊

  • @khagenahom1945
    @khagenahom1945 หลายเดือนก่อน +4

    ভাল লাগিল, উপৰি পুৰুষৰ জন্ম ঠাই দোখৰ দেখি । বহুত ধন্যবাদ।

  • @pankajgogoi5395
    @pankajgogoi5395 หลายเดือนก่อน +9

    Moi ajon ahom lora hisape bhukhon daa loi antorik hubhesha gyapon korisu very very nice thank you so much beautiful 💕💕💕💕💕💕💕 good videos bhukhon daa i proud full our ahom kings sau lung saukafa❤❤❤❤❤❤❤

  • @mohaswerdihingia4967
    @mohaswerdihingia4967 หลายเดือนก่อน +28

    ইমান সুন্দৰ ঠাইবোৰ আপোনাৰ পৰাই দেখিবলৈ পাইছোঁ thank
    You

    • @LohitGogoi-u9g
      @LohitGogoi-u9g หลายเดือนก่อน

      আমাৰ পিতৃ পুৰুষ জনৰ জন্ম ঠাই দেখিবলৈ পাই বহুত সুখী হৈছো। সেয়ে আপোনাৰ কষ্টকৰ কামৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।

  • @mridulneog7034
    @mridulneog7034 หลายเดือนก่อน +13

    সকলো আহোমে পৰাপক্ষত জীৱনৰ এবাৰ হলেও চুকাফাৰ জন্ম ঠাইত যাবলৈ চেষ্টা কৰিব লাগে । সুন্দৰ ভিডিঅ

  • @sukanyagohain9562
    @sukanyagohain9562 หลายเดือนก่อน +19

    চ্যুকাফা দিৱসত আপোনাক সন্মান জনোৱা উচিত..সচাঁকৈ আৱেগিক হৈছো…ধন্যবাদ ..।

    • @nangsengkukoi6088
      @nangsengkukoi6088 หลายเดือนก่อน +1

      একমত।চকুপানী ৰখাব পৰা নাই।

  • @DhariteeDas56
    @DhariteeDas56 หลายเดือนก่อน +30

    ধন্যবাদ আপোনাক ভূষণ দাদা। অপেক্ষা কৰি আছিলো ভিডিঅ টোৰ কাৰণে।

  • @nangsengkukoi6088
    @nangsengkukoi6088 หลายเดือนก่อน +14

    আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো।বৰ্তমান এচাম পাবত গঁজা বুৰঞ্জীবিদে যেতিয়া আহোমৰ লিখিত ইতিহাসক মিছা বুলি আভুৱা ভৰি নিজৰ তথ্য প্ৰমাণ নথকা ইতিহাসৰ নামত ভণ্ডামীপূৰ্ণ মিছা কথা লিখি জনসমাজক বিপথে পৰিচালিত কৰি আছে।ঠিক তেনে সময়তে আপুনি ইমান কষ্ট কৰি স-শৰীৰে গৈ ইতিহাসক মানুহৰ মাজলৈ লৈ আনিছে।❤❤
    বহুত আবেগিক হৈ পৰিছো😢।

  • @MridulNath-nu8pg
    @MridulNath-nu8pg หลายเดือนก่อน +3

    বহুত ভাল লাগিল , কষ্টৰ ফল মিঠাই হয় ।

  • @TuseswarMedhi.
    @TuseswarMedhi. หลายเดือนก่อน +19

    তোমাৰ ভিডিঅ' অতি তথ্য সম্বলিত নতুন প্ৰজন্মৰ বাবে উৎসাহ জনক।ভাল কামৰ সুফল সকলোৰে মঙ্গল।কুশলে থকা কাম কৰি যোৱা।

  • @khogenneog5771
    @khogenneog5771 หลายเดือนก่อน +9

    আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা সৰ্গদেউ চুকাফাৰ জন্মস্থান প্ৰজাতানত্ৰিক চীন দেশত এখন ৰাজ্য মুঙমাওৰ বিষয়ে সুন্দৰ ব্লগ ডাবলৈ আমাক সুযোগ দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিলো।

  • @Bg22224
    @Bg22224 หลายเดือนก่อน +5

    আমাৰ পুলিণ পুথাও সকলৰ এৰি অহা দেশ খন দেখা পাই বহুত বহুত ভাল লাগিল

  • @HorribleG
    @HorribleG หลายเดือนก่อน +14

    Salutes ভূষণ দা আহোম হিচাপে আপোনাক চৰণ সুইছো 🤗

  • @kumudbaruah2001
    @kumudbaruah2001 หลายเดือนก่อน +27

    ভিডিও টো চায় ভাল লাগিল। বহু কষ্টৰে ভিডিও টো বনাইছে তাৰ বাবে ধন্যবাদ জনাইছো। তিনিবাৰ মানৰ আক্রমনত ১৮০০০ আবাল বৃদ্ধ বনিতাকে ধৰি শিশুলৈকে বন্দী কৰি লৈ গৈ মান দেশৰ তিনি ঠাইত সংস্থাপিত কৰিছিল। শুনা মতে বহু বছৰলৈ তেওঁলোকে অসমৰ কলা সংস্কৃতি ধৰি ৰাখিছিল। কিন্তু কালক্ৰমত তেওঁলোকে মান দেশৰ স্থানীয় লোকৰ লগত মিল্ গল আৰু অসমীয়া ভাষা সংস্কৃতি লোপ পালে। যোগসুত্র বিচাৰি মান দেশ মানে ম্যানমাৰৰ এই মানুহ খিনিৰ বিষয়ে এটা ভিডিও বনাবলৈ অনুৰোধ কৰিলো।

  • @dulumonihatimuriahatimuria427
    @dulumonihatimuriahatimuria427 หลายเดือนก่อน +5

    বহুত ভাল লাগি ভূষণ পাঠক তুমি আনতকৈ বেলেগ আৰু বেলেগ কৰি দেখুৱা

  • @TarunGogoi-ri1ox
    @TarunGogoi-ri1ox หลายเดือนก่อน +25

    বহুত ভাল লাগিল।
    600বছৰৰ আগলৈ যোৱা যেন লাগিল।

  • @BK-br1ty
    @BK-br1ty หลายเดือนก่อน +7

    বৰ ভাল লাগিল । আপোনাৰ সাহস আৰু কৰ্মৰ সলাগ লৈছো । বহুত বহুত ধন্যৱাদ আপোনালৈ ।

  • @crazynhealthy4990
    @crazynhealthy4990 หลายเดือนก่อน +2

    Hundor lagil, Ahom Hisape thai dukhor proti utsukota asilei agor porai, sai val lagile, thank you Bhukhan Pathak ❤

  • @bituponboraassam9322
    @bituponboraassam9322 หลายเดือนก่อน +8

    বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চাওঁলোং চুকাফাৰ জন্ম স্থান দৰ্শন পাই আনন্দিত হলোঁ , লগতে চুকাফা দিৱসৰ প্ৰাকশনত তেওঁলৈ প্ৰণাম জনাইছোঁ 🙏
    জয় আই অসম ✊

  • @kusharajkonwar1782
    @kusharajkonwar1782 หลายเดือนก่อน +2

    বৰ সুন্দৰ হৈছে । ৰুউলী যাবলৈ মনৰ বৰ আশা আছে।

  • @Rimjhim_123basu
    @Rimjhim_123basu หลายเดือนก่อน +11

    Today I have seen best video in whole Assamese youtube industry salute to Bhukhan pathak..apuni aibr best youtuber award pbo lge buli vbu🌹✨

  • @LokeswarGogoi-xh9ef
    @LokeswarGogoi-xh9ef หลายเดือนก่อน +19

    চুকাফা উন্নত ঠাইৰ জ্ঞানী গুণী , সু-স্বাস্থ্য গৰাকী হয়। তেখেতৰ দূৰদৰ্শী , সবল নীতি আদৰ্শ গ্ৰহণ কৰা বাবেই আহোমে ৫৯৮ বছৰ ৰাজত্ব সম্ভৱ হৈছিল।
    ভূষণ পাঠকৰ ৰুমন্থনে অসমীয়াক সৎ গুণী, জ্ঞানী শুদ্ধ নীতি আদৰ্শ গ্ৰহণ কৰিবলৈ নিশ্চয় প্ৰেৰণা যোগাই থাকিব। ভূষণ পাঠকক বহুত বহুত শলাগ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏।

  • @tezpurialuittl8983
    @tezpurialuittl8983 หลายเดือนก่อน +20

    বহুতো অপেক্ষাৰ মুৰত ভিডিঅ'টো পালো, চাই আছো গীত টি বহুত ভাল লাগিছে

  • @prafulladas7224
    @prafulladas7224 หลายเดือนก่อน +7

    হেৰুৱাইছিল নহয় দেই বাৰে বাৰে শব্দটো শুনি আছোঁ ভূষণ দা । হৰুৱাইছিল অৰ্থাৎ পৰাস্ত কৰিছিল । ভাল লাগিল video বোৰ চাই । Love from Boko kamrup.

    • @jigyasa4757
      @jigyasa4757 หลายเดือนก่อน +3

      সুন্দৰ content.কিন্তু শব্দৰ উচ্চাৰণত গুৰুত্ব দিব লাগিব।সৰু সৰু কথাবোৰ ignore কৰিছো।

  • @Aisengfa2025
    @Aisengfa2025 หลายเดือนก่อน +10

    খুউব এট ধুনীয়া ভিডিঅ’ উপহাৰ দিয়াৰ বাবে আপোনাক ধন্যবাদ ।আমাৰ চাওফা গৰাকীৰ জন্ম ঠাইখন দেখিবলৈ পাই খুবেই সুখী।

  • @surajentertainment112
    @surajentertainment112 หลายเดือนก่อน +2

    ❤❤❤❤❤ বহুত বেছি গৌৰাম্বিত এই ভিডিওটি দেখি.... আৰু আগুৱাই গৈ থাকক আপুনি...

  • @fazlulahmed3562
    @fazlulahmed3562 หลายเดือนก่อน +6

    জীৱনকালত আহোম সকলৰ প্ৰতিষ্ঠাপক চাউলুং চুকাফাৰ জন্মস্থান দেখিবলৈ পাই বহুত ভাল লাগিল। মোৰ প্ৰিয় বিষয় আছিল বুৰঞ্জী। ৰাস্তাবিলাক ইমানেই চাফা যে কি কম। ইমান পৰিপাতিকৈ দোকান পোহাৰবোৰ, শান্ত পৰিবেশ। আমাৰ ইয়াত ৰাস্তাঘাটবিলাকৰ কদৰ্যময় ছবি দেখিলে সিফালৰ মানুহে কি মনোভাৱ লয় নাজানো। আমাৰ ইয়াতো সকলোৱে চাফ চিকুনতাৰ ওপৰত গুৰত্ব দিব বুলি আশা থাকিল।

  • @parthadeka484
    @parthadeka484 หลายเดือนก่อน +5

    Love from namrup ❤

  • @arupgogoi7241
    @arupgogoi7241 หลายเดือนก่อน +8

    ইমান সুন্দৰ ঠাই ইমান চাফা ঠাইবোৰ ❤৷ আমিবোৰ বাৰু কত আছো এই ঠাইবোৰ দেখি নিজকে কিবা জাৱৰৰ দমত থকা জেন লাগিল আপোনাক বহুত বহুত ধন্যবাদ ❤❤❤❤❤❤

  • @birenkonwar9666
    @birenkonwar9666 หลายเดือนก่อน +14

    বহুত বহুত ধন্যবাদ। চাওলুং চুকাফাই জন্ম গ্ৰহণ কৰা ঠাই খন দেখোৱা বাবে।

  • @BinodPathak-dv9zj
    @BinodPathak-dv9zj หลายเดือนก่อน +19

    স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ জন্ম স্হানৰ ভিডিঅ'টোৰ চাই ভাল লাগিল।ভিদিঅটোৰ বাবে বহুতো ধন্যবাদ থাকিল।

  • @Tulikaartacademy912
    @Tulikaartacademy912 27 วันที่ผ่านมา

    সুন্দৰ অপূৰ্ব ভাষা নাই কি বুলি ধন্যবাদ দিম। কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্তই দীৰ্ঘাউ কৰক। বাইহাটা চাৰিআলিৰ পৰা

  • @hkb1104
    @hkb1104 หลายเดือนก่อน +12

    তোমাৰ ভিডিঅ বোৰ চাই খুউব ভাল লাগে ভতিজা ৷ চাওলুং চুকাফাৰ জন্মস্থান দেখি আনন্দিত হ’লো ৷ ভবিষ্যতে তোমাৰ পৰা আৰু সুন্দৰ সুন্দৰ ভিডিঅ উপহাৰ পাম বুলি আশাৰে ৰ’লো ৷

  • @murchanagogoi2583
    @murchanagogoi2583 หลายเดือนก่อน +1

    বহুত ভাল লাগিল আমাৰ আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চু কাফাৰ জন্মস্থান দেখা পাই

  • @Assamcop677
    @Assamcop677 หลายเดือนก่อน +13

    Ahom pe ong le ❤✊🏻zhum yao nam nam

  • @nirengogoi4665
    @nirengogoi4665 18 วันที่ผ่านมา

    সুন্দৰ ঠাইত সুন্দৰ পৰিকল্পনা।অনিসন্ধিসো মনৰ অভিব্যক্তি।ভাল ল লাগিছে।

  • @rintumoninath7272
    @rintumoninath7272 หลายเดือนก่อน +4

    বহুত ভাল লাগিল ভিডিও টো । সঁচাকৈ
    you are the best ❤

  • @gitaborah6247
    @gitaborah6247 หลายเดือนก่อน +2

    বহু ত ভাল লাগিছে video টো চাই

  • @likheswargogoi5312
    @likheswargogoi5312 หลายเดือนก่อน +4

    অসম ইতিহাস সৃষ্টি কৰা আহোম ৰাজত্বৰ এই জন চাওলুং চুকাফা আজি সজিব হৈ আছে।

  • @tapashchoudhury4017
    @tapashchoudhury4017 หลายเดือนก่อน +2

    You deserve a lot of thanks and my good wishes too for your future venture. Please go ahead

  • @bhupensonowal-en9lo
    @bhupensonowal-en9lo หลายเดือนก่อน +4

    আপুনি বহুত ভাল video কৰিছে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনাৰ যদি পইছা অসোবিধা হয় তেতিয়া আপুনি অসমৰ ৰাইজক জনাব আপুনাক সকলোৱে সহায় অলপ অলপ কে হ'লেও সহায় কৰিব আৰু বহুত video অসমৰ ৰাইজক দিবলৈ পাৰিব ধন্যবাদ থাকিল ভোখণ দা

    • @AssameseMixture
      @AssameseMixture  หลายเดือนก่อน +1

      Thank you so much 🙏🙏🙏🙏

  • @konwarchitra1067
    @konwarchitra1067 หลายเดือนก่อน +1

    বহুত ভাল লাগিল। অশেষ ধন্যবাদ।

  • @Yourbastab
    @Yourbastab หลายเดือนก่อน +9

    মই আহোম নহয় হ'লেও স্বৰ্গদেউ চুকাফাৰ জন্মগ্ৰহণ কৰা ঠাই খন চাবলৈ মোৰ ও মন আছিল ❤ ধন্যবাদ আপোনাক

  • @sarbanandarajkumar6356
    @sarbanandarajkumar6356 12 วันที่ผ่านมา

    Apunar Joriyote Choulung Chukafar Janmosthan Dekhiboloi pai val lagil. Apunak okhek Dhanybad Janalu. May God keep U happy

  • @dhanmainakalita7171
    @dhanmainakalita7171 หลายเดือนก่อน +6

    Bhukhan, tumak loi ami BOR ASOMor sopun dekha bilake gourab korisu, superb video, best of Assamese youtuber, dhanyabad

  • @rittik9986
    @rittik9986 หลายเดือนก่อน +2

    Today i understand why Suikapha chose Assam as his destination..its shocking there is lot of similarities between environment of Assam and Ruili .Bdw thank you dada for making this video....before this video i used google several times to see our ancestors places....how beautiful is that place ! I have no words to explain and I wish to go there one day ,once again thank you so much.

  • @JibonPhukan-k5h
    @JibonPhukan-k5h หลายเดือนก่อน +3

    bohut Val lagil dhonyo bad

  • @PapuGogoi-gh3qw
    @PapuGogoi-gh3qw หลายเดือนก่อน +2

    বৰ ভাল Video আগ বঢ়ালা দেই......🎉🎉🎉🎉🎉🎉

  • @Dipanka3306
    @Dipanka3306 หลายเดือนก่อน +3

    ভূষণ দা আপোনালৈ বহুত বহুত ধন্যবাদ ইমান ধুনীয়া ভিডিঅ' দেখুওৱা বাবে

  • @hiamgogoi2122
    @hiamgogoi2122 หลายเดือนก่อน +2

    Thank you so much for your valuable content

  • @parthanagogoi5997
    @parthanagogoi5997 หลายเดือนก่อน +24

    বহুত ভাল লাগিল স্বৰ্গদেউ চুকাফা জন্ম ঠাই কণ দেখি. ইমান খিনি আহোমৰ বিষয়ে জানিব পাই বহুত বহুত ধন্যবাদ

  • @studywithbandanasaikia2625
    @studywithbandanasaikia2625 หลายเดือนก่อน +1

    Great 😊👍👍😊

  • @Yàmtom-Cuťipíe
    @Yàmtom-Cuťipíe หลายเดือนก่อน +47

    swargadeo Chaolung Sukaphaa (sui-ka-pha) assamr pratisthata/nirmata 🥳🥳
    🥳
    Very informative video 😊
    Apunar hofolota kamona koru❤
    ( And tai-Ahom hokole nijor language, culture, religon revive koribo lage)

  • @pragface1203
    @pragface1203 หลายเดือนก่อน +2

    Hundar video...very informative.❤. Dada ...apuni swali jukai bor bhal pai

  • @jaanbora3876
    @jaanbora3876 หลายเดือนก่อน +3

    বৰ ধুনীয়া আৰু কষ্টকৰ ভিডিঅ। real digital creator, what a content

  • @bhaskardeka2372
    @bhaskardeka2372 หลายเดือนก่อน +1

    Bht vl video ata bnaiso.....Nice

  • @theFraming07
    @theFraming07 หลายเดือนก่อน +4

    বহুত ভাল লাগিল video চাই ।আৰু চুকাফা জন্ম হোৱা ঠাই দেখিলো আজি ।কিতাপত যি পঢ়িছিলোঁ আৰু আজি video আকাৰে দেখিলো আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ আপুনি বহুত ধুনীয়া কৈ বুজাই দিছে
    । চীনৰ সকলো video চালোঁ

  • @dipawalirunjun9007
    @dipawalirunjun9007 หลายเดือนก่อน

    জয় আই অসম ❤❤❤❤proud of you Bhukhan daa😍 Go ahead

  • @shrawanengti6645
    @shrawanengti6645 หลายเดือนก่อน +5

    বহুত বহুত ভাল লাগিছে । আগলৈও এনেবোৰ সজীৱ ভিডিঅ বনোৱাত শুভ কামনা জনালোঁ। পশ্চিম কাৰ্বি আংলঙৰ পৰাই।

  • @jibongogoi6940
    @jibongogoi6940 หลายเดือนก่อน +1

    বহুত বহুত ভাল লাগিল l

  • @rupjyotiborah3967
    @rupjyotiborah3967 หลายเดือนก่อน +7

    আহোম হিচাপে গৌৰৱ কৰিছো তোমাৰ জৰিয়তে,আকৌ এবাৰ

  • @amlanatri
    @amlanatri หลายเดือนก่อน +1

    You are awesome.love you Bhukhan da 🎉🎉

  • @sikhagogoi9584
    @sikhagogoi9584 หลายเดือนก่อน +3

    Congratulations 👏 dada 👏💐 bhttt bhtt mrm...lgtya emn kosto kri aiblg dakhisa....salute tmk......👍🙏🏻

  • @see7997
    @see7997 หลายเดือนก่อน +1

    ❤❤bhut vl lgile Sai .

  • @UpendraBarman-ko3vi
    @UpendraBarman-ko3vi หลายเดือนก่อน +5

    Dadar aitu vedio best of the best val lagil sai ❤❤

  • @village_life_of_Rekha
    @village_life_of_Rekha 29 วันที่ผ่านมา

    ভূকণ তোমাক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ

  • @Advik-b2j
    @Advik-b2j หลายเดือนก่อน +5

    Thanku, Apunr joriyote Amr ancestor hokolor jonmovumi saboloi palu.

  • @tapanbaruah2843
    @tapanbaruah2843 หลายเดือนก่อน +1

    সুন্দৰ ভিডিঅ। আপোনালৈ বহুত বহুত ধন্যবাদ।

  • @HimangshuPatowary-b9f
    @HimangshuPatowary-b9f หลายเดือนก่อน +3

    Bohut informative vedio bhukhon da.

  • @DipaNath-xi4zg
    @DipaNath-xi4zg หลายเดือนก่อน

    Aji dekha pisot buji palu.....khubb vall lagil

  • @HemantaBorah6988
    @HemantaBorah6988 หลายเดือนก่อน +4

    বহুত বহুত ধন্যবাদ দাদা আপোনাৰ কাৰণে আমি চীন দেশৰ লগতে স্বৰ্গদেউ চুকাফাৰ বহুত নজনা কথা আৰু তেওঁৰ জন্ম হোৱা ঠাই খন দেখিবলৈ পালোঁ।এনে ধৰণৰ ভিডিঅ' আগলৈকে পাম বুলি আশা ৰাখিলোঁ।
    আমি মাজুলী পৰা চাই আছোঁ।
    আকৌ এবাৰ বহুত বহুত ধন্যবাদ থাকিল দাদা।

  • @GourabGogoi-kl1rf
    @GourabGogoi-kl1rf หลายเดือนก่อน

    বহুত ভাল লাগিল ❤❤❤❤❤

  • @amlan403
    @amlan403 หลายเดือนก่อน +5

    Bhukhon da jui🔥❤❤❤

  • @gautamdeka6891
    @gautamdeka6891 หลายเดือนก่อน +1

    Tanglar pora moram jashilu ba ❤❤❤

  • @dipaklama6711
    @dipaklama6711 หลายเดือนก่อน +3

    Ai episode tu sai bohut Val lagil.
    Dhanyabad tumaloi...

  • @RinkuAhmed-r5n
    @RinkuAhmed-r5n หลายเดือนก่อน +6

    দাদা আপুনি খূব ধুনিয়াকৈ বুজাই দিলে।আপোনাক অশেষ ধন্যবাদ। আগলৈও আপোনাৰ পৰা এনেকুৱা ভিদিও পাম বূলি আশা থাকিল।❤❤❤

  • @asomigogoi633
    @asomigogoi633 หลายเดือนก่อน +2

    আমাৰ পূৰ্ব পুৰুষৰ ঠাই দেখি বহুত ভাল লাগিল বহুত নাযায় কথা দেখিলোঁ বহুত বহুত ধন্যবাদ ভূষণ আৰু বনাই যোৱা এনেকুৱা video চাবলৈ ৰই আছো

  • @bubuchoudhury2264
    @bubuchoudhury2264 หลายเดือนก่อน +3

    ধন্যবাদ ভুখন দা ।।।

  • @hemangasarma5243
    @hemangasarma5243 หลายเดือนก่อน

    Video to Sai bahut Val lagil Dada

  • @Pradu326
    @Pradu326 หลายเดือนก่อน +4

    ভূষণ মজা ভাই ৷চেল্যুট তোমাৰ সাহসক

  • @MintuKr-l5c
    @MintuKr-l5c หลายเดือนก่อน +2

    Vokhn da video to sai bahut val Lagise bahut Kosta Kari video banisa katbor sadai ankoi khba val lage . .🎉

  • @RajumoniRajumonidas
    @RajumoniRajumonidas หลายเดือนก่อน +5

    বৰ অসমৰ প্ৰতিষ্ঠাপক গৰাকীৰ জন্ম স্থান তোমাৰ ভিডিঅ'যোগেদি দেখিবলৈ পায় খুউব ভাল লাগিল । ভূষণ তোমাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো । এই দৰেই আৰু নতুন নতুন ভিডিঅ' আমাক দি থাকিবা , তাৰেই অপেক্ষাৰে....

    • @BidutDaimary
      @BidutDaimary หลายเดือนก่อน

      Bor okhom kot gol atiya😂😂 kokaideu

    • @jokaichukiaofficial3698
      @jokaichukiaofficial3698 11 วันที่ผ่านมา

      ​@@BidutDaimary সেইটো দূষ সকলোৰে গাত । আহোমে বৰ অসম গঢ়ি প্ৰমাণ ৰাখি গৈছে । পিছত বাকীসকলে খোৱা কামোৰা কৰি ভাগ ভাগ হৈ গৈছে তাত আহোমৰ কি দূষ ?

  • @shinkusaikia5181
    @shinkusaikia5181 หลายเดือนก่อน +2

    Great effort.bro👍👏👏 moi ahum. Video tu Sai bor hukhi holu. My ancestors

  • @manashpratimgogoi1348
    @manashpratimgogoi1348 หลายเดือนก่อน +5

    বহুত ধন্যবাদ দাদা আমাৰ পূৰ্বপুৰুষৰ জন্ম ঠাইখন দেখোৱাৰ কাৰনে । সুন্দৰ উপস্থাপন ।

  • @BiswajitPhukon-bq9oi
    @BiswajitPhukon-bq9oi หลายเดือนก่อน +1

    val lagile bohut huni jani sai video tu