#Zubeengarg
ฝัง
- เผยแพร่เมื่อ 8 พ.ย. 2024
- প্ৰয়াত শ্ৰদ্ধাৰ শিল্পী আনন্দিৰাম দাস আছিল বনগীতৰ জনক ।অসমীয়া কৃষ্টি সাহিত্য সংস্কৃতিৰ অনবদ্য শিল্প এই বনগীত । বহুতে হয়তো চিনিয়ে নাপায় এই বনগীত ।কিন্তু বনগীতক জীয়াই ৰখাত ,নতুন প্ৰজন্মক চিনাকি কৰোৱা একমাত্ৰ শিল্পী অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ ।জুবিন গাৰ্গে বহু কেইটা বনগীত গাইছিল ,তাৰ কেইটামান বনগীত আগবঢ়াই দিলো আপোনালোকৰ বাবে
ধন্যবাদ
ভাল লাগিছে ❤😊
Great
বহুত সুন্দৰ 👍👍👍
I can die for zubeen de
Owaw zubeen da ki je modhor
Evergreen ....
Hridoy Sui Juwa Gaan
🙏🙏🙏🙏🙏
চিৰসেউজ বুলি এই গীত সমূহকে কয় সঁচাকৈ 🤎🤎🤎🤎🤎🤎🙏🙏🤎🤎
Bl
Background sound Tu kio di asee.
Beautiful ❤
অতি সুন্দৰ