দৈনিক ৩৫শ কণী উৎপাদন হয় শিৱসাগৰ বেতবাৰীৰ "বেতবাৰী" ফাৰ্মত | Layer chicken Farm In Assam| Papuvlogs

แชร์
ฝัง
  • เผยแพร่เมื่อ 14 ต.ค. 2024
  • 🔴2020 চনৰ লকডাউনৰ সময়ত এজন যুৱকে দেখা সপোনৰ বাস্তৱ ৰূপ এয়া ।।
    এতিয়া দৈনিক ৩৫শ কণী উৎপাদন হয় শিৱসাগৰ বেতবাৰীৰ "বেতবাৰী" নামৰ ফাৰ্মত।।
    শিৱসাগৰ BG Rood ৰ নিবাসী শ্ৰী পৱন কোঁৱৰে তেওঁ দেউতাকৰ পুৰণি ভেটিত অৰ্থাৎ বেতবাৰীত "বেতবাৰী" নামৰ ফাৰ্ম খন‌ বনাই ।।
    তেওঁৰ এই সপোনক‌ বাস্তৱ ৰূপ দিয়াত TH-cam ৰ Video's আৰু বেংক ৰ সহায়ৰ অৱদান যথেষ্ট।।
    তেওঁ এতিয়া লক্ষ্য হ'ল দৈনিক ১০হাজাৰ কণী উৎপাদন কৰাৰ । ইয়াৰ বাবে তেওঁ আৰম্ভ কৰিছে পৰিকল্পনা। সমস্যাৰ পৰিধি ভাঙি স্বাৱলম্বী হোৱাৰ নিদৰ্শন দাঙি ধৰা অসমীয়া ডেকা জনৰ পৰা আহক লেয়াৰ মূগী ফামৰ বিষয়ে সকলো কৌশল জানোঁ আহক .....
    👉মই পাপু , আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল Papuvlogs I
    সকলোকে এটি নতুন ভিদিঅ'লৈ স্বাগতম জনালোঁ I
    আশাকৰোঁ আপোনালোকে ভিদিঅ'টো চাই ভাল পাব আৰু যদি ভাল পাই তেন্তে আৰু দহজনে চাব পৰাকৈ সুবিধা কৰি দিব আৰু ভিদিঅ'টো LIKE , COMMENT কৰিব নাপাহৰিৱ I
    এনেকুৱা নতুন নতুন video চাই থাকিবলৈ channel টো subscribe কৰি bell icon টো touch কৰি 'All' option টো click কৰিবলৈ নাপাহৰিব ধন্যবাদ 🙏
    জয় আই অসম
    🔴Follow us on --
    😎Facebook :::
    / papudasblogs
    👍Instagram ::: / papu_das_officel
    ❤️Twitter ::: / blog_papu
    📲Contact us
    💌what up :::8402976071
    GMAIL BUSSNICE CONTACT :: papuvlogs1993@gmail.com
    #Batbarifram
    #Layerchickenframinassam
    #framing
    #sivasagarBatbari
    #assamesevlogs
    LIKE CONMENT SHARE SUBSCRIBE
    THANKS FOR WATCHING MY VIDEO 🙏

ความคิดเห็น • 29