Guwahati Zoo /গুৱাহাটীৰ চিৰিয়াখানা /Guwahati Siriya Khana / Assamese Vlogs

แชร์
ฝัง
  • เผยแพร่เมื่อ 10 พ.ค. 2024
  • Guwahati Zoo /গুৱাহাটীৰ চিৰিয়াখানা /Guwahati Siriya Khana / Assamese Vlogs
    অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান (ইংৰাজী: Assam State Zoo cum Botanical Garden) অসমৰ গুৱাহাটী মহানগৰৰ ৰাধাগোবিন্দ পথত অৱস্থিত। ই উত্তৰ-পূব ভাৰতৰ আটাইতকৈ বৃহৎ ৰাজ্যিক চিৰিয়াখানা। এই চিৰিয়াখানাৰ মুঠ মাটিকালি প্ৰায় ১৭৫ হেক্টৰ। এই চিৰিয়াখানাটো গুৱাহাটীৰ হেঙেৰাবাৰী সংৰক্ষিত বনাঞ্চলত অৱস্থিত। লণ্ডনৰ হুইপ্‌ছনেইড (whipsnade) চিৰিয়াখানাৰ আৰ্হিত ইয়াৰ জীৱ-জন্তুবোৰক প্ৰাকৃতিক পৰিবেশত ৰখা হৈছে।তথ্য অনুসৰি এই চিৰিয়াখানাত প্ৰায় ৮৯৫ বিধ জীৱ-জন্তু আছে।
    #advlogs
    #assam #guwahati #zooguwahati #zooguwahati2024 #assazooguwahatitour2024 #assamstatezoocumbotanicalgarden #zooguwahatiassam #guwahatizoo
    #viralvideo
    #assamesevlogs

ความคิดเห็น • 1