ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
Apunar trick bur pora bhut upokit hoixu ...ata kotha nokou vabixilu kinto nuarilu koi dixu ..APUNAR DORE JODI SORKARI SCHOOL T HIKALE HOI AJI AMAR lora suwali bhut aag bahil hoi ...
Thank you.
ধন্যবাদ
অশেষ ধন্যবাদ৷
বৰ উপকৃত হ'লো দেই🙏
Nice to whatch sir
Thank you sir 🎉🎉🎉
All the best.
Tq so much sir 🙏 🙏🙏🙏
Welcome.
বহুত বহুত ধন্যবাদ ছাৰ ❤️❤️❤️❤️❤️......বহুত ধুনীয়াকে বুজি পাইছোঁ.....Sir please 'অ', 'য়' আৰু 'ৱ' ৰ ব্যৱহাৰখিনি dibo sun Sir Please please please 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
বাৰু৷ বুজি পোৱা বুলি কোৱাৰ বাবে সন্তোষ পাইছোঁ৷
ধনঞবাদ
স্বাগতম৷
ধন্যবাদ sir.MDU
very helpful. Thanks.
Sir moi aji dekhilu apnar vdo so I'm vry happy 😊 😃 😀 😄 mny mny tnx sir.... voice toh mor clgr sir or nisina moi sir ok apunar vdo suwam😊😊😊
Thank you so much sir...... Very interesting video......
Thanks Bindu
ভাল লাগিল ছাৰ ❤❤❤
ধন্যবাদ৷
ভাল ভিডিঅ।
ধন্যবাদ সমলয়৷
Good
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
Tq sir
welcome.
Thnk u sir..
Most welcome.
❤️❤️❤️❤️ (MDU)
Thanks sir..... I love santapur chichapather high school......
Most welcome. বাকীবোৰ পাঠ কেনে পাইছে জনাব৷
ভাল লাগিল বিন্দু। বৰ দৰকাৰী কথা। মোৰ ভুল হৈয়েই থাকে।
উপকৃত হ'লো যথেষ্ট, ভাল লাগিল ছাৰ
Thank you sir 🙏 for this video
বৰ সুন্দৰ। আপোনাৰ চন্দ্ৰ বিন্দুৰ ব্যৱহিত ভিডিঅ' চাই উপকৃত হলো। অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏
অশেষ ধন্যবাদ...
Kaile MIL exm ase. Aji video tu sai xohai palo.❤ Dhonyobad.
উপকৃত হʼলোঁ। ধন্যবাদ।
উপকৃত হ'লোঁ ছাৰ
ধন্যবাদ ধৰিত্ৰী।
Thanks for making this video
Very helpful.
উপকৃত হ'লোঁ ছাৰ । কিছুমান নতুন নিয়ম জানিব পাৰিলোঁ । এগৰাকী শিক্ষয়িত্ৰী হিচাপে আপোনাৰ ভিডিঅ' চাই ছাত্ৰ-ছাত্ৰীসকলোকো শিকাব পাৰিম ।
জানি সুখ পালোঁ৷ বাকীবোৰ পাঠ কেনে পাইছে জনাব৷
Hundor
ধন্যবাদ ছাৰ ।
ধন্যবাদ।
Bhal lagil sir.
ছাৰ মজা😊❤
th-cam.com/video/spOWJa1MCd0/w-d-xo.html
Tqqqq sir kub vl lgise , concept clear oisu ji saisu
বহুত ভাল লাগিল
বহুত ভাল লাগিল...
বহুত বহুত ধন্যবাদ ছাৰ। 🙏
ধন্যবাদ জনাইছো আপোনাক, অসমীয়া ভাষাৰ চন্দ্ৰবিন্দু টোৱে বৰ অসুবিধা দি আছিল, চন্দ্ৰবিন্দু আছেনে নাই confirm কৰিবলৈ অভিধান চাওঁতে শব্দটোৱেই নাপাওঁ, গতিকে আপোনাৰ পাঠটোৱে বহুত উপকাৰ কৰিছে, আকৌ ধন্যবাদ।
জানি সুখী হ’লোঁ৷ অশেষ ধন্যবাদ৷
সুন্দৰ ককাইদেউ
Thank you Sir
🎉🎉🎉🎉❤❤
বহুত ভাল হৈছে ভিডিঅ'🤗👌👌👌👌👌👌👌
ধন্যবাদ জনাইছোঁ।
অশেষ ধন্যবাদ ছাৰ
Thank you 🙏🙏
ব্যাকৰণ খনৰ নাম উল্লেখ কৰিব লাগিছিল
আপোনাৰ বয়স জনাব৷
@@BHUSHAN21 30
মহাশয়!!! নিত্য বৰ্তমান,স্বৰূপ বৰ্তমান আৰু অতীত কালৰ বাক্যৰ অসমাপিকা ক্ৰিয়াত চন্দ্ৰবিন্দু বহেনে?
বাক্যটো আৰু স্পষ্টকৈ কওকচোন৷ এটা উদাহৰণ দিয়ক৷
@@BHUSHAN21 মোৰ এটা ভুল হৈ গ'ল। ক্ষমা কৰিব। ইয়াত অসমাপিকা ক্ৰিয়াৰ সলনি নিষেধাত্মক বাক্য আৰু শব্দৰ ক্ষেত্ৰত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ হয় নে নহয় সেয়াহে সুধিবলৈ বিচাৰিছিলোঁ। কিন্তু মোৰ এই সমাপিকা আৰু অসমাপিকা ক্ৰিয়াৰ মাজত খেলিমেলি লাগি থকাৰ বাবে এনেদৰে সুধিলোঁ।
যেনে - বাক্য এটা কওক৷
চাৰলৈ ধন্যবাদ। এনে video পাই থাকিম।
অতি প্ৰয়োজনীয় পাঠ এটি সুন্দৰকৈ বিশ্লেষণ কৰিলে।ধন্যবাদ।
Bhal lagil
অশেষ ধন্যবাদ 💚
Very impressive. Thanks
বহু ত শিকিব পাৰিলো
Thank you Assam Teaching. এনে আৰু ২৫ টা পাঠ দিয়া আছে৷ বাকী পাঠবোৰ চাই কেনে পালে মন্তব্য দিব৷
সুন্দৰ...। আৰু আশা কৰিলোঁ...
ধন্যবাদ ছাৰ
Sir, class 11 assamese grammar r সকলো বিষয়ের video লাগে
দিয়া আছে৷ মোৰ চেনেললৈ গৈ ‘ভাষা শিক্ষণ’ Playlist চাব৷মন্তব্যৰ বাবে ধন্যবাদ৷
Very impressive. Thanks for this video.
ইমান এটা ভাল শিক্ষণ তাত কেইজন মানে dislike কৰাৰ কাৰণ দিলে ভাল আছিল। বিন্দু চাৰে সুন্দৰ বিশ্লেষণ কৰিছে। শুভেচ্ছা থাকিল আপোনালৈ।
জানি সুখ পালোঁ। অশেষ ধন্যবাদ।
8:19 ত চাৰ অতীত কালৰ উদাহৰণ কেইটাত আ-কাৰৰ ওপৰত চন্দ্ৰবিন্দু বহিলচোন
মবাইল টাইপিঙত কিছুমান কীবোৰ্ডত আ-কাৰৰ ওপৰতহে বহে বাবে তেনে হৈছে৷
ভাল কাম হাতত লৈছে বিন্দু দা।
কথাখিনি জানি বহুত উপকৃত হৈছোঁ ছাৰ ।
উপকৃত হʼলোঁ। অশেষ ধন্যবাদ 🙏
ভাল লাগিল বিন্দু দাদা৷ মই ৰণ্টু দত্ত
ধন্যবাদ ৰণ্টু। মিঠা ফল ভগাই খাবা।
Val lagil sir🙏
ধন্যবাদ কাকলি।
প্ৰত্যয কেই প্ৰকাৰ ৱিদিঅ দিবচোন
ধন্যবাদ৷দিয়া আছে৷Bindu Bhushan Borah yoytubeত search কৰি play listত চাব৷ সকলো পাব৷
নজনা বহু খিনি জানিলোউপকৃত হলো
Thank you for clarifying nicely...
Hello ছাৰ আপনি টান টান xopdho বৰ সহজ পদ্ধতিৰে কেনেকৈ লেখিব পাৰি video ata বনাব
চাৰ ,' ওচৰা উচৰি ' বুলি লিখোতে কিয় এটাত উ হয় আৰু আন টোত ও হয়?
শেষৰ ’ৰ’টোত থকা দীৰ্ঘ স্বৰ ’ই’ মানে ি ডালৰ প্ৰভাৱৰ বাবে৷
ছাৰ অনুগ্ৰহ কৰি মোক তলৰ প্ৰশ্ন তিনিটাৰ শুদ্ধ উওৰটো বিচাৰ কৰি দিয়কচোন।১/ দাঁত শব্দটোত চন্দ্ৰবিন্দু ব্যৱহাৰৰ কাৰণ হৈছে ----ক) ইয়াৰ মূল হৈছে 'দন্ত' শব্দ আৰু ইয়াত ন বৰ্ণ লোপ পাই চন্দ্ৰবিন্দু হৈছে।খ) মূলৰ পৰা বেলেগ কৰি লিখিবলৈ চন্দ্ৰবিন্দুৰ ব্যৱহাৰ কৰা হৈছি।গ) চন্দ্ৰবিন্দুৰ ব্যৱহাৰৰ ফলত সমাৰ্থক শব্দৰ পৰা পৃথক অৰ্থ সূচাইছে।ঘ) দাঁত শব্দই দন্ত প্ৰতিশব্দ সূচাইছে।২/যি ধ্বনিৰ উচ্চাৰণত তলৰ ওঁঠটোৰে ওপৰৰ ওঁঠত স্পৰ্শ কৰি হাওঁফাওঁৰ পৰা ওলাই অহা বায়ুপ্ৰবাহ খন্তেকৰ বাবে সম্পূৰ্ণ ৰোধ কৰি এৰি দিয়া হয়, সেইবোৰ ধ্বনি হৈছেক) নাসিক্যখ) উষ্মগ) ঔষ্ঠ্য প্ৰস্ফোটঘ) ঔষ্ঠ্য অস্ফোট৩/ হাতীটোৱে আমাক দেখি _______ ডাল ডাঙি দিলে।ক) সুৰখ)সুঁৰগ)শুৰঘ) শুঁৰ
পাঠটো পুনৰ চাই উত্তৰ দিবলৈ চেষ্টা কৰাঁ৷
১/ ক)৩/ঘ)২ নং টোৰ প্ৰস্ফোট, অস্ফোট ধাৰণাটো ল'ব পৰা নাই যদিও ঔষ্ঠ্য প্ৰস্ফোট শুদ্ধ হ'ব নেকি।
বৰ ভাল লাগিল , ধন্যবাদ ।
চাৰ, 'স' আগৰটো শব্দৰ আগত, মাজত আৰু শেষত থাকিলে শব্দটোৰ উচ্চাৰণ কেনে হয়, উদাহৰণ দি বুজাই দিব বুলি আশা কৰিলোঁ।
আখৰটো হব লাগিছিল।
Thank you Sir for explaining so clearly.
Thank you Gitanjali.
কৰিলোঁ + হেঁতেন= কৰিলোঁহেঁতেন হ'বনে কৰিলোহেঁতেন হ'ব?
হ’ব৷
বহুত বহুত ধন্যবাদ ডাঙৰীয়া , বহু খিনি উপকৃত হব পৰিলোঁ । কিন্তু মবাইলত টাইপিং কৰিলে চন্দ্ৰ বিন্দু টো া কৰাত এ বহে । ভাঙি/ভাগি ইয়াৰ ব্যৱহাৰ ৰ এটি ভিডিও দিব ।
জানি সুখ পালোঁ। আপুনি অসমীয়া আখৰ লিখিবৰ বাবে কি কীবৰ্ড ব্যৱহাৰ কৰে?
মহোদয় মই এটা কথা বুজি পোৱা নাই -- বিজ্ঞানসন্মত্ মানে নো কি অনুগ্রহ কৰি জনাবচোন
অনুগ্ৰহ কৰি অভিধান চাওক!
3:24 😂
৭ নং বিধিত দিয়া উদাহৰণবোৰ যেনে খালোহেঁতেন । ইয়াত খালোৰ ওপৰত চন্দ্ৰবিন্দু নালাগে নেকি ? যিহেতু প্ৰথম পুৰুষত ওঁ বিভক্তি যোগ হয় ।
দিব লাগে আচলতে৷ আজিকালি অতীত কালৰ ক্ৰিয়াত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ কমিছে৷
Who dislike this video...
Bakhya korute কথাফাঁকি buli likho j e aitu correct ne
সমুচ্চাৰিত শব্দ - পাঠটো চাব৷
মবাইলৰ Keyboard কিবা আছেনে ব্যঞ্জন বৰ্ণৰ ওপৰত ৺ দিবলৈ ? কাঁইট 😵 কঁাইট 😏 এতিয়ালৈকে মই বিচাৰি পোৱা নাই
কাঁইট
Very helpful video
Thank you so much sir 🙏🙏
Thank you sir
thank u sir
Apunar trick bur pora bhut upokit hoixu ...ata kotha nokou vabixilu kinto nuarilu koi dixu ..APUNAR DORE JODI SORKARI SCHOOL T HIKALE HOI AJI AMAR lora suwali bhut aag bahil hoi ...
Thank you.
ধন্যবাদ
অশেষ ধন্যবাদ৷
বৰ উপকৃত হ'লো দেই🙏
অশেষ ধন্যবাদ৷
Nice to whatch sir
Thank you.
Thank you sir 🎉🎉🎉
All the best.
Tq so much sir 🙏 🙏🙏🙏
Welcome.
বহুত বহুত ধন্যবাদ ছাৰ ❤️❤️❤️❤️❤️......বহুত ধুনীয়াকে বুজি পাইছোঁ.....Sir please 'অ', 'য়' আৰু 'ৱ' ৰ ব্যৱহাৰখিনি dibo sun Sir Please please please 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
বাৰু৷ বুজি পোৱা বুলি কোৱাৰ বাবে সন্তোষ পাইছোঁ৷
ধনঞবাদ
স্বাগতম৷
ধন্যবাদ sir.
MDU
স্বাগতম৷
very helpful. Thanks.
Thank you.
Sir moi aji dekhilu apnar vdo so I'm vry happy 😊 😃 😀 😄 mny mny tnx sir.... voice toh mor clgr sir or nisina moi sir ok apunar vdo suwam😊😊😊
অশেষ ধন্যবাদ৷
Thank you so much sir...... Very interesting video......
Thank you.
Thanks Bindu
Welcome.
ভাল লাগিল ছাৰ ❤❤❤
ধন্যবাদ৷
ভাল ভিডিঅ।
ধন্যবাদ সমলয়৷
Good
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
Tq sir
welcome.
Thnk u sir..
Most welcome.
❤️❤️❤️❤️ (MDU)
Thanks sir..... I love santapur chichapather high school......
Most welcome. বাকীবোৰ পাঠ কেনে পাইছে জনাব৷
ভাল লাগিল বিন্দু। বৰ দৰকাৰী কথা। মোৰ ভুল হৈয়েই থাকে।
অশেষ ধন্যবাদ৷
উপকৃত হ'লো যথেষ্ট, ভাল লাগিল ছাৰ
ধন্যবাদ৷
Thank you sir 🙏 for this video
বৰ সুন্দৰ। আপোনাৰ চন্দ্ৰ বিন্দুৰ ব্যৱহিত ভিডিঅ' চাই উপকৃত হলো। অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏
অশেষ ধন্যবাদ৷
অশেষ ধন্যবাদ...
স্বাগতম৷
Kaile MIL exm ase. Aji video tu sai xohai palo.❤ Dhonyobad.
Welcome.
উপকৃত হʼলোঁ। ধন্যবাদ।
Welcome.
উপকৃত হ'লোঁ ছাৰ
ধন্যবাদ ধৰিত্ৰী।
Thanks for making this video
Welcome.
Very helpful.
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
উপকৃত হ'লোঁ ছাৰ । কিছুমান নতুন নিয়ম জানিব পাৰিলোঁ । এগৰাকী শিক্ষয়িত্ৰী হিচাপে আপোনাৰ ভিডিঅ' চাই ছাত্ৰ-ছাত্ৰীসকলোকো শিকাব পাৰিম ।
জানি সুখ পালোঁ৷ বাকীবোৰ পাঠ কেনে পাইছে জনাব৷
Hundor
অশেষ ধন্যবাদ৷
ধন্যবাদ ছাৰ ।
ধন্যবাদ।
Bhal lagil sir.
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
ছাৰ মজা😊❤
Thank you.
th-cam.com/video/spOWJa1MCd0/w-d-xo.html
Tqqqq sir kub vl lgise , concept clear oisu ji saisu
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
বহুত ভাল লাগিল
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
বহুত ভাল লাগিল...
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
বহুত বহুত ধন্যবাদ ছাৰ। 🙏
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
ধন্যবাদ জনাইছো আপোনাক, অসমীয়া ভাষাৰ চন্দ্ৰবিন্দু টোৱে বৰ অসুবিধা দি আছিল, চন্দ্ৰবিন্দু আছেনে নাই confirm কৰিবলৈ অভিধান চাওঁতে শব্দটোৱেই নাপাওঁ, গতিকে আপোনাৰ পাঠটোৱে বহুত উপকাৰ কৰিছে, আকৌ ধন্যবাদ।
জানি সুখী হ’লোঁ৷ অশেষ ধন্যবাদ৷
সুন্দৰ ককাইদেউ
ধন্যবাদ।
Thank you Sir
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
🎉🎉🎉🎉❤❤
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
বহুত ভাল হৈছে ভিডিঅ'🤗👌👌👌👌👌👌👌
ধন্যবাদ জনাইছোঁ।
অশেষ ধন্যবাদ ছাৰ
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
Thank you 🙏🙏
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
ব্যাকৰণ খনৰ নাম উল্লেখ কৰিব লাগিছিল
আপোনাৰ বয়স জনাব৷
@@BHUSHAN21 30
মহাশয়!!! নিত্য বৰ্তমান,স্বৰূপ বৰ্তমান আৰু অতীত কালৰ বাক্যৰ অসমাপিকা ক্ৰিয়াত চন্দ্ৰবিন্দু বহেনে?
বাক্যটো আৰু স্পষ্টকৈ কওকচোন৷ এটা উদাহৰণ দিয়ক৷
@@BHUSHAN21 মোৰ এটা ভুল হৈ গ'ল। ক্ষমা কৰিব। ইয়াত অসমাপিকা ক্ৰিয়াৰ সলনি নিষেধাত্মক বাক্য আৰু শব্দৰ ক্ষেত্ৰত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ হয় নে নহয় সেয়াহে সুধিবলৈ বিচাৰিছিলোঁ। কিন্তু মোৰ এই সমাপিকা আৰু অসমাপিকা ক্ৰিয়াৰ মাজত খেলিমেলি লাগি থকাৰ বাবে এনেদৰে সুধিলোঁ।
যেনে - বাক্য এটা কওক৷
চাৰলৈ ধন্যবাদ। এনে video পাই থাকিম।
অশেষ ধন্যবাদ৷
অতি প্ৰয়োজনীয় পাঠ এটি সুন্দৰকৈ বিশ্লেষণ কৰিলে।ধন্যবাদ।
ধন্যবাদ।
Bhal lagil
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
অশেষ ধন্যবাদ 💚
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
Very impressive. Thanks
বহু ত শিকিব পাৰিলো
Thank you Assam Teaching.
এনে আৰু ২৫ টা পাঠ দিয়া আছে৷ বাকী পাঠবোৰ চাই কেনে পালে মন্তব্য দিব৷
সুন্দৰ...। আৰু আশা কৰিলোঁ...
ধন্যবাদ জনাইছোঁ।
ধন্যবাদ ছাৰ
Sir, class 11 assamese grammar r সকলো বিষয়ের video লাগে
দিয়া আছে৷ মোৰ চেনেললৈ গৈ ‘ভাষা শিক্ষণ’ Playlist চাব৷
মন্তব্যৰ বাবে ধন্যবাদ৷
Very impressive. Thanks for this video.
Thank you.
ইমান এটা ভাল শিক্ষণ তাত কেইজন মানে dislike কৰাৰ কাৰণ দিলে ভাল আছিল। বিন্দু চাৰে সুন্দৰ বিশ্লেষণ কৰিছে। শুভেচ্ছা থাকিল আপোনালৈ।
জানি সুখ পালোঁ। অশেষ ধন্যবাদ।
8:19 ত চাৰ অতীত কালৰ উদাহৰণ কেইটাত আ-কাৰৰ ওপৰত চন্দ্ৰবিন্দু বহিলচোন
মবাইল টাইপিঙত কিছুমান কীবোৰ্ডত আ-কাৰৰ ওপৰতহে বহে বাবে তেনে হৈছে৷
ভাল কাম হাতত লৈছে বিন্দু দা।
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
কথাখিনি জানি বহুত উপকৃত হৈছোঁ ছাৰ ।
উপকৃত হʼলোঁ। অশেষ ধন্যবাদ 🙏
স্বাগতম৷
ভাল লাগিল বিন্দু দাদা৷ মই ৰণ্টু দত্ত
ধন্যবাদ ৰণ্টু। মিঠা ফল ভগাই খাবা।
Val lagil sir🙏
ধন্যবাদ কাকলি।
প্ৰত্যয কেই প্ৰকাৰ ৱিদিঅ দিবচোন
ধন্যবাদ৷
দিয়া আছে৷
Bindu Bhushan Borah yoytubeত search কৰি play listত চাব৷ সকলো পাব৷
নজনা বহু খিনি জানিলো
উপকৃত হলো
Thank you for clarifying nicely...
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
Hello ছাৰ আপনি টান টান xopdho বৰ সহজ পদ্ধতিৰে কেনেকৈ লেখিব পাৰি video ata বনাব
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
চাৰ ,' ওচৰা উচৰি ' বুলি লিখোতে কিয় এটাত উ হয় আৰু আন টোত ও হয়?
শেষৰ ’ৰ’টোত থকা দীৰ্ঘ স্বৰ ’ই’ মানে ি ডালৰ প্ৰভাৱৰ বাবে৷
ছাৰ অনুগ্ৰহ কৰি মোক তলৰ প্ৰশ্ন তিনিটাৰ শুদ্ধ উওৰটো বিচাৰ কৰি দিয়কচোন।
১/ দাঁত শব্দটোত চন্দ্ৰবিন্দু ব্যৱহাৰৰ কাৰণ হৈছে ----
ক) ইয়াৰ মূল হৈছে 'দন্ত' শব্দ আৰু ইয়াত ন বৰ্ণ লোপ পাই চন্দ্ৰবিন্দু হৈছে।
খ) মূলৰ পৰা বেলেগ কৰি লিখিবলৈ চন্দ্ৰবিন্দুৰ ব্যৱহাৰ কৰা হৈছি।
গ) চন্দ্ৰবিন্দুৰ ব্যৱহাৰৰ ফলত সমাৰ্থক শব্দৰ পৰা পৃথক অৰ্থ সূচাইছে।
ঘ) দাঁত শব্দই দন্ত প্ৰতিশব্দ সূচাইছে।
২/যি ধ্বনিৰ উচ্চাৰণত তলৰ ওঁঠটোৰে ওপৰৰ ওঁঠত স্পৰ্শ কৰি হাওঁফাওঁৰ পৰা ওলাই অহা বায়ুপ্ৰবাহ খন্তেকৰ বাবে সম্পূৰ্ণ ৰোধ কৰি এৰি দিয়া হয়, সেইবোৰ ধ্বনি হৈছে
ক) নাসিক্য
খ) উষ্ম
গ) ঔষ্ঠ্য প্ৰস্ফোট
ঘ) ঔষ্ঠ্য অস্ফোট
৩/ হাতীটোৱে আমাক দেখি _______ ডাল ডাঙি দিলে।
ক) সুৰ
খ)সুঁৰ
গ)শুৰ
ঘ) শুঁৰ
পাঠটো পুনৰ চাই উত্তৰ দিবলৈ চেষ্টা কৰাঁ৷
১/ ক)
৩/ঘ)
২ নং টোৰ প্ৰস্ফোট, অস্ফোট ধাৰণাটো ল'ব পৰা নাই যদিও ঔষ্ঠ্য প্ৰস্ফোট শুদ্ধ হ'ব নেকি।
বৰ ভাল লাগিল , ধন্যবাদ ।
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
চাৰ, 'স' আগৰটো শব্দৰ আগত, মাজত আৰু শেষত থাকিলে শব্দটোৰ উচ্চাৰণ কেনে হয়, উদাহৰণ দি বুজাই দিব বুলি আশা কৰিলোঁ।
আখৰটো হব লাগিছিল।
Thank you Sir for explaining so clearly.
Thank you Gitanjali.
কৰিলোঁ + হেঁতেন= কৰিলোঁহেঁতেন হ'বনে কৰিলোহেঁতেন হ'ব?
হ’ব৷
বহুত বহুত ধন্যবাদ ডাঙৰীয়া , বহু খিনি উপকৃত হব পৰিলোঁ । কিন্তু মবাইলত টাইপিং কৰিলে চন্দ্ৰ বিন্দু টো া কৰাত এ বহে ।
ভাঙি/ভাগি ইয়াৰ ব্যৱহাৰ ৰ এটি ভিডিও দিব ।
জানি সুখ পালোঁ। আপুনি অসমীয়া আখৰ লিখিবৰ বাবে কি কীবৰ্ড ব্যৱহাৰ কৰে?
মহোদয় মই এটা কথা বুজি পোৱা নাই -- বিজ্ঞানসন্মত্ মানে নো কি অনুগ্রহ কৰি জনাবচোন
অনুগ্ৰহ কৰি অভিধান চাওক!
3:24 😂
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
৭ নং বিধিত দিয়া উদাহৰণবোৰ যেনে খালোহেঁতেন । ইয়াত খালোৰ ওপৰত চন্দ্ৰবিন্দু নালাগে নেকি ? যিহেতু প্ৰথম পুৰুষত ওঁ বিভক্তি যোগ হয় ।
দিব লাগে আচলতে৷ আজিকালি অতীত কালৰ ক্ৰিয়াত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ কমিছে৷
Who dislike this video...
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
Bakhya korute কথাফাঁকি buli likho j e aitu correct ne
সমুচ্চাৰিত শব্দ - পাঠটো চাব৷
মবাইলৰ Keyboard কিবা আছেনে ব্যঞ্জন বৰ্ণৰ ওপৰত ৺ দিবলৈ ?
কাঁইট 😵
কঁাইট 😏
এতিয়ালৈকে মই বিচাৰি পোৱা নাই
কাঁইট
Very helpful video
Thank you.
Thank you so much sir 🙏🙏
Most welcome.
Thank you sir
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
thank u sir
স্বাগতম৷ বাকী পাঠবোৰ কেনে পাইছে জনাব৷
Thank you sir